চিৰাঙৰ বিজনীত উৎকোচ লোৱাৰ অভিযোগত আটক শিক্ষা বিভাগৰ কৰ্মচাৰী 

  চিৰাঙৰ বিজনীত উৎকোচ লোৱাৰ অভিযোগত আটক শিক্ষা বিভাগৰ কৰ্মচাৰী  চিৰাংৰ পৰা লিটন বসাক  চিৰাং জিলাৰ বিজনী বড়োবাজাৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ কনিষ্ঠ সহায়ক উৎকোচ লোৱাৰ অভিযোগত আটক । ফৰিদ হুচেইন নামৰ কনিষ্ঠ সহায়ক জনৰ বিৰুদ্ধে দীৰ্ঘ দিনৰ পৰাই উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল । চিৰাং জিলাৰ বড়োবাজাৰ বিঅ কাৰ্য্যালয়ত যোৱা কেবা মাহৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক,বৰ্তমান চাকৰি কৰি থকা শিক্ষক সকলৰ অভিযোগ আছিল যে ফৰিদ হুচেইন নামৰ কনিষ্ঠ বিষয়া জনে উৎকোচ নহলে কোনো কামেই নকৰে তাৰোপৰি শিক্ষক সকলৰ ফাইলবোৰ ৰখাই থয় । ইয়াৰোপৰি শিক্ষক সকলৰ ছাৰ্ভিচ বুক আপগ্ৰেডেচন…

Read More...

আধৰুৱা সপোন

আধৰুৱা সপোন   বাৰিষাৰ বৰষুণজাকে মোৰ সেই সজোৱা সপোনবোৰ মচি লৈ গল,     আৰু দি গল এবুকু যন্ত্ৰণা…….!    হয়তো আৰু জীপাল হৈ নুঠে সেই সপোনবোৰ,  আধৰুৱা হৈয়ে ৰৈ যাব কেতিয়াও নভবা এটি কথা,  যি কৈ যাব মোৰ মনৰ ব্যথা।                                  _সুৰজিত গোস্বামী_                             _প্ৰথম ষান্মাসিক_                              _গুৱাহাটী…

Read More...

सुप्रभात

*सुप्रभात*   हे परम पिता परमेश्वर  तू   है  सर्व   गुणाकर । दुख दर्द सब हर दो मुझमें शक्ति भर दो ।   शरीर मन को जोड़ दे  सृजन में ताकत भर दे । पहले जैसे स्वस्थ बनूँ  तेरे ही गुणगान में रहूँ ।   माता-पिता और गुरु  सबके शरण में जाऊँ । हर कार्य मैं कर सकूँ  प्रभु तुमसे कृपा माँगू ।     तेरे ही शरण मेंं आऊँ  तरे ही महिमा मैं गाऊँ मानव धर्म मेंं सदा रहूँ मानव सेवा मेंं सदा रहूँ।   प्रभु सबका मंगल…

Read More...

কৰ্ম সংস্থাপনৰ উদ্দেশ্যেই মহাৰাষ্ট্ৰৰ মুম্বাইত পুনৰ মৃত্যু হ’ল ঢকুৱাখনাৰ এজন যুৱকৰ

  কৰ্ম সংস্থাপনৰ উদ্দেশ্যেই মহাৰাষ্ট্ৰৰ মুম্বাইত পুনৰ মৃত্যু হ’ল ঢকুৱাখনাৰ এজন যুৱকৰ         পাপু বৰুৱা                                                                                                                                ঢকুৱাখনা কৰ্মসংস্থাপন বিচাৰি কোম্পানীত মকৰল হোৱা ঢকুৱাখনাৰ কলাবিকা চুমপৰাৰ…

Read More...

