ৰাজ্যসভাৰ উপাধ্যক্ষ নিৰ্বাচন

ৰাজ্যসভাৰ উপাধ্যক্ষ নিৰ্বাচন : বিৰোধীৰ প্ৰাৰ্থী বন্দনা চৱন বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচন৷ এই পদৰ বাবে বিৰোধী পক্ষই প্ৰক্ষেপ কৰিছে সাংসদ বন্দনা চৱনক৷ ৫৭ বৰ্ষীয় বন্দনা চৱন শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি দলৰ সাংসদ৷ উল্লেখ্য, ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষই মাৰাথন বৈঠকত মিলিত হৈ আছে৷ শাসনাধিষ্ঠিত এন ডি এই ইতিমধ্যে প্ৰক্ষেপ কৰিছে হৰিবংশ নাৰায়ণ সিঙক৷ এন ডি এৰ অংশীদাৰ তথা নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি(ইউ)ৰ সাংসদ হৰিবংশ নাৰায়ণ সিং৷

Read More...

মহাৰাষ্ট্ৰত ১৭ লাখ চৰকাৰী কৰ্মচাৰীৰ বিদ্ৰোহ

শাসকগোষ্ঠীলৈ বৃহৎ প্ৰত্যাহ্বান নমাই তিনিদিনীয়া ধৰ্মঘট ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ ১৭ লক্ষাধিক চৰকাৰী কৰ্মচাৰীয়ে । সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ দাবীতেই এই ধৰ্মঘট কাৰ্যসূচী । প্ৰতিবাদী কৰ্মচাৰী সমাজৰ অভিযোগ মতে আয়োগৰ পৰামৰ্শসমূহ দেৱালীৰ পূৰ্বে কাৰ্যকৰী কৰিব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেয়া অহা ২০১৯ বৰ্ষৰ জানুৱাৰীৰপৰাহে প্ৰযোজ্য হ’ব বুলি চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰে । প্ৰাপ্ত তথ্য অনুসৰি সপ্তম দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে ব্যয় হ’ব ২১,০০০ কোটি টকা । কৰ্মচাৰীৰ ধৰ্মঘটৰ ফলত চূড়ান্ত অচলাৱস্থাৰ আশংকা কৰা হৈছে মহাৰাষ্ট্ৰত ।

Read More...

উদুলি মুদুলি নগাঁও মহাবিদ্যালয়ৰ বাকৰি

  নগাঁও মহাাবিদ্যালয়ৰ মহাৰজত জয়ন্তীত ৰাজ্যপাল জগদীশ মুখী অাৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল          উদুলি মুদুলি নগাঁও মহাবিদ্যালয়ৰ বাকৰি এক ঐতিহাসিক ক্ষণৰ সাখী হৈ ৰ’ল নগঁঞাৰ হিয়াৰ অামথু নগাঁও মহাবিদ্যালয়। আজিৰ পৰা মধ্য অসমৰ ঐতিহ্য মণ্ডিত তথা অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান ছদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে মহাৰজত জয়ন্তী উৎসৱ উদ্বোধন কৰে। উদ্বোধনী ভাষণত ৰাজ্যপালগৰাকীয়ে নগাঁও মহাবিদ্যালয়ৰ ইতিহাস ব্যাখ্যা কৰি কয়– নগাঁও মহাবিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ এখন গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান। নগাঁৱক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কয়- নগাঁৱত…

Read More...

শিপিনীসকলে বিশ্ব বজাৰ দখল কৰিব লাগিব : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

‘আমাৰ হস্ততাঁত উৎপাদিত সামগ্ৰীয়ে বিশ্ব বজাৰ দখল কৰাৰ ক্ষমতা আছে আৰু ইয়াৰ বাবে বিপণন ব্যৱস্থাটো শক্তিশালী কৰিব লাগিব ৷ পৰম্পৰাগতভাৱে আমাৰ বস্ত্ৰশিল্পৰ এক সুনাম আছে ৷ সেইবাবে বাহিৰৰ পৰা অহা গামোচাই যাতে আমাৰ বজাৰ দখল কৰিব নোৱাৰে সেই প্ৰত্যাহ্বান আমাৰ শিপিনীসকলে ল’ব লাগিব ৷ আমি আমাৰ অভাৱ পূৰণ কৰাৰ বাবে মন বান্ধিব লাগিব আৰু চৰকাৰে এই ক্ষেত্ৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াব ৷’ https://twitter.com/CMOfficeAssam আজি হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা চতুৰ্থ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ ৰাজ্যিক ভিত্তিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে…

Read More...

