আৰক্ষীৰ উপ-অধীক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আৰক্ষী সঞ্চালক প্ৰধানক দাখিল অভিযোগ

  আৰক্ষীৰ উপ-অধীক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আৰক্ষী সঞ্চালক প্ৰধানক দাখিল অভিযোগ পুনৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ নগাঁৱৰ সবিতা দাস নামৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষী সঞ্চালক প্ৰধানক তথ্য-প্ৰমাণসহ অভিযোগ দাখিল কৰিলে নগাঁও চহৰৰ সৌৰভ হাজৰিকা নামৰ এজন যুৱকে। যুৱকজনৰ অভিযোগ অনুসৰি যোৱা ৩১ আগষ্টত সবিতা দাস নামৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে নগাঁও চহৰৰ পলি ৰোডৰ নিজা বাসগৃহৰ সন্মুখত তিনিজন বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাত সৌৰভ হাজৰিকাক বিনাকাৰণত আটক কৰি সদৰ থানালৈ লৈ যায়। ইয়াৰ পিছত পিছদিনা পুৱা অৰ্থাৎ ১ছেপ্টেম্বৰত বিয়লি ৪ বজাত সদৰ আৰক্ষী থানাৰ পৰা…

Read More

ৰিবেলছ নাট্যগোষ্ঠীৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

ৰিবেলছ নাট্যগোষ্ঠীৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন নগাঁও চহৰৰ মাজমজিয়াত এদল সংস্কৃতিপ্ৰেমী কিশোৰ কিশোৰীৰ অশেষ ত্যাগৰ ফলত পাতনি মেলিলে ৰিবেলছ নাট্যগোষ্ঠী। সংস্কৃতিৰ পথাৰখনক নৱপ্ৰজন্ম সকলক লগত লৈ অাৰু এখোজ অাগুৱাই নিয়াৰ মানসেৰে গ্ৰহ লৈ উঠা ৰিবেলছ নাট্যগোষ্ঠীয়ে সগৌৰৱেৰে এবছৰ অতিক্ৰম কৰিলে। সেই অনুসৰি নগাঁও নাট্য মন্দিৰত ৰবিবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্য্যসুচীৰে বৰ্ষপুতি অনুষ্ঠানটি সম্পন্ন হয়। কাৰ্য্যসুচী অনুসৰি পুৱা গোষ্ঠীৰ পতাকা উত্তোলনৰ পাছতেই চিত্ৰাংকন প্ৰতিযোগীতা অনুষ্ঠিত হয়। বিয়লি একক নৃত্য প্ৰতোযোগীতাৰ পাছতেই সন্ধ্যা প্ৰয়াত গুণ মহন্ত ৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যুৱ অভিনেতা সোণমনি বেজবৰুৱাই। তাৰ পাছতেই মঞ্চস্থ কৰা হয় ধনঞ্জয় বৰদলৈৰ দ্বাৰা ৰচিত…

Read More

বিশ্বনাথত চানডেৰ অডিচনত শিল্পীৰ ভীৰ : জেষ্ঠ্য সাংবাদিকক সম্বৰ্ধনা

  বিশ্বনাথত চানডেৰ অডিচনত শিল্পীৰ ভীৰ : জেষ্ঠ্য সাংবাদিকক সম্বৰ্ধনা চানডে ছৱিখনত বলিউডৰ একাংশ শিল্পীৰ লগতে বঙালী ভাষাৰ বাবে কলকাতাৰ শিল্পীয়ে অভিনয় কৰিব :গাঁৱে-ভূঞে থকা প্ৰতিভাৱান শিল্পীয়ে অডিচনত অংশ লৈ প্ৰতিভাৱান শিল্পীক সঠিক মৰ্যদা দি যোগ্যজনক প্ৰতিভা বিকাশৰ বাবে নিৰ্বাচিত হৈ চানডে “নামৰ নিৰ্মাণ হ’ব লগা অসমীয়া চিনেমাত অভিনয়ত সুযোগ দিয়াৰ উদ্দেশ্যে বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত আজি অডিচন অনুষ্ঠিত হৈ যায় l আজি অডিচন আৰম্ভ হোৱাৰ পূৰ্বে সদৌ অসম সাংবাদিক সংস্হাৰ প্ৰতিস্হাপক তথা বয়োজেষ্ঠ সাংবাদিক নৰেণ বৰাক এখন ফুলাম গামোচা আৰু জাপীৰে সংগীত চিনে প্ৰডাকচনে উষ্ম অভিন্দন জনয় lচানডেৰ…

