CIVIC ACTION PROGRAMME ORGANISED BY 156 BN CRPF 

CIVIC ACTION PROGRAMME ORGANISED BY 156 BN CRPF    চিৰাং অৰ পৰা লিটন বসাক অসম খবৰ : ২৪: আগষ্ট : বিজনী পানবাড়ী কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ   জোৱান দেশৰ বিভীন্ন স্থানত জন-সম্পৰ্ক গঢ়াৰ  বিভিন্ন সময়ে সময়ে কাৰ্য্যকলাপ কৰি আহিছে  ।২৪/৮/১৮তাৰিখে চিৰাং জিলা ৰ  বিজনী পানবাড়ী স্থিত চি আৰ পি এফ   জোৱানৰ G/156B অন্তৰ্গত পানবাড়ী  উচ্চ মাধ্যমিক বিদ্যালয়  সেবিক একচন কৰ্য্যাক্ৰমৰ আয়জন কৰা হয় । এই কৰ্য্যাক্ৰমৰ অধিনত  থকা মটৰ  চালিত খোৱা  পানী সুবিধা  কৰাৰ লগতে   বিদ্যালয় প্ৰবন্ধক ৰ সুবিধা কৰে । এই কৰ্য্যাক্ৰমৰ মূখ্য  অতিথী  শ্ৰী ৰাজেশ পাণ্ডে কমনডেন…

Read More

কালিলৈ হিমাই নামিব ট্ৰেকত, হিমাৰ সফলতা কামনা কৰি নগাঁৱৰ  সোনাইপাৰ গৌৰিনাথ মণ্ডিৰত নাম কীৰ্ত্তন

  কাইলৈ হিমাই নামিব ট্ৰেকত, হিমাৰ সফলতা কামনা কৰি নগাঁৱৰ   সোনাইপাৰ গৌৰিনাথ মন্দিৰত নাম-কীৰ্ত্তন   নগাঁও হিমাক লৈ অাশাবাদী সমগ্ৰ অসমৰ লগতে নগাৱৰ সোণাইপৰীয়াবাসী। বিয়লি গৌৰিনাথ শিৱমণ্ডিৰৰ ভক্তপ্ৰান ৰাইজ গৈ হিমাৰ ঘৰত উপষ্ঠিত হৈ হিমাৰ পিতৃ , মাতৃ তথা হিমাৰ বৰদেউতাকক লগ কৰি উদগনি জনাই সন্ধ্যা মণ্ডিৰত সেৱা অাগৱঢ়াইহি। ইন্দোনেচিয়াৰ জাৰ্কাটাত অনুষ্ঠিত এচিয়ান গেমচ়্ত কালিলৈ ট্ৰেকত নামিব স্বৰ্ণকন্যা হিমা, হিমাক লৈ আশাবাদী প্ৰতিজন অসমীয়াৰ লগতে ভাৰতবাসী ৷ সকলোৰে আশা অসম জীয়ৰী তথা স্বৰ্ণকন্যা হিমাই দুভৰীৰ যাদুৰে ইতিহাস ৰচি সুনাম অৰ্জনেৰে গৌৰাম্বাবিত কৰিব সমগ্ৰ দেশবাসীক ৷ সেয়েহে হিমাই যাতে ট্ৰেকত সফলতা…

Read More

বিলাসীপাৰাত বিজেপিৰ ধুবুৰী পুৱ জিলা যুৱ মৰ্চাৰ উদ্যোগত পঞ্জাৱৰ  মন্ত্ৰীৰ   প্ৰতিমূৰ্তি দাহ

