জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল কাৰ্য্যালয়ৰ আজৱ কাণ্ড৷

জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল কাৰ্য্যালয়ৰ আজৱ কাণ্ড৷গছৰ পাত লৰিলেই নতুবা বৰষুণৰ টোপাল পৰিলেই বিদ্যুৎ নাইকিয়া হয় জামুগুৰিহাটত৷ অসম খবৰ ,জামুগুৰিহাট,২০ আগষ্ট:জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল কাৰ্য্যালয়ৰ কেতবোৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে জামুগুৰিহাটৰ লক্ষাধিক জনসাধাৰণক৷২৪ ঘন্টা বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠণ কৰা বি.জে.পি.নেতৃত্বাধীন চৰকাৰখনৰ বিদ্যুৎ বিভাগটোৰ অধিনস্থ জামুগুৰি বিদ্যুৎ উপ সংমণ্ডলটোয়ে যোগান ধৰা  দৈনিক অনিয়মীয়া বিদ্যুৎৰ ৰেহৰূপ দেখি ক্ষুন্ন হৈ পৰিছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ৷আচৰিত কথা যে বৰষুণৰ টোপাল নতুবা গছৰ পাত লৰিলেই ঘন্টাৰ পিছত ঘন্টাধৰি বিদ্যুৎ কৰ্তণ কৰে এই উপ সংমণ্ডল কাৰ্য্যালটিয়ে৷যাৰবাবে উপ সংমণ্ডল কাৰ্য্যালয়ৰ অধিনস্থ লক্ষাধিক জনসাধাৰণৰ লগতে ব্যৱসায়ীসকলো ব্যাপক…

Read More...

জামুগুৰিহাটৰ লেখিকা সমাৰোহৰ সভা সম্পন্ন

জামুগুৰিহাটৰ লেখিকা সমাৰোহৰ সভা সম্পন্ন অসম খবৰ,২০ আগস্ট,জামুগুৰিহাট : শোণিতপুৰ লেখিকা সমাৰোহৰ এখন গুৰুত্বপুৰ্ন সভা উত্তৰ জামুগুৰি শাখাত অনুষ্ঠিত হৈ যায় । তিনিখলপিয়াকৈ অনুষ্ঠিত হোৱা এই সভা খনৰ অাৰাম্ভনিতেই অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী পদ্মনাথ গোহাঞীবৰুৱা অৰু সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিছবিত মাল্যাৰ্পন কৰা হয় । ইয়াৰ পাছত সাহিত্যিক দুগৰাকীক স্মৃতিচাৰন কৰি অসমীয়া ভাষা সাহিত্যলৈ কাণ্ডাৰি দুগৰাকীয়ে অাগবঢ়োৱা অন্যান্য অৱদানৰ ওপৰত বিস্তৃত ভাৱে অালোচনা কৰা হয় । ৰুনা দেবীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰন সভাখনিত উত্তৰ জামুগুৰি শাখা লেখিকা সমাৰোহৰ সদস্যা সকলৰ দ্বাৰা চিৰ চেনেহি মোৰ ভাষা জননী গীতটো পৰিবেশন কৰা সভাখনৰ…

Read More...

লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সামৰণি 

লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সামৰণি    লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া, উত্তৰ অসমৰ অন্যতম মহাবিদ্যালয় সমুহৰ ভিতৰৰ এখন উল্লেখযোগ্য মহাবিদ্যালয় লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ত ১৮/৮/২০১৮ তাৰিখে অনুষ্ঠিত হয় উচ্চতৰ আৰু স্নাতক বৰ্ষত নামভৰ্ত্তি কৰা ছাত্ৰ-ছাত্ৰী সকলক আদৰণি জনোৱাৰ এক সুন্দৰ অনুষ্ঠান নৱাগত আদৰণি সভা । ড° মৃণালী গোস্বামী আৰু ড° হেমন্ত কুমাৰ  চলিহাই আতধৰা ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ সকলৰ অন্তৰঙ্গ আলাপৰ অনুষ্ঠানৰ পাছতে সাহিত্যিক তথা লেখক গল্পকাৰ ভৰত ৰাজখোৱাই প্ৰাচিৰ প্ৰত্ৰিকা “প্ৰজ্ঞান” উন্মোচন কৰে । বিশেষভাৱে প্ৰাচিৰ প্ৰত্ৰিকা উন্মোচনৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে  উপস্থিত…

Read More...

