দলগাওঁ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

  দলগাওঁ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন দৰঙৰ দলগাঁৱস্থ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ে আজি প্ৰথম বৰ্ষপুতি পালন কৰে ৷ ইয়াৰ লগতে সংগতি ৰাখি দিনযোৰা কাৰ্যসূচীৰে নবাগত আদৰণী সভাও অনুষ্ঠিত কৰে ৷ সেই উপলক্ষে আজি পুৱা ৯ বজাত শ্বহীদ তৰ্পণ কৰে মহাবিদ্যালয় খনৰ সহযোগী অধ্যাপক ড’ শচীন্দ্ৰ চহৰীয়াই, ৯-৪৫ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড’ লক্ষীপ্ৰসাদ হাজৰিকাই, ১০ বজাত বন্তি প্ৰজ্বলন কৰে খাৰুপেটীয়া কলেজৰ অধ্যক্ষ ড’ বুধিন চন্দ্ৰ হাজৰিকাই ৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত অংশ গ্ৰহণ কৰে স্থানীয় বিধায়ক ইলিয়াছ আলী, জিলা…

Read More

Jayanagar 5 member form one family goes missing after car falls into Dekhow river

  Jayanagar 5 member form one family goes missing after car falls into Dekhow river five members of the same family went missing after their speeding car lost its control and fell into the Dekhow river they could not come out from the car because of the car door was locked Name of The five family members are Horen Borah (husband), Ponou Borah (wife), Phunu Borah (mother), Simpi Borah (daughter) and Munmi Borah (daughter). The incident took place while the family was travelling from Guwahati to Sivasagar for a two…

Read More

বঙাইগাঁও জিলাৰ ডাঙাইগাও গাওঁ পঞ্চায়তৰ সচিব গ্ৰেপ্তাৰঃ গাওঁ পঞ্চায়তৰ উন্নয়নৰ নামত আৱন্টিত লাখ লাখ টকা লুটি পুটি খোৱাৰ অভিযোগত সচিব দিপক ঘোষক গ্ৰেপ্তাৰঃ

  বঙাইগাঁও জিলাৰ ডাঙাইগাও গাওঁ পঞ্চায়তৰ সচিব গ্ৰেপ্তাৰঃ গাওঁ পঞ্চায়তৰ উন্নয়নৰ নামত আৱন্টিত লাখ লাখ টকা লুটি পুটি খোৱাৰ অভিযোগত সচিব দিপক ঘোষক গ্ৰেপ্তাৰঃ পলাতক কনিষ্ঠ অভিযন্তা নৰেশ কলিতা কোকিলাৰ পৰা ইয়াছিন আলী এশ গৰু মৰিলে বাঘৰো মৰণ, তেনে এক ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ ডাঙাইগাও গাওঁ পঞ্চায়তত। জানিব পৰা মতে কেইদিনমান পূৰ্বে একাধিক দূৰ্নীতি কৰাৰ অভিযোগত গোছৰৰ ভিত্তিত ডাঙাইগাওঁ গাঁও পঞ্চায়তৰ সভানেত্ৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পঞ্চায়ত সচিব দিপক ঘোষক। মাণিকপুৰ আৰক্ষীয়ে প্ৰাথমিক জেৰা কৰি জেল হাজতলৈ…

Read More

নগাঁৱত উকালতি জীৱনৰ ৫০ বছৰ পুৰ্তি উপলক্ষে জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ কুমাৰ বৰাক সম্বৰ্ধনা 

  নগাঁৱত উকালতি জীৱনৰ ৫০ বছৰ পুৰ্তি উপলক্ষে জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ কুমাৰ বৰাক সম্বৰ্ধনা  নগাঁও উকীল সন্থাৰ উদ্যোগত জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ কুমাৰ বৰাৰ ওকালতি জীৱনৰ পঞ্চাশ বছৰ উপলক্ষে আজি সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত হয়। উকীল সন্থাৰ অন্তৰ্ভুক্ত প্ৰতিগৰাকী সদস্যক ৫০ বছৰ অতিক্ৰম কৰিলে পৰম্পৰা অনুসৰি সন্থাই বিশেষ সন্মান প্ৰদৰ্শন কৰি আহিছে। সেই অনুসৰি নগাঁও উকীল সন্থাত নিজৰ কৰ্মজীৱনৰ ৫০ বছৰ পুৰ্তি উপলক্ষে প্ৰদ্যুৎ কুমাৰ বৰাক আজি সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভিৰ্যপূৰ্ণ সভাত বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। নগাঁও উকীল সন্থাৰ সভাপতি গংঙ্গাবল্লভ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সম্বৰ্ধনা গ্ৰহণ কৰি বৰাই…

