চতিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত  ট্ৰাক চালক আৰু বাছ চালকৰ মাজত খণ্ড যুদ্ধ

বিশ্বনাথৰ  চতিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত খণ্ড যুদ্ধ  ট্ৰাক চালক আৰু বাছ চালকৰ মাজত ।  তীব্ৰ বেগত অহা যাত্ৰীবাহি বাছৰ খুণ্ডাত টেল টেংকাৰ ট্ৰাক ক্ষয় ক্ষতি তাক লৈ উত্তেজনা ।

Read More...

দৰঙৰ খাৰুপেটীয়াত আন এক জঘন্য কাণ্ড সংঘটিত

দৰঙৰ খাৰুপেটীয়াত আন এক জঘন্য কাণ্ড সংঘটিত হয়। নিজৰ সতিনীৰ ভাতৃৰ হাতত শাৰীৰিক নিৰ্যাতিত ১৪ বছৰীয়া এগৰাকী স্কলীয়া ছাত্রী। খাৰুপেটীয়া আৰক্ষী থানাত গোচৰ ৰুজু । লম্পট ভাতৃক আৰক্ষীয়ে ৰক্ষনাবেক্ষনা দিয়াৰ অভিযোগ নিৰ্যাতিতা পৰিয়ালৰ । দেউতাক এজন মাক দুজনী, ডাঙৰ মাতৃৰ লম্পট যুৱক জনে সৰু মাতৃৰ ১৪বছৰীয়া কিশোৰী গৰাকীক ঘৰত কোনো নথকাৰ সুযোগতেই ধৰ্ষণৰ উদ্দেশ্যৰে কিশোৰী গৰাকীক প্রথমতে কু-অভিসন্দিৰ প্রস্তাৱ দিছিল যদিও কিশোৰী গৰাকীয়ে উক্ত প্রস্তাৱটো নাকচ কৰাত বলপুৰ্বক ভাৱে ধৰ্ষণৰ প্রচেষ্টা চলােৱাৰ লগে লগে কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত ধৰ্ষণৰ পৰা দৈৱক্রমে ৰক্ষা পৰিল কিশোৰী গৰাকী। এনে এক জঘন্য  নিকৃষ্ট…

Read More...

ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি

ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি::- মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বিলাসীপাৰা জিলা   সংখ্যালঘু সংগ্ৰাম পৰিষদৰ —————————————   বিলাসীপাৰা, ৯ অক্টোবৰ:-  প্ৰকৃত ভাৰতীয় নাগৰিকক সন্দেহযুক্ত বিদেশী সজাই বিভিন্ন প্ৰকাৰে  হাৰাশাস্তি কৰা আৰু এন আৰ চি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰাৰ অভিযোগত আজি সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰা জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্য্যলায়ৰ চৌহদ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।উল্লেখ্য যে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে সংখ্যালঘু ৰাইজক সন্দেহযুক্ত  নাগৰিক বুলি নামৰ আগত যধে মধে ‘ডি’ ব্যৱহাৰ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা  জিলা সমিতিৰ সভাপতি…

Read More...

খুমটাইত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত মাৰপিট।

খুমটাইত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত মাৰপিট। সাংসদ গৌৰৱ গগৈৰ সভাত উত্তেজনা। পূৰ্বতে মৃণাল শইকীয়াই আধাৰশিলা স্থাপন কৰা এটা পথ সাংসদ গৌৰৱ গগৈয়ে পুণৰ আধাৰশিলা স্থাপন কৰিবলৈ যাওঁতে ঘটিল এই ঘটনা। খূমটাই সমষ্টিৰ অৰ্ন্তগত  হাবিচোৱা গাঁওত বিধায়ক মৃনাল শইকীয়াই পূৰ্বে আধাৰশিলা স্হাপন কৰা এটা পথৰ পুনৰ আধাৰশিলা কৰিবলৈ যাওতে বিজেপি আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত সৃষ্টি হয় সংঘাত। উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধীনৰ এই পথটো যোৱা ২১ ছেপ্তেম্বৰত খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই আধাৰশিলা স্থাপন কৰে, আৰু পথৰ কাম আৰম্ভ হয়। ইয়াৰ মাজতে মঙ্গলবাৰে একাংশ কংগ্ৰেছ সমৰ্থকক লগত লৈ…

Read More...

