যুৱ উৎচ্ছৃংখলতা: বৰ্তমান সমাজ ব্যবস্থা

যুৱ উৎচ্ছৃংখলতা: বৰ্তমান সমাজ ব্যবস্থা                                    ✍জিন্তু ভুঞা              বৰ্তমানৰ যুৱ সমাজে ঠিৰাং কৰিব এখন দেশৰ ভৱিষ্যত। কিন্তু বৰ্তমান যুৱ সমাজ “যুৱ-উৎচ্ছৃংখলতা” নামৰ কলংকৰে কলংকিত, যি ভৱিষ্যতৰ বাবে নমাই আনিছে কাল অমানিশা। ইয়াৰ বাবে দায়ী কোন? যুৱ সমাজ নিজেই, নে বৰ্তমান সমাজ ব্যবস্থাই বাধ্য কৰাইছে তেওলোকক??           যদি এজন যুৱক সমাজৰ বাবে নকৰিব লগীয়া কাম কৰে প্ৰথমতে আঙুলিয়াই তেওৰ পিতৃ মাতৃলৈ ই কিমান যুক্তি পুৰ্ণ?…

Read More...

নতুনত্ব

নতুনত্ব   অবিনাশ দাস  নলবাৰী   নতুনত্বৰ সোৱাদ কিবা  পাইছা নেকি ? ওঁহো,এতিয়ালৈ কোনো  নতুনত্বই জীৱন দুৱাৰত আলোড়িত কৰিব পৰাকৈ খুন্দিওৱা নাই নহয়,নতুনত্ব আনিবলৈ চেষ্টা কৰা নাই ৷   কেতিয়াবা বিবেকক মই শুধো কিয় মৰি মৰি জীয়াই আছো ! সন্মুখত অনিশ্চত ভবিষ্যতৰ  এক কন্টকমই যাত্ৰা ৷ অনুভৱ হয় মৰিবলৈ হে জীয়াই আছো ৷   মনযায় কেতিয়াবা আত্মিকতাৰ  বান্ধোনত খাপ খুৱাই পাখিত পাখি লগাই আকৌ এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ৷ কিন্তু ক্ষন্তেকৰ বাবে স্তব্ধ হয় মৌন ওঁঠৰ ৰঙীন ভাষা ৷ নেপথ্যৰ আত্মিকতাই যদি মিথ্যা হয় ৷উত্তৰণত যদি ব্যঘাত হয় নতুনত্বৰ…

Read More...

তুমি দিয়া দুখৰ অবিহনে মই দুখীয়া হৈ পৰিম

তুমি দিয়া দুখৰ অবিহনে মই দুখীয়া হৈ পৰিম   -দেৱজিৎ লাহন   দুচকুত উদাসীনতাৰ কাজল সানি তুমি মোলৈ পঠাইছা তোমাৰ ভ্ৰুকুটিৰ সুতীব্ৰ ঘৃণা বিদ্ৰুপৰ হাঁহিটোৱে অশান্ত কৰিছা মোৰ হৃদয়। তোমাৰ মৌনতাত মোৰ বোবা ক্ৰন্দন।…   ক্ৰোধ,আক্ৰোশেৰে ৰুদ্ৰমূৰ্তি ধৰি আঘাত কৰিছা মোক তোমাৰ খঙাল মনৰ অসহিষ্ণু তীক্ষ্ণ তৰোৱালেৰে, বজ্ৰ কঠোৰ বাক্য বাণেৰে ।   অনাদৰৰ পাত্ৰ কৰি দলিয়াই দিছা মোক অৱজ্ঞাৰ এৰাসুঁতিত তোমাৰ ক্ষমাহীন নিষ্ঠুৰ হাতেৰে।   এনেকৈয়ে তুমি মোক দুখবোৰ দিছা-যি দুখেৰে মই ক্ৰমশঃ  চহকী হৈ পৰিছোঁ পৰিশ্ৰমৰ চেণ্ডেল নিপিন্ধাকৈয়ে।… চহকী হ’বলৈ আৰুনো কি লাগে?   তুমি দিয়া দুখেৰেই বুকুত…

Read More...

চিৰাঙৰ বিজনী আৰক্ষী থানাত আব্দুল হাই নাগৰীক নামৰ যুবক গ্ৰেপ্তাৰ

চিৰাঙ জিলাৰ বিজনী থানাত বুধবাৰে টকা আত্মসাৎ কৰাৰ নামত আব্দুল হাই নাগৰীক (৩৫বয়স )নামৰ যুবক জনক বিজনী আৰক্ষীয়ে ১নং দংচিয়া পাৰাৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি বিজনী আৰক্ষী থানাত আনে। ধৃত যুবক জনে নিজকে মন্ত্ৰী,নেতা, চৰকাৰী বিষয়া নাম লৈ সাধাৰন ৰাইজৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰা অভিযোগ উথাপন হৈছে । বিজনী মহকুমা আৰক্ষী বিষয়া জনায় যে ১নং দংচিয়াপাৰৰ আব্দুল কৰিম নামৰ লোক এজনৰ পৰা চাৰি লাখ সত্তৰ হাজাৰ টকা আত্মসাৎ  কৰে। লোকজনে বিজনী আৰক্ষী থানাত অভিযোগ দাখিল কৰাত সেই সংক্ৰান্তত আব্দুল হাই নাগৰী নামৰ যুবক জনক 306/18/U/S420/406IPC গোচৰ ৰুজু কৰি…

Read More...

