নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন 

নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন    নগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী-গ্ৰাম বিকাশ পৰিষদৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰা হয়। এই উপলক্ষে এলফিনিষ্টন বিবাহ ভৱন প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰে আদৰণী ভাষণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামীয়ে বিভিন্ন প্ৰকাৰে মানুহ হীনমান্যতাত ভূগিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণ সতৰ্ক হ’লে ইয়াৰ প্ৰতিকাৰ হয় বুলি মতপ্ৰকাশ কৰে। এই অনুষ্ঠানত গুৱাহাটী মেডিকেল কলেজৰ মনোৰোগ বিভাগৰ…

Read More...

নগাঁৱৰ চাপৰমুখত নিৰুদ্দিষ্ট পঞ্চায়ত সচিবৰ মৃতদেহ উদ্ধাৰ 

নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত ধিংগাঁও নিবাসী আব্দুল জব্বাৰৰ পুত্ৰ তথা চাপৰমুখ গাওঁ পঞ্চায়তৰ সচিব মহিবুৰ ৰহমান (৪৭) ৰ মৃতদেহ আজি ৰহস্যজনকভাবে চাপৰমুখ আৰক্ষী থানাৰ অন্তৰ্গত কপিলী নৈৰ মাৰোৱাৰী পট্টীৰ পাৰঘাটত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, সচিব মহিবুৰ ৰহমান দীৰ্ঘদিন ধৰি নগাঁও চহৰৰ নিকটৱৰ্তী কাতিমাৰী গ্ৰাণ্টত পৰিয়ালসহ বসবাস কৰি আহিছিল যদিও যোৱা ৭ অক্টোবৰৰ দিনা বিয়লি কাতিমাৰীৰ নিজ গৃহৰ পৰা বজাৰ কৰিবলৈ নগাঁও চহৰলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল ৷দুটি সন্তানৰ পিতৃ মহিবুৰ ৰহমানক পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খুছাৰ কৰিছিল যদিও আজি…

Read More...

গহপুৰ ভাৰপ্ৰাপ্ত মহকুমা মহকুমাধিপতি বিদায় সম্বৰ্ধনা জাতীয়তাবাদী যুৱ পৰিষদ

গহপুৰ মহকুমা মহকুমা মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত দায়িত্ব থকা ড:ইন্দ্ৰানসী দাসক বুধ বাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গহপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ২০১৭ চনৰ ৯ মে’ত গহপুৰ মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান কৰাৰ পিছত ২০১৮ চনৰ ২৯ জানুৱাৰীত অতিৰিক্ত উপায়ুক্ত পদলৈ পদোন্নতি লাভ কৰি বিগত সময় চোৱাত ড:দাসে নিষ্ঠা, সততা আৰু দক্ষতাৰে আগবঢ়োৱা সেৱাৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গহপুৰ আঞ্চলিক সমিতি তেখেতৰ ওচৰত কৃতজ্ঞ প্ৰকাশ কৰে । অসম চৰকাৰৰ এক নিৰ্দেশনাৰ ভিত্তিত তেওঁ নতুন দিল্লীৰ অসম ভৱনৰ অ.এছ.ডি আৰু জি.এ.ডিৰ ডেপুটি ছেক্ৰেটৰী হিচাপে বদলি হৈছে…

Read More...

মানুহৰ মনৰ পৰা সজাগ হ’ব লাগিব অৰণ্য মানৱ যাদৱ পায়েং

বিশ্বনাথৰ পাভৈ গাঁৱক নিকা আৰু সেউজ গাঁও হিচাপে  মনোনীত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ অধীনত মাইগভ অসমৰ দ্বাৰা আয়োজিত নিকা আৰু সেউজ গাওঁ শীৰ্ষক সজাগতামূলক অভিযান আৰু প্ৰতিযোগিতাৰ বাবে বিশ্বনাথ জিলাৰ পৰা পাভৈ গাঁৱক মনোনীত কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত বুধবাৰে বিশ্বনাথ জিলাৰ পাভৈ ৰূপ জ্যোতি কলা পৰিষদৰ প্ৰেক্ষাগৃহত এই অভিযান অংশ হিচাপে দিনৰ অনুষ্ঠিত কৰে । জন স্বাস্থ্য কাৰিকৰী বিভাগৰ কায্যবাহী বিষয়া ৰবিন চন্দ্ৰ দাসে উদ্দেশ্য বাখ্যা কৰি কয় ৰাইজক চৰকাৰে যি পদক্ষেপ লৈছে সেই এক বৃহৎ সজাগতা । এই সজাগতা আঁচনিত ৰাইজে সহযোগ কৰক আৰু নিজকে কৰ্ম পন্থা বাবে…

Read More...

মিৰি জীয়ৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচন সম্পূৰ্ণ 

মিৰি জীয়ৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচন সম্পূৰ্ণ     লক্ষীমপুৰৰ পৰা  অৰূপ শইকীয়াৰ প্ৰতিবেদন,১০ অক্টোবৰ–লখিমপুৰ জিলাৰ ঐতিহাসিক ঘূণাসুঁতিৰ একমাত্ৰ উচ্চ শিক্ষাৰ বাটকটীয়া অনুষ্ঠান মিৰি জীয়ৰী মহাবিদ্যালয়ৰ ২০১৮-১৯ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ৮ অক্টোবৰত অনুষ্ঠিত হৈ যায় ।প্ৰপ্ত তথ্যানুসৰি মুঠ চাৰিটা পদত অনুষ্ঠিত হোৱা নিৰ্বাচনত উপ-সভাপতি পদত টিপু চুলতান মিলিয়ে ২২ টা ভোটত টুলেন চৰণ মিলিক পৰাস্ত কৰাৰ বিপৰীতে সাধাৰণ সম্পাদক পদত বুধুবৰ টাইডে ২৬ টা ভোটৰ ব্যৱধানত প্ৰদীপ মিলিক পৰাস্ত কৰে ।একে দৰে আলোচনী সম্পাদক পদৰ প্ৰাৰ্থী বিখ্যাত ভূৱন মিলিয়ে তেওঁ নিকটতম প্ৰতিদ্বন্দি সঞ্জীৱ পাংগিঙক ৮ টা…

Read More...

नवरात्रि : स्त्री शक्ति

*नवरात्रि : स्त्री शक्ति*          भारत में जब शरद ॠतु का आगमन होता है तब मौसम सुहावना हो जाता है । इस समय ना तो ज्यादा गर्मी और ना ही ठंड होती है । वर्षा ऋतु में बारिश धरा को धोकर साफ कर देती है, इसलिए शरद में धरा साफ होती है । इस समय नीले आसमान पर सफेद बादल मंडराते हैं। मीठे मलय बहने लगता है। चमेली की खुश्बू से दिग्दिगंत महक जाता है । तभी अहसास होता है कि धरा पर माँ दुर्गा का आगमन…

Read More...