লক্ষীমপুৰৰ বাইপাচত ভয়ংকৰ পথ দুৰ্ঘটনা

  লক্ষীমপুৰৰ বাইপাচত ভয়ংকৰ পথ দুৰ্ঘটনা ডিজিটেল ডেক্স,লক্ষীমপুৰৰ অৰূপ শইকীয়া লক্ষীমপুৰ নগৰত পৰা তিনি কি,মি,দুৰত্বত অৱস্থিত বাইপাচত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা অনুসৰি আজি পুৱা ২,৪৫ বজাত আলঙৰ পৰা ইটানগৰ যাত্ৰা কৰা AR 01B 7300 নম্বৰৰ বাহনখন দুৰ্ঘটনা পতিত হয় ফলত ৬ গৰাকী যাত্ৰীৰ লগতে এগৰাকী শিশু গুৰুত্বৰভাৱে আটাতপ্ৰাপ্ত হয় । বৰ্তমানলৈকে আহতসকলৰ পৰিয়ালৰ কোনো খবৰ লাভ নকৰাবাবে আৰক্ষীয়ে আহতসকলক লক্ষীমপুৰ অসামৰিক চিকিৎসালয়ত ভত্তি কৰাই ।

Read More...

ধূলাত উলহ মালহেৰে মুছলিম ছাত্ৰ সন্থাৰ ৭২তম স্বাধীনতা দিৱস উদযাপন

  ধূলাত উলহ মালহেৰে মুছলিম ছাত্ৰ সন্থাৰ ৭২তম স্বাধীনতা দিৱস উদযাপন খাৰুপেটীয়া দৰং জিলাৰ পূব মঙলদৈ অঞ্চলত থকা বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগতে মুছলিম ছাত্র সন্থাৰ বালাবাৰী আঞ্চলিক সমিতিয়ে ৭২ তম স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয় । পূব মঙলদৈত অৱস্থিত ১নং থেকেৰাবাৰি চাৰিআলি প্ৰাথমিক বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে৭২সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্কুলীয়া ছাত্র ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰি সন্ধিয়া প্রায় 7 বজাত স্থানীয় সমাজ সেৱক মতিউৰ ৰহমানৰ সঞ্চালনাত মুকলি সভা ও বটাবিতৰণি সভা অনুষ্ঠিত কৰা হয়…

Read More...

সমগ্ৰ দেশৰ লগতে লক্ষীমপুৰতো অনুষ্ঠীত স্বাধীনতা দিৱস

  সমগ্ৰ দেশৰ লগতে লক্ষীমপুৰতো অনুষ্ঠীত স্বাধীনতা দিৱস ডিজিটেল ডেক্স উত্তৰ অসমৰ পৰা অৰূপ শইকীয়া ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰা পাছৰেপৰা ভাৰতে প্ৰতি ১৫ আগষ্ট দিনতো স্বাধীনতা দিৱস উৎযাপন কৰি অহাৰ সমান্তৰালভাৱে লক্ষীমপুৰতো উৎযাপনৰ কৰি অহা হৈছে স্বাধীনতা দিৱস । বিশদ খবৰ অনুসৰি লক্ষীমপুৰ জিলাৰ জিলা গ্ৰন্থাগাৰৰ সন্মুখৰ খেলপথাৰত কেন্দ্ৰিয়ভাৱে অনুষ্ঠিত হোৱা ৭২ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ মাননীয় মন্ত্ৰী প্ৰমিলাৰাণী বহ্মই । পুৱা ৮ বজাত মাননী মন্ত্ৰী গৰাকীয়ে পতাকা উত্তোলন কৰা পাছতে নানান জনগোষ্ঠীয় নৃত্য গীতেৰে অনুষ্ঠীত হয় এক…

Read More...

নতুন শপিং মল খোলা হবে এ শিৱসাগৰ শহরে 17 আগস্ট.