সত্য ঘটনাৰ আৰঁত এক লেখ : 

সত্য ঘটনাৰ আৰঁত এক লেখ :  ব্ৰাজিলৰ সকলোতকৈ ধনী আৰু সকলোতকৈ শক্তিশালী মানুহৰ ভিতৰৰ অন্যতম এক ব্যক্তি Mr Chiquinho Scarpa |  তেওঁ এদিন ব্ৰাজিলৰ মেডিয়াত হুলস্তুল লগাই এক গৰম পৰিবেশৰ সৃষ্ঠী কৰি দিয়ে , যেতিয়া তেওঁ ঘোষনা কৰে ৭ কোটি টকাৰ বেন্টলী নামৰ গাড়ীখন পুতি দিম বুলি কয়, লগতে ঘোষনা কৰিলে গাড়ীখন পোতাৰ এটাই উদ্দেশ্য তেওঁ হেনো মৰাৰ পাছত গাড়ীখন চলাব | এই কাৰ্য্যক মেডিয়াই বহু আলোচনা কৰে , লগতে ঋনাত্মক ললে আৰু তেওঁক পাগল ঘোষিত কৰিলে , ইমান দামি গাড়ীক পুতি দিয়া পইচাৰ অপব্যৱহাৰৰ বাহিৰে একো নহয় বুলি কয়…

Read More...

Breaking @ Desk

*Breaking @ Desk:* 👉ৰূপহীহাটত তিনি NRC কৰ্মচাৰী আটক। 👉চক্ৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে উত্তৰ খাটোৱাল NRCৰ ৩কৰ্মচাৰীক। 👉উত্তৰ খাটোৱাল NRCৰ এলেকাধিন এটি পৰিয়ালৰ গুনগত মান নিৰ্ণয় কৰি নাকচ কৰা গুৰুত্বপূৰ্ণ নথি চুৰি কৰাৰ অভিযোগত আটক ইদ্ৰিছ আলী, নুৰ আহমদ আৰু বাছিদুল হাছান নামৰ কৰ্মচাৰী কেইজন। 👉ইয়াৰে আটকাধীন নুৰ আহমদ আৰু ইদ্ৰিছ আলী শিক্ষক হোৱাৰ বিপৰীতে বাছিদুল হাছান NRC সেৱা কেন্দ্ৰটোৰ কম্পিউটাৰ সহায়ক। 👉চক্ৰ বিষয়াই নাকচ কৰা নথি চুৰি কৰি অবৈধ উপায়েৰে NRC-ৰ  খছৰাত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱাৰ  অভিযোগত তিনিওকে আটক কৰে ৰূপহীহাট আৰক্ষীয়ে৷ 👉ৰূপহীহাট আৰক্ষীৰ জেৰা অব্যাহত৷

Read More...

বক্তৃতা অনুষ্ঠান

মহাশয়/ মহাশয়া, নমস্কাৰ গ্ৰহণ কৰিব ৷  দিশপুৰ প্ৰেছ ক্লাৱে সমসাময়িক সামাজিক পৰিস্থিতি আৰু পৰিবেশক বিষয়বস্ত হিচাবে লৈ প্ৰতিবছৰে কোনো এক নিৰ্দিষ্ট বিষয়বস্তৰ ওপৰত এখনি বক্তৃত্বানুষ্ঠানৰ আয়োজন কৰি আহিছে ৷ আমি দীৰ্ঘদিনৰ পৰা প্ৰত্যক্ষ কৰি আহিছো ভাৰতীয় ইতিহাসক বিভিন্ন সময়ত,বিভিন্ন স্তৰত বিকৃত কৰণ কৰা হৈছে ৷  যাৰ বাবে সাধাৰণ জনতাৰ উপৰিও নৱ প্ৰজন্মই ইতিহাসৰ প্ৰকৃত তথ্য তথা সমল গোটোৱাত ব্যৰ্থ হৈছে ৷  ফলত বিভিন্ন সময়ত ঐতিহাসিক সত্য সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈ আহিছে ৷ ভা দেশৰ স্বাধীনতা আন্দোলন,ভাৰত বিভাজন সন্দৰ্ভতো বুৰঞ্জী বিকৃতকৰণ অতি উদ্দেশ্য প্ৰণোদিত আৰু ন্যস্ত স্বাৰ্থৰ বাবে একাংশ মহলে কৰি…

Read More...

তিনিচুকীয়া অভিমুখি যাত্ৰীবাহী বাছৰ  ভয়ংকৰ পথ দুৰ্ঘটনা

   ভয়ংকৰ পথ দূৰ্ঘটনা ✍🏾বৰডুমচা-পেঙেৰি হৈ তিনিচুকীয়া অভিমুখি যাত্ৰীবাহী বাছ পথ দুৰ্ঘটনা। ✍🏾 বহুত কেইজন যাত্ৰী সংকটজনক অৱস্থাত । ✍🏾 জানিব পৰামতে চালক জনৰ গাফিলতিৰ বাবেই সংঘটিত হৈ এই ঘটনা।

Read More...