  বিলাসীপাৰাত বিজেপিৰ ধুবুৰী পুৱ জিলা যুৱ মৰ্চাৰ উদ্যোগত পঞ্জাৱৰ          মন্ত্ৰীৰ   প্ৰতিমূৰ্তি দাহ                   বিলাসীপাৰা ৰ পৰা জহিৰুল ইছলাম সমগ্ৰ অসমৰ লগতে বিলাসীপাৰাতো বিজেপিৰ ধুবুৰী পুৱ জিলা যুৱ মৰ্চা আৰু বিজেপিৰ বিলাসীপাৰা টাউন মণ্ডলৰ উদ্যোগত পঞ্জাৱৰ মন্ত্ৰী নৱজীত সিং সিদ্ধুৰ প্ৰতিমূৰ্তি দাহ কৰে। পঞ্জাৱৰ মন্ত্ৰী গৰাকীয়ে যোৱা ১৬ আগষ্ট তাৰিখে কৰা দেশদ্ৰোহী কাৰ্য্যক তীব্ৰ বিৰোধিতা কৰি অসম ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে কংগ্ৰেছ দলৰ মন্ত্ৰী নৱজিত্ সিং সিদ্ধুৰ প্ৰতিমূৰ্তি আজি সন্ধিয়া বিলাসীপাৰা গান্ধী চকত দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা…

Read More

গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

  গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি                  অপূৰ্ব হাজৰিকা এগৰাকী গৰ্ভাৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি আজি সন্ধ্যা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, জুৰীয়াৰ আলিটাঙনী গাঁৱৰ ফৰিদা খাতুন (৩৫) নামৰ এগৰাকী গৰ্ভৱতী মহিলক প্ৰসৱ কৰোৱাৰ উদ্দেশ্যৰে কালি বিয়লি প্ৰায় তিনি বজাত চিকিৎসালয়খনত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল। ভৰ্তি কৰোৱাৰ পিছত মহিলাগৰাকীক প্ৰসৱ কৰাৰ নামত চিকিৎসক-নাৰ্চে ব্যাপক ধন দাবী কৰি অহাৰ অভিযোগ কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। পৰিয়ালটোৱে অভিযোগ কৰামতে দৰিদ্ৰ পৰিয়ালটোৱে বিচৰা ধন…

Read More

অটলজীলৈ অৰুণাচল চৰকাৰৰ শেষ শ্ৰদ্ধা।পৰশুৰাম কুণ্ডত বিসৰ্জন দিলে  অস্থি কলহ                 

  অটলজীলৈ অৰুণাচল চৰকাৰৰ শেষ শ্ৰদ্ধা।পৰশুৰাম কুণ্ডত বিসৰ্জন দিলে                                           অস্থি কলহ                                                                              কাকপথাৰৰ পৰা দ্বীপেন লহকৰ ভাৰতৰত্ন প্ৰয়াত প্ৰয়াত প্ৰধানমন্ত্ৰী অাধুনিক ভাৰতৰ স্বপ্ন স্ৰস্তা অটল বিহাৰী বাজপেয়ীৰ অস্থিকলহ অৰুণাচল চৰকাৰে সন্পুৰ্ণ হিন্দু ধৰ্মীয়…

Read More

অটলজীলৈ অৰুণাচল চৰকাৰৰ শেষ শ্ৰদ্ধা।পৰশুৰাম কুণ্ডত বিসৰ্জন দিলে  অস্থি কলহ                 

  অটলজীলৈ অৰুণাচল চৰকাৰৰ শেষ শ্ৰদ্ধা।পৰশুৰাম কুণ্ডত বিসৰ্জন দিলে                                           অস্থি কলহ            কাকপথাৰৰ পৰা দ্বীপেন লহকৰ :ভাৰতৰত্ন প্ৰয়াত প্ৰয়াত প্ৰধানমন্ত্ৰী অাধুনিক ভাৰতৰ স্বপ্ন স্ৰস্তা অটল বিহাৰী বাজপেয়ীৰ অস্থিকলহ অৰুণাচল চৰকাৰে সন্পুৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে লোহিত নদীৰ ধৰ্মীয় স্থান পৰশুৰাম কুণ্ডত বিসৰ্জন দিয়ে।অাজি দিনৰ ১০ বজাত ইটানগৰৰ পৰা হেলিকেপ্টাৰেৰে অস্থিকলহ লৈ অানি পৰশুকুণ্ডত অৰুনাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাও না মিন, অৰুণাচল বিজেপিৰ সভাপতি তাপিৰ গাৱসহ কেইবাজনো…

Read More

আমেৰিকাৰ গবেষকৰ অধ্যয়ন প্ৰতিফলিত হৈছে : ভাৰতত বায়ুপ্ৰদূষণে ১.৫ বছৰকৈ গড় আয়ুস হ্ৰাস কৰিছে 

