নিঃশিহ্ন হোৱাৰ দিশে এচিয়াৰ অন্যতম ব্যস্ত গ্ৰাম্য শিৱসাগৰ-নাজিৰা সংযোগী পথ                                         বিভাগীয় মন্ত্ৰীক                  হাঁহচৰা প্ৰেছ ক্লাৱৰ স্মাৰক পত্ৰ প্ৰদান

  নিঃশিহ্ন হোৱাৰ দিশে এচিয়াৰ অন্যতম ব্যস্ত গ্ৰাম্য শিৱসাগৰ-নাজিৰা সংযোগী পথ                                         বিভাগীয় মন্ত্ৰীক                  হাঁহচৰা প্ৰেছ ক্লাৱৰ স্মাৰক পত্ৰ প্ৰদান উজনি অসম শিৱসাগৰ জিলাৰ “হাঁহচৰা প্ৰেছ ক্লাৱ”ৰ এটি সজাঁতি দলে স্বাধীনতা দিৱসৰ দিনা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত সৈতে শিৱসাগৰ আৱৰ্ত ভৱনত এক সৌহাদ্যমূলক আলোছনাত মিলিত হয়। সজাঁতি দলৰ তৰফৰপৰা শিৱসাগৰ , হাঁহচৰা আৰু বেতবাৰীত দিখৌ আৰু দৰিকা নদীয়ে বিভিন্ন অষ্ণলত গৰাখহনীয়াৰ ফলত সৃষ্টি…

Read More...

ৰাজ্য কপাই যোৱা চতিয়াৰ ডিপলোঙা কাণ্ড মুল অভিযুক্তক সহ বৰ্তমান লৈ ১২ জন গ্ৰেপ্তাৰ এজন পলাটক

ৰাজ্য কপাই যোৱা চতিয়াৰ ডিপলোঙা কাণ্ড মুল অভিযুক্তক        সহ বৰ্তমান লৈ ১২ জন গ্ৰেপ্তাৰ এজন পলাটক   বৃহস্পতিবাৰে পুৱতি নিশা চতিয়াৰ ডিপলোঙা চাহ বাগিচাৰ ১৫ নং লাইনত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড। গৰু চুৰৰ সন্দেহত এজন লোকক হানি খুচি হত্যা কৰা লগতে আন কেবাজনকো আক্ৰমণ কৰি হত্যা কৰা চেষ্টা কৰিছিল এটা দলে । উক্তৰ হত্যা কাণ্ড লঘত জড়িত অভিযুক্ত অপৰাধীক চতিয়া আৰক্ষীয়ে বৰ্তমানলৈ ১২ জনক গ্ৰেপ্তাৰ কৰা লগতে আজি ঘটনাৰ মুল অভিযুক্ত তুলসী পাটৰ (নগা)ক চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চতিয়া থানাৰ ভা: প্ৰাপ্ত আৰক্ষী বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত…

Read More...

চাহ শ্ৰমিকৰ মজুৰি দাবীত প্ৰতিবাদী সভা বিৰোধী ৰাজনীতি দলৰ

চাহ শ্ৰমিকৰ মজুৰি দাবীত প্ৰতিবাদী সভা বিৰোধী ৰাজনীতি দলৰ গুৱাহাটী প্ৰেছ ক্লাবত চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৩৫১.৩৩ টকা নিৰ্ধাৰণৰ দাবীত চি পি আই এম এল কে ধৰি বিৰোধী ৰাজনৈতিক দলৰ নেতা সদস্য সকল এক গোট হৈ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় । ৫টা ট্ৰেড ইউনিয়ন আৰু ৩টা সামাজিক সংগঠনৰ একতাত জন্ম হোৱা চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্রাম সমিতিৰ বিষয়-ববীয়াই আঁতধৰা সভাখনত উপস্থিত থাকে কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি ও সদস্য । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিগোচৰ কৰি সমস্যাটো সমাধান…

Read More...

চেম্পিয়নছ্ মেকাৰ একাডেমীৰ বৰ্ষপূৰ্তি সম্পন্ন 

চেম্পিয়নছ্ মেকাৰ একাডেমীৰ বৰ্ষপূৰ্তি সম্পন্ন   যোৱা ইংৰাজী ১৬ আগষ্টত এবছৰ সম্পুৰ্ণ কৰে বিশ্বনাথৰ কোছঁগাঁওত অবস্থিত চেম্পিয়নছ মেকাৰ একাডেমীয়ে ৷ একাডেমী খনৰ সঞ্চালক ৰাষ্ট্ৰীয় প্ৰয্যায়ৰ প্ৰশিক্ষক তথা আন্তৰাষ্ট্ৰীয় সমৰকলাবিদ হৃদয়ানন্দ দাস আৰু সহকাৰী প্ৰশিক্ষক মনোজ মেধীৰ প্ৰশিক্ষনত কাৰাটে, টাইকোৱানডো, মুইথাই, চৈকোৱাংডো, কিক্ বক্সিং ৰ বিভিন্ন প্ৰতিযোগিতাত এই কেন্দ্ৰটিৰ পৰা ছাত্ৰ ছাত্ৰী সকলে অংশ গ্ৰহন কৰি শতাধিক পদক জিলা প্ৰয্যায়ত, ২৫ টা পদক ৰাজ্যিক প্ৰয্যায়ত, ১১টা পদক ৰাষ্ট্ৰীয় প্ৰয্যায়ত (৬টা সোন ৩ ৰূপ ২ টা ব্ৰঞ্জৰ) আৰু আন্তৰাষ্ট্ৰীয় প্ৰয্যায়ত ৪টা (১সোন, ১ৰূপ আৰু ২টা ব্ৰঞ্জ) পদক জিকি একাডেমী খনৰ লগতে বিশ্বনাথ…

Read More...

