ডিপলোঙা কাণ্ড ভুক্তভোগী দূৰ্ভগীয়া পৰিয়ালবৰ্গৰ বাসগৃহত আটছাৰ প্ৰতিনিধি দল 

                                       ডিপলোঙা কাণ্ড ভুক্তভোগী দূৰ্ভগীয়া পৰিয়ালবৰ্গৰ বাসগৃহত আটছাৰ প্ৰতিনিধি দল  জোন বৰা ,জামুগুৰিহাট ডিপলোঙা চাহ বাগিচাৰ ১৫ নং লাইনত স্বাধীনতা দিৱসৰ দিনটোত পুৱা এচাম উন্মাদ লোকে গৰু চুৰ বুলি সন্দেহ কৰি আক্ৰমণ কৰাৰ ফলত চতিয়া গেৰেকীৰ ভোলাগুৰি গাওঁৰ চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও পৰৱৰ্তী সময়ত দেৱেন ৰাজবংশী নামৰ লোকজনে কৰুণ মৃত্যুক আঁকোৱালী ল’বলগীয়া হোৱাৰ লগতে অজয় নায়ক,পুজেন ঘাটোৱাল আৰু ফুলচন চাহু বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে৷দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গৰ বাসগৃহত আজি অসম চাহ…

Read More

খাৰুপেটীয়াত বিজেপিৰ ৰাখিবন্ধন উৎসৱ পালন

  খাৰুপেটীয়াত বিজেপিৰ ৰাখিবন্ধন উৎসৱ পালন                                                                                       শ্বেখ আব্দুল্লাহ.খাৰুপেটীয়া  দেশৰ ভিন্ন প্রান্তৰ লগতে দৰং জিলাৰ খাৰুপেটীয়াত বিজেপি বেছিমাৰী মন্ডল যুৱ মৰ্চাৰ উদ্যোগত দলগাওঁ-শিয়ালমাৰী যুৱ মৰ্চাৰ সহযোগত আজি দিনৰ ১১ বজাত খাৰুপেটীয়া হস্পিটাল ৰোডত অৱস্থিত বিজেপিৰ দলীয় অস্থায়ী কাৰ্যালয়ৰ প্রাংগণত বেছিমাৰী মন্ডল যুৱ মৰ্চাৰ সম্পাদিকা ৰুনীমা দেৱীৰ সঞ্চালনাত প্রায়…

Read More

ঢকুৱাখনা বি.এড মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সামৰণি

  ঢকুৱাখনা বি.এড মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সামৰণি                                                                                       পাপু বৰুৱা                                                                          …

Read More

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰয়োজনীয়তা শীৰ্ষক আলোচনা চক্ৰ যুৱ ছাত্ৰ পৰিষদৰ                                                                                            

  আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰয়োজনীয়তা শীৰ্ষক আলোচনা চক্ৰ যুৱ ছাত্ৰ পৰিষদৰ অপূৰ্ব হাজৰিকা নগাঁও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিষদৰ অপূৰ্ব হাজৰিকা নগাঁওকেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি নগাঁও প্ৰেছ ক্লাৱত জিলা সমিতিৰ উদ্যোগত ”অসমবাসীৰ সুৰক্ষাৰ স্বাৰ্থত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰয়োজন” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰখনত আলোচক হিচাপে নগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ মনোজ কুমাৰ নাথ আৰু নগাঁও আইন মহাবিদ্যালয়ৰ অধ্যক্ষা সুজাতা ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি কয় যে– আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা সাম্প্ৰতিক সময়ত খুবেই জৰুৰী হৈ পৰিছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাসংগিকতাৰ ১০০ শতাংশ সফল ৰূপায়ণৰ বাবেও আন্তঃৰাজ্যিক পাৰপত্ৰ…

Read More

 বছৰ শিক্ষকতা কৰি বিনা বেতনে অৱসৰ শিক্ষক সতীন্দ্ৰ নাথ বৰাৰ

  বছৰ শিক্ষকতা কৰি বিনা বেতনে অৱসৰ শিক্ষক সতীন্দ্ৰ নাথ বৰাৰ আৱেগিক হৈ পৰিল সতীৰ্থ আৰু ছাত্ৰ-ছাত্ৰী                                                                                                        অপূৰ্ব হাজৰিকা বিনা বেতনৰে দীৰ্ঘদিন শিক্ষকতা কৰি চকু পানী টুকি অৱসৰ গ্ৰহণ কৰিলে আকৌ এজন শিক্ষকে। এই দুৰ্ভগীয়া শিক্ষকগৰাকীৰ নাম সতীন্দ্ৰ নাথ বৰা।…

Read More

পুৱাৰ এজাক সৰু বৰষুণতেই কৃত্ৰিম বানত তিনিচুকীয়া

  Breaking News 👉 পুৱাৰ এজাক সৰু বৰষুণতেই কৃত্ৰিম বানত তিনিচুকীয়া 👉 তিনিচুকীয়া অসামৰিক চিকিৎসালয়, বাছষ্টেণ্ডকে ধৰি বহু ঠাইত দেখিবলৈ পোৱা গৈছে বানপানী।

Read More

বিশ্বনাথৰ নৰ্দান ৰেঞ্জাৰ জালত চোৰাং চিকাৰী

  বিশ্বনাথৰ নৰ্দান ৰেঞ্জাৰ জালত চোৰাং চিকাৰী যোৱা নিশা বিশ্বনাথৰ নৰ্দান ৰেঞ্জাৰ নেতৃত্বত এটা কুখ্যাত চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয় । বিশ্বনাথ আদাভেটি পৰা আটক কৰে আবদুল ৰচিদ নামৰ চোৰাং চিকাৰীটোক আটক কৰে ।

Read More

জুৱা-তীৰ খেল আৰু মদৰ মুকলি বেপাৰ হোৱাত সামাজিক পৰিবেশ বিনষ্ট

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দৰংগামেলা, খৈৰাণী, চেচাপানী, কুমাৰীকাটা, লতিবাৰী, পাকৰিবাৰী, ইক্ৰাজুলী, পাটকিজুলিকে ধৰি বিভিন্ন ঠাইৰ চুকে কোনে তীৰ খেলৰ মুকলি বেপাৰ চলি আছে। বৰ্তমান এই অঞ্চলসমুহ অকল তীৰ খেলে নহয় জুৱা আৰু মদৰ দ্বাৰা সামাজিক পৰিবেশ বিনষ্ট হৈছে। স্কুল, কলেজত পঢ়ি থকা ছাত্র-ছাত্ৰী সকল জড়িত হৈ পৰিছে । তীৰ এজেন্ট সকলে তীৰৰ পৰা বহু টকা পইচা পায় বুলি লোভ দেখুৱাই দুখীয়া মানুহৰ পৰা লক্ষ লক্ষ টকা সংগ্ৰহ কৰি আহিছে তীৰ মাফিয়াই। বাক্সা জিলাৰ প্ৰশাসন আৰু জাতীয় দল সংগঠনে তীৰ খেল, জুৱা, আৰু মদৰ মুকলি বেপাৰ দেখিও নেদেখা ভাও জুৰি…

Read More