চিৰাঙৰ বিজনীত বিজুলী বিভাগৰ বিভিন্ন খেলি-মেলিৰ বিৰুদ্ধে যৌথ আন্দোলন সাব্যস্থ 

চিৰাঙৰ বিজনীত বিজুলী বিভাগৰ বিভিন্ন খেলি-মেলিৰ বিৰুদ্ধে যৌথ আন্দোলন সাব্যস্থ    অসম খবৰ চিৰাংৰ পৰা লিটন বসাক ২০আগষ্টঃ  বিজনী উপসংমণ্ডল অসম ৰাজ্যিক  বিদ্যুৎ পৰিষদ ত   সোমবাৰ দিনা ১১ মান বজাত নিখিল ভাৰত কৃষকসভা ফাগুণাগাও শাখাৰ নেতৃত্বত ফাগুণাগাওঁ গাঁঞা ৰাইজৰ  লগত ভাৰতৰ ছাত্ৰ ফেডাৰচন বিজনী আঞ্চলিক কমিটিয়ে বিজুলী বিভাগৰ বিভিন্ন খেলি-মেলিৰ বিৰুদ্ধে বিজনীত যৌথ আন্দোলন সাব্যস্থ কৰে। বিজনীত নিয়মীয়া বিজুলী সৰ্বৰাহৰ দাবীৰ লগতে সময়মতে বিল দিয়া, বকেয়া বিল কিস্তিত লোৱা, সঘনাই লোডছেডিং প্ৰত্যাহাৰ কৰাৰ দাবীত বিজনী চেণ্ট্ৰেল বেংকৰ সন্মুখত সমবেত হৈ  প্ৰখৰ ৰ’দ ও নেউছি এক  সমদল উলিয়া প্ৰাায় এক…

Read More...

দৰঙৰ দলগাৱঁত এন,আৰ,চিৰ ,নথি পত্র জাৱৰ জোথৰত উদ্বাৰ

দৰঙৰ দলগাৱঁত এন,আৰ,চিৰ ,নথি পত্র জাৱৰ জোথৰত উদ্বাৰ। এন,আৰ,চিৰ ২৭ নং কেন্দ্রৰ, বিৰুদ্ধে অভিযোগ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী দোষীক বিহীত ব্যৱস্থা গ্রহনৰ দাবী আমছুৰ খাৰুপেটীয়া,  ২০আগষ্টঃ দৰং জিলাৰ দলগাওঁ ৰাজহ চক্রৰ অধীন ওন্দোলাঝাৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ এন,এছ,কে,২৭ নম্বৰৰ এল,আৰ,চি,আৰৰ গাফিলতিত এন,আৰ,চিৰ ,কেন্দ্রৰ পিছফালে মাটিত থকা অৱস্থাত একাংশ ৰাইজে  তুলি লৈ সংবাদ মাধ্যমৰ প্রকাশ কৰে ||উক্ত বিষয়টোৰ ভাইৰেল হোৱাৰ পাছত অঞ্চলটোত এক চেপা উত্তেজনাময় সৃষ্টি কৰিছে |এই সন্দৰ্ভত এল,আৰ চি ,আৰ,জগৎ জীৱন দত্তয়ে গা এৰা মন্তব্য দিয়ে | এন,আৰ,চিৰ কৰ্তৃপক্ষই এনেদৰে দলগাওঁ ৰাজহ চক্রৰ একাংশ এল,আৰ,চি,আৰে, সংখ্যালঘু লোকক এন ,আৰ,চিৰ,বিষয়া সকলে…

Read More...

