জামুগুৰিহাটত যুৱতীৰ আত্মহত্যা  ম’বাইলত আহিছিল হত্যাৰ ভয় -ভাবুকী 

  জামুগুৰিহাটত যুৱতীৰ আত্মহত্যা ম’বাইলত আহিছিল হত্যাৰ ভয় -ভাবুকী  মৃন্ময় শইকীয়াৰ ফেচবুক তথা ম’বাইলত অহা ভয় – ভাবুকিৰ বাবেই এতিয়া জামুগুৰটহাটৰ এগৰাকী যুৱতীয়ে আত্মহত্যাৰ দৰে পথ বাছি লোৱা অভিযোগ উথাপন হৈছে ৷ জামুগুৰিহাটৰ নেৱাৰবস্তী গাৱৰ পিংকী দেৱী নামৰ এগৰাকী যুৱতীয়ে যোৱা ৪ আগষ্টত নিশা ৮ মান বজাত ঘৰৰ ওচৰৰ এডাল গছত চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ১৮ বছৰীয়া যুৱতী গৰাকীয়ে কিয় এই পথ বাছি লয় তাকে লৈ অভিযান অব্যাহত ৰাখিছে প্ৰশাসন বিভাগে , আৰু অভিযান চলাই থকা অৱস্থাতে পৰিয়ালৰ লোকৰ আচল তথ্য গমপোৱা যায়…

Read More

  আজি বিশ্ব খিলঞ্জীয়া লোকৰ আন্তৰ্জাতিক দিৱস

  এই দিৱস উপলক্ষে খিলঞ্জীয়া মঞ্চ অসমৰ উদ্যোগত মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক বৰ্ণাঢ্য কাৰ্যসূচী। অনুষ্ঠানৰ আৰম্ভণিতে ৰাজপথত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰা প্ৰদৰ্শন কৰা হয় এই শোভাযাত্ৰা যাত্ৰাত। খিলঞ্জীয়া প্ৰভুত্ব ৰক্ষা আৰু সমাজত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ বাবে সংগঠনটো এই কাৰ্যসূচী। ইফালে এই অনুষ্ঠানত অতিথি হিচাপে নেইনগলো ক্ৰমী, ড০ নংথবাম জিতেন, ড০ উপেন ৰাভা হাকাচাম, ড০ মাৰকো মিত্ৰিকে প্ৰমূখ্যে কৰি বহুটো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Read More

ফ’ৰ্থ ইণ্টাৰনেচনেল অপেন চেম্পিয়নশ্চিপত লক্ষীমপুৰৰ সাফল্য

  ফ’ৰ্থ ইণ্টাৰনেচনেল অপেন চেম্পিয়নশ্চিপত লক্ষীমপুৰৰ সাফল্য ডিজিটেল ডেক্স,লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া কলকাতাৰ নেতাজী ইন্দৰ ষ্টেডিয়ামত ২৮-২৯ জুলাইত অনুষ্ঠিত হোৱা ফ’ৰ্থ ইণ্টাৰনেচনেল অপেন চেম্পিয়নশ্চিপত ভাৰতবৰ্ষৰ হৈ অসমৰ লক্ষীমপুৰ জিলাৰ পৰা যোৱা ৯ জন প্ৰতিযোগিৰ মাজৰ পৰা ৩ জনে বাংলাদেশ,নেপাল,মালয়েচিয়া,শ্ৰীলংকা আৰু ইৰানকে ধৰি ৫ খন ৰাষ্টৰ খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ দেশৰ লগতে লক্ষীমপুৰ জিলাৰ বগিনদীলৈ এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয় । অসমৰ অনগ্ৰহৰ হিচাপে পৰিচিত লক্ষীমপুৰ জিলাৰ বগিনদী অঞ্চলৰ জগন্নাথ কামান(উচ্চ) ৫৪ কেজি শাখাত ৰূপৰ পদক , জগদীশ পায়েং (নিম্ন)৫৪ কেজি শাখাত আৰু বিতোপন দাসে…

