অভিনয়েৰে জগত জিনাৰ সপোন যুৱ অভিনেতা পংকজ কুমাৰ শৰণীয়াৰ

সাম্প্ৰতিক সময়ত অসমৰ সাজপাৰেই হওঁক বা অসমীয়া আ-অলংকাৰেই হওঁক , এতিয়া বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে । ঠিক এনে সময়তে অসমৰ ফেশ্বনেও বৰ্তমান বিশ্ব দৰবাৰত এক ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । এই সকলোবোৰকে অনুসৰণ কৰি এতিয়া অসমৰ বহু প্ৰতিভাই বিনোদনৰ জগতখনলৈ ঢাপলি মেলিছে। এনে এজন উদ্যমী প্ৰতিভাসম্পন্ন সহজ-সৰল, বন্ধুত্বপূৰ্ণ যুৱক পংকজ কুমাৰ শৰণীয়া। ১৯৯২ চনত জন্মলাভ কৰা গুৱাহাটীৰ বামুনিমৈদানৰ পংকজ কুমাৰ শৰণীয়াই ইতিমধ্যে নাটক-চুটি ছবি আৰু জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । সকলো সময়তে আনক সহায় কৰি ভালপোৱা যুৱ প্ৰতিভা পঙ্কজে অভিনয় শিক্ষা আনুষ্ঠানিকভাৱে…

Read More...

গৰ্বেৰে আমি দৰঙীয়ান

“গৰ্বেৰে আমি দৰঙীয়ান” ✍জিন্টু ভুঞা 7002134518    হাজাৰ সপোনে  যত বিছৰণ কৰে, বহুৰঙী বতাহে বা বিলায়, এটা আশা যেন, ইয়াৰ নাম দৰং মহাবিদ্যালয় । আগফালে থকা সেই ফুচকা দোকান খনৰ পৰা পাছফালে ৰৈ থক টমটম কেইখনলৈকে সকলোবোৰ যেন অচিন যদিও চিনাকি, এটা হাহি নজনাকৈই ভাহি আহে, যেতিয়া প্ৰেমত পৰা যায় সেই প্ৰেমৰ নাম যেন দৰং মহাবিদ্যালয়,। জ্ঞানৰ বাটেৰে ,  আন্ধাৰ আতৰাই  পোহৰ বিলোৱা , সপোন বোৰ পুৰাবলৈ বাট দেখুওৱা  নামত যাৰ আছে শক্তি,  তাৰ নাম দৰং মহাবিদয়ালয়।   সকলোৰে চিনাকী আমি দৰঙীয়ান, আমি বন্ধু আমি ভাই  নানা ৰঙৰ ,  তথাপিতো…

Read More...

১১ নবেম্বৰত  দিছপুৰ  প্ৰেছ ক্লাবত  ডিজিটেল,প্ৰিন্ট,ৱেব ,ইলেক্ট্ৰনিক মেডিয়াৰ সাংবাদিক সকলক লৈ  “সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা” গঠনৰ বাবে সাধাৰণ সভা আহ্বান

১১ নবেম্বৰত  দিছপুৰ  প্ৰেছ ক্লাবত  ডিজিটেল,প্ৰিন্ট,ৱেব ,ইলেক্ট্ৰনিক মেডিয়াৰ সাংবাদিক সকলক লৈ  “সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা” গঠনৰ বাবে সাধাৰণ সভা আহ্বান   প্ৰিয় সতীৰ্থ,   সমগ্ৰ বিশ্বতে এতিয়া চছিয়েল তথা  ডিজিটেল ৱেব  মেডিয়াৰ জনপ্ৰিয়তা আৰু চাহিদা দিনক দিনে তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ আৰু অৰ্হনিশে নানান ধৰণৰ সমালোচনা,আলোচনা,পৰ্য্যলোচনা আদিবোৰ  হৈ আহিছে ৷ আনকি যধেমধে অপ প্ৰচাৰ আৰু হকে বিহকে ভুৱা প্ৰচাৰ কৰি থকাটো এতিয়া নিত্য  নৈমিত্তিক স্বাভাৱিক ঘটনা হৈ আহিছে ৷   অসমত চচিয়েল তথা ৱেব  মেডিয়াৰ সাংবাদিক সকলক চৰকাৰে স্বীকৃতি  প্ৰদান কৰে নাই ৷ সেইববোৰৰ সম্পৰ্কত  এতিয়ালৈ কোনো…

Read More...

