জিলা শিক্ষা বিষয়াই ভুল স্বীকাৰ নকৰালৈকে গুণোৎসৱ বৰ্জন মৰিগাঁৱৰ এখন বিদ্যালয়ৰ

  জিলা শিক্ষা বিষয়াই ভুল স্বীকাৰ নকৰালৈকে গুণোৎসৱ বৰ্জন মৰিগাঁৱৰ এখন বিদ্যালয়ৰ । :ধৰমতুল প্ৰাথমিক বিদ্যালয়ত অচলা অৱস্থা। বিনষ্ট শৈক্ষিক পৰিৱেশ । পাঠদানৰ বিপৰীতে বিদ্যালয়ৰ প্ৰাংগণত তৰ্ক বিৰ্তক। তলাবন্ধ কাৰ্যসূচী । মাৰপিত , বিক্ষোভ, ধৰ্ণা প্ৰতিবাদ আদি। এইয়া শনিবাৰৰ দৃশ্য বিদ্যালয়ৰ পাঠদান সময়তে স্থানীয় অভিভাৱক অভিভাৱিকা সকলৰ প্ৰতিবাদী শ্লোগানত জিলা শিক্ষা বিষয়া আৰু ৰান্ধনীৰ বিৰুদ্ধে । ডঃ তিলক চন্দ্ৰ শইকীয়া মুদ্ৰাবাদ , হায় হায় পোষ্টাৰ লৈ প্ৰতিবাদত উত্তাল মৰিগাঁও ।

Read More...

শান্তিৰ নোবেল বটা

শান্তিৰ নোবেল বটা   যোৱাকালি ঘোষিত হল শান্তিৰ নোবেল বটা ২০১৮।কংগোৰ চিকিৎসক ডাঃ ডেনিছ মাকৱেগা আৰু য়াজিদি মানৱধিকাৰ কৰ্মী নাদিয়া মুৰাডে লাভ কৰে এই বটা।

Read More...

দেৱালী উপলক্ষ্যে প্ৰথমবাৰলৈ উজলিব নায়েগ্ৰা জলপ্ৰপাত

দেৱালী উপলক্ষ্যে প্ৰথমবাৰলৈ উজলিব নায়েগ্ৰা জলপ্ৰপাত   প্ৰথমবাৰলৈ কানাড়াৰ প্ৰখ্যাত নায়েগ্ৰা জলপ্রপাত আতচবাজীৰে উজলিব দেৱালীৰ সময়ত।  এই সুন্দৰ ব্যৱস্হা ইণ্ডো কানাডিয়ান আৰ্টচ কাউন্সিলে নায়েগ্ৰা পাৰ্কচ কমিচনৰ সহযোগত কৰিব।১৪ অক্টোবৰত নায়েগ্ৰা জলপ্ৰপাত আতচবাজীৰে উজলাই তোলা হব।

Read More...

বটদ্ৰৱাত বাইক আৰু টেম্পৰ মুখামুখী সংঘৰ্ষ, ৮ জন আহতঃ

  বটদ্ৰৱাত বাইক আৰু টেম্পৰ মুখামুখী সংঘৰ্ষ, ৮ জন আহতঃ নগাঁও জিলাৰ বটদ্ৰৱা সতী ৰাধিকা চাৰিআলিত সংঘটিত এক দুৰ্ঘটনাত ৮ জন লোক আহত হয়। ঘটনাৰ বিৱৰণী মতে আজি সন্ধীয়া ৬ বজাত বটদ্ৰৱাৰ পৰা বাটমাৰী অভিমুখে গৈ থকা এ এছ ০২ এছ ১৭৩৬ নম্বৰৰ টিভিএছ অাপাচী মটৰচাইকলখনে বটদ্ৰৱা থানৰ দিশে গৈ থকা এ এছ ০২ বি চি ৪৭১১ নম্বৰৰ টেম্প’ খনক সন্মুখৰ পৰা খুন্দা মাৰে। সংঘৰ্ষৰ ফলত বাইক আৰোহী আকিৰুল হক, আছাদুল ইছলামৰ লগতে টেম্প আৰোহী জহিৰুল ইছলাম, আশ্বিকুল ইছলাম(শিশু), আনোৱাৰা বেগম, আফিয়া বেগম, আব্দুল ৰশ্বিদ, দিম্পী বৰা আহত হয়। পাছত…

Read More...

