সাংসদ ৰেমেন  ডেকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল কংগ্রেছী খাৰুপেটীয়া নগৰৰ মহাবীৰ ৰোডৰ পথ,ড্রেইন নিৰ্মাণৰ দাবীত কংগ্রেছীৰ প্রতিবাদ 

  সাংসদ ৰেমেন  ডেকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল কংগ্রেছী খাৰুপেটীয়া নগৰৰ মহাবীৰ ৰোডৰ পথ,ড্রেইন নিৰ্মাণৰ দাবীত কংগ্রেছীৰ প্রতিবাদ  শ্বেখ আব্দুল্লাহ খাৰুপেটীয়া দৰং জিলাৰ খাৰুপেটীয়া নগৰৰ অতি ব্যস্ততা পুৰ্ন পথ হিচাপে পৰিচিত খাৰুপেটীয়াৰ মহাবীৰ ৰোড | উক্ত পথটোৰ ওপৰত নগৰ সমিতিয়ে পুনৰ নিৰ্মানৰ কাৰনে বোকা মাটি পেলোৱাৰ ফলত পথত যাতায়ত কৰাৰ তীব্র সমস্যাৰ সন্মুখীন হোৱা বুলি দলগাৱঁৰ কংগ্রেছী বিধায়ক ইলিয়াছ আলীৰ উপস্থিতিত একাংশ কংগ্রেছ কৰ্মী সকলে খাৰুপেটীয়া মহাবীৰ ৰোডত অৱস্থিত জৈন মন্দিৰৰ সন্মুখত কিছু সংখ্যক কংগ্রেছ কৰ্মীসকলে আজি দিনৰ ১১ বজাত খাৰুপেটীয়া নগৰৰ মহাবীৰ ৰোডত অৱস্থিত জৈন মন্দিৰৰ সন্মুখত দলগাৱঁৰ কংগ্রেছী…

Read More...

ঢকুৱাখনা ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

  ঢকুৱাখনা ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন                      ঢকুৱাখনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধিনৰ এখন অন্যতম উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনাৰ ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ৰ চতুৰ্বিংশতিতম ২০১৮-১৯ বৰ্ষৰ নৱাগত আদৰণী সভাখন দিনজোৰা কাৰ্য্যসূচীৰে যোৱা ২৮ আগষ্টত অনুষ্ঠিত হৈ যায়। নৱাগত আদৰণি সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত পতাকা উত্তোলন কৰে অধ্যক্ষ পুনিৰাম মৰাঙে।ইয়াৰ পিছতে ছাত্ৰ একতা সভাৰ উপ-সভাপতি জগন্নাথ পায়েঙে স্মৃতি তৰ্পণ আৰু প্ৰবক্তা বিদ্যুৎ দলেয়ে বৃক্ষ ৰোপন কৰে । পুৱা ৯ বজাত প্ৰাচীৰ পত্ৰিকা “ৰেঙাম সোৱণশিৰি” উন্মোচন কৰে প্ৰবক্তা বিজুলতা পায়েঙে। ১০ বজাৰ…

Read More...

উজনি অসমৰ সন্ত্ৰাস সৃষ্টি কৰা ডকাইট , এ টি এম চোৰ আব্দুল মজিদ আলি গ্ৰেপ্তাৰ । দেৰগাঁৱত চাঞ্চল্য সৃষ্টি 

  উজনি অসমৰ সন্ত্ৰাস সৃষ্টি কৰা ডকাইট , এ টি এম চোৰ আব্দুল মজিদ আলি গ্ৰেপ্তাৰ । দেৰগাঁৱত চাঞ্চল্য সৃষ্টি      দেৰগাঁও উজনি অসমত চোৰ ডকাইটৰে এক প্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰি অহা চুৰি চক্ৰৰ মূল খলনায়ক আব্দুল মজিদ আলি নামৰ এটা কুখ্যাত ডকাইত ও প্ৰৱঞ্চকক যোৱা কালি বোকাখাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই গ্ৰেপ্তাৰ কৰে ‌। উজনি অসমৰ কেবাটাও চুৰি ডকাইটি ঘটনাৰ লগত জড়িত এ টি এম লুট ঘটনা মহা নায়ক আব্দুল মজিদ আলি নামৰ লোকজন দেৰগাঁৱৰ ইছলাম নগৰৰ । ধৃত ডকাইটিয়ে আজি কিছু বছৰৰ পৰা যোৰহাট…

Read More...

