শিৱসাগৰত বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশন

শিৱসাগৰত বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশন ঃ চৰকাৰী প্ৰতাৰণাৰ প্ৰতিবাদ  ঃ ৬ বছৰৰ বেতন মুকলি কৰি চাকৰি নিয়মীয়া কৰাৰ দাবী ঃ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ শুভবুদ্ধি উদয় হোৱাৰ কামনা কৰি  শিৱদৌলত  বন্তি প্ৰজ্বলন-  গীতা পাঠ

Read More...

“অসম চুক্তিৰ ৩৩ বৰ্ষৰ উপলক্ষে বন্তি প্ৰজ্বলন”

“অসম চুক্তিৰ ৩৩ বৰ্ষৰ উপলক্ষে বন্তি প্ৰজ্বলন” তিনিচুকীয়াৰ পৰা, ৰাণাদ্বীপ দুৱৰা ঃ ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে সংযুক্ত ভাৰত আৰু অসম চৰকাৰৰ প্ৰতিনিধি আৰু সদৌ অসম ছাত্ৰ সন্থা, গণ সংগ্ৰাম পৰিষদৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। যিখনক অসম চুক্তি বুলি অভিহিত কৰা হয়। এই অসম চুক্তিৰ বিভিন্ন দফাসমূহ বাস্তৱ অৰ্থত প্ৰয়োগৰ হকে এটি নতুন বিভাগৰ সূচনা হয় ১৯৮৬ চনত “অসম চুক্তি ৰূপায়ণ বিভাগ” নামেৰে। আৰু এই অসম চুক্তিৰ আজি ৩৩ বৰ্ষত ভৰি দিলে সেইমৰ্মে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি তিনিচুকীয়াত সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অসম চুক্তি ৰূপায়নৰ ৩৩ বৰ্ষপুতি পালন কৰে।

Read More...

জনগোষ্ঠীয় ঐক্য মঞ্চৰ কলা দিৱস  

জনগোষ্ঠীয় ঐক্য মঞ্চৰ কলা দিৱস   তিনিচুকীয়াৰ পৰা ৰাণাদ্বীপ দুৱৰা         অসমৰ ছয় জনগোষ্ঠী মৰাণ, মটক, তাই আহোম, কোচ-ৰাজবংশী, চুতীয়া আৰু চাহ জনজাতিক জনজাতিকৰন প্ৰদানৰ দাবীত দীৰ্ঘদিনীয়া প্ৰতিবাদ কৰি অহাৰ পাছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনগোষ্ঠী কেইটাৰ প্ৰতি মাহীআহি দৃষ্টিৰে চাই আছে। নিৰ্বাচনৰ আগমূহুত্তত প্ৰতিবাৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি অহা চৰকাৰ খনৰ প্ৰতি জাঙুৰ খাই উঠিছে জনগোষ্ঠী কেইটা।  দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত  জনগোষ্ঠীয় ঐক্য মঞ্চই পালন কৰিব ক’লা দিৱস। অহা ১৫ আগষ্টত পুৱাৰে পৰা আটাইকেকটা জনগোষ্ঠীয় প্ৰতিনিধিয়ে তিনিচুকীয়া থানা চাৰিআলিত ক’লা দিৱস পালন কৰাৰ কথা ঘোষণা…

Read More...

যোৰহাট আভিযান্ত্ৰীক মহাবিদ্যলয়ত “মইণ্ড পাৱাৰ কৰ্মশালা”

যোৰহাট আভিযান্ত্ৰীক মহাবিদ্যলয়ত “মইণ্ড পাৱাৰ কৰ্মশালা”   যোৰহাট অভিযন্তা মহাবিদ্যালয় পৰা ৰাণাদ্বীপ দুৱৰা     জীৱনত সাফল্য লাভ কৰিবলৈ হ’লে সকলো দিশতে ইতিবাচক দৃষ্টিভংগীৰে চোৱা দৰকাৰ । মানুহৰ মনটোৱেই হৈছে জীৱনৰ মুল চালিকাশক্তি। এই চালিকাশক্তিক যদি যোগাত্মক দৃষ্টিভংগীৰে পৰিচালনা কৰিব পৰা যায় তেন্তে জীৱনত সফলতা আহিবই। যোৰহাট আভিযান্ত্ৰীক মহাবিদ্যালৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হ’য় “মানসিক শক্তি উৎকৰ্শ সাধন” ( Mind Power) এক কৰ্মশালা। “Mind Power & Motivational Speaker” শ্ৰীযুত ৰূপান্তৰ চাউৰকৰ দ্বাৰা পৰিচালিত উক্ত কৰ্মশালাত মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। উক্ত কৰ্মশালাত প্ৰশিক্ষক গৰাকীয়ে মানসিক শক্তি বিকাশ, সাফল্য লাভৰ…

Read More...