  আমেৰিকাৰ গবেষকৰ অধ্যয়ন প্ৰতিফলিত হৈছে : ভাৰতত বায়ুপ্ৰদূষণে ১.৫ বছৰকৈ গড় আয়ুস হ্ৰাস কৰিছে  নতুন দিল্লী  ভাৰতত বায়ু প্ৰদূষনে প্ৰতি জন ভাৰতীয় জীৱন গড় হিচাপত ১.৫ বছৰলৈ হ্ৰাস কৰাইছে ৷ ইয়াৰ ফলত কিছু কম সময় জীৱন ভাৰতীয় লোকে অতিবাহিত কৰিছে ৷ এদল আমেৰিকাৰ গবেষকৰ মতে ভাৰতত বায়ুৰ মান ভাল কৰিব পাৰিলে ভাৰতীয়লোকৰ জীৱন আয়ুস বৃদ্ধি পাব ৷ গবেষকৰ মতে বায়ুত অতি ক্ষুদ্ৰ কণিকাৰ উপস্থিতিৰ মাএা বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া মাএালৈ কমাব পাৰিলেই বিশ্বৰ লগতে ভাৰতীয় জীৱন গড় হিচাপত ০.৫৯ বছৰকৈ বৃদ্ধি পাব বুলি গবেষকৰ দল মতপ্ৰকাশ কৰে ৷…

Read More

দলগাৱঁৰ ৭৯৩ নং বাঘৰ বাৰী প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ বিৰুদ্ধে   অবৈধ ধন সংগ্রহৰ অভিযোগ 

  দলগাৱঁৰ ৭৯৩ নং বাঘৰ বাৰী প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ বিৰুদ্ধে                           অবৈধ ধন সংগ্রহৰ অভিযোগ  প্রতিটো প্রমান পত্রৰ বাবদ ২ শৰ পৰা ৫শ টকা পৰ্যন্ত সংগ্রহ প্রধান                                                                    শিক্ষকৰ  প্রধান শিক্ষকৰ বিৰুদ্ধে দলগাওঁ শিয়ালমাৰী প্রাথমিক শিক্ষা খন্ডৰ কাৰ্যালয়ত অভিযোগ দাখিল উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰাইজৰ শ্বেখ…

Read More

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত নাগৰিক সভা ৰাইজৰ সহযোগিতা কামনা বিশ্বনাথ জিলা সমিতি

  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত                            নাগৰিক সভা      ৰাইজৰ সহযোগিতা কামনা বিশ্বনাথ জিলা সমিতি

Read More

ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যা সমাধানৰ দাবীত  বিশ্বনাথৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

  ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যা সমাধানৰ দাবীত  বিশ্বনাথৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি বিশ্বনাথ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিশ্বনাথ জিলাৰ উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । ৪ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ খনত অহা ২৮ আগষ্টৰ ভিতৰত বিশ্বনাথ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আৰু বিশ্বনাথ জিলাৰ চাহৰ ফেক্টৰী মালিক সকলৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত দাবী জনাই । সমান্তৰালভাৱে কেঁচা চাহ পাতৰ দাম নিৰ্ধাৰণত কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ…

Read More

ডাঙৰীয়ালৈ আবেদন

ডাঙৰীয়ালৈ আবেদন             (এজাক অসহায় মানুহৰ হৈ)                                                           ✍ দেৱজিৎ লাহন                                                         আমাৰ হাতবোৰ চুটি  জোৰা দি দি আমি বাট এটা সাজিছোঁ সেই বাটেদি আপোনাক আমি  ৰজাৰ কাষলৈ পঠাইছোঁ আমাৰ হৈ ৰজাক…