প্ৰাপ্য  বেতনৰ পৰা বঞ্চিত এন,আৰ,চি, কৰ্মচাৰী

প্ৰাপ্য  বেতনৰ পৰা বঞ্চিত এন,আৰ,চি, কৰ্মচাৰী দৰমহাৰ দাবিত চক্ৰ বিষয়াৰ যোগেদি উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ  অৰূপ শইকীয়া(২০-০৮-২০১৮) জাতীয় দলিলস্বৰূপ এন,আৰ,চি, উন্নিতকৰণৰ কামত যিসকলে নিষ্ঠাৰে কৰি আহিছে সেইসকল কৰ্মচাৰিক চৰকাৰ তথা আই,এচ,এচ, নামত কোম্পানীতো লগ হৈ প্ৰাপ্য বেতনৰপৰা  বঞ্চিত কৰি ৰখাত তেওলোকৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠিছে । বিশদ খবৰ অনুসৰি বিগত ২০১৫ চনৰ ফ্ৰেব্ৰুৱাৰি মাহৰ পৰা সামান্য মজুৰিৰে কাৰ্যনিৰ্বাহ কৰি অহা লক্ষীমপুৰ জিলাৰ অৰ্ন্তগত কদম ৰাজহ চক্ৰৰ সাত টা সেৱা কেন্দ্ৰত নিশা ১১ বজালৈ সেৱা আগবঢ়োৱা ডাটা,এণ্ট্ৰি,অপাৰেটৰ সকলে যোৱা জুন মাহৰ পৰা প্ৰাপ্য মজুৰি লাভ নকৰাত ভিষণ আৰ্থিক সমস্যাৰ সন্মুখীন হব…

Read More...

ভূৰবন্ধাৰ ইউ বি আই বেংকত চুৰি চেক্ সহ এজনক আতক।

ভূৰবন্ধাৰ ইউ বি আই বেংকত চুৰি চেক্ সহ এজনক আতক। মৰিগাঁও পৰা পুলিন কাকতি  ,২০ আগষ্ট :  মৰিগাঁও জিলাৰ সদৰ থানা অন্তৰ্গত ভূৰবন্ধা ইউ বি আই বেংকত আজি দিনৰ প্ৰায় এঘাৰ  মান বজাত চুৰি চেক্ সহ লাহৰিঘাত থানা অন্তৰ্গত বৰবৰি গাৱঁৰ নুৰুদ্দিন নামৰ এজন চুৰক বেংকটোৰ কৰ্মচাৰী তথা গ্ৰাহক সকলে আটক কৰিবলৈ সক্ষম হয়। জানিবঁ পৰা যায় যে গণপতি দলৈ নামৰ ব্যবসায়ী জনে তেওঁ ভূৰবন্ধাৰ বেংকত থকা নিজা একাউন্টৰ ‍১০৭০০ টকাৰ চেক্ এখন ব্যবসায়ী দেনা-পাওনা বাবে দুইদিনৰ আগতে মৰিগাঁও শ্যাম ভাণ্ডাৰ ব্যবসায়ী স্বতাধিকাৰিক দিয়ে ,সেই চেক্ খনৰ সহ প্ৰায় ছাবিছ…

Read More...

