হৰি নামৰ ধ্বনিৰে সম্পন্ন হ’ল গৌৰিনাথ শিৱ মণ্ডিৰৰ ৰুদ্ৰ যজ্ঞৰ জলাৰোহন

  হৰি নামৰ ধ্বনিৰে সম্পন্ন হ’ল গৌৰিনাথ শিৱ মণ্ডিৰৰ ৰুদ্ৰ যজ্ঞৰ জলাৰোহন :খোল তাৰল শব্দৰে মুখৰিত বটদ্ৰবা থানৰ গঙাপাৰ নগাঁও নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত সোণাইপাৰৰ গৌৰিনাথ শিৱমণ্ডিৰত ১০ অাগষ্টৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য ধাৰ্মিক কাৰ্য্যসূচীৰে শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ অাৰম্ভ হৈছে। শনিবাৰে পুৱা কাৰ্য্যসুচীৰ পিছতেই শতাধিক মহিলাৰ দ্বাৰা জলাৰোহন কাৰ্যসুচী সম্পন্ন হয়। নাম প্ৰসংগ ৰ মাজেৰে জলাৰোহনৰ ভক্তপ্ৰান ৰাইজসকল বটদ্ৰবা থানৰ গঙালৈ গৈ পানী অানি মণ্ডিৰৰ শিৱ লিংগত অৰ্পন কৰে তাৰ পিছতেই যজ্ঞ অনুষ্ঠিত হয়। এই শাওনীয়া শিৱপূজা অাৰু মহা ৰূদ্ৰ যজ্ঞত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভক্তৰ অাগমন ঘটে। উৎযাপন সমিতিয়ে…

Read More...

জোনাইত খাদ্যত বিষক্ৰিয়া  ৩০ ৰো অধিক লোক আক্ৰান্ত

  জোনাইত খাদ্যত বিষক্ৰিয়া  ৩০ ৰো অধিক লোক আক্ৰান্ত ধেমাজি ধেমাজি জিলাৰ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰ গাঁৱত খাদ্যত বিষক্ৰিয়া ঘটি গাঁৱখনৰ ৩০  গৰাকীৰো অধিক লোক চিকিৎসালয়ত ভৰ্তি হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি জোনাই উদয়পুৰ গাঁৱৰ এঘৰত অন্নপ্ৰসন্ন খাই হঠাৎ অসুস্থ হৈ পৰে। স্থানীয় লোকৰ তৎপৰতাত ততালিকে ত্ৰিশখন বিছনাযুক্ত জোনাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসকে আটাইকেইজন লোকৰে চিকিৎসা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে। ইফালে অন্নপ্ৰসন্নত ব্যৱহৃত ব্ৰয়লাৰ মাংসৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি একাংশ স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে। ছালানী মাছৰ বিৰুদ্ধে বিশেষ তৎপৰতা…

Read More...

খাৰুপেটীয়াত এন,আৰ,চিৰ আমছুৰ সজাগতাকোনো বিদেশীৰ নাম এন,আৰ,চিৰ,অন্তৰ্ভুক্ত হ’ব নোৱাৰিব

  খাৰুপেটীয়াত এন,আৰ,চিৰ আমছুৰ সজাগতা কোনো বিদেশীৰ নাম এন,আৰ,চিৰ,অন্তৰ্ভুক্ত হ’ব নোৱাৰিব অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এখন বিদেশী মুক্ত শুদ্ধ এন,আৰ,চি,প্রস্তুত কৰিব লাগিব এন,আৰ,চিৰ নামত.প্রকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্থি কৰিলে সহ্য কৰা নহ’ব আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ বিজেপিৰ বিধায়ক শিলাদিত্য বাংলাদেশী |শিলাদিত্যৰ শিক্ষাগত অৰ্হতাৰ তদন্ত কৰক মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ সাধাৰন সম্পাদক মহম্মদ আলী খলিফা                                                                 …

Read More...

লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ত ডিজিটেল লাইব্ৰেৰৰী উন্মোচন

  লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ত ডিজিটেল লাইব্ৰেৰৰী উন্মোচন লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মুদীয়ে আৰম্ভ কৰা ডিজিটেল ইন্দিয়া আচনিখন ভাৰতবৰ্ষৰ লগতে অসমৰ জনসাধাৰনে গ্ৰহণ কৰি বিজ্ঞানৰ সৈতে খুজত খুজ মিলাবৰ চেষ্টা কৰাৰ সময়তে লক্ষীমপুৰ জিলাৰ মহাবিদ্যালয়সমুহৰ ভিতৰৰ এখন অন্যতম মহাবিদ্যালয় লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়তো ডিজিটেল ইন্দীয়া আচনিৰ জৰিয়তে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক চিনাকী কৰি দিয়াৰ প্ৰয়াষেৰে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰতি ডিজিটেল কৰি আজি ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ বাবে মুকলি কৰে ১৪ নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু তেওক সহযোগ কৰে ১১১ নং লক্ষীমপুৰ বিধানসভাৰ বিধায়ক উৎপল দত্ত দেৱে । বিশেষভাৱে মাননীয়…

Read More...

আজি নিশা কটাব পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ আমোলা, বিষয়া-কৰ্মচাৰীসকলে

  নিজ নিজ-কোঠা এৰি প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীন)ৰ হিতাধিকাৰীৰ ঘৰত আজি নিশা কটাব পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ                                       আমোলা, বিষয়া-কৰ্মচাৰীসকলে সমগ্ৰ অসমত আজি ঘৰে ঘৰে জৰিপৰ অংশ হিচাপে প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীন)ৰ হিতাধিকাৰীৰ ঘৰত নিশা কটাব কোকৰাঝাৰ জিলা মূখ্য কাৰ্যবাহী বিষয়া প্ৰকল্প সঞ্চালক হাতীধূৰা,কচুগাঁৱ খণ্ড উন্নয়ণ বিষয়াৰ লগতে বিভাগীয় আন আন বিষয়া কৰ্মচাৰীসকলে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ অধীনত কাম সম্পূৰ্ণ হোৱা হিতাধিকাৰীসকলৰ ঘৰত নিশাৰ আলহি হৈ হিতাধিকাৰীজনৰ লগত মত-বিনিময় কৰিব বিষয়া-কৰ্মচাৰী…

Read More...