Read More

নগাঁৱত পোষ্টেল পেয়িং বেংক উদ্বোধন,

  নগাঁৱত পোষ্টেল পেয়িং বেংক উদ্বোধন, নগাঁও প্ৰধান ডাকঘৰত আজি ইণ্ডিয়ান পেয়িং পোষ্টেল বেংকৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে কয়– এতিয়াৰ পৰা এই বেংকিং সে্ৱাৰ জৰিয়তে ৰাইজ বেংকিং সেৱাৰ পৰা বঞ্চিত নহয়। ভিতৰুৱা গাঁ‌ৱৰ লোকেও এই বেংকিং সেৱাৰ পৰা উপকৃত হ’ব পাৰিব। ইয়াতকৈ আৰু ডাঙৰ সুবিধা একো নাই বুলি উল্লেখ কৰি গোহাঁইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তৱত ৰূপায়িত হৈছে বুলি উল্লেখ কৰে। নগাঁও প্ৰধান ডাকঘৰৰ মুখ্য প্ৰবন্ধক কমল মাহাতুয়ে উদ্দেশ্য বাখ্যা কৰা শুভাৰম্ভ সভাত আদৰণি ভাষণ প্ৰদান কৰে ডাক বিভাগৰ ডিব্ৰুগড়…

Read More

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ ‘ম’হযুঁজ’ ত্ৰিপুৰা আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱলৈ আমন্ত্ৰিত নাটক “যুঁজৰ লাখুটি-ৰণৰ লাখুটি”

  আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ ‘ম’হযুঁজ’ ত্ৰিপুৰা আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱলৈ আমন্ত্ৰিত নাটক “যুঁজৰ লাখুটি-ৰণৰ লাখুটি”       মৰিগাঁও পৰা পুলিন কাকতি  অহা ৬ ছেপ্তেম্বৰৰ পৰা ১৩ ছেপ্তেম্বৰলৈ ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত হ’বলগীয়া “৪ৰ্থ বামপদা মুখপধ্যায় স্মৃতি ত্ৰিপুৰা নাট মহোৎসৱ-২০১৮”  লৈ আমন্ত্ৰিত হৈছে মৰিগাঁৱৰ অগ্ৰণী নাট্যগোষ্ঠী ‘উইংছ’। উল্লেখযোগ্য যে , ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ একাধিক নাট্যদলে অংশগ্ৰহণ কৰিবলগীয়া উক্ত নাট মহোৎসৱটি এইবেলি উৎসৰ্গিত কৰিছে পদ্মভূষণ এইছ কানহাইলালৰ পৱিত্ৰ স্মৃতিত। উক্ত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱটিত অসমক প্ৰতিনিধিত্ব কৰিব উইংছে। আৰু উইংছ,মৰিগাঁৱে নিবেদন কৰিব নাটক “ যুঁজৰ লাখুটি-ৰণৰ লাখুটি” । অসমীয়াৰ বাপতিসাহোন…

Read More

ক’ত স্বাধীনতা

ক’ত স্বাধীনতা                     ✍জ্যোতি প্ৰসাদ শৰ্ম্মা।                     বৰভাগ মহাবিদ্যালয়,                      নলবাৰী                           আমি স্বাধীন দেশৰ নাগৰিক, গৰ্বত বুকুখন উঠলি উঠে।   কিন্তু মনবোৰ জানো স্বাধীন হ’ল চিন্তাধাৰাৰ জানো পৰিবৰ্তন হ’ল? হয়তো বহুতৰে নহ’ল। বহুতে আজিও পৰিচয় দিয়ে সংকীৰ্ণ মানসিকতাৰ।   যিখন দেশত আজিও লুলুপ দৃষ্টি পৰে, নাৰীৰ অসমতল শৰীৰত, বহুতে অন্ধকাৰৰ…