Read More

অসমীয়া জাতি বিৰুদ্ধে বিৰুপ মন্তব্যত ক্ষুব্ধ খোৱাংবাসী

  অসমীয়া জাতি বিৰুদ্ধে বিৰুপ মন্তব্যত ক্ষুব্ধ খোৱাংবাসী মৰাণৰ পৰা কুশল ভূঞা, খোৱাং পিথুবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা  মীনা দেৱীয়ে অসমীয়া জাতি বিৰুদ্ধে বিৰুপ মন্তব্য আগবঢ়ায় বিতৰ্ক মাজত সোমাই পৰা পাছত ,বিষয়টোৰ সমাধান কৰিবলৈ আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে যদিও সম্পূৰ্ণৰূপে বিফলতা হ’ব লগীয়া হয়। আজি বিদ্যালয়খনত অনুষ্ঠিত হোৱা সভাত খোৱাং পিথুবৰ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা শিক্ষাবিদ ডিম্বেশ্বৰ চেতিয়াই সভাপতিত্ব কৰে। উল্লেখযোগ্য যে যোৱা ১৬জুলাইত বিদ্যালয় খনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষয়িত্ৰী নয়না শ‌ইকীয়াই চাকৰি নিয়মীয়া কৰণৰ কাৰনে এখন অভিজ্ঞতাৰ প্ৰমান- পত্ৰ অধ্যক্ষা পৰা বিচাৰে। কিন্তু উক্ত বিষয়টোকলৈ দুয়োৰ…

Read More

কাকপথাৰৰ ন দিহিং নদীত মৃতদেহ উদ্ধাৰ 

         কাকপথাৰৰ ন দিহিং নদীত মৃতদেহ উদ্ধাৰ  কাকপথাৰৰ পৰা দ্বীপেন লহকৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত ডিৰাকৰ চুমনি মাজুলিত অাজি এটা অচিনাক্ত ওৱলি যোৱা  মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটো চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ন দিহিং নদীত উদ্ধাৰ হোৱা মৃতদেহটো অৰুণাচল প্ৰদেশৰ ফালৰ পৰা পানীত উটি আহি উক্ত স্থানত লাগি ধৰাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷ বৰ্তমানলৈ লংপেণ্ট চাৰ্ট পৰিহিত পুৰুষৰ উৱলি যোৱা মৃতদেহটো  চিনাক্ত কৰিব পৰা নাই ৷ কাকপথাৰ আৰক্ষীয়ে মৃতদেহটো চমজি লৈ বৰ্তমানে অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো সু-সুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ইতিমধ্যে অাৰক্ষীয়ে  মৃতদেহটো…

Read More

কাকপথাৰৰ ডিৰাক সোনজাত পথ দূৰ্ঘটনাত নিহত মহিলা

  কাকপথাৰৰ ডিৰাক সোনজাত পথ দূৰ্ঘটনাত নিহত মহিলা       কাকপথাৰৰ পৰা দ্বীপেন লহকৰ তিনিচুকীয়া জিলাৰ বৰডুমচা অাৰক্ষী থানাৰ অন্তৰ্গত কাকপথাৰৰ ডিৰাক সোনজান পথাৰৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথত অাজি সন্ধিয়া এক পথ দূৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়। জানিব পৰা মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাই পথেৰে অাহি থকা অৱস্থাত কোনো অচিনাক্ত বাহনে খুণ্ডিয়াই থৈ যোৱাত মহিলা গৰাকী থিতাতে নিহত হয়।বৰডুমচা অাৰক্ষীয়ে ইতিমধ্যে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰিক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।অাৰক্ষীয়ে বৰ্তমানলৈকে দূৰ্ঘটনা সংঘটিত কৰা বাহনখন সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।  