বিজনী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্বচ্ছ ভাৰত অভিজান  নেহেৰু ইৱা কেন্দ্ৰৰ উদ্যাগত

বিজনী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্বচ্ছ ভাৰত অভিজান  নেহেৰু ইৱা কেন্দ্ৰৰ উদ্যাগত  লিটন বসাক  চিৰাঙ জিলাৰ বিজনী অন্তৰ্গত বিজনী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে দিনৰ ভাগত নেহেৰু ইৱা কেন্দ্ৰৰ উদ্যাগত নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৪চনত ২অক্টোবৰৱ তাৰিখে স্বচ্ছ ভাৰত অভিজান নামেৰে যিখন অাচঁনিৰ শুভাৰম্ভ কৰিছিল। তাকে লক্ষ্য কৰি আজি বিজনী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতাই সেৱা, স্বচ্ছতাৰ প্ৰতি সচেতন হোৱা ৰ লগতে দায়বদ্ধ , তাৰওপৰি , স্বচ্ছতাক ধৰি ৰাখিবলৈ যত্ন হোৱা প্ৰয়োজন উদ্দ্যোসৰে নেহেৰু ইৱা কেন্দ্ৰৰ সদস্য সকলে বিজনী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলোক লৈ বিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰে…

Read More...

বিশ্বনাথত অবৈধ কাঠ ফল কল উচ্চেদ

  বিশ্বনাথৰ বন বিভাগৰ অভিযান চোৰাং কাঠ ব্যৱসায় বিৰুদ্ধে অবৈধ কাঠ ফল কল উচ্চেদ/ ২ খন কাঠ ভৰ্তি ট্ৰেক্ট সহ এখন টাটা মোবাইল গাড়ী জব্দ   বিশ্বনাথত পুনৰ এতিয়া শক্ৰিৰ চোৰাং কাঠ ব্যৱসায় চক্ৰ । অব্যাহত ৰাখিছে চোৰাং কাঠ ব্যৱসায়ীয়ে চোৰাং কাঠ সৰবৰাহ । বিশেষকৈ চোৰাং কাঠ ব্যৱসায় দলটো শক্ৰিৰ হৈ পৰিছে পাভৈ বনাঞ্চলিক কাৰ্যালয় আৰু ডিপলোঙা বনাঞ্চলিক কাৰ্যালয় অধিনৰ অঞ্চলৰ সমুহত । উক্ত অঞ্চল সমুহত দৈনিক বনাঞ্চল খনৰ পৰা সৰবৰাহ হয় গাড়ীয়ে গাড়ীয়ে অবৈধ চোৰাং কাঠৰ গাড়ী । ইফালে এই চোৰাং কাঠ ব্যৱসায় বিৰুদ্ধে তৎপ হৈ পৰিছে পূব শোণিত…

Read More...

কাজিৰঙা নৰ্ডান ৰেঞ্জৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱালৈ গ্যাল্যান্ত্ৰী এৱাৰ্ড( gallantry award)

  কাজিৰঙা নৰ্ডান ৰেঞ্জৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱালৈ গ্যাল্যান্ত্ৰী এৱাৰ্ড                               ( gallantry award) বিশ্বনাথ চাৰিআলি ৬ অক্টোবৰ:- কাজিৰঙা নৰ্ডান ৰেঞ্জৰ পানীভড়ালস্থিত বিশ্বনাথ ঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাক আজি অসম চৰকাৰৰ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে গ্যাল্যান্ত্ৰী(Gallantry Award) ৰে সন্মানিত কৰে। গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্টিত হোৱা বন্যপ্ৰানী সপ্তাহত এই সন্মানেৰে সন্মানিত কৰা হয় বন বিষয়া গৰাকীক ৷ চোৰাং চিকাৰী দমনৰ বিৰুদ্ধে লোৱা কঠোৰ স্থিতিৰ বাবেই এই সন্মানেৰে সন্মানিত হয় বন বিষয়াগৰাকী।নিষ্ঠা,সততা আৰু দক্ষতাৰে নিজৰ দায়িত্ব পৰিচালনা…

Read More...

জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে সংবাদ মাধ্যমে

  জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে সংবাদ মাধ্যমে / অৱশেষত নাও চলিল বিশ্বনাথৰ ঘিলাধাৰী নৈত : ঢৌ যাত্ৰা বিদ্যালয় ছাত্র -ছাত্রী অন্ত পৰিল : ৰাজ্য চৰকাৰৰ পৰিবৰ্তনৰ শ্লোগানক ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত কৰা বিশ্বনাথৰ ঘিলাধাৰী নদীত কনকন ছাত্ৰ- ছাত্ৰীৰ বিপদসংকুল ভাৱে ঢৌ জড়িয়তে নদীৰ পাৰ হৈ বিদ্যালয় যাত্ৰাৰ কৰি আছিল বিগত ২০১২ চনৰ পৰাই সেই যাত্ৰা আজিৰ্ অন্ত পৰিল ৷ এক মাত্ৰ সংবাদ মাধ্যমৰ বাবে এই মন্তব্য ঘিলাধাৰি ৰাইজৰ । ৰাজ্য চৰকাৰৰ শিক্ষা ভট্টাচাৰ্য্য এণ্ড শিক্ষা শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাসৰ কোম্পানীৰ অধীনস্ত শিক্ষা বিভাগটোৰ পুতৌজনক স্বৰুপ উদঙাই পৰিবৰ্তন…

Read More...

বন বিভাগৰ অভিযান চোৰাং কাঠ ব্যৱসায় বিৰুদ্ধে ২ খন কাঠ ভৰ্তি ট্ৰেক্ট সহ এখন টাটা মোবাইল গাড়ী জব্দ

  বিশ্বনাথৰ বন বিভাগৰ অভিযান চোৰাং কাঠ ব্যৱসায় বিৰুদ্ধে ২ খন কাঠ ভৰ্তি ট্ৰেক্ট সহ এখন টাটা মোবাইল গাড়ী জব্দ বিশ্বনাথত পুনৰ এতিয়া শক্ৰিৰ চোৰাং কাঠ ব্যৱসায় চক্ৰ । অব্যাহত ৰাখিছে চোৰাং কাঠ ব্যৱসায়ীয়ে চোৰাং কাঠ সৰবৰাহ । বিশেষকৈ চোৰাং কাঠ ব্যৱসায় দলটো শক্ৰিৰ পাভৈ বনাঞ্চলৰ আখে পাখে । দৈনিক বনাঞ্চল খনৰ পৰা সৰবৰাহ হৈ আছে গাড়ীয়ে গাড়ীয়ে অবৈধ চোৰাং কাঠ সৰবৰাহ হৈ থকা এক খবৰ লাভ কৰিছিল পূব শোণিতপুৰ বন সংমণ্ডল বিষয়ায়ে । উক্ত গোপন সূত্ৰ অনুসৰি শুক্ৰবাৰে নিশা পাভৈ শৰাশিমলু পৰা কাঠৰ কুণ্ডা ভৰ্তি দুখন ট্ৰেক্ট জব্দ কৰিবলৈ…

Read More...

