বিশ্বনাথৰ বিহালীৰ ৫ গৰাকী শিক্ষকে লাভ কৰিলে জিলা পৰ্যায়ৰ কৃতি শিক্ষকৰ সন্মান বঁটা

  বিশ্বনাথৰ বিহালীৰ ৫ গৰাকী শিক্ষকে লাভ কৰিলে জিলা পৰ্যায়ৰ কৃতি শিক্ষকৰ সন্মান বঁটা —————————————— সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ জন্মদিন উপলক্ষে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ঐতিহাসিক নগৰী তেজপুৰস্থিত জিলা পুথি ভৰালত আয়োজিত ৫৭ সংখ্যক শিক্ষক দিৱসত জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয় । এই অনুষ্ঠানত বিহালীৰ ৫ গৰাকী শিক্ষকে কৃতি শিক্ষকৰ বঁটা লাভ কৰি বিহালীলৈ গৌৰৱ কঢ়িয়াই আনে । হাতীবন্ধা মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্রী চন্দনা ৰায় ভুঞা,থান বিহালী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্রী অজন্তা কলিতা,পুৱ বিহালী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্রী লখিমী দত্ত বৰা,জনতা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক উমা…

Read More

নগাঁৱৰ বঢ়মপুৰত মৃতদেহ উদ্ধাৰ

  নগাঁৱৰ বঢ়মপুৰত মৃতদেহ উদ্ধাৰ নগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলৰ বঢ়মপুৰ হাইস্কুল সমীপত থকা এটা দ’ খাৱৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত লোকজন বঢ়মপুৰ শান্তিবনৰ নৰেন হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, পেছাত এজন টেম্পু চালক নৰেন হাজৰিকা বিয়লি গা ধুবলৈ যাওঁ বুলি উলাই যায় যদিও বহু পলম হোৱাত বিমোৰত পৰে পৰিয়াল লোক। নিশা বিচাৰ-খোচাৰ কৰে যদিও তেওঁ কোনো সন্ধান নাপালে। পুৱা স্হানীয় লোকে হাইস্কুল ওচৰৰ দ’ খাৱৈত এটা মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত নৰেন হাজৰিকা বুলি…

Read More

হাটশিঙিমাৰী বজাৰ গৃহ আবন্টিত নামত অনিয়মৰ অভিযোগ , প্ৰতিবাদকাৰীৰ ওপৰত লাঠিসলনা ১১ জন গ্ৰেপ্তাৰ 

  হাটশিঙিমাৰী বজাৰ গৃহ আবন্টিত নামত অনিয়মৰ অভিযোগ , প্ৰতিবাদকাৰীৰ ওপৰত লাঠিসলনা ১১ জন গ্ৰেপ্তাৰ  হাটশিঙিমাৰী চুপাৰ মাৰ্কেটৰ বজাৰ গৃহ  আবন্টিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি বুধবাৰে বিয়লিৰ পৰা ব্যৱসায়ী সন্থাই আৰম্ভ কৰে আমৰণ অনশন কাৰ্যসূচী অব্যাহত থকাৰ সময়তে মাজনিশা খাৰুৱাবান্ধ আৰক্ষীয়ে লাঠীচালন কৰাৰ ফলত ভালেকেইজন প্ৰতিবাদকাৰী গুৰুতৰ ভাৱে আঘাত হয় আৰু ১১ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে , গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীক মুকলি কৰি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

Read More

भुता के जंगल से 9 जुआरी पकड़े- टेंट लगाकर खेल रहे थे जुआ

  भुता के जंगल से 9 जुआरी पकड़े- टेंट लगाकर खेल रहे थे जुआ दतिया 06/09/2018(RamjisharanRai) @www.rubarunews.com>> आपराधिक गतिविधियों के लिए जाना जाने वाला क्षेत्र सिविल लाइन थानांतर्गत भुता का जंगल में आज सायं 6 बजे कोतवाली टी आई पुलिस बल सहित दविस देकर 9 जुआरियों को पकड़ा गया वहीं 12 जुआरी भागने में सफल हुए। पुलिस अधीक्षक मयंक अवस्थी के अनुसार लंबे समय से सिविल लाइन थाना क्षेत्र में जुआ खेले जाने की सूचना मिल रही थी जिसको लेकर सिविल लाइन टीआई संतोष मिश्रा और अन्य स्टाफ को रोक…

Read More

ट्रामा सेंटर के डस्टबिन में भोजन ढूढ़ते कुत्ते- ड्यूटी पर तैनात कर्मचारी नदारद

  ट्रामा सेंटर के डस्टबिन में भोजन ढूढ़ते कुत्ते- ड्यूटी पर तैनात कर्मचारी नदारद दतिया 06/09/2018(RamjisharanRai) @www.rubarunews.com>> एक ओर जहाँ राष्ट्रीय स्वास्थ्य मिशन स्वास्थ्य सेवाओं औऱ सुविधायें प्रभावी रूप से आम जन को मुहैया हो सके नित नए कार्यक्रम व योजनायें संचालित करती है। किंतु वहीं विभागीय अधिकारी व कर्मचारियों के असंवेदनशील रवैये के कारण वास्तविक स्थिति अगल ही देखने को मिलती है। ऐसा ही नजारा दतिया ट्रामा सेंटर में देखने को मिला जहाँ डस्टबिन से अपशिष्ट से अपनी जुगाड़ करते कुत्ते मिले नहीं मिले तो ड्यूटी पर तैनात सेवाप्रदाता…

Read More

Slug- কমলপুৰ সমষ্টিত অসম জন মৰ্চা দলৰ ৰাজহুৱা সভা 

কমলপুৰ সমষ্টিত অসম জন মৰ্চা দলৰ ৰাজহুৱা সভা    যোৱা কালি কমলপুৰ সমষ্টিৰ টিপকুচি গাৱত অসম জন মৰ্চা দলৰ ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। সভাত মোঃ আইনুল হকৰ সভাপতিত্ব ৰাজহুৱা সভাত অসম ৰাজ্যিক জন মৰ্চাৰ সভাপতি ছাইফুল ইছলাম চৌধুৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলীয় সাংগঠিনক দিশত ভাষণ প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি  অসম জন মৰ্চাৰ সহ সম্পাদক তথা কমলপুৰ সমষ্টি কমিটিৰ সভাপতি ৰাজীৱ হাজৰিকাই ভাষণ প্ৰদান কৰি কয় যে বিভিন্ন ৰাষ্ট্ৰীয় দলৰ ফাঁকি বাজী কথাত ভোল নাযায় তাৰ বাবে সভাৰ উপস্থিতি ৰাইজক অৱগত কৰে। আগন্তুক পঞ্চায়ত আৰু…

Read More