Read More

আমনি নকৰো তোমাক

আমনি নকৰো তোমাক     নীলা নদিৰ পাৰৰ আঁহতৰ তলত বহি পশ্চিম আকাশৰ হেঙুলীয়া বেলিৰ কিৰণ চাবলৈ আমনি নকৰো তোমাক ।।   আমনি নকৰো তোমাক আইদেউৰ বাগিচাত বহি চকুত চকু থৈ  প্ৰেমৰ কথা পাতিবলৈ ।।     স্নিগ্ধসন্ধ্যাৰ নিৰ্জনতাত  দুৱৰিৰ দলিচাত বহি আকাশৰ স্বপ্নিল জোনাক  উপভোগ কৰি মনৰ দলিচাত সপোন ৰচিবলৈ  আমনি নকৰো তোমাক ।।   আমনি নকৰো তোমাক  তোমাৰ চকুত ফুলাবলৈ দিয়া সূৰ্যমুখী ফুলৰ সুবাস লবলৈ  আমনি নকৰো তোমাক ।।                অৰূপ শইকীয়া         (লক্ষীমপুৰ,দুৰভাষ-৮৪৮৬৩৩৮৪৪১)

Read More

শৰতৰ সন্ধিয়া

শৰতৰ সন্ধিয়া   অবিনাশ দাস  নলবাৰী   আহা উপভোগ কৰো এটি শৰতৰ সন্ধিয়া ৷ সজল হৈ উঠা  ধৰাৰ বুকুত বিলীন  কৰি দিওঁ মায়াবী জীৱন ৷   নিৰস সময়ৰ ঘাট প্ৰতিঘাতৰ কথা পাহৰি এবুকু মৰম সিচি ৰঙেৰে  উপচায় পেলাও সন্ধিয়াটি ৷   নিবিড় স্বপ্নত তোমাৰ ৰং বোৰ চাই অতদিনে বৈ আছো তোমাৰ প্ৰতিটো ঢৌৰ ভাঁজত ৷ আধুনিকতাৰ চিন্তাত মচগুল উন্মত্ত জনতাৰ চিনাকী পথৰ অজান সুৰৰ মাজেৰে নামি অহা  গভীৰ অন্ধকাৰ আঁতৰাই উপভোগ কৰো আহা এটি শৰতৰ সন্ধিয়া ৷

Read More

ইতিহাসত আজিৰ দিনটো

ইতিহাসত আজিৰ দিনটো ১)১৯০৫ চনত বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয়তা বাদী নেতা কমলাপতি ত্ৰিপাঠীৰ জন্ম হয় ৷ ২)১৯৪০ চনত অৰ্জুণ ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল। ৩)১৯৯৮ চনত অসমৰ আইনমন্ত্ৰী সুৰেন্দ্ৰ নাথ মেধিৰ মৃত্যু হয়। ৪)১৯৯৯ চনৰ এই দিনটোতে ধীৰু ভূঞাৰ দেহাৱসান ঘটে ৷ ৫)১৭৮৩ চনৰ এই দিনটোতে পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হয়৷ ইতিহাসত এই চুক্তিকে “পেৰিছ চুক্তি” নামেৰে জনা যায়৷ ৬)১৮৬৬ চনৰ এই দিনটোতে কাৰ্ল মাৰ্ক্সৰ নেতৃত্বত জেনেভাত আন্তৰ্জাতিক শ্ৰমজীৱী সংঘৰ প্ৰথম কংগ্ৰেছ অনুষ্ঠিত হয় ৷ ৭)১৯৩৬ চনৰ এই দিনটোতে ব্ৰুছেলত বিশ্ব শান্তি সন্মিলন আৰম্ভ হয় ৷ ৮)২০১১ চনৰ এই…

Read More

৩৬ ঘণ্টা উকলি গল এতিয়াও সন্ধান উলিয়াব সক্ষম হোৱা নাই গুৱাহাটীৰ ব্যৱসায় হৰেন বৰাৰ পাঁচজনীয়া দুৰ্ভগীয়া পৰিয়ালটোৰ

