মোৰ এদিন মৃত্যু হব

মোৰ এদিন মৃত্যু হব কান্ধত তুলি লব মোক মোৰ চাৰিজন শুভাকাংক্ষীয়ে মোৰ বেয়া স্বভাববোৰ পাহৰি যাৱ মাথোঁ ভালবোৰ হে কব  মোৰ এদিন মৃত্যু হব মোৰ জীৱনৰ দাগবোৰ ঢাকি দিব বগা কাপোৰৰে শ্মশানলে মোক লৈ যাব।    মোৰ সচাকৈ এদিন মৃত্যু হব……..    মৃদুল বৰ্মন

Read More...

আহক! আমি সকলোৱে অলপমান আত্ম-বিশ্লেষণ কৰোঁ!- মনোৰম গগৈ

Manorom Gogoi আমি বিজেপিৰ সমৰ্থক যিদৰে নহয়, সেইদৰে কংগ্ৰেছৰো সমৰ্থক নহয়। দুয়োটা দলৰে চৰকাৰৰ অধীনত দিন অতিবাহিত কৰাৰ অভিজ্ঞতা আমাৰ আছে। অগপ দলেও দুটা কাৰ্যকাল তেওঁলোকৰ শাসনৰ সোৱাদ দিলে। এতিয়াও তেওঁলোক চৰকাৰৰ অংশীদাৰ। এই দলৰো কাম-কাজ, চিন্তা-চৰ্চা সম্পৰ্কে আমি ভালকৈয়ে অৱগত। গতিকে এইটো দলক সমৰ্থন কৰাৰো কোনো প্ৰশ্ন নুঠে! তেনেহ’লে আমি কাক সমৰ্থন কৰিম? অহা নিৰ্বাচনবোৰত আমি কাক ভোট দিম? দুই-একে মাজে মাজে আমাক এই প্ৰশ্ন কৰে। এয়া শুভ লক্ষণ! এতিয়া আমি সকলোৱে প্ৰশ্ন কৰাৰ সময়। আহক , আমি সকলোৱে নিজকে নিজে প্ৰশ্ন কৰোঁ : আমি কাক ভোট দিম? যেতিয়ালৈকে আমি…

Read More...

সাংবাদিকতাৰ বিষয়ে কিছুকথা ৷ মনোৰম গগৈ চাৰৰ দৃষ্টিকোণেৰে

  সাংবাদিকতাৰ বিষয়ে কিছুকথা ৷ মনোৰম গগৈ চাৰৰ দৃষ্টিকোণেৰে   #AssamMoon হেল্লৌ viwes আজি আমি বিশিষ্ট সাংবাদিক মনোৰাম গগৈ চাৰৰ interview এটা আপোনালোকৰ লৈ আগবঢ়াই দিলো সকলোৰে চাই ভাল পাব আশা থাকিল ৷ আমাৰ যদি ভিডিঅ বোৰ চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব subscribers কৰিব আৰু কাষতে থকা ঘন্টাতো বজাই দিবলৈ পাহৰি নাথাকিব ৷ আমাৰ আগৰ ভিডিঅ বোৰ চাই থাকিবলৈ তলৰ লিংকটো ক্লিক কৰক https://www.youtube.com/channel/UCwTx…

Read More...