নায়েৰ আলগাত আজব কাণ্ড

নায়েৰ আলগাত আজব কাণ্ড সভাপতি প্ৰধান শিক্ষয়ত্রীয়ে নাজানে কাইজাৰ চৰ এল পি স্কুলৰ একত্রিকৰন কথা– তদন্তৰ দাবী বিলাসীপাৰা  কৃষক মুক্তিৰ আঞ্চলিক সমিতৰ।    বিলাসীপাৰা,৩১ অক্টোবৰ:- ধুবুৰী জিলাৰ বিলাসীপাৰা নায়েৰ আলগাত আজব কাণ্ড। বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ কাইজাৰ চৰ এল পি স্কুলৰ একত্রিকৰন হোৱা কথা নাজানে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কদম আলীয়ে। তেওঁ কোৱা মতে তেওঁৰ অজ্ঞাতে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্রী আছমিনা খাতুনে নিজৰ স্বাৰ্থ সিদ্ধিৰ ভাবে নিচেই ওচৰত থকা দৈখোৱা পাৰা এল পি স্কুলৰ লগত একত্রিকৰন নকৰি প্ৰায় তিনি কিলোমিটাৰ দূৰত্ব থকা নায়েৰ আলগা ২য় খণ্ড চুনাৰী পাৰা প্ৰাথমিক বিদ্যালয়ৰ…

Read More...

এক নবেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ

এক নবেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ/ একাধিক আন্তগাঁথনিমূলক নিৰ্মাণ কাৰ্য্যৰে প্ৰস্তুতি তুংগত /     ছয়দুৱাৰ মহাবিদ্যালয়ৰ চৌহদৰ পৰা পৰাশ শইকীয়া, গহপুৰ, ৩১ অক্টোবৰঃ গহপুৰ মহকুমাৰ একমাত্ৰ পূৰ্ণাংগ উচ্চ শিক্ষানুষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহলৈ মাজত মাথো আৰু দুটা দিন। অহা এক নবেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব গহপুৰীয়া ৰাইজৰ অতি আপোন তথা আদৰৰ শিক্ষানুষ্ঠান খনৰ সোণালী জয়ন্তী সমাৰোহ। ইয়াকে লৈ এতিয়া গহপুৰ নগৰৰ মাজ মজিয়াত অৱস্হিত মহাবিদ্যালয় খনৰ চৌহদত বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিবেশ। উল্লেখ যে বছৰ জোৰা কাৰ্য্যক্ৰমৰে সোণালী জয়ন্তী সমাৰোহৰ…

Read More...

ডুমডুমাৰ বৰডুবি চাহ বাগিছাত বন্যহস্তীৰ উপদ্ৰপ

ডুমডুমাৰ বৰডুবি চাহ বাগিছাত বন্যহস্তীৰ উপদ্ৰপ। কাকপথাৰ ৩১ অক্টোবৰ:তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ বৰডুবি চাহ বাগিছাত কালি নিশাৰে পৰা প্ৰায় ১৫০ জনীয়া বনৰীয়া হস্তীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অাহি চাহ বাগিছাখনৰ অনিষ্ট সাধন কৰাৰ লগতে কাষৰীয়া বাসিন্দাৰ ঘৰ দুৱাৰ ,মুল্যবান গছ গছনিৰ ব্যাপক ক্ষতি সাধন কৰি বৃহত্তৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি অাছে।ইতিমধ্যে ডুমডুমাৰ বন বিভাগে বনৰীয়া হাতীৰ জাকটো  উক্ত স্থানৰ পৰা বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে যদিওঁ সফল হ’ব পৰা নাই।বন্যহস্তীৰ অাক্ৰমনৰ অাশংকাত কাষৰীয়া বাসিন্দাসকলে উৰে নিশা উজাগৰে থাকি নিৰাপদ স্থানত অৱস্থান কৰিছে।সন্প্ৰতি…

Read More...