Read More

মাৰ্ঘেৰিটাত জটিল ৰোগত আক্ৰান্ত যুৱক: অসম চৰকাৰলৈ সহায়ৰ প্ৰাৰ্থনা

  মাৰ্ঘেৰিটাত জটিল ৰোগত আক্ৰান্ত যুৱক: অসম চৰকাৰলৈ সহায়ৰ প্ৰাৰ্থনা  বিদ্যুৎ বৰুৱা: কাকপথাৰ,  তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এটি দৰিদ্ৰ পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী । পিতৃ ৰোগাক্ৰান্ত । পুত্ৰ সন্তানে জন্ম লাভ কৰিয়ে হেৰুৱাইছিল এটি কিডনি । এটা সময়ৰ শিশু মিন্টু ফুকন এতিয়া ৩০ বছৰীয়া । কিন্তু বিধিৰ বিড়ম্বনা পিতৃ মাতৃৰ একমাত্ৰ উপাৰ্জনক্ষম পুত্ৰ মিন্টুৰ দ্বিতীয়টো কিডনিও বিকলৰ দিশে আগবাঢ়িছে । প্ৰায় দুবছৰে দৰিদ্ৰ পৰিয়ালটোৱে ঘৰৰ ভেটিটোৰ বাদে অন্য মাটি ভেটি সা- সম্পতি বিক্ৰী কৰি মিন্টুৰ চিকিৎসাৰ ব্যৱস্থা কৰে যদিও একো সুফল নাপালে । বৰ্তমান সময়ত পুত্ৰৰ জীৱন দানৰ বাবে নিজৰ এটি কিডনি…

Read More

দৰং মহাবিদ্যালয়ত কৰ্মৰত দিনেশ বৰা দেৱৰ দেহানুৱসান 

  দৰং মহাবিদ্যালয়ত কৰ্মৰত দিনেশ বৰা দেৱৰ দেহানুৱসান তেজপুৰৰ পৰা মৃন্ময় শইকীয়াৰ বিগত ৩০ বছৰ ধৰি “দৰং মহাবিদ্যালয়” ত কৰ্মৰত শোণিতপুৰ জিলাৰ দিনেশ বৰা দেৱ যোৱা কিছু ধৰি শাৰীৰিক ভাৱে অসুস্থ হৈ আছিল ৷ যোৱাকালি তেওৰ মৃত্যুয়ে জিলা খনলৈ শোকৰ বন্যা কঢ়িয়াই আনিছে ৷ তেখেতৰ মৃত্যুত “দৰং মহাবিদ্যালয়ৰ ” গোটৰ ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি ও জ্ঞাপন কৰিছে ৷ দৰং মহাবিদ্যালয়ৰ প্ৰতি থকা তেখেতৰ আস্থা আৰু কৰ্মস্পৃহা ছাএ ছাএী সকলৰ স্মৃতিৰ আদৰ্শ হৈ ৰব বুলি মত প্ৰকাশ কৰে ছাত্ৰ একতা সভাই তাৰোপৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে লগতে…

Read More

 জামুগুৰিহাটৰ শ্ৰীলংকা টাপুত বন্যহাস্তিৰ মৃতদেহ উদ্ধাৰ 

   জামুগুৰিহাটৰ শ্ৰীলংকা টাপুত বন্যহাস্তিৰ মৃতদেহ উদ্ধাৰ জোন বৰা                                                                                                       জামুগুৰিহাট শোণিতপুৰ জিলাৰ জামুগুৰি অাৰক্ষী চকীৰ অন্তৰ্গত জামুগুৰিহাটৰ শ্ৰীলংকা টাপুত এটি বন্যহস্তীৰ মৃতদেহ উদ্ধাৰক লৈ ৰহস্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোনৰ পৰা খাদ্যৰ সন্ধানত…

Read More

খাৰুপেটীয়াত এন আৰ চিপ সন্দৰ্ভত সজাগতা সভা

খাৰুপেটীয়াত এন আৰ চিপ সন্দৰ্ভত সজাগতা সভা                                                                                           শ্বেখ আব্দুল্লাহ……. দৰং জিলাৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী জিলা প্রশাসনৰ নিৰ্দেশত এন,এছ,কে,২৮আৰু২৯ কেন্দ্রত সৌজন্যত এন,আৰ,চি,দাবী ,আপত্তি আৰু শুধৰনিৰ সম্পৰ্কে ওজাগাওঁ কাৰ্যালয়ৰ প্রাংগনত প্রায় ১৫ শতাধিক লোকৰ উপস্থিতি আজি দিনৰ ২বজাত এল,আৰ,চি,আৰ, তপন কুমাৰৰ সঞ্চালনাত এক সজাগতা সভা অনুষ্ঠিত হয় |সভাখনত…

