মালিগাঁওত ডকাইত ৰ দলটোক আটক

   মালিগাঁওত ডকাইত ৰ দলটোক আটক    মালিগাঁও ত ব্যৱসায়ী সুৰেশ পদদাৰ ঘৰত ডকাইতি কাণ্ড সংগঠিত কৰা ডকাইত ৰ দলটোক আটক । বৰপেটা ৰ মন্দিয়া ৰ পৰা আটক কৰে দলটোক। উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ সোণৰ আ অলংকাৰ। ভৰুলু আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আটক কৰে দলটোক আটকাধীন ডকাইত কেইটা হল দিলশা, হজৰত আলি, দিলীপ ঘোষ।

Read More

গুৱাহাটী মহানগৰীৰত ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা

  ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰত অব্যাহত                       আছে যুৱতী তথা ছাত্ৰীক                        যৌন নিৰ্যাতনৰ ঘটনা   হাইদৰ আলী গুৱাহাটী আজাৰা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰত অব্যাহত আছে যুৱতী তথা ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা । এইবাৰ বৰঝাৰস্থিত SOS শিশু গাঁওৰ তিনি ছাত্ৰীক প্ৰতিষ্ঠান খন সহকাৰী পৰিচালকে যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হল। এক প্ৰতিবেদন।  ৰাজ্য তথা মহানগৰীত বৰ্তমানও অব্যাহত আছে যৌন নিৰ্যাতনৰ ঘটনা । গুৱাহাটী মহানগৰীৰৰ বৰঝাৰস্থিত SOS শিশু গাঁওত যৌন…

Read More

ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যলৈ “অসম সূৰুয” সন্মান প্ৰদান

সমুজ্জ্বল ভট্টাচাৰ্যলৈ “অসম সূৰুয” সন্মান গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাই  “বিশিষ্ট ব্যক্তিক উচ্চ সন্মান” নামৰ এক অনুষ্ঠানত অসমৰ সমাজ জীৱনলৈ বিশেষ অৰিহণা আগবঢ়োৱা কেইগৰাকীমান স্বনামধন্য ব্যক্তিক এই  সন্মান প্ৰদান কৰে। কুকিল কণ্ঠী গায়িকা অণিমা চৌধুৰীক “সংগীত মুকুতা” সন্মান, নাৰীবাদী লেখিকা বেবিৰাজ ৰাজখোৱাক “অসম নাৰীকণ্ঠী” সন্মান, লোকশিল্পী খগেন গগৈক “সংগীত নন্দন” সন্মান, সু- লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক “সাহিত্য জেউতি” সন্মান, সু- চিকিৎসক মাধৱ ৰাজবংশীক ”সমাজ সূৰ্য” সন্মান, পেৰডী শিল্পী বুলবুল হুছেইনক “সংগীত ৰত্ন” সন্মান, ভায়’লিন বাদক মনোজ বৰুৱাক ” ভায়’লিন সম্ৰাট ” সন্মান , কবি – গীতিকাৰ নিতুল কুমাৰ…

Read More

বেনজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰোৰ ওপৰত দ্ৰোণ আক্ৰমণ

বেনজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰোৰ ওপৰত দ্ৰোণ আক্ৰমণ বেনেজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰোৰ শনিবাৰে এখন কাৰ্যসূচী চলি থকা সময়তে তেওঁৰ ওপৰত হোৱা এক আক্ৰমণত কথমপি ৰক্ষা পৰে। মাদুৰো শনিবাৰে ৰাজধানী কৰাকচত ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ ৮১ তম বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত এক সমাৰোহত ভাষণ দি থকাৰ সময়তে সংঘটিত হয় এটা প্ৰকাণ্ড বিস্ফোৰণ। মুহূৰ্ততে সভাখনত উপস্থিত লোকসকলৰ মাজত এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয়। আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি গৰাকীৰ অংগৰক্ষকে তেওঁৰ সম্মুখত বেলিষ্টিক ঢাল লৈ থিয় হয় আৰু মাদুৰোক ঘটনাস্থলীৰ পৰা তুৰন্তে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে। উক্ত বিস্ফোৰণটোত মুঠ ৭ জন সেনা জোৱান আঘাত হোৱা…

