গণতান্ত্ৰিক দেশৰ আন্দোলন কিমান সফল ?

ৰাজনৈতিক গণতন্ত্ৰত কোনো এটা ৰাজনৈতিক দলৰ জয়-পৰাজয় হয় দলটোৰ কৰ্মসংস্কৃতিৰ অভাৱত । যি দলৰে চৰকাৰ নহওঁক কিয় তেওঁলোকৰ প্ৰথম দ্বায়িত্ব হ’ব জনসাধাৰণৰ বাবে উন্নয়ণমূলক কামেৰে উন্নতি সাধন কৰা । সেইবাবে এখন দেশৰ উন্নতি আৰু মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ হ’লে কৰ্মসংস্কৃতিয়েহে গণতান্ত্ৰিক মূল্যবোধক বচাই ৰাখিব পাৰিব । দেশ আৰু জাতি উন্নতিৰ বাবে জনসাধাৰণে আন্দোলন এৰি প্ৰাপ্য আদায়ৰ বাবে চৰকাৰক প্ৰস্তাৱ দিব লাগিব ।এইক্ষেত্ৰত চৰকাৰেও নিজৰ কৰ্তব্য সঠিকভাৱে পালন কৰি দেশৰ স্বাৰ্থৰ বাবে সেই প্ৰস্তাৱ সমৰ্থন কৰি কাৰ্যকৰী কৰিলে দেশৰ পৰা আন্দোলনে বিদায় ল’ব । কোনো কোনোৰ মাজত প্ৰশ্ন হ’ব পাৰে যে, আমাৰ…

Read More

আশাৰ ৰেঙণিৰে জ্বলি উঠা চাকি গছি উন্মোচন

                                           বিশ্বনাথৰ সাহিত্য সভা ভৱনত                     আশাৰ ৰেঙণিৰে জ্বলি উঠা চাকি গছি                    উন্মোচন   বিশ্বনাথ চাৰিআলিৰ অৰিয়েন্ট ফ্লাৱৰ কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী চিম্পি বৰাৰ মননশীল কাহিনীৰে সমৃদ্ধ আশাৰ ৰেঙণিৰে জ্বলি উঠা চাকি গচি পুথিখন আজি উন্মোচন কৰা হয়। বিশ্বনাথ চাৰিআলি সাহিত্য সভা ভৱনত আজি বিশ্বনাথ মহাবিদ্যালয় ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত চন্দ্ৰ গগৈৰ সভাপতিত্বত…

Read More

सुप्रभात

🙏 *सुप्रभात*   जब होती है भोर ,      गाती हूँ मैं इक गीत । देखो नाचे मोर ,      जागो री मेरी मीत।।   जब रात गई बीत,     तू भी रह ना अब सोय । मान चल सही रीत    देर कहीं ना अब होय ।।   सीख ले सही पाठ ,      जो आए जीवन काम । मन में बांधों गांठ ,      रह जाएगा तब नाम ।।   वाणी बरठाकुर ‘विभा’ तेजपुर, असम

Read More

স্বপ্ন  বিভূৰ এটি স্বপ্ন

স্বপ্ন  বিভূৰ এটি স্বপ্ন   স্বপ্ন বিলাসী এটি স্বপ্নৰ আটধৰি,  স্বপ্ন বিভুৰ এটি স্বপ্নক বিচাৰি, ৰৈছিলো তোমাৰ হৃদয়ৰ বুলনিত।  স্বপ্ন পিপাসি দু-স্বপ্নক সুৱৰি তোমাৰ নামৰ মই আকিছিলো ছবি। তেতিয়া মই অনুভব কৰিছিলো  মই মাথোঁ সুৰুজৰ সন্মুখত দেখোৱা এগচি বন্তি। দাপোনত জিলিকিছিল এখনি ছবি, তাতো লিপিৱদ্ধ হৈছিল তোমাৰ লেখনি। বজাৰত নিলাম আজি কৃত্ৰিম হাহি,  সহজতে উপলব্ধ হেজাৰখন হৃদয়ৰ চানেকি।  নাজানো তুমি ক’ত আজি?  তুমিওঁ হয়তো নাজানা  মই যে আজিওঁ এই কবিতাৰেই  প্ৰেমিক।।                            ধৰিত্রী শ্ৰাৱণ        …

Read More

অনুভৱহীন

অনুভৱহীন   জানো মই     সময় সোতত        হেৰাইযাম এদিন   স্মৃতি হৈ      ৰৱ মাথোঁ          কিছু বেদনা   নিষ্ঠুৰ এই সময়      নিষ্ঠুৰ এই হৃদয়         আৰু  নিষ্ঠুৰ তোমাৰ অভিনয়           মৃদুল বৰ্মন

Read More