বিলাসীপাৰাত ভোটাৰ পাটীৰ কৰ্মী সভা

  বিলাসীপাৰাত ভোটাৰ পাটীৰ কৰ্মী সভা বিলাসীপাৰা ৰ পৰা জহিৰুল ইছলাম ধুবুৰী জিলাৰ বিলাসীপাৰা আম্বেদকৰ ভৱনত আন্তৰ্জাতিক ভোটাৰ পাটীৰ কৰ্মী সভা অনুষ্ঠিত হয়। উক্ত কৰ্মী সভাত অসম ৰাজ্যিক আন্তৰ্জাতিক ভোটাৰ পাটীৰ সভাপতি ললিত পেগু উপস্থিত থাকি আন্তৰ্জাতিক ভোটাৰ পাটী সম্পৰ্কে বিস্তাৰিত ভাবে ভাষণ প্ৰদান কৰে। তেওঁ ভাষণ প্ৰসংগত আৰু কয় যে ভাৰতৰ জনমুৰি আয় হিচাপে প্ৰতিজন ভোটাৰে প্ৰতি মাহত ১২ হাজাৰ টকা। তাৰ আধা ৬ হাজাৰ টকা প্ৰতি গৰাকী ভোটাৰে পাব। কিন্তু ভাৰতবৰ্ষৰ কংগ্ৰেছ, বিজেপি দলে এই সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে বুলি সভায় উপস্থিত থকা কৰ্মী তথা ৰাইজক অৱগত…

Read More...

অবিভক্ত শিৱসাগৰ জিলাৰ সোণাৰিৰ টিয়ক চাহ বাগিচাত অন্ধবিশ্বাস  সজাগতা সভাৰ আয়োজন

  অবিভক্ত শিৱসাগৰ জিলাৰ সোণাৰিৰ টিয়ক চাহ বাগিচাত অন্ধবিশ্বাস                                          সজাগতা সভাৰ আয়োজন অসম খবৰ, উজনি অসম “সহযোগ অসম” স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত তথা চৰাইদেউ জিলা আৰু আৰক্ষী প্ৰশাসন আৰু টিয়ক চাহ বাগিচাৰ সহযোগত আজি বাগিছাখনৰ প্ৰাংগণৰ ৯ নং চেক্টৰত অন্ধ বিশ্বাস আৰু কোসংস্কাৰৰ বিৰুদ্ধে বাগিচা খনৰ শ্ৰমিক সকলৰ মাজত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়।উল্লেখ যে চৰাইদেউ জিলাৰ শ্ৰমিক বসতি প্ৰধান বাগিছা তথা অঞ্চল সমূহত অন্ধবিশ্বাস আৰু কোসংস্কাৰৰ বাবে বহুতো সৰু…

Read More...

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ পঞ্চমদিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰী  সমাৰোহত ড:হিমন্ত বিশ্ব শৰ্মা

  নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ পঞ্চমদিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰী                                      সমাৰোহত ড:হিমন্ত বিশ্ব শৰ্মা জ্ঞানৰ চৰ্চা জ্ঞানৰ অন্বেষণে নিৰ্ণয় কৰে যি দেশৰ শিক্ষা ব্যৱস্থা উন্নত সেই দেশেই পৰাক্ৰমী-শৰ্মা মহাৰজত জয়ন্তী উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা   প্ৰাচীন ভাৰতবৰ্ষ বিশ্বৰ গুৰু আছিল। ইয়াৰ মূলতেই আছিল তক্ষশীলা আৰু নালন্দা বিশ্ববিদ্যালয়। এই দুখন বিশ্ববিদ্যালয়ে শিক্ষাৰ গুৰি ধৰাৰ বাবেই ভাৰতবৰ্ষই বিশ্বত প্ৰভাৱশালী দেশ হিচাপে গুৰুত্ব লাভ কৰিছিল। কিন্তু পিছত তক্ষশীলা আৰু নালন্দা বিশ্ব বিদ্যালয় লুপ্ত হয়। পশ্চিমৰ…

Read More...

Sinaki Sinaki Mukh ( Cover ) || Mitraranjan & Gauranga || CANVAS MUSIC PRODUCTION & BAND ||

Read More...

জেট এয়াৰৱেজৰ বৈমানিকৰ দায়িত্বত অসম কন্যা

জেট এয়াৰৱেজৰ বৈমানিকৰ দায়িত্বত অসম কন্যা অভিষ্কা কাশ্যপ এগৰাকী অসমীয়া যুৱতী । বয়স ২৪ বছৰ, নাম অভিষ্কা কাশ্যপ । মহানগৰীৰ বেলতলাৰ যুৱতী অভিষ্কা এতিয়া এগৰাকী বৈমানিক । গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা অভিষ্কাই ২০১৫ বর্ষত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দৌলতৰাম মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে । স্বামীৰ অনুপ্ৰেৰণাত নিজকে এগৰাকী বৈমানিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উৰা মাৰিছিল সাত-সাগৰ তেৰ নদী সিপাৰৰ দেশ আমেৰিকালৈ আৰু ফ্লৰিডাত থকা বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰত বিমান চালকৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । আৰু তাতে প্ৰায় ১০ মাহ প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰি অভিষ্কা এতিয়া…

Read More...