দেৰগাঁৱত কৃষ্ণচূড়ায়ে কান্দিছে। কৌতূহল দেৰগাঁৱত

দেৰগাঁৱত কৃষ্ণচূড়ায়ে কান্দিছে। কৌতূহল দেৰগাঁৱত ।।। দেৰগাঁৱৰ পৰা অৰুপ কুমাৰ ৰায়  ৰিপৰ্ট, ২০আগষ্ট   এই খন পৃথিৱীত বিভিন্ন ধৰণৰ আজৱ ঘটনা সঘনাই সংগঠিত হৈ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে। তাৰে কিছুমান ঘটনাৰ বিজ্ঞান সন্মত ভিত্তি থাকে যদিও প্ৰায় ভাগ ঘটনাৰ   অন্ধবিশ্বাসৰ বসবৰ্তী হৈ জনসাধাৰণে জলাকলা খাই বিপথে পৰিছালিত হোৱাৰো ঘটনা সংগঠিত হয়। বিজ্ঞান প্ৰযুক্তিৰ ভৰ পুক সময়ত যত মানুহে চন্দ্ৰ, সূৰ্যত ,মংগল গ্ৰহত বসবাস কৰিবলৈ চিন্তা চৰ্চা অব্যাহত ৰাখিছে তেনে সময়ত এজোপা প্ৰায় ২৫বছৰীয়া কৃষ্ণচুড়া গছে দেৰগাঁৱত সকলো জনসাধাৰণৰ বাবে কৌটুহলৰ বিষয় হৈ পৰিছে। উল্লেখ যোগ্য যে দেৰগাঁৱৰ…

Read More...

ঈদ উপলক্ষে এবিএমছুৰ বস্ত্ৰ বিতৰণ 

ঈদ উপলক্ষে এবিএমছুৰ বস্ত্ৰ বিতৰণ    শ্ৰীৰামপুৰ, ২০ আগষ্টঃ মুছলমান ধৰ্মালম্বৱী লোকৰ আগন্ত্তক পৱিত্ৰ  ঈদুল আজহা উপলক্ষে অতিকৈ দুখীয়া তথা বিধৱা মহিলাসকলক কাপোৰ হিতৰণ কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু’ৰ গোসাঁইগাওঁ জিলা সমিতিৰ অন্তৰ্গত ভোমৰাবিল আঞ্চলিক সমিতিয়ে। এবিএমছু’ৰ মিশন ২০২০ক অনুসৰণ কৰি আৰু আগন্ত্তক মুছলমান ধৰ্মাৱলম্বীসকলৰ আনন্দ তথা পৱিত্ৰ ঈদুল আজহাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বিয়লি তিনি বজাৰ পৰা আাঞ্চলিকখনৰ সভাপতি খাইৰুল আলম শেখ, কাৰ্য্যকৰী সভাপতি হাফিজুৰ ৰহমান, সাধাৰণ সম্পাদক শাহজাহান শেখ, আব্দুল কাদেৰ আদিৰ নেতৃত্বত এক স্বজাতিৰ দলে ভোমৰাবিল আঞ্চলিক সমিতিৰ অন্তৰ্গত গাওঁসমুহত অতিকৈ দুখীয়া তথা বিধৱা…

Read More...

বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত ৭৪ তম ৰাজীৱ গান্ধী দেৱৰ জন্ম জয়ন্তী পালন 

বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত ৭৪ তম ৰাজীৱ গান্ধী দেৱৰ জন্ম জয়ন্তী পালন  সমগ্ৰ দেশৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত ২০ আগষ্ট তাৰিখ ৰাতিপুৱা ৯.০০ বজাত নয়াহাট ৰাজীৱ ভৱনত ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধী দেৱৰ ৭৪তম জন্ম জয়ন্তী উপলক্ষে সদ্ভাৱনাযাত্রা কৰা হয়। ৰাতি পুৱা ৯.০০ বজাত প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধী দেৱক শ্ৰদ্ধা ঞ্জলি জ্ঞাপন কৰাৰ লগতে মাল্যপৰ্ন্য ফুল আদিৰে পুষ্পাঞ্জলি জনোৱা হয়। প্ৰয়াত নেতা গৰাকীক মাল্যপৰ্ন্য কৰে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে…

Read More...