নতুন শপিং মল খোলা হবে এ শিৱসাগৰ শহরে 17 আগস্ট.   পরে জিতাৰ অন্তরে এবং সাফল্য ভারত জুড়ে শৈলী বাজার খোলা হয়েছে শোরুম জুড়ে বিভিন্ন জেলা আসামে। এই মাল্টি ব্র্যান্ড শোরুম প্রবেশ করেছে আসামের একটি উদ্দেশ্য সঙ্গে, জয় অন্তরে. একটি নেটওয়ার্কের সঙ্গে, আরো তুলনায় 45 শোরুম, শৈলী বাজার সম্প্রতি খোলা, তাদের নতুন শোরুম এ তেজপুৰ  শহরের. এই শোরুম জয় করতে সক্ষম হয়েছে, অন্তরে তেজপুৰ অধিবাসীদের মধ্যে, একটি স্বল্প সময়ের মধ্যে. এই পর, একটি নতুন শোরুম ছিল এ খোলা নগাওঁ শহরে. প্রতিটি ক্ষণস্থায়ী দিন সঙ্গে, এই শোরুম ব্র্যান্ড আকৃষ্ট করতে সক্ষম…

Read More...

বিশ্বনাথ জিলা প্ৰশাসনৰ উদোগত ৭২সংখ্যক স্বাধীনতা দিৱস উদযাপন

  বিশ্বনাথ জিলা প্ৰশাসনৰ উদোগত ৭২সংখ্যক স্বাধীনতা দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলা প্ৰশাসনৰ উদোগত কাছাৰী মৈদাম খেলপথাৰৰ প্রাংগণত কেন্দ্রীয় ভাৱে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে । পুৱা প্রায় ৯ বজাত জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই পতাকা উত্তোলন কৰে । ইফালে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট লেখক তথা গহপুৰৰ জ্যেষ্ঠ সাংবাদিক নগেন কোঞৰক, জিলা প্ৰশাসনে তেওঁৰ জীৱন জোৰা সাহিত্য চৰ্চাক সন্মান জনাই সম্বৰ্ধনা জনায় । ইয়াৰ উপৰিও বিভিন্ন কাৰ্যসূচী আয়োজন কৰে জিলা প্ৰশাসনে ।

Read More...

New shopping mall to be opened at Sibsagar Town on 17th August.

New shopping mall to be opened at Sibsagar Town on 17th August.   After wining hearts and success across India, Style Bazaar has opened showrooms across different districts in Assam. This multi showroom brand has entered Assam with an aim to win hearts. With a network of more than 45 showrooms, Style bazaar has recently opened their new showroom at Tezpur City. This showroom has been able to win hearts of Tezpur residents within a short period of time. After this, a new showroom was also opened at Nagaon Town.…

Read More...

নগাঁৱৰ জাজৰিত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি উদয়ন যুৱক সংঘৰ  উদ্যোগত শিশু সমাৰোহ

  নগাঁৱৰ জাজৰিত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি উদয়ন যুৱক সংঘৰ                                উদ্যোগত শিশু সমাৰোহ নগাঁও শিশুসকলৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক আৰু নৈতিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে জন্মলাভ কৰা নগাঁও জিলাৰ উদয়ন যুৱক সংঘ উদ্যোগত ৭২ তম স্বাধীনতা দিৱস অাৰু উদয়ন মইনা পাৰিজাতৰ ১৯সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণাঢ্য কায্যৰ্সূচীৰে অনুষ্ঠিত হৈছে ৷ উত্তৰ জাজৰি প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা দিৱসৰ কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা ৰাষ্ট্ৰীয় পতাকা আৰু মইনা পাৰিজাতৰ পতাকা উত্তোলনৰ অন্তত ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, কুইজ, কবিতা…

Read More...

