ডুমডুমা -কাকপথাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ।বিজেপি গ’বেক ধ্বনিৰে প্ৰতিবাদ বন্ধ সমৰ্থকৰ:-

ডুমডুমা -কাকপথাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ।বিজেপি গ’বেক ধ্বনিৰে প্ৰতিবাদ বন্ধ সমৰ্থকৰ:- পেট্ৰল, ডিজেল,ইন্ধনজাত সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ৰমাগত আকাশলংঘী মূল্যবৃদ্ধি অাৰু ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰিৰ প্ৰতিবাদত কংগ্ৰেছ দলে আহ্বান জনোৱা ১০ ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ডুমডুমা অাৰু কাকপথাৰতো সৰ্বাত্মক ৰূপত পৰা পৰলক্ষিত হয়।বন্ধৰ ফলত ডুমডুমা, কাকপথাৰৰ বৃহৎ অঞ্চলটোৰ দোকান পোহাৰ,ৰাজহুৱা স্থান,বন্ধ হোৱাৰ উপৰিও গাড়ী মটৰৰ চলাচল স্তব্ধ হৈ পৰে।বন্ধ সমৰ্থিত প্ৰতিবাদী কংগ্ৰেছ কৰ্মীয়ে অঞ্চলটোৰ ভিন্ন স্থানত টায়াৰ জ্বলাই বিজেপি গ’বেক,ভাৰত বন্ধ সফল কৰক, পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ডুমডুমা নগৰ অঞ্চলৰ…

Read More...

ৰঙাচকুৱা ষ্টেট বেংকত কৰ্মচাৰীৰ অভাৱ 

  ৰঙাচকুৱা ষ্টেট বেংকত কৰ্মচাৰীৰ অভাৱ দুৰ্দশাত ভুগিছে গ্ৰাহক ৰাইজ   শোণিতপুৰ জিলাৰ নদুৱাৰৰ উওৰ অঞ্চলৰ ৰঙাচকুৱাত ভাৰতীয় ষ্টেট বেংক শাখা টো বহু দিন ধৰি কৰ্মচাৰীৰ অভাৱত সাধাৰণ জনতাই যান্ত্ৰনাত ভুগিছে ৷ উওৰ নদুৱাৰৰ এই ৰঙাচকুৱা ষ্টেট বেংক শাখাটোলৈ – টৌ ভঙা , মৰিসূতি , টুপীয়া , বৰদিকৰাই , ধলাইবিল , ইটাখোলা , বালিজুৰি , হাটিঙা , আদি বহুকেইখন ভিতৰুৱা গাৱৰ পৰা কৃষক , ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে বহু ব্যৱসায় – বাণিজ্যৰ লগত জড়িত লোকসকলৰ উপৰিও চৰকাৰী কৰ্মচাৰী আদিয়ে বেংকৰ লেনদেনৰ ক্ষেত্ৰত বহুমূলীয়া সময় নষ্ট কৰি আহে যদিও কৰ্মচাৰীৰ অভাৱৰ লগতে…

Read More...

মৰিগাঁও জিলা ভূৰবন্ধাৰ শাখা ইউ বি আই (NPA)ঋৃণী সকলৰ বাবে  সু-খবৰ

  মৰিগাঁও জিলা ভূৰবন্ধাৰ শাখা ইউ বি আই (NPA)ঋৃণী সকলৰ বাবে                                    সু-খবৰ মৰিগাঁওৰ পৰা পুলিন কাকতি মৰিগাঁও জিলা ভূৰবন্ধাৰ শাখা ইউ বি আই বেংকত ৠণ লোৱা (NPA হৈ থকা)ৠণী সকললৈ এটি বিশেষ সুযোগ আগবঢ়াইছে বেংকটোৰ শাখা প্ৰবন্ধকে । জানিবঁ পৰা গৈছে যে যি সকল ব্যক্তিয়ে ভূৰবন্ধা শাখা ইউ বি আই বেংকৰ পৰা ৠণ লৈ আজি তাৰিখলৈ বেংকত ৠণ পৰিশোধ কৰিব পৰা নাই সেই সকলৰ বাবে অহা চেপ্তেম্বৰ ২০ তাৰিখৰলৈ বিশেষ সুবিধা তথা বিশেষ…

Read More...

