মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠীৰ সামৰণি অনুষ্ঠান

মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠীৰ সামৰণি অনুষ্ঠান   অসম খবৰ@(মৃন্ময় শইকীয়া) জামুগুৰিহাট, ২২জুলাই : সংস্কৃতিৰ মহামিলনৰ থলী জামুগুৰিহাট অঞ্চল ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত যোৱা ৫জুলাই পৰা ২০ জুলাই লৈ ঢোল বাদন আৰু বিহু নৃত্য কৰ্মশালা অনুষ্ঠিত হয় । আজি কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সম্পাদক উদিপ্ত কাশ্যপে আঁতধৰা সভা খনত সভাপতিত্ব কৰে বিশ্বনাথ কলেজৰ বিষয় শিক্ষক তথা জামুগুৰিহাটৰ অমৰ জ্যোতি বৰঠাকুৰয়ে ৷ অনুষ্ঠান শুভৰাম্ভ হয় এটি বৰগীতৰে ৷অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি হিচাপে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থকাৰ লগতে নিদিষ্ট বক্তা হিচাপে তুলতুল বৰুৱাই আসন অলংকৃত কৰে ৷ মণিকাঞ্চন সাংস্কৃতিক…

Read More

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰ কৰি গ্ৰেপ্তাৰ চাৰি চোৰাং চিকাৰী

দৰং আৰক্ষীৰ বৃহৎ সফলতা ◆ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰ কৰি গ্ৰেপ্তাৰ চাৰি চোৰাং চিকাৰী অসম খবৰ@উজ্জ্বল জোতি ডেকা , মঙলদৈ ২২ জুলাই :- দৰঙৰ আৰক্ষী অধীক্ষক জিৎ টিৰ তৎপৰতাত জিলাখনত ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ ধৰিছে অপৰাধ মূলক কাৰ্যকলাপ। ইটোৰ পিছত সিটো সফল অভিযানৰ লগতে আৰক্ষী আৰু জনসাধৰণৰ মাজত এক সু-সম্বন্ধ গঢ়ি তুলিবলৈ সক্ষম হৈছে । দৰঙৰ এগৰাকী সফল আৰক্ষী অধীক্ষক হিচাবে জনসাধৰণৰ মাজত পৰিচিত হোৱা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত যোৱানিশাও এক অভিযানত ৪ জন দুৰ্ধষ গঁড়ৰ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সবিশেষৰ বাবে আজি ১২ বজাত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত…

Read More

শক্তি বিভাগত চলিছে চৰম গাফলতি

শক্তি বিভাগত চলিছে চৰম গাফলতি অসম খবৰ বিলাসীপাৰা ২২ জুলাই ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত দীৰ্ঘ দিনৰ পৰা লগাই ৰাখিছে কাঠৰ খুঁটা। বতাহত কাঠৰ খুঁটা ভাঙি কথমপি প্ৰাণ ৰক্ষা পৰিল গৰু আৰু মাছমৰীয়াৰ। যদিও গভীৰ নিদ্ৰা মগ্নত আছে বিলাসীপাৰা বিদ্যুৎ উপ-সংমণ্ডল বিষয়াই ।উল্লেখ্য যে, বিলাসীপাৰা বিদ্যুৎ উপ-সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ৰ এলেকাধীন চিৰাকুটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত টোকৰাবান্দা গাওঁত ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত ধেমালিৰে কৃষিপথাৰত ওলোমাই থৈছিল কাঠৰ খুঁটা। শনিবাৰে এজাক বতাহত বিদ্যুৎৰ খুঁটা ভাঙি বিদ্যুৎ নথকাত কথমপি প্ৰাণ ৰক্ষা পৰে পথাৰৰ গৰু আৰু মছমৰীয়াৰ । স্মৰ্তব্য যে, সঘনাই বিলাসীপাৰাৰ…

Read More

বিশ্বকাপ মহিলা হকীত ইংলেণ্ডৰ ড্ৰ’ৰে ভাৰত

বিশ্বকাপ মহিলা হকীত ইংলেণ্ডৰ ড্ৰ’ৰে ভাৰত অসম খবৰ গুৱাহাটী,জুলাই-২২:  শনিবাৰৰ পৰা ইলেণ্ডত আৰম্ভ হোৱা চতুৰ্দশ “মহিলা বিশ্বকাপ ২০১৮” ৰ গ্ৰুপ খ শাখাৰ প্ৰথম খন খেলত আয়োজক দল ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলটো অৱতীৰ্ণ হয়। অলিম্পিক চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ আত্মবিশ্বাস কোনো গুণে কম দেখা পৰিলক্ষিত নহ’ল। খেলৰ আৰম্ভণিৰে পৰা ভাৰতীয় মহিলা দলটোত দেখা গৈছিল আক্ৰমণাত্মকতা। খেলৰ আৰম্ভ হোৱাৰ ২৫ মি: পাছতে বিশ্বৰ ভিতৰতে ২য় স্থানত থকা ইংলেণ্ডৰ মহিলা হকী দলটোৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে ১-০ ৰ অগ্ৰগতি লাভ কৰে। ভাৰতৰ হৈ প্ৰথমটো গোল কৰে নেহা গোৱেলে। উল্লেখ যে, প্ৰথম ভাগত ইংলেণ্ডে ২০আৰু২২…

Read More

এগৰাকী মহিলাৰ হত্যাক লৈ মহানগৰীৰ গোশালাত উত্তপ্ত পৰিস্থিতি

BREAKING NEWS ➡মহানগৰীৰ গোশালাত উত্তপ্ত পৰিস্থিতি ➡এগৰাকী মহিলাৰ হত্যাক লৈ এই পৰিস্থিতি ➡স্বামী অনন্ত নাৰায়ণ গগৈ আৰু শাহু পূৰবী গগৈয়ে পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ ➡বুলবুল গগৈ নামৰ মহিলাগৰাকীৰ মৃত্যুক লৈ গোশালা বকুল তলত উত্তপ্ত পৰিস্থিতি ➡স্থানীয় ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰে স্বামীৰ বাসগৃহ ➡বৰ্তমান গোশালা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে

Read More