এটা  মৌন হৈ  ৰোৱা কবিতা

এটা  মৌন হৈ  ৰোৱা কবিতা   হাঁহিৰে অতিবাহিত কৰা জীৱন প্রায়ে মৌনময়…….  হাঁহিৰ আৰত লুকাই থাকে বেদনাৰ অনুভূতি!    মনৰ মাজত সীমাবদ্ধ হৈ পৰে কিছু আচহুৱা ভাষাৰ মালিতা…. মৌন হৈ পৰে মোৰ কবিতা!    বুজাব নোৱাৰা হৃদয়ৰ গুপুত কোণৰ কথাবোৰ বৈ আহিব খোজে কবিতা আকাৰে কিছু মালিতা..  মৌন হৈ পৰে মোৰ কবিতা  মৌন হৈ পৰে মোৰ কবিতা 😞      শ্রী ৰাজশ্রী  মেধি

Read More

নগাঁৱত স্বচ্ছ নগাওঁ সেউজ নগাওঁ অভিযান মুকলি কৰিলে ৰাজ্যপাল জগদিছ মুখীয়ে

  নগাঁৱত স্বচ্ছ নগাওঁ সেউজ নগাওঁ অভিযান মুকলি কৰিলে ৰাজ্যপাল জগদিছ মুখীয়ে নগাঁৱত খগেন মহন্ত প্ৰেক্ষাগৃহত অসমৰ ৰাজ্যপাল জগদিছ মুখীয়ে স্বচ্ছ নগাওঁ অাৰু সেউজ নগাওঁ অভিযান মুকলি কৰে। এই অাচনি মুকলি কৰি ৰাজ্যপাল মুখিয়ে কয় স্বচ্ছতাক সকলোৱে সেৱা হিচাপে গ্ৰহণ কৰা উচিত তেতিয়াহে দেশ অাৰু সমাজক পৰিস্কাৰ পৰিচন্ন কৰি ৰাখিব পাৰিম। অানহাতে তেওঁ কয় স্বচ্ছতা অাৰম্ভ কৰিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে অাৰু বৰ্তমান প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে ইয়াক অধিক গতিশিল কৰি তুলিছে। পূৰ্বৰ তুলনাত এতিয়া মানুহৰ স্বচ্ছতাৰ প্ৰতি মানুহৰ চিন্তা ধাৰা পৰিবৰ্তন হৈছে বুলি মুখিয়ে কয় মুকলিত মল ত্যাগৰ কাৰ্য্য…

Read More

গৰাকীবিহিন গৰুৰ বিৰুদ্ধে অভিযান: পৌৰসভাৰ

  গৰাকীবিহিন গৰুৰ বিৰুদ্ধে অভিযান: পৌৰসভাৰ বঙাইগাঁও পৌৰসভাই গৰাকী বিহিন ভাবে পথত এৰি দিয়া গৰুৰ বোৰ ধৰি লৈ যোৱাৰ ব্যৱস্থা কৰিছে ৷ এনে এৰাল দিয়া গৰুৰ লগত নিশা পথত দুৰ্ঘটনা হৈ ইতিমধ্যে বহুজনে মৃত্যুক আকোৱালি লৈছে ৷ পৌৰসভাই লৈ যোৱা গৰুবোৰ গৰুৰ গৰাকীয়ে ৪৮ ঘন্টাৰ ভিতৰত জৰিমনা দি লৈ আহিব পাৰিব ৷ পৌৰভাৰ এনে পদক্ষেপক বঙাইগাঁৱৰ সচেতন মহলে আদৰনি জনাইছে

Read More