আই. চি.ইউ 

  আই. চি.ইউ             ✍🏾ডাঃ মিঠুন চন্দ্ৰ দাস   এবুকু উৎকন্ঠা সাবটি পৰিয়াল বৰ্গ আছে আই, চি,ইউৰ বাহিৰত বহি অসহায় ব্যক্তিজন যেন শৰশয্যাত নিৰুপায় পৰিয়াল বৰ্গ আছে আৰোগ্যৰ অপেক্ষাত   কত ৰুগ্ন ব্যক্তি জটিল অস্ত্ৰপোচাৰৰ অন্তত আই, চি,ইউ কক্ষ ত্যাগ কৰিছে সুস্থিৰ হৈ স্থানান্তৰিত হৈছে ৱাৰ্ডলৈ কিন্তু অপৰিবৰ্তিত জীৱন যুজত হাৰ নমনা যুঁজাৰুজন     অসহায় তেওঁ, অবিৰত ভাবে যুঁজি গৈছে আই চি ইউৰ ভেন্টিলেশ্বনৰ সহায়লৈ যমদূতৰ সৈতে     ট্ৰেকিঅ’ ষ্টোমী পৰিণতিত আজি বাকৰুদ্ধ আকাৰে ইংগীতে বুজাব বিচাৰে মনৰ কথা কিন্তু সন্মুখদৰ্শী অসমৰ্থ বুজিবলৈ তেওঁৰ…

Read More...

ক’ত জাতীয় পতাকাক অপমান কৰিলে

ক’ত জাতীয় পতাকাক অপমান কৰিলে             মৰিগাঁৱৰ পৰা পুলিন কাকতি, সমগ্ৰ দেশত আজি ৭২সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা সময়তে মৰিগাঁওৰ এখন বিদ্যালয়ত দেখা গ’ল তাৰ বিপৰীত দৃশ্য । চাওঁতে চাওঁতে এই স্বাধীনতা ৭২ বছৰ পাৰ হৈ ৭৩ বছৰত ভৰি দিলে হি। অথাৎ আজি আমি ৭২সংখ্যক স্বাধীনতা দিৱস পালন কৰিছো।দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমটো প্ৰতিখন জিলা লগতে মৰিগাঁও জিলাতে উলহ মালহে এই স্বাধীনতা দিৱসটি উদযাপন কৰা দেখাঁ গৈছে। তাৰ মাজতে আজি এটি ব্যতিক্ৰম পৰিবেশত দেখা গ’ল মৰিগাঁও জিলাৰ সদৰ থানা অন্তগত ভুৰবন্ধাৰ খাটৰবড়িত অবস্থিত St.Eugene English…

Read More...

৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন বিহালীত

  ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমগ্র দেশৰ লগতে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে বিহালী উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত । পুৱা ৭.৩০ বজাত বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ম: হবিবুৰ ৰহমানে পতাকা উত্তোলন কৰে । ইফালে উপস্থিত থাকে উন্নয়ন খণ্ডটো কনিষ্ঠ অভিযন্তা ভূপেন বৰুৱাকে ধৰি বহু সংখ্যক কৰ্মচাৰী ও স্থানীয় ৰাইজ ।

Read More...

সমগ্ৰ দেশৰ লগতে আজি বিলাসীপাৰা নায়েৰ আলগা উন্নয়ন খণ্ড  কাৰ্য্যালয়তো ৭২ সংখ্যক স্বাধীনতা দিৱস পালন

  সমগ্ৰ দেশৰ লগতে আজি বিলাসীপাৰা নায়েৰ আলগা উন্নয়ন খণ্ড                               কাৰ্য্যালয়তো ৭২ সংখ্যক স্বাধীনতা দিৱস পালন আলগা উন্নয়ন খণ্ডৰ জেষ্ঠ সহয়াক প্ৰদীপ কুমাৰ দাস, গ্ৰাম সেৱক ইমদাদুল ইছলাম,উন্নয়ন খণ্ডৰ উপ সভাপতি তথা কাজাইকাটা গাঁও পঞ্চায়তৰ কাউন্সিলাৰৰ স্বামী সফিকুল ইছলাম, জে, ই, আব্দুৰ ৰহমান আৰু কাৰ্যালয়টোৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মচাৰীৰ লগতে অসম পৰিষদৰ কেন্দ্ৰীয় সভাপতি শাহজাহান আলী আহমেদ, বিলাসীপাৰা জেষ্ঠ নাগৰিক দয়াল পাল, কৰিম খান, অগপৰ বিলাসীপাৰা জিলা সমিতিৰ সদস্য ছাদেক আলী, বিলাসীপাৰাস্হ সাংবাদিক দ্বয় ফৰিছ উদ্দিন আহমেদ,…

Read More...

