নগাঁৱৰ কাকমাৰীত ‘পৰিস্কাৰ আৰু সেউজ গাঁও’ শীৰ্ষক সজাগতা সভা

“য’ত পৰিস্কাৰ তাতেই সংস্কাৰ”-ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰৱৰ্তন কৰা Clean & Green Village শীৰ্ষক আঁচনিৰ অধীনত প্ৰতিখন জিলাতে একোখনকৈ গাঁওক আদৰ্শ গাঁও হিচাপে পৰিস্কাৰ-পৰিচন্ন আৰু সেউজ কৰি তোলাৰ পৰিকল্পনাক বাস্তৱায়িত কৰি তোলাৰ লক্ষ্যৰে দেওবাৰে নগাঁৱৰ কাকমাৰী গাঁৱত এক সজাগতা সভা অনুষ্ঠিত হয় ৷ নগাঁও জিলা পানী আৰু অনাময় সমিতিৰ ব্যৱস্থাপনা ত আয়োজিত সভাখনিত নগাঁৱৰ উপায়ুক্ত বিশ্বজিত পেগু, জিলা জনস্বাস্থ্য কাৰিকৰী শীৰ্ষ বিষয়া- কৰ্মচাৰী, মূখমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘জনতাৰ চৰকাৰ’ ৰ বিষয়াৰ উপস্থিতিত  ৰাইজক পৰিস্কাৰ-পৰিচ্ছন্নতা, আৱাসিক আৰু ৰাজহুৱা এলেকা তথা আলি-পদুলি স্বচ্ছতা, প্ৰদুষণমুক্ত জলবায়ুৰ বাবে বনানীকৰণ,সেউজ বিপ্লৱ সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰা হয়। নিজৰ…

Read More

सुप्रभात

🙏सुप्रभात* 🙏   हें विश्व शिल्पी विश्वकर्मा  पूरी करो तुम सबकी अरमां  हर दिन एक से बढ़कर एक  नये अभियंत्रण बने अनेक  हर दिन उद्भावन होता जाए  सभी सुखद दिन बिताए            *विश्वकर्मा पूजा की शुभकामनाएँ…..*            वाणी बरठाकुर ‘विभा’           तेजपुर, असम

Read More