ডিপলোঙা কাণ্ড৷ #ছ’চিয়েল মিডিয়াত বিৰূপ মন্তব্য দি এ.জি.ৱাই.চি.পি.ৰ নেতাৰ ক্ষমা প্ৰাৰ্থনা

ডিপলোঙা কাণ্ড৷ #ছ’চিয়েল মিডিয়াত বিৰূপ মন্তব্য দি এ.জি.ৱাই.চি.পি.ৰ নেতাৰ ক্ষমা প্ৰাৰ্থনা _________________________ অসম খবৰ ,জামুগুৰিহাট,২২ আগষ্ট:ডিপলোঙা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তেই আদিবাসী সম্প্ৰদায়ৰ ওপৰত বিৰূপ মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলাৰ সাংগঠণিক সম্পাদক নিৰ্মল দাসে আজি ৰাজহুৱাভাৱে ক্ষমা খুজিবলগীয়া হয়৷ইটাখোলাৰ দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত হোৱা এক সংবাদমেলত নেতাগৰাকীয়ে ডিপলোঙা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত কোনো লোকে আপলোড কৰা ‘পোষ্ট’ৰ উত্তৰ দিবলৈ গৈ সম্প্ৰদায়টোক লৈ কৰা বিতৰ্কিত মন্তব্যই আদিবাসী সমাজখনৰ লোকসকলক যি মানসিক আঘাট দিলে তাৰবাবে সকলোৰে ওচৰত ক্ষমা…

Read More...

মা 

মোৰ এটি কবিতা মৰমৰ মালৈ উচ্চগিত কৰিলো। সমুজ্জ্বলশইকীয়া   মা  মা শব্দটি অতি শুৱলা       অতি মনোমোহা  জন্ম হোৱা শিশুটিয়েও মা শব্দটিয়ে উচ্চাৰণ  কৰে। মাই কোৱা প্ৰতিটো কথা   প্ৰতিটো শব্দই মূল্যবান মাই দিয়া প্ৰতিটো উপদেশ         মোৰ বাবে আশীৰ্বাদ । মাই পৰা প্ৰতিটো গালিয়ে       মোৰ বাবে  আশীৰ্বাদ মা অবিহনে পৃথিৱীখনেই অকলশৰীয়া যেন অনুভৱ হয়      মা তুমি অন্যান্য  মা তোমাৰ কোলাত জিৰাবলৈ দিয়া না তুমিয়ে মোৰ আকাশ  তুমিয়ে মোৰ  চন্দ্ৰ  তুমিয়ে মোৰ তৰা। মা তোমাৰ অবিহনে  এই  পৃথিৱীখনে অকলশৰীয়া

Read More...

বেদেতীত মৰ্ণিং ক্লাব’ৰ উদ্যোগত সদৌ   অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা

বেদেতীত মৰ্ণিং ক্লাব’ৰ উদ্যোগত সদৌ    অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা বিহালীৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্ণিং ক্লাব’ৰ উদ্যোগত প্ৰথম বাৰৰ বাবে বেদেতীৰ বেদেতী চাহ বাগিচা খেল পথাৰত কৰ্কটৰোগী সকলৰ সাহাযাৰ্থে প্ৰিয়মোহন বসু আৰু জোনালী মুদৈ কলিতাৰ সোঁৱৰণীত সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। অহা ০৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰ লৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত খনিত অংশগ্ৰহনকাৰী দল সমূহ হৈছেঃ গুৱাহাটী চি. টি পুলিচ এফ. চি, গুৱাহাটী, অম্লানগোষ্ঠী ফুটবল ক্লাব নগাঁও, অসম ৰাইফলচ, মৰ্ণিং ক্লাব এফ. চি, বিহালী, কোকৰাঝাৰৰ বাৰহোং – খা এথলেটিকছত ক্লাব,কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ ক্লাব, ওদালগুৰি জিলাৰ ওদালগুৰি…

Read More...