নগাঁৱত পুনৰ এক জঘন্য ঘটনা  নগাঁৱৰ জুৰীয়া শিঙাৰীত জীৱন্তে জ্বলালে এগৰাকী যুৱতীক 

নগাঁৱত পুনৰ এক জঘন্য ঘটনা    নগাঁৱৰ জুৰীয়া শিঙাৰীত জীৱন্তে জ্বলালে এগৰাকী যুৱতীক          নগাঁও জিলাৰ জুৰীয়া শিঙাৰী ফাকলি গাঁৱত এগৰাকী যুৱতীক জীৱন্তে জ্বলাই দিয়া এক জঘন্য ঘটনাই সমগ্ৰ নগাঁও জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নগাঁও জিলাৰ জুৰীয়া শিঙাৰী ফাকলি গাঁৱৰে আব্দুল হাই, হবিবুৰ, ফকৰুল, ছফিকুল নামৰ চাৰিজন লোকে লাইলিনা বেগম নামৰ এগৰাকী যুৱতীক জীৱন্তে  জ্বলাই দিয়ে। আব্দুল হাইৰ পুত্ৰ হবিবুৰৰ স’তে যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল। আনহাতে, বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিন ধৰি হবিবুৰে ৰেড ক’ৰ্চৰ নাৰ্চ  হিচাপে প্ৰশিক্ষিত যুৱতীগৰাকীক যৌন নিৰ্যাতন কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।…

Read More...

খাৰুপেটীয়াত এন,আৰ,চিৰ সহায়ক কেন্দ্র উদ্ধোধন 

খাৰুপেটীয়াত এন,আৰ,চিৰ সহায়ক কেন্দ্র উদ্ধোধন  খাৰুপেটীয়া ১৪ আগষ্টঃদৰং জিলাৰ দলগাওঁ ৰাজহ চক্রৰ অধীনত ১৫ নং ৰাষ্ট্রীয় ঘাই পথৰ কাষতেই অৱস্থিত বালু গাওঁ বজাৰত দৰং জিলা জমিয়ত উলামা হিন্দ (আনফৰ)গাটৰ উদ্দোগত দৰং আমছুৰ সহযোগত  আজি দিনৰ প্রায় ৩ বজাত এন,আৰ,চিৰ সন্দৰ্ভত ৰাইজক সহায় কৰাৰ উদ্দেশ্যৰে এন,আৰ,চিৰ,সহায়ক কেন্দ্র উদ্ভোধনৰ উপলক্ষে দৰং আমছুৰ সাংগঠনিক সম্পাদক আবুল কালাম আজাদৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত হয় | উক্ত সভাত আমছুৰ কেন্দ্রীয় সমিতিৰ সাধাৰন সম্পাদক আব্দুৰ ৰহমান বিশ্বাস,অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ উপদেষ্ঠা নাজিৰ হুছেইন সৰকাৰ,জিলা জমিয়ত উলামা ঈ হিন্দৰ সভাপতি মৌলানা আব্দুল মজিদ,জিলা আমছুৰ সভাপতি আলেপ উদ্দিন…

Read More...

“অসম চুক্তিৰ ৩৩ বৰ্ষৰ উপলক্ষে বন্তি প্ৰজ্বলন”

“অসম চুক্তিৰ ৩৩ বৰ্ষৰ উপলক্ষে বন্তি প্ৰজ্বলন”   তিনিচুকীয়াৰ পৰা ৰাণাদ্বীপ দুৱৰা ঃ    ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে সংযুক্ত ভাৰত আৰু অসম চৰকাৰৰ প্ৰতিনিধি আৰু সদৌ অসম ছাত্ৰ সন্থা, গণ সংগ্ৰাম পৰিষদৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। যিখনক অসম চুক্তি বুলি অভিহিত কৰা হয়। এই অসম চুক্তিৰ বিভিন্ন দফাসমূহ বাস্তৱ অৰ্থত প্ৰয়োগৰ হকে এটি নতুন বিভাগৰ সূচনা হয় ১৯৮৬ চনত “অসম চুক্তি ৰূপায়ণ বিভাগ” নামেৰে। আৰু এই অসম চুক্তিৰ আজি ৩৩ বৰ্ষত ভৰি দিলে সেইমৰ্মে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি তিনিচুকীয়াত সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অসম চুক্তি ৰূপায়নৰ ৩৩…

Read More...