প্ৰাক্তন বি এল টিৰ যুৱ নেতা প্ৰানেশৰ গোৱায়াৰী অসমবাসী তথা বিটিচি বাসী ৰাইজলৈ পবিত্ৰ ঈদউজ্জোহা উপলক্ষে আন্তৰিক শুভেচ্ছা ও অভিনন্দনঃ

প্ৰাক্তন বি এল টিৰ যুৱ নেতা প্ৰানেশৰ গোৱায়াৰী অসমবাসী তথা বিটিচি বাসী ৰাইজলৈ পবিত্ৰ ঈদউজ্জোহা উপলক্ষে আন্তৰিক শুভেচ্ছা ও অভিনন্দনঃ   শ্ৰীৰামপুৰ ২০ আগষ্ট, আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন চমু চাপি আহাৰ লগে লগে প্ৰাক্তন বি এল টিৰ নেতা প্ৰানেশ গোৱায়াৰী  ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিটোৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে প্ৰানেশৰ কয় যে পৰ্ৱতঝোৰা সমষ্টিটো আজি লোকে শাসক দলে জয় লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও এই বেলি পৰ্বতঝোৰা ৰাইজে পৰিৰ্ৱতন বিচাৰিছে ৰাইজৰ দাবী বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক যাতে এই বেলি যুব নেতা প্ৰানেশৰ গোৱায়াৰীক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে।

Read More...

বিষয়ঃ-নাটক

#_বিষয় – #_নাটক সৰুৰে পৰা “নাটক” ভাল পাওঁ …. নাটকত বা মঞ্চত পোনপটীয়াকৈ অভিনয় নকৰিলেও গুৰুজনা সৃষ্ট ভাওনা ত ল’ৰালিৰ পৰাই সৰু বৰ বিভিন্ন চৰিত্ৰত ভাও দি আহিছো ৷ বুজা হোৱাৰে আমাৰ অঞ্চলটোত বিভিন্ন অপেছাদাৰী নাট্যগোষ্ঠীয়ে কৰা নাটক, বিহুৱে পূজাই গাঁৱে গাঁৱে কৰা নাটক, ভ্ৰাম্যমান থিয়েটাৰৰ নাটকবোৰ নিয়মিয়াকৈ উপভোগ কৰি আহিছো ৷ আমাৰ পৰিয়ালটোৰ অধিকাংশ অগ্ৰজ অভিনয়ৰ পৰা নাটক লিখালৈকে নাট্যক্ষেত্ৰৰ সৈতে জড়িত ৷ নাটকৰ প্ৰতি এই টানটো হয়তু মোৰ তেজতে থকা ৷ সেই সূত্ৰেই নাট্য-প্ৰীতিৰ বীজটো কিজানি সৰুৰ পৰাই অংকুৰিত হৈছিল ৷ সেই বীজটোৱেই কালক্ৰমত পোখা মেলিলে ৷ সৰুৰে…

Read More...

জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ অবস্থান ধৰ্মঘট

জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ অবস্থান ধৰ্মঘট বঙাইগাঁও, আন্ত:ৰাষ্ট্ৰীয় পাৰ-পত্ৰ প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ লগতে আজি বঙাইগাঁও জিলা সমিতিয়েও ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী পালন কৰে বঙাইগাঁও জিলাৰ মানিকপুৰত ৷ আজিৰ কায্যসুচীত জিলা সমিতিৰ উপদেষ্টা টিকেন বৰুৱাৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ সদস্য সকলে অংশগ্ৰহণ কৰে ৷

Read More...

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি ৭৪ সংখ্যক ওপজা দিন

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি ৭৪ সংখ্যক জন্মদিন। প্ৰয়াত প্ৰাক্তন  প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনত তেওঁৰ সমাধিস্থলীত উপস্থিত হৈ কংগ্ৰেছ নেতা তথা পৰিয়ালে তেওঁৰ প্ৰতি প্ৰাৰ্থনা জনাই সশ্ৰদ্ধ সোঁৱৰণ কৰে। সমাধিস্থলত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী উপস্থিতিৰ লগতে স্বামীৰ সৈতে প্ৰিয়ংকা গান্ধীয়েও পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙকে ধৰি কেইবাজনো জ্যোষ্ঠ নেতাই সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পন কৰে।

Read More...