Read More

তামুলপুৰত যোগ প্ৰশিক্ষণ শিবিৰৰ সামৰণি

তামুলপুৰত সহ:যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ সামৰণি   বাক্সা জিলাৰ তামুলপুৰত যোৱা ২০জুলাই ২০১৮ ইং তাৰিখৰ পৰা ৫ আগষ্ট ২০১৮ ইং তাৰিখলৈ চলি থকা ১০০ ঘন্টীয়া যোগ প্ৰশিক্ষণ শিবিৰ হামৰো স্বাভীমান মহিলা কোষ ৰাজ্যিক সমিতি অসমৰ পৰিচালনাত আজি সামৰণি পৰে। এই প্ৰশিক্ষণ শিবিৰ চলাবলৈ পতঞ্জলি যোগ সমিতি, মহিলা পতঞ্জলি যোগ সমিতি, ভাৰত স্বাভীমান ট্ৰাষ্ট , যুৱ ভাৰত, পতঞ্জলি কিষান সেৱা সমিতি এই ৬টা সংগঠনে সহযোগ কৰে। মহিলা পতঞ্জলি প্ৰভাৰী শান্তি বিশ্ব কৰ্মা, যোগ প্ৰচাৰক মোহন ভট্টৰাই, যোগ শিক্ষক তুলসীৰাম শৰেল, সুমন উপাধ্যায়, বিপুল ভণ্ডাৰী এ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে।…

Read More

অসম সংগ্ৰামী মহিলা ঐক্য মঞ্চৰ অৱস্থান ধৰ্মগত

  অসম সংগ্ৰামী মহিলা ঐক্য মঞ্চৰ                   অৱস্থান ধৰ্মগত                   তিনিচুকীয়াৰ পৰা ৰাণাদ্বীপ দুৱৰা- দেশৰ চৌদিশে মহিলা সকলৰ ওপৰত চলি থকা বৰ্বৰ অত্যাচাৰ, হত্যা, ধৰ্ষণ, বলৎকাৰ আদিৰ পৰা মহিলা সকল সুৰক্ষিত পাবলৈ তথা নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম সংগ্ৰামী মহিলা ঐক্য মঞ্চই দুঘণ্টা যোৰা অৱস্থান ধৰ্মগত কাৰ্যসূচী পালন কৰে। আজি পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা অৱস্থান ধৰ্মগত কাৰ্যসূচী দিনৰ ২ বজাত সমাপ্ত হ’য়। এই কাৰ্যসূচীৰ পৰা…

Read More

 বন্ধুত্ব দিবস

             বন্ধুত্ব দিবস                মৰিগাঁৱৰ পুলিন কাকতি, আজি বন্ধুত্ব দিবস ,ৰাজ্য খনৰ লগতে মৰিগাঁও জিলাৰ বহুত ঠাই লগতে ভুৰবন্ধাটো এই বন্ধুত্ব দিবস টি উলহ-মালহে পালন কৰা দেখা যায়।বন্ধু দিবসৰ লগত সংগতি ৰাখি ইজনে সিজনক মিঠাই খোৱাও ব্যবস্হা কৰে।

Read More

দৰঙৰ পূব বকদিয়া অঞ্চলৰ ৰাইজৰ বিলৈ  নদীত নামি পাৰ হৈ ছাত্র-ছাত্ৰী আহে স্কুললৈ

দৰঙৰ পূব বকদিয়া অঞ্চলৰ ৰাইজৰ বিলৈ নদীত নামি পাৰ হৈ ছাত্র-ছাত্ৰী আহে স্কুললৈ ৰাইজে বিচাৰিছে এখন দলং কোনো এজন জন প্ৰতিনিধিৰে নাই কান সাৰ দৰঙৰ ফকীৰ পাৰা পূব বকদিয়া অঞ্চলৰ ৰাইজে আজি বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত জিয়াটু  ভুগি আহিছে। অঞ্চলটোৰ মাজেৰে বৈ যোৱা লালঝোৰা নদী খনত দলং এখন নোহোৱাৰ বাবে ছাত্র ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে ভৰ বাৰিষাও সাঁতুৰী পাৰ হৈ আহিব লগীয়া হয় স্কুল কলেজৰ লগতে অন্য ঠাইলৈ। কন কণ ছাত্র ছাত্ৰী সকলক অভিভাৱক সকলে কান্ধত তুলি পাৰ কৰে নৈ খন। পানীত ননমাকৈ আহিব লগীয়া হলে 6/7 km ঘূৰিব…