প্ৰসংগঃ আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা

শিক্ষানুষ্ঠানৰ নামভৰ্তিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত সৰ্বভাৰতীয় পৰীক্ষা ইউ.জি.চি, চি.বি.এছ.ই আদিৰ দৰে পৰীক্ষাত আধাৰ কাৰ্ড বাধ্যতামূলক নহব…   অশ্বিনী কুমাৰ গগৈ, আধাৰ কাৰ্ডৰ ওপৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ঘোষণা কৰিলে অন্য এক ৰায়। সমগ্ৰ দেশতে এতিয়াৰে পৰা বাধ্যতামূলক হৈ পৰিব আধাৰ কাৰ্ড। বৰ্তমান দেশৰ জনগণে আধাক কাৰ্ডক লৈ চিন্তাত পৰিছিল। সৰ্বসাধাৰণ লোকক উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ডৰ বহুকেইটা গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনাৰে সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰে। আজি ঘোষিত উচ্চতম ন্যায়ালয়ৰ এই বিশেষ ৰায়ক সকলোবে আদৰণি জনোৱাৰ লগতে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতৃত্বাধীন ৫ জনীয়া বিচাৰপীঠে বৰ্তমানৰ দৰেই আধাৰ…

Read More...

Supreme Court today upholds validity of Aadhaar Act and scheme by a 4:1 majority

Congress party welcomes Aadhar verdict, calls it slap on face of Modi govt The Congress Wednesday welcomed the Supreme Court decision to strike down Section 57 of the Aadhaar act, which allowed private entities to access Aadhaar data, and termed it a “slap on the face of BJP”. “We welcome the Supreme Court’s decision to strike down Section 57 of the Aadhaar Act. Private entities are no longer allowed to use Aadhaar for verification purposes,” the Congress said on Twitter minutes after the verdict. Several Congress leaders also spoke on…

Read More...

আধার রায় লাইভ আপডেট: সুপ্রিম কোর্ট আজ 4: 1 সংখ্যাগরিষ্ঠতার ভিত্তিতে আধার আইন এবং প্রকল্প বৈধতা সমর্থন করে

13:00 (IST) কংগ্রেস পার্টি আধার রায়ের স্বাগত জানায়, এটি মোদির সরকারের মুখোমুখি হয় কংগ্রেস বুধবার ভিত্তিপ্রস্তরগুলির 57 ধারা হ্রাসের পক্ষে সুপ্রিম কোর্টের সিদ্ধান্তকে স্বাগত জানিয়েছে, যা বেসরকারি সংস্থাগুলিকে ভিত্তি তথ্য অ্যাক্সেস করার অনুমতি দেয় এবং এটিকে “বিজেপির মুখোমুখি” বলে অভিহিত করে। “আমরা অ্যাক্ট অ্যাক্টের ধারা 57 এ হুমকি দেয়ার সুপ্রিম কোর্টের সিদ্ধান্তকে স্বাগত জানাই। রায়ের পর টুইটারে কয়েক মিনিটের মধ্যে কংগ্রেসের পক্ষ থেকে কংগ্রেসের পক্ষ থেকে বলা হয়েছে, বেসরকারি সংস্থাগুলিকে যাচাইয়ের উদ্দেশ্যে ব্যবহারের জন্য আর অনুমতি দেওয়া হয় না।” কংগ্রেস নেতারাও রায় নিয়ে কথা বলেন। 12:53 (IST) ভারতীয় রিজার্ভ ব্যাংকের…

Read More...

Activists move Jharkhand HC over FIR alleging sedition, say they’re being targeted for supporting tribal rights

সক্রিয় কর্মীরা রাজধানীতে অভিযুক্তদের অভিযোগে ঝাড়খন্ড হাইকোর্টে স্থানান্তর করে বলেছে, তারা উপজাতীয় অধিকার সমর্থন করার জন্য লক্ষ্যবস্তুতে রয়েছে

Read More...

বিদুৎ বিভাগৰ গাফিলতি, দৰিদ্ৰ পৰিয়ালে ভুগিব লগা হৈছে তাৰ পৰিণতি

বাক্সা জিলাৰ কুমাৰীকাটাৰ ২নং কালিপুৰ গাঁৱত বিদুৎ বিভাগৰ আজৱ কাণ্ডই সকলোৰে চকু কপালত তুলিছে। কোনো ধৰণৰ মিটাৰ নোচোৱাকৈ দিয়া বিলৰ বাবে ৰাইজে ভৰিব লগা হৈ আছে মাহেকীয়া অতিৰিক্ত মাছুল। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ৮০ টা পৰিয়ালে বসবাস কৰা গাওঁ খনত প্ৰতিমাহে বিদ্যুতৰ মাছুল আদায় দি আহিছে যদিও টিভি, ফ্ৰীজ নোহোৱা সত্ত্বেও দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোক সকলেও প্ৰতিমাহে ৫০০ টকাৰ পৰা ১৫০০ টকালৈ বিদুৎ মাছুল দি আছে। যদি বিদুৎ বিভাগে এই দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোক সকলৰ ঘৰে ঘৰে আহি মিটাৰ পৰ্যবেক্ষণ নকৰাকৈ পুনৰ বিদুৎ…

Read More...