Read More

দেৰগাঁৱৰ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন কেন্দ্ৰ কৰি সংঘাত

  দেৰগাঁৱৰ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন কেন্দ্ৰ কৰি সংঘাত দেগাৱ ঐতিয্যমন্ডিত দেৰগাও কমল দুৱৰা মহাবিদ্যালয় ছাত্র- একতা সভাৰ ৰাজনীতি তুংগত। মোনোণয় পত্ৰ দাখিল কৰিবলৈ অহা ছাত্র- ছাত্ৰীৰ মাজত তীব্ৰ সংঘাত । ছাত্র সন্থাৰ দেৰগাঁও আৰু কলেজ গোটৰ ছাত্ৰৰ মাজত সংঘাত লগতে এন ,এছ, ইউ আইৰ ছাত্ৰৰ। এই সংঘাতযশৰ ফলত কমল দুৱাৰ মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক গুৰুত্ব ভাৱে আহত হয় ।

Read More

নাম্বাৰপাৰাত ঈদুজ্জোহা উপলক্ষে প্ৰীতি ফুটবল খেল

  নাম্বাৰপাৰাত ঈদুজ্জোহা উপলক্ষে প্ৰীতি ফুটবল খেল চৰকাৰী কৰ্মচাৰী আৰু নিবনুৱা সকলৰ মাজত ফুটবল খেল অনুষ্ঠিতঃ কেইবাগৰাকী আৰক্ষী আৰু সেনাবাহিনীৰ জোৱান অংশগ্ৰহন কৰিলে খেলত চিৰাঙৰ পৰা লিটন বসাক ঈদুজ্জোহা উপলক্ষে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰক্ষীণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা গাঁৱৰ কেইজনমান উদ্যামী যুৱক তথা শিক্ষক, আৰক্ষী তথা সেনাবাহিনীত কৰ্মৰত জোৱান সকলোৰ উদ্যোগত নাম্বাৰপাৰা ৩য় খণ্ডত খেলপথাৰত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। খেলখন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ অধিনত নিয়োযিত যুৱক আৰু নিবনুৱা যুৱক সকলৰ মাজত অনুষ্ঠিত হয়। উত্তেজনা পূৰ্ণ খেলখনত নিবনুৱা দলে দুই গলত জয়লাভ কৰে। খেলৰ শেষত নিবনুৱা দলৰ অধিনায়কে…

Read More

ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰৰ প্ৰতিবাদ

  ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি             অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰৰ প্ৰতিবাদ বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ-ছাত্ৰীক দুব্যৱহাৰ কৰা বাবেই বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলেও প্ৰতিবাদী আন্দোলন কৰি আহিছে। শেহতীয়াকৈ, নগাঁও জিলাৰ ধিঙস্থিত নগাওঁ জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নগাঁও জিলাৰ ধিঙস্থিত নগাওঁ জৱাহৰ নৱোদয় বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বিদ্যালয়খনৰ একাংশ ছাত্ৰ। ৰাতিপুৱা পি টিত দেৰিকৈ অহাৰ বাবেই আৰু একাংশ ছাত্ৰক অধ্যক্ষগৰাকীয়ে ৰাতিপুৱাৰ অাহাৰ খাবলৈ মানা কৰা বাবেই ছাত্ৰসকলে আজি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। আনহাতে, প্ৰতিবাদকাৰী…

Read More

  প্ৰতিবাদত উত্তাল নগাঁৱৰ শেতালি  দুদিনৰ ভিতৰত পথ মেৰামতিৰ অাশ্বাস ৰহা ৰাজহ চক্ৰ বিষয়াৰ

                     প্ৰতিবাদত উত্তাল নগাঁৱৰ শেতালি  দুদিনৰ ভিতৰত পথ মেৰামতিৰ অাশ্বাস ৰহা ৰাজহ চক্ৰ বিষয়াৰ নগাঁও, নগাঁৱৰ শেতালিত ডিমৌ – ৰাইডঙীয়া পথৰ দুৰৱস্থাৰ বাবে নিশা পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ উপস্থিত নোহোৱাত অাজি পুনৰ ৰাস্তাত ভূঁই ৰুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে শেতালীবাসী ৰাইজে । হাতে হাতে জাকৈ, খালৈ, প’ল লৈ ৰাজপথলৈ উলাই অাহিল শতাধিক ৰাইজ ।অসম চৰকাৰ হাই হাই, গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মা হুচিয়াৰ, ৰহাৰ বিধায়ক ডিম্বেচৰ দাস হুছিয়াৰ ধ্বনিৰে উত্তাল হৈ পৰিল…

Read More