মাখিৰ বাবে পাঠদান কৰিব নোৱাৰে ছাত্ৰ -ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কাৰ্য্যসূচী

  মাখিৰ বাবে পাঠদান কৰিব নোৱাৰে ছাত্ৰ -ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কাৰ্য্যসূচী জামুগুৰিহাটৰ হাটিঙাৰ এক উচ্চ শিক্ষাৰ অনুষ্ঠান হাটিঙা ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ৬০০ ৰো অধিক ছাত্ৰ -ছাত্ৰীয়ে আজি পালন কৰে শ্ৰেণী বৰ্জন কাৰ্য্যসূচী। কাৰন বিদ্যালয়ৰ কাষতে লাগি থকা কেইজনমান স্বাৰ্থন্বেহী মানুহৰ নীতি বহিঃভুত ব্ৰইলাৰ পালন । ব্ৰইলাৰ পালনৰ বাবে গঢ়ি উঠা ফাৰ্মসমূহত মাখিৰ উপদ্ৰৱৱে এতিয়া সন্ত্ৰাস চলাইছে বিদ্যালয়কে ধৰি ওচৰ চুবুৰীয়াৰ ঘৰত। যাৰ ফলত সজাগতা সৃষ্টিৰ বাবে কন কন শিশু সকলে গ্ৰহণ কৰিবলগীয়া হল শ্ৰেণী বৰ্জনৰ দৰে কাৰ্য্যসূচী । হাতে হাতে প্লেকাৰ্ড লৈ ” ব্ৰইলাৰ ফাৰ্ম বন্ধ কৰক ”…

Read More

সেউজ কাকমাৰী,পৰিস্কাৰ কাকমাৰী” উদ্দেশ্যে সজাগতা সভা

  সেউজ কাকমাৰী,পৰিস্কাৰ কাকমাৰী” উদ্দেশ্যে সজাগতা সভা নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ কাকমাৰী গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত শুক্ৰবাৰে কাকমাৰী অঞ্চলটো সেউজীকৰণ অাৰু পৰিষ্কাৰকৰণ কৰাৰ সংকল্পৰে এখনি সজাগতা সভা অনুষ্ঠিত হয়। সকলো ৰাইজক একোজোপাকৈ গছপুলি নিজৰ ঘৰৰ সন্মুখত ৰোৱলৈ সজাগতা সভাতে অাহ্বান জনালে জিলা পানী অাৰু অনাময় সমিতিৰ বিষয়ববীয়া সকলে। উক্ত সজাগতা সভাতে অঞ্চলৰ ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ ব্যক্ত কৰিলে বিভাগীয় কত্তীৰ্পক্ষ সকলক। কাকমাৰী পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী মামনি দেউৰাজাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত উপষ্ঠিত থাকে কাৰ্য্যবাহী অভিযন্ত্ৰা কমল মেধি, সহকাৰী কাৰ্য্যবাহী অভিযন্ত্ৰা পংকজ বৰদলৈ, নগাঁও জিলা জনসংযোগ বিষয়া সমৰ কলিতা। সদৌ শেষত মাংগলিক…

Read More

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ আৰম্ভ 

  নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ আৰম্ভ  আনন্দৰাম ঢেকিয়াল ফুকন আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাং  আনন্দৰাম ঢেকিয়াল ফুকন এগৰাকী স্বপ্ন দ্ৰষ্টা আছিল আধুনিক অসমৰ স্বপ্ন দ্ৰষ্টা এইগৰাকী মহান মনীষীৰ কথা অসমৰ সাহিত্যৰ বুৰঞ্জীত জিলিকি থাকিব। এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ। আজি নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষণত তেৰাঙে কয়- অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে যুঁ‌জ দিছিল। বৃটিছ আমোলৰ সময়ত মাত্ৰ ন বছৰ চাকৰি কৰিয়েই অসমীয়া ভাষা জীয়াই ৰখাৰ বাবে সংগ্ৰাম কৰিছিল, যাৰ…

Read More

নাও দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা, ২ লাখ ক্ষতিপূৰণ ঘোষণা