Read More

কাকপথাৰত গুলিয়াগুলিৰ ঘটনা

সমাগত স্বাধীনতা দিৱসৰ প্ৰাক           মুহুৰ্তত কাকপথাৰত           গুলিয়াগুলিৰ ঘটনা অাগন্তুক স্বাধীনতা দিৱসলৈ মাজত অাৰু কেইটামান দিন বাকী থকাত তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ পৰা মাত্ৰ তিনি কিলোমিটাৰমান নিলগৰ লাজুম বীণাপানীৰ সমীপত কালি নিশা প্ৰায় ৯:৪৫ বজাত গুলিয়াগুলিৰ ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে কালি নিশা কাকপথাৰ অাৰক্ষীৰ এটি পহৰাদাৰি দলে ডিৰাক দিশৰ পৰা অাহি থকা অৱস্থাত লাজুম বীণাপানী প্ৰাথমিক বিদ্যালয়ৰ সমীপত পুৰ্বৰে পৰা ৰৈ থকা মটৰ চাইকেলৰ সৈতে যুৱককেইজনক প্ৰত্যক্ষ কৰাত অাৰক্ষীয়ে ৰ’বলৈ সংকেত দিয়ে যদিও মটৰ চাইকেলসহ যুৱক দুজন বীণাপানী…

Read More

এজাক বৰষুনতে কদয্য হয় টীয়ক এফ,আৰ,ইউ পথ বিভাগৰ নিলিপ্ততাত ক্ষুন্ন জনসাধাৰন

  এজাক বৰষুনতে কদয্য হয় টীয়ক এফ,আৰ,ইউ পথ            বিভাগৰ নিলিপ্ততাত ক্ষুন্ন জনসাধাৰন অসম খবৰ ৫ আগষ্ট   টীয়কৰ পৰা অঞ্জন প্ৰকাশ:- নগৰৰ মাজমজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগকাৰী পুৰণা বেংকৰ সমীপৰ  টীয়কৰ চিকিৎসালয় পথৰ সন্মূখ ভাগ সম্পূৰ্ণৰুপে বিধস্ত হৈ পৰিছে৷বছৰ বছৰ দেখি অহা টীয়কৰ এই পথৰ সমস্যা যেন ওৰকে নপৰে৷বৰষুণ দিলেই ছচিয়েল মিডিয়াত চৰ্চিত হয় টীয়কৰ এই পথটো৷ সেই পথৰে যাত্ৰা কৰা লোকসকলৰ তিক্ত অনুভৱ ব্যক্ত কৰে ভিন্ন মাধ্যমেৰে৷কিন্তু নাই প্ৰশাসনৰ গুৰুত্ব৷এজাক বৰষুণ দিলেই পানীৰ তলত থকা নগৰ এলেকাৰ এই পথটো কেইবাখনো চৰকাৰী বেচৰকাৰী বিদ্যালয়,একমাত্ৰ চৰকাৰী…

Read More

মৰিগাঁওত সন্দেহজনকভাৱে গাড়ীসহ তিনি গৰু চোৰক আটক

মৰিগাঁওত সন্দেহ জনক অৱস্থাত টাটা ম’বাইল গাড়ীত সাতটা গৰু সহ তিনি গৰু চুৰক আটক মৰিগাঁও জিলাৰ ভুৰবন্ধা মণ্ডলৰ ন কটহগুৰি VDP সহযোগত আজি নিশা সন্দেহ জনক অবস্হাত এখন টাটা ম’বাইল গাড়ীত ৭ টা গৰু সহ তিনিজন ব্যক্তিক আতক কৰে। জানিব পৰা মতে ডিমাপুৰৰ পৰা মৰিগাঁও সাপকাটি গাঁৱৰ মোবাৰক আলি,মঃ আলি আৰু কালিকা জাৰি কৰিম উদ্দিনে গৰু কেইটা আনি ভুৰবন্ধা কটহগুৰি গাঁৱত প্ৰবেশ কৰা সময়তে সেই গাঁৱত থকা গাঁওৰক্ষী বাহিনীয়ে আটক কৰে। পিছত সিহতক গৰু কেইটা সন্দভত প্ৰশ্ন কৰাত তেঁওলোকে উপযুক্ত প্ৰমাণ দিব নোয়াৰাত চুৰ কেইটাক ন কটহগুৰি এল পি স্কুলত…

Read More