মৰিগাঁওত মণ্ডল বিজেপি উদ্যোগত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতল বিহাৰী বাজপেয়ী আদ্যশ্ৰাদ্ধ অনুস্থান

  মৰিগাঁওত মণ্ডল বিজেপি উদ্যোগত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতল বিহাৰী বাজপেয়ী আদ্যশ্ৰাদ্ধ অনুস্থান                                                                    মৰিগাঁও পৰা পুলিন কাকতি মৰিগাঁও জিলা কোঁৱৰ গাঁও সোনাই পুৰিয়া ৰঙ্গ মঞ্চৰ প্ৰাঙ্গনত ভুৰবন্ধা মণ্ডল বিজেপি আৰু কোঁৱৰ গাঁও বুথ সমিতি সমুহৰ সহযোগত আদ্যশ্ৰাদ্ধ ও শ্ৰদ্ধানঞ্জলি অনুস্থান আয়োজন কৰে। এটা সোনালী যুগৰ অৱসান ঘটিল,ভাৰতবৰ্ষৰ মহীৰূহ ,যুগদ্ৰষ্টা তথা প্ৰক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপ্ৰেয়ী মৃত্যুত…

Read More...

  ধুবুৰী জিলাত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 

  ধুবুৰী জিলাত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক  বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ  –ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে |  উল্লেখ্য যে, পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জ, আগমনি,বহলপুৰ,কাজিগাওঁ,বগৰীবাৰী,মহামায়াৰ,বিলাসীপাৰা লগতে চাপৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপে পালিত হয় | ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৰ কৰ্মী সকলে ।  স্মৰ্তব্য যে, কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত আজিৰে পৰা ৩৬ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত ধুবুৰীৰ চাপৰৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে বন্ধৰ সমৰ্থক সকলে ।  

Read More...

চিৰাং জিলা বিজনী বড়োবজাৰ ডাইনী সন্ধেহত বিপিন বসুমতাৰী একাংশ দুস্কৃতি কাৰিৰ প্ৰহাৰ 

  চিৰাং জিলা বিজনী বড়োবজাৰ ডাইনী সন্ধেহত বিপিন বসুমতাৰী                           একাংশ দুস্কৃতি কাৰিৰ প্ৰহাৰ          চিৰাংৰ পৰা লিটন বসাক  চিৰাংজিলাৰ বিজনী থানাৰ অন্তৰ্গত বড়োবজাৰ মেদুলী পাৰৰ গাওঁৰ যোৱা শনি বাৰৰ নিশা প্ৰায় ১১বজাৰ বিপিন বসুমতাৰীক নিজৰ বাহ গৃহৰ পৰা একাংশ দুস্কৃতি কাৰিয়ে ঘৰৰ পৰা উলিয়াই আনি বেয়াকৈ প্ৰহাৰ কৰে । পিছত বড়ো বজাৰ আৰক্ষী বিষয়া ঘটনা স্থলিতি উপস্থিত হয় আৰু বিপিন বসুমতাৰীক বঙাইগাওঁ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰন কৰে । উক্ত চিকিৎসালয় ত বিপিন বসুমতাৰী(৭০) ৰ…

Read More...

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ নোৱাপাৰাত কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক জব্দঃ স্হানীয় ৰাইজে ট্ৰাক জব্দ কৰি আৰক্ষী আৰু বন বিভাগক গতাই দিয়ে

  মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ নোৱাপাৰাত কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক জব্দঃ স্হানীয় ৰাইজে ট্ৰাক জব্দ কৰি আৰক্ষী আৰু বন বিভাগক গতাই দিয়ে নৰ্থ ইষ্ট নাউঃ ইয়াছিন আলীঃ কোকিলা যোৱা নিশা বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ নোৱাপাৰাত বৃহত পৰিমানৰ চোৰাং কাঠৰ কুণ্ডা ভৰ্তি এখন ট্ৰাক জব্দ কৰে স্হানীয় ৰাইজে। এ এছ ১৮ – ৮০৬৯ (As 18- 8069 ) নং ট্ৰাকখন চিৰাং জিলাৰ কুকলংৰ পৰা গমাৰী কাঠৰ কুণ্ডা কঢ়িয়াই অনাৰ সময়ত মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাপাৰাত স্হানীয় ৰাইজে নিশা আটক কৰে। পিছত ঘটনাস্থলীত মানিকপুৰ থানাৰ আৰক্ষী আৰু…

Read More...