ডিব্ৰুগড়ত নিৰপৰাধী যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ

নিৰপৰাধী যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ ডিব্ৰুগড়ত     ছচিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়া  ডিব্ৰুগড়              অাৰক্ষীৰ ৰহস্যজনক ভূমিকা দ্বীপেন লহকৰ সোপাধৰাৰ সন্দেহত কাৰ্বিঅাংলংত নিলোৎপল অাৰু অভিজিতক নৃসংশভাৱে হত্যা কৰা ঘটনাৰ মাত্ৰ দুমাহ পাৰ নৌহওতেই পুনৰ এক অান এক জঘন্যকাণ্ড সংঘটিত হৈছে ডিব্ৰুগড় চহৰত। শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপুৰ্ণ মাত্ৰা প্ৰদান কৰি অহা ডিব্ৰুগড়তে এজন লোকক সোপাধৰাৰ সন্দেহত বেয়াকৈ মাৰধৰ কৰাৰ বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উজনি অসমত ৷ভূক্তভূগী লোকজন তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিৰাক বৰমেছাই গাৱঁৰ মৃদুল মৰাণ। যোৱা ৩ আগষ্টত ডিব্ৰুগড় মিলন নগৰত দিন…

Read More...

নায়েৰ আলগাত B L F ৰ প্ৰশিক্ষণ শিবিৰ

         নায়েৰ আলগাত B L F ৰ প্ৰশিক্ষণ শিবিৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ কদমতলাত নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঌ খন গাঁও পঞ্চায়তৰ B L F ৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। আজি ৰাতিপুৱা ১১বজাৰ পৰা দিনজোৰা কাৰ্যসুচীৰে B L Fৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। EC SIPRD Abhayapuri সনেশ্বৰ, ৰুহুল আমিন আৰু ছাইদুল ইছলাম BRP চাপৰ উন্নয়ন খণ্ড, BRP বিলাসীপাৰা উন্নয়ন খণ্ডৰ নজৰুল ইছলামে উপস্থিত থাকি নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঌখন গাঁও পঞ্চায়তৰ মুঠ ঌ০ গৰাকী B L F ৰ প্ৰতিনিধিক প্ৰশিক্ষণ দিয়ে। উক্ত প্ৰশিক্ষণ শিবিৰত…

Read More...

বঙাইগাঁওত প্ৰলয়ংকাৰী ধুমুহাত বিস্তৰ ক্ষতি

বঙাইগাঁওত প্ৰলয়ংকাৰী ধুমুহাত বিস্তৰ ক্ষতি ইয়াছিন যোৱা নিশা বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত শৌলমাৰী, নাম্বাৰপাৰা, চাকলা, কোকিলাত আবতৰীয়া প্ৰলয়ংকাৰী প্ৰধুমুহাত বিস্তৰ ক্ষতি হয় জনসাধাৰণৰ। আবতৰীয়া প্ৰলয়ংকাৰী ধুমুহাত ঘৰ- বাৰী, গছ – গছনি, আদি বিস্তৰ ক্ষতি হয় বৃহত্তৰ অঞ্চলটোত। হঠাতকৈ অহা ধুমুহাৰ ফলত আগতীয়া প্ৰস্তুতি লব পৰা নাছিল ৰাইজে। ৰাস্তাৰ ওপৰত গছ গছনি পৰি যাতায়ত ব্যৱস্থা ব্যাহত হোৱা পৰিলক্ষিত হৈছে শৌলমাৰীত। শৌলমাৰী আব্দুছ ছালামৰ ঘৰৰ ওপৰত প্ৰকান্ড গছ পৰি নৱ নিৰ্মিত ঘৰখনৰ বিস্তৰ ক্ষতি হয় যদিওঁ কোনোমতে প্ৰাণ ৰক্ষা পৰে ঘৰত থকা মানুহ কেইজনৰ।ইফালে আনছেৰ আলীৰ টিনপাতৰ ঘৰ উৰুৱাই লৈ যায়…

Read More...

তিনিদিনীয়াকৈ ৱানছুৱা উৎসৱৰ আয়োজন

তিনিদিনীয়াকৈ ৱানছুৱা উৎসৱৰ আয়োজন অজয় হোকাই আজিৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে পশ্চিম কাৰ্বি আংলং জিলাৰ হাতাওত তিৱা সকলৰ পৰম্পৰাগত উৎসৱ ৱানছুৱা উৎসৱৰ আয়োজন কৰা হৈছে । উখল মাখল হাতাওৰ পৰিৱেশ , ঘৰে ঘৰে দূৰ দূৰণিৰ পৰা ৱানছুৱা উৎসৱ চাবলৈ আহা আলহী , গাঁৱৰ সকলো পুজাৰ আয়োজনৰ সমান্তৰালকৈ আলহীক আতিৰ্থত ব্যস্ত । আজি সন্ধিয়া চাংটলৈ , চাংমাজি , সুৰামা , সুৰাচা , তিওৰি ,হাতাৰি আদি সকলোৱে ছামাদিত একগোট হৈ ছামাদিৰ পৰা বাদ্যযন্ত্ৰ নমাই আনি বাটে বাটে নৃত্য গীত কৰি কৰি চাংটলৈ বৰঘৰৰ চোতালত উপস্থিত হব । তাতে অৰ্থাৎ চাংদলৈ বৰঘৰৰ চোতালত গাৱঁৰ…

Read More...