চিৰাঙৰ বিজনীত বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । 

চিৰাঙৰ বিজনীত বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।     চিৰাঙৰ পৰা লিটন বসাক অসম খবৰ৩০ অক্টোবৰ :আজি ভয়াবহ অসম কপাই যোৱা ৩০ অক্টোবৰে দহ বছৰ পাৰ কৰিলে । ২০০৮ চনৰ আজিৰ এই দিনটোতে অসমৰ বিভিন্ন ঠাইত এন ডি এফ বিয়ে বোমা বিস্ফোৰনেৰে  সন্ত্ৰাসৰ সৃষ্টী কৰিছিল । কত জনে হেৰুৱাইছিল নিজৰ নিকটাত্মীয়ক । কিন্তু যোৱা দহটা বছৰে উক্ত বোমা বিস্ফোৰনৰ দোষি সকলৰ কোনো শাস্থি নহল,মুকলি আকাশৰ তলত ঘুৰি ফুৰিছে সমাজত । যিসকল লোক উক্ত দিনা বোমা বিস্ফোৰনত নিহত হৈছিল তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে সৌ সিদিনা উদালগুৰি…

Read More...

অধ্যক্ষাক বিদ্যালয়ত প্ৰৱেশৰ বাধা খোৱাং আছুৰ।।

।।অধ্যক্ষাক বিদ্যালয়ত প্ৰৱেশৰ বাধা খোৱাং আছুৰ।। মৰাণৰ পৰা কুশল ভূঞা,অসম খবৰ ৩০ অক্টোবৰ,২০১৮             যোৱাকালি খোৱাং আছুৱে খোৱাং পিথুবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা মীনা দেৱীক বিদ্যালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ জুলাইত অধ্যক্ষা মীনা দেৱীয়ে অসমীয়া জাতি বিৰুদ্ধে বিৰুপ মন্তব্য আগবঢ়ায়ইছিল গত তিনিমাহ ধৰি খোৱাং আছুৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছে কিন্তু ডিব্ৰুগড় জিলা প্ৰশাসন তথা শিক্ষা বিভাগে অধ্যক্ষা গৰাকী ওপৰত কোনো দৃষ্টান্ত মূলক ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে খোৱাং আছুৱে।

Read More...

আই_মোক_লৈ_যা

আই_মোক_লৈ_যা ————————————-                  (১) বিশাল জনতাৰ কোলাহল মেলাত  সকলোচোন নিজতেই ব্যস্ত মানৱতাৰ অস্তিত্ব নোহোৱা ইয়াত অকনি সুখৰ বাবে টনা-আজোঁৰা, একেটি বস্তুৰ বাবে শতজনৰ খোৱা-কামোৰা, আপোনজনে আপোনজনৰ ওপৰত দমন,হত্যা আৰু হিংসা। কুকুৰৰ কাণ্ড লেখীয়া নাটক চাই প্ৰাণ খুলি হাঁহিছে পৰৰ মানুহবোৰে মাজে মাজে চেগ বুজি বুটলি লৈছে নিজৰ ভাগৰখিনি। উচ্চ-নীচৰ অসমানতাৰে ভৰা কেনেকুৱা যে এই মেলা? কোনোবাই এটুকুৰা ৰুটিৰ বাবে হাঁহাকাৰ কৰিছে যদিও  কোনোবাই নিজৰখিনিয়েই খাই শেষ কৰিব পৰা নাই কোনোবাই দামী কাপোৰৰ সাজেৰে বীৰৰ দৰে আহিছে যদি কোনোবাই উলংগ হৈয়ে জাৰ-জহ সহিছে আৰু…আৰু……….…

Read More...

এটা ইতিহাস

এটা ইতিহাস ।  দহ বছৰ পাৰ।   হ’ল আজি দিনটোতে  ধাৰাবাহিক ভাৱে গুৱাহাটীৰ গণেশ গূৰিত  বিস্ফোৰণত নিহত হৈছিল বহু সাধাৰণ জনতাৰ ।     কিন্তু প্ৰতি বছৰে চৰকাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰি আহিছে কিন্তু হত্যা কাৰীক শাস্তি দিয়া নামত চৰকাৰ নাটক। আজি এই ক’লা দিনটোত নিহত হোৱা সকললৈ শ্ৰদ্ধা ঞ্জলি জনাইছো। 

Read More...