সেউজীয়া লখিমপুৰ আমাৰ সপোন হোৱাটচএপ গ্ৰুপৰ ১০০ গছপুলি ৰোপন

  সেউজীয়া লখিমপুৰ আমাৰ সপোন হোৱাটচএপ গ্ৰুপৰ ১০০ গছপুলি ৰোপন ডিজিটেল ডেক্স,লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া সেউজীয়া লখিমপুৰ আমাৰ সপোন ” নামৰ এটা প্ৰকৃতিপ্ৰেমী হোৱাটচএপ গ্ৰুপে যোৱা ২৮ আগষ্টত লখিমপুৰ কেন্দ্ৰীয় কলেজৰ পৰা চৰাইমৰীয়ালৈ ১৫ নং ৰাষ্ট্ৰীয় পথৰ কাষত ১০০ টা বিভিন্ন মূল্যবান গছপুলি ৰোপন কৰে ৷ হোৱাটচএপ গ্ৰুপটোৰ নেতৃত্ব বহন কৰা বি কে দাসৰ নেতৃত্বত ২৫০ জন সদস্যই এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহন কৰে ৷ প্ৰতিজোপা গছপুলি ৰোপন কৰি দায়িত্ব নাসামৰি প্ৰতিপালন কৰাৰোঁ দায়িত্ব লৈছে সদস্য সকলে ৷ ১০০ জোপা গছপুলি চোৱাচিতা কৰি প্ৰতিপালন কৰিবলৈ ১০০ জন গ্ৰুপটোৰ সদস্যক দায়িত্ব দিয়া…

Read More...

কমতাপুৰ আৰু অসম ৩৬ ঘন্টীয়া বন্ধত জনজীৱন ব্যাহত

  কমতাপুৰ আৰু অসম ৩৬ ঘন্টীয়া বন্ধত জনজীৱন ব্যাহত কোচৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য দাবী আজিৰে পৰা ৩৬ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছে আক্ৰাছুই ৷ বন্ধ সময়চোবাত বঙাইগাঁও, চিৰাং জিলাৰ জনজীৱন স্তব্ধ হয় ৷ দুই এটা ব্যক্তিগত যানবাহন চলাচল কৰি থকাৰ বাহিৰে সকলো যান বাহন ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকে ৷ আজি বন্ধৰ সময় চোৱাত বন্ধৰ সংৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাবস্ত্য কৰে আৰু no ST no rest, বিজেপি চৰকাৰ হায় হায়, আদি শ্লোগানেৰ পৰিবেশ উত্তাল কৰি তোলে / আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিয়ে আগতে স্পষ্ট কৰি দিছিল যে সকলো জৰুৰী কালিন…

Read More...

ভাৰতৰ দৌৰৰাণী হিমাক দৌৰত বাধা দিয়াৰ অভিযোগ

  ভাৰতৰ দৌৰৰাণী হিমাক দৌৰত বাধা দিয়াৰ অভিযোগ কোকিলাৰ পৰা ইয়াছিন আলী মিক্সড ৰিলেত ভাৰতে লাভ কৰা ৰূপৰ পদক হ’ব পাৰে সোণৰ। সোণৰ পদকেৰে জিলিকাৰ সম্ভাৱনা আছে হিমা দাসৰ। 4X400 হিমাৰ দৌৰত বাহৰেইনৰ খেলুৱৈয়ে বাধা দিয়াৰ অভিযোগ। এথলেটিক্ছ ফেডাৰেচন অৱ ইণ্ডিয়াই এই সন্দৰ্ভত দাখিল কৰিছে অভিযোগ নামা । অভিযোগ গ্ৰাহ্য হ’লে ৰূপৰ পৰিৱৰ্তে সোণৰ পদক লাভ কৰিব ভাৰতৰ দৌৰ ৰাণী হিমা। আজি এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব এছিয়াডৰ জুৰীয়ে।

Read More...