দুগৰাকী মহিলাৰ সৈতে চাকৰিৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে ,এই অভিযোগ ভুক্তভুগি মহিলা ,মন্ত্ৰী বিৰুদ্ধে এজেহাৰ

দুগৰাকী মহিলাৰ সৈতে চাকৰিৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে । এই অভিযোগ ভুক্তভুগি মহিলা /মন্ত্ৰী বিৰুদ্ধে এজেহাৰ

Read More...

পদপথ দৃশ্য ছবিয়ে কথা কয়

                         পদপথ দৃশ্য   ছবিয়ে কথা কয় বঙাইগাঁও সদৰত নিৰ্মান হৈ থকা পদপথে যিকোনো মুহুৰ্তত মানুহৰ প্ৰাণ কাঢ়ি লব পাৰে ৷ পদপথৰ মাজে মাজে প্ৰায় ১২ ৰ পৰা ১৪ ইঞ্চি লৈ দহ কৰি দিছে ৷ এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষ, বঙাইগাঁও জিলা প্ৰশাসন, পৌৰসভা আদিৰ লগতে দল সংগঠনৰ নিৰবতাই ৰাইজৰ মাজত সন্দেহ সৃষ্টি কৰিছে ৷ ফুটপাত বা পদপথ এনে খলা-বমা কৈ নিৰ্মানৰ বাবে কোনে অনুমতি দিলে বুলিও সচেতন মহলে প্ৰশ্ন তুলিছে আৰু বিহিত ব্যবস্থা গ্ৰহন কৰিবলৈ বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে ৷

Read More...

গহপুৰৰ বিভিন্ন স্থানত ভাৰত ৰত্নলৈ শ্ৰদ্ধাঞ্জলি

গহপুৰৰ বিভিন্ন স্থানত ভাৰত ৰত্নলৈ শ্ৰদ্ধাঞ্জলি যোৱা কালি প্ৰাক্তন প্ৰধান মন্ত্ৰী,ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত সমগ্ৰ দেশ জুৰি শোকৰ বন‍্যা বয় । বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ সমগ্ৰ দেশে কৰা লগতে গহপুৰতো গভীৰ শোকৰ ছাঁ পৰিছে। মহান ৰাজনীতিবিদজনৰ বিদেশী আত্মাৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ আজি সন্ধ‍্যা গহপুৰ নগৰ মাজ-মজিয়াত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰে গহপুৰ অনুসূচিত জাতি যুৱ ছাত্র সন্থাই । উক্ত কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰে । বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত গহপুৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি গকুল দাস, সম্পাদক ৰঞ্জন দাস,সহ:সম্পাদক দ্বীপ মৌচম ,কৃষ্ণ…

Read More...

গহপুৰত ই-মেগাজিন প্ৰকাশৰ প্ৰস্তুতি

                গহপুৰত ই-মেগাজিন প্ৰকাশৰ প্ৰস্তুতি গহপুৰ বিশিষ্ট কবি, সাহিত্যিক তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ‍্যাপক ড° ভাস্কৰজ‍্যোতি গগৈৰ নেতৃত্বত গহপুৰৰ কেইগৰাকীমান উদীয়মান সাহিত‍্যসেৱী যুৱকে ‘ঢৌ’ নামেৰে এখন ই- মেগাজিন প্ৰকাশৰ প্ৰস্তুতি চলাইছে । এই সন্দৰ্ভত ই-মেগাজিনখনৰ ব‍্যৱস্থাপক পৰাশ শইকীয়াই জানিবলৈ দিয়া মতে, গহপুৰৰ অন‍্যতম সক্ৰিয় স্বেচ্ছাসেৱী অনুষ্ঠান নিৰপেক্ষ গহপুৰ’ৰ দ্বাৰা প্ৰকাশিতব‍্য ই-মেগাজিনখনৰ প্ৰথম সংখ‍্যাটো অহা ৩০ আগষ্টত প্ৰকাশ পাব । ড° ভাস্কৰজ‍্যোতি গগৈ মুখ্য সম্পাদক, বিপ্লৱ নেওগ, হেমন্ত বৰুৱা সম্পাদক আৰু অভিজিত বৰা প্ৰচাৰ সম্পাদকৰ দায়িত্বত থকা ই-মেগাজিনখনত ছাত্র-ছাত্ৰীৰ লেখা প্ৰকাশৰ বাবে…

Read More...