গ্ৰন্থ: সজল সন্তুষ্টি আৰু কিছু ৰচনা: ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

মনোৰম গগৈ (মনোৰম গগৈঃ বিশিষ্ট সাংবাদিক, সমালোচক, প্ৰৱন্ধকাৰ তথা সাহিত্যিক ) মনোৰম গগৈ: অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সাহিত্যিক শ্ৰীযুত মনোৰম গগৈ দেৱৰ বিষয়ে দুআষাৰ জনাব বিচাৰিছোঁ ৷ “বুধবাৰ”, “আগান” আৰু অসমীয়া প্ৰতিদিনত সাংবাদিকতাৰ আদিপাঠ গ্ৰহণ কৰা গগৈদেৱে পৰবৰ্তী পৰ্য্যায়ত প্ৰান্তিক আৰু প্ৰত্যয়ত যথাক্ৰমে জ্যেষ্ঠ প্ৰতিবেদক আৰু সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰে ৷ অসমীয়া প্ৰতিদিনৰ দেওবৰীয়া আলোচনী “সম্ভাৰ”ৰ সম্পাদক হিচাপে ২০০১ চনৰপৰা ২০০৮ চনলৈ সেৱা আগবঢ়াই তেখেতে অসমৰ দৈনিক কাকতসমূহৰ দেওবৰীয়া আলোচনীৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰে ৷ ২০০৮ চনত তেখেতে চেটেলাইট চেনেল ডি ৱাই ৩৬৫ ত ডেপুটী এডিটৰ হিচাপে যোগদান…

Read More...

ডি জক’ভিকৰ দখলত ইউ এছ অ’পেন খিতাপ

প্ৰত্যাশিতভাৱেই ইউ এছ অ’পেনৰ ছিংগলছ খিতাপ দখল কৰিছে নোভাক ডিজক’ভিকে । ফাইনেলত তেওঁ বিশ্বৰ ৩ নং স্থানৰ জোৱান মাৰ্টিন ডেল পট্ৰক ৬-৩,৭-৬(৭-৪),৬-৩ ছেটত পৰাস্ত কৰি চূড়ান্ত খিতাপ দখল কৰে। এই জয়ৰ জড়িয়তে ডিজক’ভিকে তৃতীয় বাৰলৈ ইউ এছ অ’পেনৰ খিতাপ জয়ৰ কৃতিত্ব অৰ্জন কৰিলে । আনহাতে, এয়া তেওঁৰ ১৪ নম্বৰটো গ্ৰেণ্ড শ্লেম খিতাপ । ইয়াৰ পূৰ্বে ১৪ টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰি থৈছে পিট ছাম্প্ৰাছে । https://newsasn.com/node/1536      

Read More...

প্ৰতিক্ৰিয়াঃ অসম বন্ধ আৰু হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান

  অসম বন্ধ আৰু হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান সন্দৰ্ভত বড়ো সাহিত্য সভাৰ উপ সভাপতি কমলাকান্ত মুছাহাৰীৰ প্ৰতিক্ৰিয়া Posted by NEWSASN-assam on Monday, September 10, 2018 বড়ো সাহিত্য সভাৰ উপ সভাপতি কমলাকান্ত মুছাহাৰীৰ প্ৰতিক্ৰিয়া

Read More...

বিলাসীপাৰাত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ-শতাধিকৰ অধিক কংগ্ৰেছ কৰ্মী গ্ৰেপ্তাৰ

  বিলাসীপাৰাত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ-শতাধিকৰ অধিক কংগ্ৰেছ কৰ্মী গ্ৰেপ্তাৰ    সমগ্ৰে দেশৰ লগতে অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ কে ধৰি অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ কংগ্ৰেছে বন্ধৰ আহ্বান জনাইছিল তাৰ প্ৰভাৱ আজি সম্পুৰ্ণ ৰূপে স্তব্ধ হৈ পৰিল বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টিত। বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা পশ্চিম সমষ্টিৰ মাছপাৰাত ৰাষ্ট্ৰীয় ঘাইপথতত ৰাতিপুৱা ৮,৩০ বজাত টাইৱাৰ জ্বলাই যুৱ কংগ্ৰেছী সকলে বিজেপি গ, বেক২, মূল্য বৃদ্ধি ৰোধ কৰক, ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। এই…

Read More...

 কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈক গ্ৰেপ্তাৰ কৰিলে গোলাঘাট আৰক্ষীয়ে

কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈক গ্ৰেপ্তাৰ কৰিলে গোলাঘাট আৰক্ষীয়ে   ভাৰতীয় জাতীয় কংগ্ৰেছে দিয়া ভাৰত বন্ধৰ প্ৰভাৱ আজি গোলাঘাটতো পৰে। কালিৰ পৰা বন্ধ প্ৰত্যাহাৰ কৰা নকৰাৰ আলিদোমোজাত থকা সময়তে আজি কংগ্ৰেছ দলৰ নেতা -কৰ্মীসকলে বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই অহা দেখা গ’ল। লগে লগে গোলাঘাট চহৰ খনৰ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহতো স্বতঃস্ফূতভাৱে স্কুল-কলেজ তথা দোকান-পোহাৰ আদি বন্ধ হৈ পৰা দেখা গ’ল। বিভিন্ন ঠাইত বন্ধ সমৰ্থক সকলে টায়াৰ আদি জ্বলাই প্ৰতিবাদ কৰাও দেখা গ’ল । লগতে আজি গোলাঘাটৰ শাওঁতলী অঞ্চলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈক বন্ধৰ সমৰ্থনত ওলাই…

Read More...

ভাৰত বন্ধত দিছপুৰ সচিবালয়ত উত্তপ্ত পৰিস্থিতি

  Posted by Asom Khobor on Sunday, September 9, 2018   #ভাৰত #বন্ধৰ #প্ৰভাৱ সৰ্বাত্মক   ভাৰত বন্ধ উত্তপ্ত গুৱাহাটী মহানগৰ দিছপুৰ সচিবালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। আৰক্ষীৰ বেৰিকেড ভঙাৰ চেষ্টা প্ৰতিবাদকাৰীৰ। শ শ কংগ্ৰেছীয়ে প্ৰতিবাদ সাব্যস্ত কৰে সচিবালয়ত। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা বিশাল ৰেলী কংগ্ৰেছ নেতা কৰ্মীৰ । ভিৰ কৰিছে মহানগৰীৰ ৰাজপথ । হৰিশ ৰাৱট আৰু ৰিপুণ বৰাকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

Read More...

কংগ্ৰেছৰ বন্ধত বঙাইগাঁও বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

  কংগ্ৰেছৰ বন্ধত বঙাইগাঁও গাদী এৰিব লাগে বি জে পি চৰকাৰঃ বিধায়ক আব্দুল হাই নাগৰি ইয়াছিন আলী,  কংগ্ৰেছে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ বঙাইগাঁও জিলাৰ কোকিলা, শৌলমাৰী, নাম্বাৰপাৰা আদি কৰি সকলোতে প্ৰভাৱ পৰা পৰিলক্ষিত হয়। পেট্ৰলিয়াম জাতীয় সামগ্ৰীৰ আকাশ লংঘী মূল্য তথা অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বাবে অতিষ্ঠ হৈ বঙাইগাঁও জিলাৰ মাণিকপুৰ, সৃজনগ্ৰাম, বৈঠামাৰী, আৰু টাপাট্টাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক প্ৰতিবাদ সাব্যস্ত কৰে বন্ধৰ সমৰ্থক সকলে ।প্ৰতিবাদ সাব্যস্ত কৰি ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে বিজেপিক সমালোচনা কৰি কয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰল,…

Read More...

 ভাৰত বন্ধ মৰিগাঁওটো সৰ্বাত্মক প্ৰভাৱ

            ভাৰত বন্ধ মৰিগাঁৱৰ পৰা মলিন মেধি সহযোগত পুলিন কাকতি আজি কংগ্ৰেছ দলে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বিৰুদ্ধে যি ভাৰত বন্ধৰ আহ্বান কৰিছে সেই বন্ধত ভাৰতৰ অন্যান্য ঠাইৰ লগতে মৰিগাঁওটো সৰ্বাত্মক প্ৰভাৱ পৰে। এই বন্ধত সকলো প্ৰতিষ্ঠান, যানবাহন চলাচল বন্ধ লগতে অন্যান্য দলৰ নেতা কৰ্মীৰো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ দৰিদ্ৰ বিৰোধী নীতি আৰু পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, নিৱনুৱা সমস্যা আৰু ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰীৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উদ্যোগত ভাৰত বন্ধৰ আহ্বানক সৰ্বাত্মক…

Read More...