সজাগতা শিৱিৰ:হাঁহচৰাত ৰাইলুং চেতিয়া গাৱত হাঁহচৰা প্ৰেছ ক্লাৱৰ বিনামূলীয়া পাণী পৰীক্ষণ

  সজাগতা শিৱিৰ: হাঁহচৰাত ৰাইলুং চেতিয়া গাৱত হাঁহচৰা প্ৰেছ ক্লাৱৰ বিনামূলীয়া পাণী পৰীক্ষণ অসম খবৰ                                                                                                          উজনি অসম  শিৱসাগৰ জিলাৰ হাঁহচৰা প্ৰেছ ক্লাৱৰ উদ্যোগত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু নৰ্থ ইষ্ট পিপুলচ ৰাইট ৰ সহযোগত ৰাইলুং হাঁহচৰা চেতিয়া নামঘৰৰ প্ৰাংগনত…

Read More...

বিকানৰী ভোজীয়াৰ পৰা সাৱধান  গহপুৰত ছিল পেকেটৰ ভিতৰত ওলাল জীৱন্ত পোক

  বিকানৰী ভোজীয়াৰ পৰা সাৱধান   গহপুৰত ছিল পেকেটৰ ভিতৰত ওলাল জীৱন্ত পোক      পৰাশ শইকীয়া,গহপুৰ গহপুৰ মহকুমাৰ ডুবিয়া পঞ্চায়তৰ নিবাসী নিতু বৰাই কালি সন্ধিয়া কাষৰ দোকানৰ পৰা ৪৫ টকা মূল‍্যৰ এটা বিকানৰী ভোজীয়া কিনি আনে । আজি ৰাতিপুৱা নিতু বৰাই চাহ লগত খাব বাবে বিকানৰী ভোজীয়া পেকেট টো খুলি প্ৰত্যক্ষ কৰে কিছুমান জীৱন্ত পোক আৰু মৰা পেলু জাতীয় পোক । তেওঁ দেখি আচৰিত হয় এনে ছিল পেকত থকা ভোজীয়া পেকেতটোত পোকৰ সংখ্যা দেখি । তাৰ পাছত নিতু বৰাই কিমান তাৰিখে তৈয়াৰ হৈছিল আৰু কিমান তাৰিখলৈকে ম‍্যাদী আছে প্ৰত্যক্ষ…

Read More...

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন

  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন ৰাণাদ্বীপ দুৱৰা তিনিচুকীয়া  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগাঠন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডুমডুমা শাখা সাহিত্য সভা ভৱনত আজি এদিনিয়া কাৰ্যসূচীৰে সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন হৈ যায়। অধ্যয়ন দায়বদ্ধতা, সংগ্ৰামক মুল মন্ত্ৰ হিচাপে লৈ ২০১২ চনত প্ৰতিষ্ঠা লাভ কৰা ছাত্ৰ মুক্তি সংগাম সমিতিয়ে সকলোৰে মাজত সম মৰ্যদা, সম অধিকাৰ, সম বিকাশৰ সুযোগ থকা শোষণমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে বিগত ৬ টা বৰ্ষত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থাকি প্ৰাক-প্ৰাথমিক প্ৰৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰলৈকে ছাত্ৰ-ছাত্ৰী সকলক মৌলিক সমস্যা সমূহ সমাধানৰ দাবীত আৰু কৃষক…

Read More...

প্ৰেম, ভাতৃত্ববোধ আৰু একতাৰ বাণীৰে নগাঁৱৰ বিভিন্ন ঠাইত ঈদৰ সমূহীয়া নামাজ

  প্ৰেম, ভাতৃত্ববোধ আৰু একতাৰ বাণীৰে নগাঁৱৰ বিভিন্ন ঠাইত                         ঈদৰ সমূহীয়া নামাজ ৰাজ্যজুৰি ব্যাপক উৎসাহ-উদ্দীপনাৰ উদযাপিত হৈছে ইছলাম ধর্মাৱলম্বী লোক সকলৰ পবিত্র উৎসৱ ঈদ-ঊল-ফিতৰ। আল্লাৰ উপাসনা, ত্যাগ-সংযমৰ আদৰ্শৰে পৰিপূর্ণ পবিত্ৰ ঈদ উদ জোহা আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ মুচলমান অধ্যুষিত অঞ্চলৰ ঈদগাহ ময়দানত অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ। এই নামাজত শিশুৰ পৰা বয়োবৃদ্ধলৈকে কেইবা সহস্ৰাধিকে অংশগ্রহণ কৰি নিজৰ, দহৰ, সমাজৰ তথা সমগ্র বিশ্বৰ মানুহৰ শান্তি-সম্প্রীতি আৰু সমৃদ্ধিৰ কামনাৰে আল্লাহৰ ওচৰত প্রার্থনা জনায়। তাৰ পিচত পৰস্পৰে পৰস্পৰক…