Read More

হেল্ল’ গুৱাহাটী ভিচিডিৰ সকলোৰে চিনাকি অকে বাবা অকে খ্যাত জুৱেল আহমেদৰ  মৃত্যু হয়

 হেল্ল’ গুৱাহাটী ভিচিডিৰ সকলোৰে চিনাকি অকে বাবা                                         অকে খ্যাত                             জুৱেল আহমেদৰ  মৃত্যু হয়   হাইদৰ আলী গুৱাহাটী  জালুকবাৰীৰ এজন সাংস্কৃতিকবান ব্যক্তি আছিল তেখেত। তেখেতৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সাংস্কৃতিক জগতৰ লগতে সমগ্ৰ জালুকবাৰী অঞ্চলত। জানিব পৰা মতে নিশা প্ৰায় ১মান বজাত আঠগাঁৱত এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় অভিনেতা তথা কৰিঅ’গ্ৰাফাৰ জুৱেল আহমেদ। দুৰ্ঘটনাতপতিত হোৱাৰ…

Read More

পখিলাৰ ব্যৱস্থাপনাত বিনামূলীয়া চিকিৎসা শিবিৰ

পখিলাৰ ব্যৱস্থাপনাত বিনামূলীয়া চিকিৎসা শিবিৰ জাগীৰোডত পখিলা আত্ম সহায়ক গোটৰ ব্যৱস্থাপনাত GNRC medireach ৰ সহযোগত জাগীৰোড গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ৰ প্ৰাংগণত আজি এক বিনামূলীয়া চিকিৎসাৰ শিবিৰ আয়োজন কৰে । ধিৰেন চন্দ্ৰ বৰ্মন তত্বাৱধানত GNRC ৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা এই শিবিৰত চিকিৎসা প্ৰদান কৰাৰ লগতে এই চিকিৎসা শিবিৰত তেজৰ পৰীক্ষা আৰু হৃদযন্ত্ৰৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হয় । চকু আৰু দাঁতৰ চিকিৎসাৰ বাদে সকলো ধৰণৰ ৰোগৰ চিকিৎসা এই শিবিৰত কৰা হয় । এই চিকিৎসা শিবিৰত GNRC medireachৰ চিকিৎসক ডাক্তৰ উদয় বৰা , ডাক্তৰ শৰৎ শইকীয়া আৰু ডাক্তৰ পঙ্কজ বৈশ্য দ্বাৰা চিকিৎসা প্ৰদান কৰা…

Read More

নাম্বাৰপাৰা – বাংলাপাৰা সংযোগী মথাউৰি বিচ্ছিন্নঃ কূম্ভকৰ্ণ নিদ্ৰাত স্থানীয় বিধায়ক আব্দুল হাই নাগৰি,

নাম্বাৰপাৰা – বাংলাপাৰা সংযোগী মথাউৰি বিচ্ছিন্নঃ কূম্ভকৰ্ণ নিদ্ৰাত স্থানীয় বিধায়ক আব্দুল হাই নাগৰি,   কোকিলাৰ পৰা ইয়াছিন আলী    সাংসদ চিৰাজ উদ্দিন আজমলঃ জনপ্ৰতিনিধি, প্ৰশাসনৰ ওপৰত ক্ষুব্ধ, স্থানীয় জনসাধাৰণঃ মূখ্যমন্ত্ৰীৰ নিৰ্দেশে ঢুকি নাপালে নাম্বাৰপাৰা – বাংলাপাৰা গাওঁ ।বাৰিষাৰ পূৰ্বে সকলো মথাউৰি মেৰামতি, পুণৰ নিৰ্মান কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল ৰাজ্যৰ মূখ্যমন্ত্ৰীয়ে । কিন্তু মূখ্যমন্ত্ৰীৰ নিৰ্দেশ ধোৱা চাঙত উঠিছে নাম্বাৰপাৰাত-বাংলাপাৰাত । বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কোকিলাৰ নিকটৱৰ্তী নাম্বাৰপাৰা ৩য় খণ্ড – বাংলাপাৰা সংযোগী মথাউৰিটো সম্পূৰ্ণকৈ মানাহ নদীৰ খহনীয়াত বিলিন হৈ যায় ফলত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে…

Read More

নয়াহাটত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ  উদ্যোগত প্ৰতিষ্ঠা দিৱস পালন