“ৰেগিং এক সামাজিক ব্যধি ” পৰিবেশিত হল এই বাটৰ নাটক দৰং মহাবিদ্যালয়ত ৷

“ৰেগিং এক সামাজিক ব্যধি ” পৰিবেশিত হল এই বাটৰ নাটক দৰং মহাবিদ্যালয়ত ৷ অসম খৱৰ , তেজপুৰৰ পৰা মৃন্ময় শইকীয়া , ১৪ আগষ্ট : ৰেগিং ৰ বিৰুদ্ধে দৰং মহাবিদ্যালয়ৰ ছাএ-ছাএীৰ লগতে ছাত্ৰ একতা সভাই এক সুন্দৰ পদক্ষেপ লৈছে , যাৰ ফলত ৰেগিং মুক্ত দৰং মহাবিদ্যালয় ৷ যোৱা কালি ছাত্ৰ একতা সভা আৰু গোট ছাত্ৰ সন্থাৰ সহযোগত দৰং মহাবিদ্যালয়ত ৰেগিঙৰ বিৰুদ্ধে এক শোভাযাত্ৰা আয়োজন কৰাৰ লগতে অংকুৰ প্ৰতিমৰ ৰচনা আৰু ৰুপম নাথৰ পৰিচালনাৰে এখনি বাটৰ নাটক ” ৰেগিং এক সামাজিক ব্যধি ” অনুষ্ঠিত কৰা হয় ৷ বৰ্তমান সময় এই ৰেগিং শব্দটোৱে যেন…

Read More...

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ । পথ প্ৰত্যক্ষ কৰি ঠিকাদাৰ, বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল যুৱ ছাত্ৰ

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ । পথ প্ৰত্যক্ষ কৰি ঠিকাদাৰ, বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল যুৱ ছাত্ৰ ___________________________   পৰানজ্যোতি বৰা, মাজুলী,১৪,আগষ্ট:   কাম সম্পূৰ্ণ নহওতেই মাজুলীত বহি গল পেভাৰ ব্লকেৰে নিৰ্মাণ কৰা কোটিটকীয়া পথ।মুখ্যমন্ত্ৰী সমষ্টিৰ নদী দ্বীপ মাজুলীৰ পথ নিৰ্মাণৰ নামত অনিয়ম সংঘটিত হৈছে।বিভাগীয় বিষয়া ঠিকাদাৰে মিলি নিম্ন মানদণ্ডৰ কামেৰে কোটি কোটি টকাৰ আত্মসাৎ কৰাৰ ফন্দি পতাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।প্ৰায় ২৮ কোটি টকাৰে নিৰ্মীয়মান ‘মাজুলী পথ’ৰ কমলাবাৰী ৰ পৰা আউনীআটীলৈ পেভাৰ ব্লকৰে নিৰ্মাণ কৰা পথটো সম্পূৰ্ণ ৰূপে পেভাৰ ব্লক সংস্থাপন কৰাৰ পাছত পথটোৰ অধিকাংশতেই…

Read More...

এন ই ফ’কাচ ডট কমৰ দ্বিতীয় বৰ্ষপুৰ্তি সফল সামৰণি

এন ই ফ’কাচ ডট কমৰ দ্বিতীয় বৰ্ষপুৰ্তি     সফল সামৰণি ইতিবাচক খবৰে সমৃদ্ধ অসমৰ অন্যতম নিউজ প’ৰ্টেল এন ই ফ’কাচ ডট কম য়ে অহা ১৫ আগষ্টত দুবছৰ অতিক্ৰম কৰি তৃতীয় বৰ্ষত ভৰি দিব। বৰ্ষপুৰ্তিৰ লগত সংগতি ৰাখি সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক অনুষ্ঠান আয়োজন কৰে প্ৰতিষ্ঠাটোয়ে । বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা অনুষ্ঠানটো আত দৰে সমাজ সেৱক ৰত্ন দাসে উদ্দেশ্য ব্যাখ্যা কৰে এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই। উদ্দেশ্য ব্যাখ্যা কৰি সংগীতা শইকীয়াই কয় যে, ইতিবাচক খবৰ সমাজত যোগান ধৰি সুস্থ জনমত গঠন কৰা উদ্দেশ্য প’ৰ্টেলটো আৰম্ভ কৰা…

Read More...