Read More...

ঈদৰ আনন্দ উল্লাসৰ মাজতে বটদ্ৰৱাত অঘটন; শান্তিজান বিলত সোমাল তীব্ৰ বেগী ইয়ন গাড়ী,এজন নিহত,দুজনক জীৱন্তে উদ্ধাৰ

  ঈদৰ আনন্দ উল্লাসৰ মাজতে বটদ্ৰৱাত অঘটন, শান্তিজান বিলত সোমাল তীব্ৰ বেগী ইয়ন গাড়ী, এজন নিহত,দুজনক জীৱন্তে উদ্ধাৰ নগাওঁ  অপূৰ্ব হাজৰিকা ৰাজ্যজুৰি পৱিত্ৰ ঈদ উজ জোহাৰ আনন্দ-উল্লাস বৰ্তি থকাৰ সময়তে আজি পুৱতি নিশা বটদ্ৰৱাত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। বটদ্ৰৱাৰ শান্তিজানত পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী এএছ ০২ আৰ – ৭৪০৪ নম্বৰৰ এখন ইয়ন গাড়ী বিলৰ পানীত বাগৰি পৰাত গাড়ীখনৰ চালকজন নিহত হয়। গাড়ীখনৰ অন্য দুজন আৰোহী সৌভাগ্যক্ৰমে ৰক্ষা পৰে। নিহত চালকজনক নুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, ঈদ উপলক্ষে মৈৰাবাৰীৰ পৰা নিজগৃহ শিলপুখুৰী অভিমুখে আহি থকা…

Read More...

প্ৰেমৰ ৰণাংগন

প্ৰেমৰ ৰণাংগন     জয় হোৱাৰ হেঁপাহেৰে প্ৰেমৰ যুদ্ধা মই গৈ আছোঁ আগুৱাই  শতৰুক নেওচি মোৰ প্ৰেমক  কৰিম ত্যাগবীৰ ।।   পিছ নপৰোঁ মই কদাপি নিঃশেষ কৰিম  সকলো শত্ৰুঞ্জয় ৰাঙলী হৱ প্ৰেমৰ ধননঞ্জয় । নহ’ৱা তুমি আনৰ প্ৰেয়সী ল’ৱা তুমি মোক সাৱটি  নহ’লে হৈ যাম মই  ৰক্তপিপাসু  ।।   জয় হ’ৱ লাগিব এই ৰণাংগন দিব লাগিব প্ৰেমৰ প্ৰতিজ্ঞা লুপ্ত কৰিম অখ্ৰাং শতৰুক যিনিম মই নিজ প্ৰেমৰ  ৰত্নাসুৰ ।।   যদিও মই হওঁ পৰাজয়  দিব লাগিব অন্তিম লক্ষ্যপ্ৰহৰ দূৰ দিগন্তৰ পলিটিক সামৰি সিদিনা কৈ যাম মই ……. “”” প্ৰেমৰ ৰণাংগিনী মই…

Read More...