নয়াহাটত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ                 উদ্যোগত প্ৰতিষ্ঠা দিৱস পালন ধুবুৰী জিলাৰ নয়াহাটত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। উল্লেখ্য যে ১৯৪২ চনত ঌ আগষ্টত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন গঢ়ি তুলিছিল। যাৰ পৰিপ্ৰেক্ষিতত ১৯৪৭ চনত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল। সেই অনুসাৰে প্ৰতি বছৰত ঌ আগষ্ট তাৰিখে কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। আজি সমগ্ৰ দেশৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰতিষ্ঠা দিৱস পালন কৰে। ৰাতি পুৱা ঌ বজাত নয়াহাট ৰাজীৱ ভৱনৰ…

Read More

২০বছৰে বিনা বেতনেৰে শিক্ষকতা কৰিও পদ প্ৰাদেশীকিকৰণ নহ’ল  শিক্ষকৰ

  ২০বছৰে বিনা বেতনেৰে শিক্ষকতা কৰিও পদ প্ৰাদেশীকিকৰণ নহ’ল                                                          শিক্ষকৰ      মৰাণৰ পৰা কুশল ভূঞা ১১৫নং মৰান‌ সমষ্টিৰ অতি ভিতৰুৱা ডিমৌ কিনাৰ বঙালী গাঁওৰ এজন নিষ্ঠাবান শিক্ষকৰ অতি কৰুণ কাহিনী পোহৰলৈ আহিছে। ডিব্ৰুগড় জিলা খোৱাং শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুৱাছিগা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক শ্ৰী খগেন ভূঞাই প্ৰায় ২০বছৰ ধৰি বিনাবেতনে উপৰোক্ত বিদ্যালয় খনত শিক্ষকতা কৰি আহিছে। বিদ্যালয় আৰু…

Read More

দলগাৱঁত ১৫ নং ৰাষ্ট্রীয় ঘাইপথত  নিশা ভয়া দুৰ্ঘটনাত থিতাতে নিহত ১

  দলগাৱঁত ১৫ নং ৰাষ্ট্রীয় ঘাইপথত  নিশা ভয়া দুৰ্ঘটনাত                                 থিতাতে নিহত ১   শ্বেখ আব্দুল্লাহ. গুৰুতৰ ভাৱে আহত ১ খাৰুপেটীয়া ৮ আগষ্টঃদৰং জিলাৰ দলগাৱঁৰ নিজ১৫ নং ৰাষ্ট্রীয় ঘাই পথ পুৱতি নিশাই এক পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত নিহত এজন লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰ ভাবে আহত হয় এজন লোক || ঘটনাৰ সন্দৰ্ভত জানিব পৰামতে দলগাৱঁত১৫ নং ৰাষ্ট্রীয় ঘাই পথৰ কাষতেই পুৰ্বৰে আৰ,জি,৫২ জিএ৭৩৬৫ নম্বৰৰ ট্রাক গাডীখনত পিছফালৰ পৰা গৈ ডব্লিউ,বি,২৩চি১৩০১ নম্বৰৰ ট্রাকে খুন্দিওৱাৰ ফলত…

Read More

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ গুৰু প্ৰণাম                                                অনুষ্ঠানত             প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত  গুৰুৰ আশীৰ্বাদ ছাত্ৰ-ছাত্ৰীৰ বাবে অপৰিহাৰ্য

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ গুৰু প্ৰণাম                                                অনুষ্ঠানত             প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত  গুৰুৰ আশীৰ্বাদ ছাত্ৰ-ছাত্ৰীৰ বাবে অপৰিহাৰ্য    অপূৰ্ব হাজৰিকা ”পৃথিৱীত দুটা শব্দ অতি শক্তিশালী। এই শব্দ দুটা হৈছে- প্ৰাৰ্থনা আৰু আশীৰ্বাদ। এই দুটাতকৈ শক্তিশালী আৰু একো নাই। যিটো শক্তিৰ বাবে এট’ম বোমা তৈয়াৰ কৰা মানুহজনো থমকি ৰ’বলগীয়া হৈছিল। ন’বেল প্ৰাইজ প্ৰবৰ্তনৰ বাবে তেওঁ থমকি ৰ’বলগীয়া হৈছিল।”–এই মন্তব্য ৭৫ বছৰ গৰকা…

Read More