Read More

“ভূমিষ্ঠ”_ এটি নতুন গান

Uddipta Kumar Bhattacharyya প্ৰিয় শিল্পী ৰূপম ভূঞা দাৰ কণ্ঠত মোৰ ভিডিঅ’ পৰিচালনাৰে “ভূমিষ্ঠ” এইখিনি সময়ত গানটোৰ কথাখিনিৰ প্ৰয়োজনীয়তা অনুভৱ কৰো বাবে সকলোলৈ আগবঢ়ালো। আশাকৰো ভাল পাব, লগতে #শ্বেয়াৰ কৰি আনকো চোৱাৰ সুযোগকন দিব বুলি আশা কৰিছো। Singer- Rupam Bhuyan Lyrics & Composition- Raju Deka Music- Poran Borkatoky Mixed & Mastered by- Bhupesh Saikia Cast- Kamal Lochan Cinematography- Rupamjyoti Saikia Asst. Cinematography- Madhurjya Borgohain Sand Artist- Dhrupraj Krishnatraya Scalptor- Harekrishna Talukdar Direction & Editing- Uddipta Kumar Bhattacharyya Special Thanks- Banajit Barman, Anshuman Rong Boruah, Rituraj Hazarika, Poran Bharali, Pranab Bharali

Read More

আজি মই মুক্ত

আজি মই মুক্ত             🖊বিৰাজ বৰা।              টিয়ক,যোৰহাট   অসীমত মোক বিলীন হ’ব দিয়া, স্বাৰ্থপৰ প্ৰেম-ভালপোৱাৰ প্ৰাচীৰ ভাঙি হেৰাই যাব দিয়া মোক সৌ সেউজীয়া অৰণ্যখনত,য’ত পাম জীয়াই থকাৰ নতুন উদ্যম,য’ৰ কোমল বননিৰ পৰশে জগাই তুলিব মোৰ মনত সেউজী প্ৰকৃতিৰ বাবেই জীয়াই থকাৰ দুৰ্বাহ হেপাহ।   আতৰি যাব বিচাৰো মই এই স্বাৰ্থপৰ সমাজৰ পৰা,কথা পাতিব বিচাৰো মই প্ৰকৃতিৰ নতুন বন্ধুৰ সৈতে যি চিনি নাপায় স্বাৰ্থক, কেৱল জানে কৰিব স্বাৰ্থহীন মৰম আৰু আগবঢ়াব বিপদত এধানি সহায়ৰ হাত,কৰিব বিচাৰো মই স্বাৰ্থহীন প্ৰকৃতিৰ সৈতে…

Read More

জাতিৰ উন্নতিয়েই দেশৰ উন্নতি

“এটা জাতিৰ উৰ্ধমুখী উন্নতিৰ আঁৰত জড়িত হৈ থাকে ব্যক্তিৰ কঠোৰ পৰিশ্ৰম , সততা আৰু  সুস্থিৰ শান্তিৰ সামূহিক ফল । ঠিক সেই একেদৰে জাতিৰ অৱনতিৰ কাৰণো হৈছে ব্যক্তিৰ অৱহেলা , স্বাৰ্থপৰতাৰ আৰু অসততাৰ ফলশ্ৰুতি । “

Read More

নগাঁৱতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট

  নগাঁৱতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট নদীবান্ধ প্ৰকল্পৰ বিৰোধিতা   ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নদীবান্ধৰ বিৰোধিতাৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে । নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৰূপায়িত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে প্ৰস্তাৱিত আৰু নিৰ্মীয়মান সকলো বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধ কৰা আৰু অসমৰ বানপানী-গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰে । প্ৰতিবাদী কাৰ্যসূচীটোত সমবেত কৃষক মুক্তিৰ সদস্য সকলে চৰকাৰ বিৰোধী শ্ল’গান প্ৰদান কৰি পৰিৱেশ উত্তাল কৰি তোলে ।

Read More