নগাঁৱৰ জাজৰিত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি উদয়ন যুৱক সংঘৰ উদ্যোগত শিশু সমাৰোহ

  নগাঁৱৰ জাজৰিত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি উদয়ন যুৱক সংঘৰ                                        উদ্যোগত শিশু সমাৰোহ নগাঁও শিশুসকলৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক আৰু নৈতিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে জন্মলাভ কৰা নগাঁও জিলাৰ উদয়ন যুৱক সংঘ উদ্যোগত ৭২ তম স্বাধীনতা দিৱস অাৰু উদয়ন মইনা পাৰিজাতৰ ১৯সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণাঢ্য কায্যৰ্সূচীৰে অনুষ্ঠিত হৈছে ৷ উত্তৰ জাজৰি প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা দিৱসৰ কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা ৰাষ্ট্ৰীয় পতাকা আৰু মইনা পাৰিজাতৰ পতাকা উত্তোলনৰ অন্তত ছাত্ৰ ছাত্ৰী সকলৰ…

Read More...

শিৱসাগৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

শিৱসাগৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই ডিজিটেল নিউজ উজনি অসম ভাৰতৰ কোটি কোটি জনতাৰ স্বাভিমান , সন্মান তথা ভাৰতৰ গৌৰৱ ভাৰত স্বাধীনৰ দিন সমগ্ৰ দেশবাসীয়ে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে সমান্তৰালভাৱে শিৱসাগৰ জিলাতো স্বাধীনতা দিৱস উদযাপন কৰে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ মাজমজীয়া অৱস্থিত বৰ্ডীং খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰি প্ৰদান কৰা ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ উপৰি আহি থকা দিনত…

Read More...

টীয়কত স্বাধীনতা দিৱস উদযাপন:আছুৰ ক’লা দিৱস

টীয়কত স্বাধীনতা দিৱস উদযাপন:আছুৰ ক’লা দিৱস টীয়কৰ পৰা অঞ্জন প্ৰকাশ:- দেশৰ অনান্য স্হানৰ লগতে টীয়কতো কেন্দ্ৰীয়ভাবে উদযাপন কৰা হয় ৭২ সংখ্যক স্বাধীনতা দিৱস ।টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ ৰাজবংশীয়ে টীয়ক সমষ্টিৰ বিধায়িকা টীয়ক নগৰ সমিতিৰ সভাপতি টীয়ক আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা টীয়কৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতত উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা । উক্ত অনুষ্ঠানত টীয়কৰ কেইবাজনো বিভিন্ন শিতানত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক সম্বৰ্দ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।ইপিনে দেশে উদযাপন কৰা ৭২ সংখ্যক স্বাধীনতা দিৱস দিনটোতেই টীয়কত ক’লা দিৱস উদযাপন কৰিলে টীয়ক আঞ্চলিক ছাত্ৰ সন্হাই।  টীয়কত ৰাজ্যিক বাছ…

Read More...

Assam Chief Minister hoists National Flage At Khanapara Play Ground :

  Assam Chief Minister hoists National Flage At Khanapara Play                                                         Ground  Guwahati 15th August : Staff Reporter Jahidul Islam and Haider Ali , Report Assam Chief Minister Sarbananda Sonowal hoisted the national flag at the central celebration of 72nd Independence Day organized by the State Government at the Khanapara playground in Guwahati at 9 am on Wednesday amid water-tight security. He also took…

Read More...