“আন্তঃৰাষ্ট্ৰীয় কাৰাটে ড’চেম্পিয়নশ্বিপ ২০১৮, মালয়েছিয়া” লৈ হৃদয়ানন্দ, মিলনজ্যোতি আৰু চনম

  “আন্তঃৰাষ্ট্ৰীয় কাৰাটে ড’চেম্পিয়নশ্বিপ ২০১৮, মালয়েছিয়া” লৈ হৃদয়ানন্দ, মিলনজ্যোতি আৰু চনম মালয়েছিয়াত অনুষ্ঠিত হব লগীয়া ইণ্টাৰনেচনেল অকিনাৱান গজু- ৰৰ্য়ু কাৰাটে ড’ ফেডাৰেচন (International Okinawan Goju-Ryu Karate-Do Federation) ৰ দ্বাৰা আয়োজিত ইণ্টাৰনেচনেল কাৰাটে ড’ চেম্পিনশ্বিপ ২০১৮ (International Karate Do Championship 2018 at Malaysia) ত অসমৰ হৃদয়ানন্দ দাস আৰু তেওঁৰ দুই ছাত্ৰ মিলনজ্যোতি বৰদলৈ আৰু চনম লামা অংশগ্ৰহণৰ বাবে সাজু হৈছে৷ উল্লেখ্য যে হৃদয়ানন্দ দাসে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাতে কেৱল খেলুৱৈ হিচাপেই নহয়, দেশীয় দলৰ প্ৰশিক্ষক, দল পৰিচালক, বিচাৰক হিচাপেও অংশগ্ৰহণৰে অনেক পদক আৰু সুনাম কঢ়িয়াই আনিছে৷ বৰ্তমান নৰ্থ ইষ্ট ডাইৰেক্টৰ…

Read More...

অহা ৩ ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত হ’ব লগা অডিচনত

  গাঁৱে-ভূঞে থকা প্ৰতিভাৱান শিল্পীয়ে অডিচনত অংশ লৈ নিৰ্বাচিত হৈ SUNDAY নামৰ নিৰ্মাণ হ’ব লগা অসমীয়া চিনেমাত অভিনয়ত সুযোগ লোৱাৰ সুবিধা লওক অহা ৩ ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত হ’ব লগা অডিচনত /

Read More...

৭ ছেপ্তেম্বৰত শিক্ষামন্ত্ৰীয়ে আলোচনালৈ মাতিলে সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাকঃ

  ৭ ছেপ্তেম্বৰত শিক্ষামন্ত্ৰীয়ে আলোচনালৈ মাতিলে সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাকঃ ৬ ছেপ্টেম্বৰত সন্থাৰ সাধাৰণ সভাৰ আহ্বানঃ            কোকিলাৰ পৰা ইয়াছিন আলীঃ অসমৰ ২৪ খন জিলাৰ বিভিন্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় সমুহত ১৯৯১ – ২০০১ চনৰ ভিতৰত নিয়োজিত হৈ থকা ১১, ৭৫৬ গৰাকী শিক্ষকৰ সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ ডিপোটি ছেক্ৰেটেৰীয়ে পত্ৰ নং AEE- 289/2017/87-A যোগে শিক্ষামন্ত্ৰীৰ লগতে প্ৰাথমিক শিক্ষা বিভাগৰ বিষয়া সকলোৰ সৈতে, সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ বিষয়া সকলে অহা ৭ ছেপ্তেম্বৰত ৰাতিপুৱা…

Read More...

তীৰ খেলৰ বিৰুদ্ধে সৰৱ হালধীয়াৰ এজন যুৱকঃ থানাত এজাহাৰ দাখিলঃনিৰৱ আৰক্ষী  

তীৰ খেলৰ বিৰুদ্ধে সৰৱ হালধীয়াৰ এজন যুৱকঃ থানাত এজাহাৰ দাখিলঃনিৰৱ আৰক্ষীঃ                                                                        কোকিলাৰ পৰা ইয়াছিন কোকিলাৰ নিকটৱৰ্তী তথা বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাওঁত অবৈধ তীৰ খেলৰ বিৰুদ্ধে এজন যুৱকে এজাহাৰ দাখিল কৰিছে। কেইবা মাহ ধৰি আব্দুল কুদ্দুচ নামৰ এজন ব্যক্তিয়ে অবৈধ তীৰ খেলৰ টিকট বিক্ৰী কৰি আহিছে। বাধা দিলে নানা ধৰনৰ অশ্লীল কথা…

Read More...