প্ৰেম

প্ৰেম           প্ৰেম, হৃদয়ৰ এটা বস্তু ।           ই  মানুহক ভাল পাবলৈ শিকায়,                  প্ৰেমে প্ৰমক জীয়াই ৰাখে।                 আমাৰ সকলোৰে মনত                         প্ৰেম জীয়াই থাকে।                প্ৰেমে কোনো জাতি ,ধৰ্ম,                  ধনী,  গৰিব নাচায়,           ই কেৱল সঁচা মানৰ প্ৰেম…

Read More...

NEWS@24

■ জনপ্ৰিয় কণ্ঠশিল্পী ছানলৈ দলিওৱা নাছিল শিলগুটি। অসমীয়া গীতৰ অনুৰোধেৰে দলিয়াইছিল কাগজৰ টুকুৰাহে। আৰক্ষীয়ে নিশ্চিত কৰিলে এই কথা। বাংলা গীত গোৱাৰ বাবে শিল দলিওৱা বুলি অভিযোগ উঠিছিল। ফেচবুকৰ জৰিয়তে হৈছিল এই অপপ্ৰচাৰ। ■ বেলতলাৰ ৱায়াৰলেছত নাৰী নিৰ্যাতনৰ ঘটনা। দেওবাৰে সন্ধিয়া গুৱাহাটী হাইক’ৰ্টৰ মহিলা অধিবক্তাক নিৰ্যাতন শ্ৰমিকৰ। সন্ধ্যা ভ্ৰমণৰ বাবে গৈছিল মহিলা অধিবক্তাগৰাকী। মহিলাগৰাকীক পথৰ পৰা টানি নিয়াৰ অপচেষ্টা পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকৰ। মহিলাগৰাকীয়ে চিঞৰাত ৰাইজে উদ্ধাৰ কৰিলে। লম্পট শ্ৰমিকক কৰায়ত্ত কৰি গতালে আৰক্ষীক। সম্প্ৰতি হাতীগাঁও থানাত লম্পট ছাইফুল ইছলাম। ■ আজি যোৰহাটলৈ আহিব কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং। যোৰহাটৰ নৰ্থ…

Read More...

অধ্যক্ষাক বিদ্যালয়ত প্ৰৱেশৰ বাধা খোৱাং আছুৰ

খোৱাং আছুৱে খোৱাং পিথুবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা মীনা দেৱীক বিদ্যালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ জুলাইত অধ্যক্ষা মীনা দেৱীয়ে অসমীয়া জাতি বিৰুদ্ধে বিৰুপ মন্তব্য আগবঢ়ায়ইছিল। বিগত তিনিমাহ ধৰি খোৱাং আছুৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছে যদিও ডিব্ৰুগড় জিলা প্ৰশাসন তথা শিক্ষা বিভাগে অধ্যক্ষা গৰাকী ওপৰত কোনো দৃষ্টান্ত মূলক ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে খোৱাং আছুৱে।

Read More...

ভাৰত আমাৰ জন্মভূমি

কবিতা:                      ভাৰত আমাৰ জন্মভূমি             এইখন বিশাল ভাৰতবৰ্ষত            পূৱ সীমান্তত অৱস্থিত            অসম আমাৰ ৰাজ্যখনি।।            ইয়াতেই জন্ম ললো আমি            ইয়াত আমাক কেতিয়াও,                 নালাগে আমনি।।             ইয়াতেই আছে বিভিন্ন               জাতি প্ৰজাতিৰ লোক,            …

Read More...

সপোন

সপোন   হয় মইও দেখো সপোন যত তুমি আৰু মই , অকল তুমি আৰু মই ।। তাত কোনো ধৰণৰ অশান্তি, অৰ্থহীন নাই ।     কেৱল প্ৰেম,     কেৱল প্ৰেম ।। এই সপোনৰ প্ৰতিটো কাহিনিতে মুখ্য চৰিত্ৰ তুমি। হয়তো তুমি নাজানা।। সদায় তুমি মোৰ প্ৰতিটো সপোনত আহা আৰু মোক কোৱা মোৰ মনৰ ৰাজকুমাৰ কেৱল তুমি, মোৰ প্ৰথম আৰু শেষ প্ৰেম কেৱল তুমি ।। এইখিনি কৈ তুমি আকৌ কৰোবলৈ নাইকিয়া হৈ যোৱা।  এনেকৈ তুমি মোক অকল সৰিয়া কৰি এৰি থৈ গুচি যোৱা।। এয়েই  মোৰ সপোন।।          …

Read More...