  ৩৬ ঘণ্টা উকলি গল এতিয়াও সন্ধান উলিয়াব সক্ষম হোৱা নাই গুৱাহাটীৰ ব্যৱসায় হৰেন বৰাৰ পাঁচজনীয়া দুৰ্ভগীয়া পৰিয়ালটোৰ , আজি পোৱা ৬ বজাৰ পৰা স্পেচিএল কামাণ্ড বাহিনী , এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে পুনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখে /

Read More

পৱিত্ৰ জন্মাষ্টমীৰ দিনা তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা বিধায়িকা আঙুৰলতাৰ

  পৱিত্ৰ জন্মাষ্টমীৰ দিনা তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা বিধায়িকা আঙুৰলতাৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ভাৰতৰ স্বনামধন্য প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী দূৰদৰ্শীতাৰ উৎকৃষ্ট ফচল- এই মন্তব্য বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ ডেকাৰ। আজি জন্মাষ্টমীৰ পৱিত্ৰ দিনটোত বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত নগাও বাৰপূজীয়া সংযোগী পথৰ পৰা পশ্চিম গোঁসাই বড়ি,খালৈগাও, দলংঘাটৰ পৰা বৰহোলোং আৰু ধিং পথৰ পৰা উত্তৰ ৰাইদঙীয়া ২নং সংযোগী পথ তিনিটাৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা আঙুৰলতা ডেকাই। ২.৯১ কোটি টকাৰ ব্যয় সাপেক্ষে পথ নিৰ্মাণ হ’ব লগা পথ তিনিটাৰ কামৰ শুভাৰম্ভনি কৰি বিধায়িকা গৰাকীয়ে নিজৰ ভাষনত কয় যে কামৰ উৎকৃষ্টতা অনুসৰি নিৰ্মাণ…

Read More

শোণিতপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ

  শোণিতপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ১ নম্বৰ বৰদিকৰাই বালিচাপৰীৰ পথাৰৰ কাষতে এটি ২০-৩০ জনীয়া বন্য হস্তীৰ জাকে পুৱতি নিশাৰ পৰাই অঞ্চলবাসী ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে । এই পৰিস্হিতি নিয়ন্ত্ৰনৰ বাবে ৰাইজে বহু বাৰ খবৰ দিয়া স্বতেও বৰ্তমানলৈকে বন বিভাগ বা প্ৰশাসন আহি নোপোৱাত অঞ্চলটিৰ ৰাইজ ক্ষুভিত আৰু ভিতিগ্ৰস্ত হৈ পৰিছে ।

Read More

মই বিহালী আৰ্দশ গাওঁ নিৰ্মাণৰ কেপ্টেইনঃ মন্ত্ৰী দত্ত বিহালী সদ্য ঘোষিত আদৰ্শ গাওঁত ৰাজহুৱা সভা মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

মই বিহালী আৰ্দশ গাওঁ নিৰ্মাণৰ কেপ্টেইনঃ মন্ত্ৰী দত্ত বিহালী সদ্য ঘোষিত আদৰ্শ গাওঁত ৰাজহুৱা সভা মন্ত্ৰী                                  ৰঞ্জিৎ দত্তৰ   মানুহৰ মন পবিত্ৰ নহ’লে সমাজ,জাতি সংস্কাৰ উন্নয়ন অসম্ভৱ এই মন্তৱ্য ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰৰ জেষ্ঠ্য কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰ ৷ আজি কেবিনেট মন্ত্ৰী তথা বিহালী বিধান সমষ্টি বিধায়ক ৰঞ্জিৎ দত্তৰ গৃহ সমষ্টিৰ অন্তৰ্গত ৰাংছালী গাওঁত অনুষ্ঠিত এক ৰাজহুৱা সভাত মন্ত্ৰী ৰঞ্জিৎ দত্তই অংশ গ্ৰহন কৰি সদ্য ঘোষিত বিহালীৰ আদৰ্শ গাওঁ ৰাংছালীৰ ঐতিহ্য সম্পৰ্কে বক্তৱ্য ডাঙি ধৰে…

Read More