অনুগল্প

অনুগল্প জিণ্টু আয়ান বৰা     ১:অপৰাধ   দেৱলিনা নাথ এগৰাকি ভাল লেখিকা।সমাজত সকলোৱেই সমিহ কৰে। তেওঁৰ কুৰি খনৰো অধিক কিতাপ ইতিমধ্যে প্ৰকাশ হৈছে।       তেওঁৰ দ্বিতীয় পুত্ৰৰ বিয়া।ছোৱালী চাবলৈ গৈ তেওঁ খুলা-খুলিকৈ কৈ দিছিল-যৌতুক হিচাপে নহয়,কিন্তু ছোৱালীৰ লগত বস্তু দি নপঠিয়ালে মানুহে বুবু-বাবা কৰে।গতিকে,,,,,,,,,,,,,,,,,,,,,         আজি ২ বছৰৰ পিছত তেওঁৰ কন্যাক ল’ৰা ঘৰৰ মানুহে চাব আহিও সেই খিনি কথাই কলে,যি তেওঁ নিজৰ পুত্ৰৰ বাবে ছোৱালী চাবলৈ যাওতে কৈছিল। পিছদিনা এখন বাতৰি কাকতত তেওঁৰ লেখা এটা প্ৰকাশ হল- যৌতুক দিয়া আৰু লোৱা এক সামাজিক অপৰাধ…

Read More...

খাৰুপেটীয়াত ঈদুজ্জুহাৰ নামাজ সম্পন্ন 

    খাৰুপেটীয়াত ঈদুজ্জুহাৰ নামাজ সম্পন্ন  শ্বেখ আব্দুল্লাহ খাৰুপেটীয়া  দেশৰ ভিন্ন প্রান্তৰ লগতে দৰং জিলাৰ দলগাওঁ শিয়ালমাৰী কাৰ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্রীয় ঘাই পথৰ দাঁতিত ধুলা থানাৰ অন্তৰ্গত নিজ খাৰুপেটীয়া গাৱঁত অৱস্থিত বেলতলী ঈদ গাহ ময়দানত আজি দিনৰ ৯ বজাত প্রায় ১৫ সহস্রাধিক লোকৰ উপস্থিতিত ধুলা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত চি,আৰ,পি,এফ,আৰক্ষীৰ কটকটীয়া পহৰাৰ মাজতেই খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্রাপ্ত আৰৱী শিক্ষক আলহাজ মৌলানা তালেবউদ্দিনৰ সঞ্চালনাত ঈদুজ্জুহাৰ নামাজ শান্তি পুৰ্ণ ভাৱে অনুষ্ঠিত হয়  /

Read More...

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত বগিনদীত এন,আৰ,চি, সজাগতা সভা

  সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত বগিনদীত এন,আৰ,চি,                            সজাগতা সভা  ডিজিটেল ডেক্স লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া যোৱা ৩০ জুলাইত প্ৰকাশীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰাত নাম বাদ পৰা গোৰ্খা নাগৰিক সকলক কোনোধৰনে শংকিত নহবলৈ আহ্বান জনায় সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰী সভাপতী প্ৰেম তামাঙে লক্ষীমপুৰ জিলা আগছুৰ গোৰ্খা ভৱনত অনুষ্ঠীত সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি এই মন্তব্য কৰে । ইয়াৰ লগতে সভাপতি ভাষণ প্ৰসংগত প্ৰকৃত ভাৰতীয় গোৰ্খা সকলক বিদেশী দৰে ব্যৱহাৰ কৰি সন্দেশযুক্ত…

Read More...

পৱিত্ৰ ঈদ-উজ-জোহা উপলক্ষে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জনাইছে ,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

পৱিত্ৰ ঈদ-উজ-জোহা উপলক্ষে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জনাইছে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ                      সোণোৱালৰ

Read More...

গুৱাহাটী মহানগৰীতো ঈদ’ৰ উদযাপন

  গুৱাহাটী মহানগৰীতো ঈদ’ৰ উদযাপন জাহিদুল ইছলাম গুৱাহাটীৰ সমগ্ৰ বিশ্ব লগতে আজি অসম তথা গুৱাহাটীৰ মহানগৰ বিভিন্ন স্থানত শান্তিপূৰ্ণ ভাৱে ঈদ’ৰ নামাজ পঢ়া লগতে উদযাপন কৰা দেখা গ’ল । এই পবিত্র ঈদ’ৰ জড়িয়তে শান্তি , বন্ধুত্ব মৰম প্ৰকাশ পোৱা পৰিলক্ষিত হ’ল ।

Read More...