  নাও দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা, ২ লাখ ক্ষতিপূৰণ ঘোষণা মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ গুৱাহাটীৰ নাও দূৰ্ঘটনাত নিহত হোৱা পৰিয়ালৰ ঘৰত উপস্থিত হয় আৰু সমবেদনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰে৷ উল্লেখ্য যে, বুধবাৰে উত্তৰ গুৱাহাটীত সংঘটিত হোৱা নাও দুৰ্ঘটনাত ডিম্পী দাস আৰু অংকিতা বৰুৱা নামৰ দুগৰাকী ছাত্ৰী নিহত হৈছিল৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ছাত্ৰী দুগৰাকীৰ পৰিয়ালৰ ওচৰত থিয় হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷ ইফালে, উত্তৰ গুৱাহাটীৰ ছেইণ্ট এন্থনী স্কুলৰ ষষ্ঠ শ্ৰেণীৰ কমল কৃষ্ণ দাস নামৰ ১১…

Read More

কদম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি সভা  কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

  কদম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি সভা  কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ডিজিটেল ডেক্স,লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়াচেপ্টম্বৰ:::   লক্ষীমপুৰ শিক্ষা খণ্ডৰ অৰ্ন্তগত কধম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নৱাগত আদৰণি সভা আৰু ২০১৮ বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িওৱা ৯ গৰাকী কৃতী ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । বিশদ খবৰ মতে শ্ৰীযুত প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠীত হোৱা মুকলি সভাত বিদ্যালয়ৰ অধক্ষ্য শ্ৰীযুত ৰামনাথ হাজৰীকাই সভাৰ উদ্দশ্য ব্যাখ্যা কৰে । তাৰ পাছতে ২০১৮ বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অৱিষেক বাঘোৱাৰ,গৌৰাঙ্গ সোনোৱাল,জামাল আলি,যোগেশ চাংমাই,লক্ষ্য কোঁৱৰ,ৰুপম ৰাজখোৱা,চয়নিকা গগৈ,মদুস্মিতা সোনোৱাল আৰু পুজা…

Read More

ব্ৰহ্মপুত্ৰ ট্ৰেজেডি

ব্ৰহ্মপুত্ৰ ট্ৰেজেডি : গুৱাহাটী                                                                                                      হাইদৰ আলী আজি দ্বিতীয়তো দিন চলিছিল উদ্ধাৰ অভিযান নৈৰ বুকুত বিলীন হৈ যোৱা যাত্ৰী সকলক উদ্ধাৰ কৰিবলৈ পৰা নগল বহ্মপুত্ৰত দুৰ্ঘটনাগ্ৰস্থ নাও খন NDRF , SDRF ভাৰতীয় নৌ সেনা বাহিনীৰ দল আৰু ১১ পেৰা কামাণ্ডাৰ বাহিনীয়ে…

Read More

भुता के जंगल से 9 जुआरी पकड़े- टेंट लगाकर खेल रहे थे जुआ

भुता के जंगल से 9 जुआरी पकड़े- टेंट लगाकर खेल रहे थे जुआ   दतिया   rubarunews.com    आपराधिक गतिविधियों के लिए जाना जाने वाला क्षेत्र सिविल लाइन थानांतर्गत भुता का जंगल में आज सायं 6 बजे कोतवाली टी आई पुलिस बल सहित दविस देकर 9 जुआरियों को पकड़ा गया वहीं 12 जुआरी भागने में सफल हुए। पुलिस अधीक्षक मयंक अवस्थी के अनुसार लंबे समय से सिविल लाइन थाना क्षेत्र में जुआ खेले जाने की सूचना मिल रही थी जिसको लेकर सिविल लाइन टीआई संतोष मिश्रा और अन्य स्टाफ को रोक लगाने…

Read More

কুমাৰীকাটাত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা সপ্তাহৰ এক সজাগতা সভা

  কুমাৰীকাটাত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা সপ্তাহৰ এক সজাগতা সভা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা দুৰ্গা মন্দিৰ প্ৰংগনত আজি প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা সপ্তাহৰ এক বৃহৎ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত স্থানীয় সমাজকৰ্মী ৰাজীৱ চৌধুৰীৰ সভাপতিত্বত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা সপ্তাহৰ সজাগতা সভাৰ উদ্দেশ্য বাখ্যা কৰে লতিবাৰী অংগনৱাড়ী কৰ্মী কুসুম তিমচিনাই। উক্ত সভাৰ কাৰ্য্যসুচী মৰ্মে ১৫ নম্বৰ চক্ৰৰ অংগনৱাড়ী কৰ্মী সকলে আৰম্ভনি গীত পৰিবেশন কৰে। লগতে দিখৌ নৈত আৰু ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা দুৰ্ঘটনা গ্ৰস্থ ব্যক্তি সকলৰ প্ৰতি ১ মিনিট সময় শোক সভা কৰে। তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ মুখ্য সেবিকা…

Read More