বিশ্বনাথত বৰগাংৰ  সৰব লোহা চুৰি চক্ৰ : “ভাংগল”ৰ লোহা চোৰ কৰি  আটক  ৬   :পলাতক ৮ 

  বিশ্বনাথত বৰগাংৰ  সৰব লোহা চুৰি চক্ৰ : “ভাংগল”ৰ লোহা চোৰ কৰি  আটক  ৬   :পলাতক ৮  বিশ্বনাথত বৰগাংৰ সৰব লোহা চুৰি চক্ৰ ৷ এদেও দুদেও লোটা নিয়াৰ চলেৰে চোৰে নিলে মুঠ ১৫ টন লোহা ৷ বিহালীৰ বৰগাং আৰক্ষী বিষয়াৰ জালত বৰগাং দলং নিৰ্মাণ সংস্থা ”ভাংগল”ৰ ৰ’ড চূৰি চক্ৰ৷ বৰগাং আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত আটক এক বৃহৎ ৰ’ড চূৰি গেঙ ৷ দলং নিৰ্মাণৰ লোহা বিক্ৰী স্থানীয় ৰাইজক ৷ গোপন সুত্ৰৰ পম খেদি পুৱতি নিশা আটক ১৪ জনীয়া গেংটোৰ ৬ টা চোৰ আটক পলাতক ৮ চোৰ ৷ উদ্ধাৰ কৰিলে মুঠ ১১…

Read More...

বিশ্বনাথৰ বন বিভাগৰ অভিযান চোৰাং কাঠ ব্যৱসায় বিৰুদ্ধে ২ খন কাঠ ভৰ্তি ট্ৰেক্ট সহ এখন টাটা মোবাইল গাড়ী জব্দ

  বিশ্বনাথৰ বন বিভাগৰ অভিযান চোৰাং কাঠ ব্যৱসায় বিৰুদ্ধে ২ খন কাঠ ভৰ্তি ট্ৰেক্ট সহ এখন টাটা মোবাইল গাড়ী জব্দ বিশ্বনাথত পুনৰ এতিয়া শক্ৰিৰ চোৰাং কাঠ ব্যৱসায় চক্ৰ । অব্যাহত ৰাখিছে চোৰাং কাঠ ব্যৱসায়ীয়ে চোৰাং কাঠ সৰবৰাহ । বিশেষকৈ চোৰাং কাঠ ব্যৱসায় দলটো শক্ৰিৰ পাভৈ বনাঞ্চলৰ আখে পাখে । দৈনিক বনাঞ্চল খনৰ পৰা সৰবৰাহ হৈ আছে গাড়ীয়ে গাড়ীয়ে অবৈধ চোৰাং কাঠ সৰবৰাহ হৈ থকা এক খবৰ লাভ কৰিছিল পূব শোণিতপুৰ বন সংমণ্ডল বিষয়ায়ে । উক্ত গোপন সূত্ৰ অনুসৰি শুক্ৰবাৰে নিশা পাভৈ শৰাশিমলু পৰা কাঠৰ কুণ্ডা ভৰ্তি দুখন ট্ৰেক্ট জব্দ কৰিবলৈ…

Read More...

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ – মুখ্যমন্ত্ৰী সোণোৱাল

    পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ – মুখ্যমন্ত্ৰী সোণোৱাল সচিবালয়ত দীনদয়াল উপাধ্যায় বিষয়ক গ্ৰন্থ উন্মোচন মুখ্যমন্ত্ৰীৰ ”পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ। তেখেতৰ বিষয়ে যিমানেপণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ।ই অধ্যয়ণ কৰিব সিমানেই জ্ঞানৰ পোহৰ, আধ্যাত্মিক চেতনা শক্তি লাভ কৰাৰ উপৰি মানৱ ধৰ্মৰ দৰ্শন লাভ কৰিব। বিশ্বৰ বুকুত তেখেতৰ আদৰ্শইহে একাত্ম মানৱতবাদ প্ৰতিষ্ঠা কৰা সম্ভৱ। ” এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। নগাঁৱৰ অন্যতম গ্ৰন্থ প্ৰকাশন ৰণাংগন প্ৰকাশনৰ পৰা প্ৰকাশিত বিশিষ্ট কবি, প্ৰাবন্ধিক, অনুবাদক পৰাণ কুমাৰ…

Read More...