বিদেশীমুক্ত হ’ব লাগিব নাগৰিকপঞ্জী

” বিদেশী সদায় বিদেশীয়েই। তাত হিন্দু-মুছলমান বুলি প্ৰশ্ন আহিব নালাগে‌। চূড়ান্ত এন আৰ চিত এজনো বিদেশীৰ নাম থাকিব নোৱাৰিব।”এই মন্তব্য এ আই ইউ ডি এফৰ সভাপতি,সাংসদ বদৰুদ্দিন আজমলৰ। আজমলে কয়,” এতিয়া বিভিন্ন ৰাজনৈতিক দল আৰু নেতাই এন আৰ চিক লৈ নিজ নিজ কৃতিত্ব দাবী কৰিবলৈ লৈছে। প্ৰকৃততে এন আৰ চি উচ্চতম ন্যায়ালয়ৰ অৱদান। এই বিষয়টো সকলোৱে বুজি উঠিছে । সেই বাবে কোনো অপ্ৰীতিকৰ ঘটনা অসমত হোৱা নাই আৰু নহয়।ইয়াৰ ‘ক্ৰেডিট’ অসমৰ ৰাইজৰ।” আজমলে কয়,” এন আৰ চিৰ নামত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছে সংখ্যা লঘুক লৈ খেলিছিল ‘ব্লেকমেইলিঙ’ৰ খেল।চতুৰ্থবাৰ শাসনলৈ অহাৰ…

Read More...

শুৱালকুছিত মণ্ডল বিজেপি কাৰ্য্যালত মাৰ পিট-ঘটনাৰ প্ৰতিক্ৰিয়া 

  শুৱালকুছিত মণ্ডল বিজেপি কাৰ্য্যালত মাৰ পিট-ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্তিগত                                      সংঘাতক দলীয় সংঘাতলৈ ৰূপান্তৰ     দাদালি ৰুপি বিজেপি নেতা  বীৰেশ্বৰ দাসৰ বিৰুদ্ধে অভিযোগ এই বাৰ কংগ্ৰেছৰ দলৰ মাজত দলীয় সংঘাত নহয়, এই বাৰ দলীয় সংঘাত বিজেপি       দলৰ মজিয়াত  । কালি শুৱালকুছি বিজেপি দলৰ মাজত মাৰ পিট ঘটনাই সমগ্ৰ জালুকবাৰী সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । জালুকবাৰী সমষ্টিৰ একাংশ দালালি ৰুপী বিজেপি নেতাৰ কৰ্ম কাণ্ডত দলটো মজিয়াত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।…

Read More...

খাৰুপেটীয়াত এ,আই,ইউ,ডি,এফৰ সজাগতা সভাত

খাৰুপেটীয়াত এ,আই,ইউ,ডি,এফৰ সজাগতা সভাত                       আজমলৰ মন্তব্য শ্বেখ আব্দুল্লাহ খাৰুপেটীয়া, কংগ্রেছ নেতৃত্বাধীন কংগ্রেছ চৰকাৰে ব্লেক মেইলিঙৰে পৰিকল্পিত ভাৱে সংখ্যালঘু সকলক ”ডি” ভোটাৰ সংখ্যা বৃদ্ধি কৰি পনবন্ধীৰ জৰিয়তে ভোট বেংকৰ ৰাজনীতি কৰিছে ,’.ডি”ভোটাৰৰ জন্মদাতা প্রফুল্ল কুমাৰ মহন্ত  ডিটেনশ্বন কেম্পৰ জন্মদাতা তৰুন গগৈ | ১৯৭১চনৰ ২৫মাৰ্চৰ পুৰ্বে বৈধ নথি পত্রৰে এন,আৰ,চিৰ প্র-পত্র পুৰন কৰা লোকক এন,আৰ,চিত নাম অন্তৰ্ভুক্ত হবই লাগি ৭১ৰ পিছত অহা লোকৰ নাম এন,আৰ,চিত সোমাব নোৱাৰিব.বিদেশীৰ হৈ উকালতি নকৰো এ,আই,ইউ,ডি,এফৰ সভাপতি বদৰুদ্দিন আজমল | উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত অসমত এন,আৰ,চিৰ প্রক্রিয়া…

Read More...

 অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শাখা সমিতি গঠন

                 নুমলীগড়ত    অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শাখা সমিতি গঠন যোৱা ৫ আগষ্টত গঠন হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔগুৰি লেটেকু চাপৰিৰ শাখা সমিতি। সভা খনত উপস্থিত থাকে গোলাঘাট।জিলাৰ সমিতিৰ বিষয়ববিয়া সকল । নৱনিযুক্ত সভাপতি দায়িত্ব বিনোদ কাৰকি আৰু সম্পাদকৰ দায়িত্ব লয় ম:ইমান উদ্দিনে। সমিতি খন গঠনৰ পিছত প্ৰতিশ্ৰুতি লয় যে সদায় ৰাইজৰ হৈ কাম কৰি যোৱা ।

Read More...