New shopping Mall to be opened at Sivsagar Town on 17th August

New shopping Mall to be opened at Sivsagar Town on                              17 th August Staff Reporter Srimanta das        ASOM KHOBOR After wining hearts and success across India, Style Baazar has opened showrooms across different districts in Assam. This multi showroom brand has entered Assam with an aim to win hearts. With a network of more than 45 showrooms, Style baazar has recently opened their new showroom at Tezpur City. This showroom has been able to…

Read More...

জে’ললৈ  প্ৰেৰণ ধৃত পাকিস্থান প্ৰেমী জেহিৰুল ইছলামক

  জে’ললৈ  প্ৰেৰণ ধৃত পাকিস্থান প্ৰেমী জেহিৰুল ইছলামক                                                       মৰিগাঁও পৰা পুলিন কাকতি Case registation case no: 505(I)(B)/153(A)IPC  আচামী  মঃ জেহিৰুল ইছলাম  বৰ্ত্তমান মৰিগাঁও আৰক্ষীয়ে তদন্ত চলাই আছে।লগতে ধৃত ব্যক্তি জনৰ ফটোত যি সকল লোকে লাইক বা কমেন্ট কৰিছে সেই সকলৰ লগতো আৰক্ষীৱে যোগাযোগ কৰিছে। ইতিমধ্যে আৰক্ষীৰ পৰা জানিব পৰা গৈছে যে ধৃত ব্যক্তি জনে আৰক্ষী ওছৰত নিজা মোবাইলটো   যোৱা ৩ দিনৰ আগতে হেৰুৱা বুলি মিছা…

Read More...

দেশৰ সুৰক্ষা স্বাৰ্থৰ অর্থে নিৰ্মিত প্ৰথমটো মহিলা “SWAT” দল

নিউজ ডেস্ক@ নিউ দিল্লী:- দেশৰ ৰাজধানী দিল্লীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দিল্লী আৰক্ষীৰ অধীনত দেশৰ প্ৰথমটো SWAT (Special Weaponds And Tactics) নিৰ্মাণ কৰি উলিয়াইছে। এই মহিলা দলটোত ৩৬ গৰাকী মহিলা সদস্যা আছে আৰু লক্ষণীয় দিশটো এইযে প্ৰতিগৰাকী মহিলা উত্তৰ-পূৰ্বাঞ্চলৰ। তেওঁলোকৰ কান্ধত দেশৰ ৰাজধানী দিল্লীৰ সুৰক্ষাৰ দায়িত্ব আছে। এই মহিলা কামাণ্ডসকল NSG আৰু দিল্লী আৰক্ষীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত। একে-৪৭ আৰু এমপি৫ চবমেচিন গানৰ বিশেষও তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। কিন্তু তেওঁলোকৰ বাবে এই কামণ্ড যাত্ৰা ইমান সৰল নাছিল। এই মহিলা কামণ্ডসকলে আজিৰ এই পৰ্য্যায় পাবলৈ ভালেখিনি ত্যাগৰ বিনিময়ত তেওঁলোকৰ…

Read More...

স্বতন্ত্ৰতা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ “ৰাষ্ট্ৰধ্বজ”ক লৈ দেশবাসীলৈ আহ্বান

দেশৰ ৭১ তম স্বাধীনতা দিৱসৰ আগমুহূর্তত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশবাসীলৈ দেশৰ ৰাষ্ট্ৰীয় পতকাখনক লৈ এক আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে দেশবাসীক প্লাষ্টিকৰে নিৰ্মিত “ৰাষ্ট্ৰধ্বজ” ব্যৱহাৰৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহলৈ পৰামৰ্শ জাৰি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে কয় যে, ” ৰাষ্ট্ৰধ্বজা ভাৰতবাসীৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। সেইবাবে ৰাষ্ট্ৰধ্বজাখনে সন্মানজনক স্থান পোৱা দৰকাৰ।” গৃহমন্ত্ৰালয়ে লগতে এইটোও উল্লেখ কৰে যে, মহত্বপূৰ্ণ কাৰ্য্যক্ৰমসমূহত কাগজেৰে নিৰ্মিত তিৰঙ্গা পতকাৰ সলনি প্লাষ্টিকেৰে নিৰ্মিত তিৰঙ্গা পতকাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। নিৰ্দেশনাত উল্লেখ কৰিছে যে, প্লাষ্টিকৰ পতকা কাগজৰ পতকাসমূহৰ দ্বাৰা জৈৱিক ৰূপেৰে অপঘটিত হোৱা…

Read More...