নগাঁৱৰ চামগুৰিৰ এজন যুৱক এতিয়া আৱদ্ধ হৈ পৰিছে বহিঃৰাজ্যৰ এখন চিকিৎসালয়ত

  নগাঁৱৰ চামগুৰিৰ এজন যুৱক এতিয়া আৱদ্ধ হৈ পৰিছে বহিঃৰাজ্যৰ এখন চিকিৎসালয়ত গুজৰাটৰ পৰা চামগুৰিৰ কনুৱামাৰিৰ নিজ গৃহলৈ আহি থকাৰ সময়তেই মন্নাছ আলী নামৰ যুৱকজন ৰেল পৰা পৰি আহত হৈছিল । ৰহস্যজনক কাৰণত কোচবিহাৰত ৰেলৰ পৰা পৰি গুৰুতৰ ভাবে আহত হৈছিল যুৱকজন।পাছত যুৱকজনক গুৰুতৰ অৱস্থাত কোচবিহাৰৰ এখন চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল । কিন্তু এতিয়া চিকিৎসালয়ৰ ব্যয় বহন কৰিব নোৱাৰি হতাশাগ্ৰস্ত হৈ পৰিছে চামগুৰিৰ কনুৱামাৰিৰ মন্নাছ আলিৰ পৰিয়ালটো । বৰ্তমানেও কেৱল চিকিৎসালয়ৰ খৰচ বহন কৰিব নোৱাৰাৰ বাবে বহি: ৰাজ্যৰ এখন চিকিৎসালয়তে আৱদ্ধ হৈ আছে চামগুৰিৰ আহত যুৱকজন।আনহাতে দি চিকিৎসালয় কতৃপক্ষইও পৰিয়ালৰ…

Read More...

গাৰ্ম্ভীয্যপূৰ্ণ অনুষ্ঠানত শিক্ষক লৱকান্ত শৰ্ম্মাক সমাজ সংগঠক- শিক্ষক বঁটা প্ৰদান

  গাৰ্ম্ভীয্যপূৰ্ণ অনুষ্ঠানত শিক্ষক লৱকান্ত শৰ্ম্মাক সমাজ সংগঠক- শিক্ষক বঁটা প্ৰদান এজন প্ৰকৃত শিক্ষক হবলৈ সমাজিক দায়বদ্ধতা থাকিব লাগিব” দেওবাৰে শিক্ষক তথা সমাজ সংগঠক, সমাজকৰ্মী লৱকান্ত শৰ্ম্মাক প্ৰয়াত জোনাৰাম হাজৰিকা – ধৰণীকান্ত বৰা ন্যাসৰ সোঁৱৰনিত সমাজ সংগঠক – শিক্ষক বঁটা প্ৰদান কৰি এই মন্তব্য অাগৱঢ়ায় ডিমৰীয়া মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাই। যিটো সময়ত নিজ পুত্ৰই পিতৃ মাতৃক অবহেলা কৰিছে সেই সময়ত নগাঁও বেবেজীয়া অঞ্চলৰ দুই যুৱকে হাতত লৈছে এক মহান প্ৰচেষ্টা। এই উপলক্ষে দেওবাৰে একশৰণ ভাগৱতী সমাজ, অসম নগাঁও জিলাৰ শাখা সমিতিৰ কাৰ্য্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে…

Read More...

হিমাৰ ফাইনেল খেললৈ মাজত মাঁথো কেইটামান মুহুৰ্ত, হিমাৰ সফলতা কামনা কৰি নগাঁৱৰ নসত্ৰবাসীৰ নাম কীৰ্ত্তন

  হিমাৰ ফাইনেল খেললৈ মাজত মাঁথো কেইটামান মুহুৰ্ত, হিমাৰ সফলতা কামনা কৰি নগাঁৱৰ নসত্ৰবাসীৰ নাম কীৰ্ত্তন হিমাক লৈ অাশাবাদী সমগ্ৰ অসমৰ লগতে নগাৱৰ ঐতিহ্যমণ্ডিত নসত্ৰবাসী। ইন্দোনেচিয়াৰ জাৰ্কাটাত অনুষ্ঠিত এচিয়ান গেমচ়্ত কালি হিমাৰ অভূৰ্তপুৰ্ব সাফল্যৰ পাছত অাজি ফাইনেল খেললৈ সাজু অসমৰ নগাঁৱৰ জীয়ৰী হিমা। কেইটামান মুহু্ৰ্তৰ পাছতেই ফাইনেল খেলৰ ট্ৰেকত নামিব স্বৰ্ণকন্যা ধিং এক্সপ্ৰেছ খ্যাত হিমা, হিমাক লৈ আশাবাদী প্ৰতিজন অসমীয়াৰ লগতে ভাৰতবাসী ৷ সকলোৰে আশা অসম জীয়ৰী তথা স্বৰ্ণকন্যা হিমাই দুভৰীৰ যাদুৰে ইতিহাস ৰচি সুনাম অৰ্জনেৰে গৌৰাম্বাবিত কৰিব সমগ্ৰ দেশবাসীক ৷ সেয়েহে হিমাই যাতে ট্ৰেকত সফলতা অৰ্জন কৰি সুনাম কঢ়িয়াই…

Read More...