চকুৰ পানীৰেও গা লৰাব পৰা নাই জনো প্ৰতিনিধিৰ  গৰাহ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে চাৰিটাকৈ পৰিয়ালৰ 

  চকুৰ পানীৰেও গা লৰাব পৰা নাই জনো প্ৰতিনিধিৰ  গৰাহ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে চাৰিটাকৈ পৰিয়ালৰ  তামুলপুৰ: ধীৰজ উপাধ্যায় বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ বাহবাৰীত নদীৰ মাজত চুইছগেট স্থাপন কৰাৰ বাবে ব্যাপক গৰাখহনীয়া হোৱা বাতৰি ইতিমধ্যেই ত বাতৰি সম্প্ৰচাৰ হৈছিল । উল্লেখ্য যে কুমাৰীকাটাৰ পূৱ দিশে বৈ যোৱা গোহাঁই দং টোৰ পানীৰ সোত ৰোধ কৰিবলৈ চৰকাৰে পাঁচ বছৰৰ পূৰ্বেই স্থানীয় ঠিকাদাৰ এজনক এটা চুইছগেট নিৰ্মাণ কৰিবলৈ দায়িত্ব প্রদান কৰিছিল । কিন্তু আজিলৈকে উক্ত চুইছগেট টোৰ কাম সম্পূৰ্ণ হৈ নথিল আৰু ঠিকাদাৰে আধাতে কামৰ দায়িত্ব সামৰা বুলি স্থানীয় লোকে অভিযোগ…

Read More

মৰিগাঁও ভূৰবন্ধাত পাঁচ দিনীয়াকৈ ‘ভূৰবন্ধা সাৰ্ব্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি

অসম খবৰ@মৰিগাঁও(মলিন মেধি সহযোগত পুলিন কাকতি) প্ৰকৃতিৰ অনুপম সৃষ্টিত এতিয়া চৌদিশে শৰতৰ শেৱালীৰ সুৱাস,নিয়ৰকণাৰ স্পৰ্শ,শৰতৰ স্নিগ্ধ জোনাকৰ সুকোমল অনুভূতিয়ে সকলোৰে মন প্ৰাণ পুলকিত কৰি তুলিছে। প্ৰকৃতিৰ এই বিনন্দীয়া পৰিবেশৰ মাজতেই পৃথিৱীৰ বিভিন্ন অপশক্তিক দমন কৰিবলৈ ধৰাৰ বুকুলৈ নামি আহে মা দুৰ্গা। বিগত বছৰ কেইটিৰ দৰে এইবাৰো মৰিগাঁও ৰাজ্য খনৰ অন্যান্য ঠাই লগতে মৰিগাঁও জিলা ভূৰবন্ধাতো পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী দুৰ্গা পূজা উৎসৱটি আয়োজনৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। আজি পুৱা পূজা উদযাপন সমিতি সদস্য সকলে এটি সুন্দৰ পৰিবেশত পূজাৰী দ্বাৰা পূজা অৰ্চনা,ধূপ-ধূনা ‘চাকি-বন্তি ,নৈবেদ্য আগবঢ়াই পূজা মণ্ডপৰ লাই খুটা…

Read More

ধিঙক সেউজ নগৰী হিচাপে গঢ়াৰ প্ৰচেষ্টা হিমা ফেন ক্লাৱৰ

অসম খবৰ@ বেবেজীয়া: নগাওঁ জিলাৰ সমগ্ৰ ধিং অঞ্চল প্ৰদূষণ মুক্ত কৰাৰ প্ৰচেষ্টা হিমা ফেন ক্লাৱৰ । সোমবাৰে ধিঙৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ লগতে ধিং এফ অাৰ ইউ চৌহদত নিম অাৰু চন্দনৰ পুলি ৰোপন কৰে ধিঙৰ অগ্ৰনী সামাজিক সংগঠন হিমা ফেন ক্লাৱে । উল্লখ্য যে , কেইদিনমানৰ অাগতে স্বৰ্ণকন্যা হিমা দাসৰ অাহবানৰ প্ৰতি সহাৰি জনায় ধিঙৰ কান্ধুলিমাৰীত গছপুলি ৰোপন কাৰ্যসূচী গ্ৰহন কৰিছিল সংগঠনটোৱে । অাজি দ্বিতীয় কাৰ্যসূচী অনুসৰি ধিঙৰ জগন্নাথ মন্দিৰ অাৰু ধিং এফ অাৰ ইউত এই কাৰ্যসূচী ৰূপায়ন কৰে। গছ পুলি ৰোপন কৰাৰ লগতে গৰু ছাগলীয়ে যাতে নষ্ট নকৰে তাৰ…

Read More