*বাহ! আমি দুৰ্গাক ভজিছো!*

●কবিতা●   *বাহ! আমি দুৰ্গাক ভজিছো!*   ○ ধীৰেন শইকীয়া   চৌদিশে মাটিৰ দুৰ্গাক পুজিছো!  বলি দিছোঁ আমাৰেই সহচৰ মুক দেৱীৰ চৰণ তেজেৰেই লুতুৰিপুতুৰি কৰি শান্তি বিচাৰিছোঁ বাহ! জীৱশ্ৰেষ্ঠ আমি চকুৰ আগতেই বনিয়াই দেৱীক ধৰিছে মেৰিয়াই ‘ঘৰৰ দুৰ্গাক কৰিছো শোষন  পথৰ দুৰ্গাক কৰিছো ধৰ্ষন গৰ্ভতে হত্যা কৰিছো কত দুৰ্গাক।’ পোখা মেলোতেই মোহাৰিছে দুৰ্গাক এইখন সমাজে  দুৰ্গাক চাইছো কেৱল নাটকত,চিনেমাত। অভিনেত্ৰী দুৰ্গায়ো মঞ্চৰ পৰা নামিয়েই উচুপে মাজৰাতি। এইদৰেই পাতিছো আমি  বাৰে বাৰে বছৰে বছৰে পূজাখনি এইখন ‘ৰাম ৰাজ্য’ত  বিবাহৰ পিছতেই বহু দুৰ্গাৰ শেষ হয় হাঁহি  উজ্জ্বল মুখখনত ওলমে উচুপনি ফেনেকি –…

Read More...

বিশ্বনাথৰ বেদেতিত ব্যতিক্ৰমী প্ৰচেষ্টা

বিশ্বনাথৰ বেদেতিত ব্যতিক্ৰমী প্ৰচেষ্টা :   পুজাৰ বতৰত দৰিদ্ৰ লোকৰ মাজত বিলালে কাপোৰ : কাপোৰ লাভ কৰি উৎফল্লিত কন কন শিশু সকল ৰাজ্যৰ সকলোতে এতিয়া দেখিবলৈ পোৱা গৈছে দূৰ্গা পূজাৰ উচাহ আৰু আনন্দ ৷ কিন্তু সমাজত এনে এচাম লোক আছে যাক স্পৰ্শ কৰিব পৰা নাই পুজাৰ উচাহ আৰু আনন্দই ৷ পুজাৰ বতৰত এনে একাংশ লোকৰ মুখত হাহি বিৰিঙিয়াবলৈ চেষ্টা চলালে বিশ্বনাথৰ বেদেতিৰ সামাজিক সংগঠন উদ্দীপ্ত চৰাই ৷ আৰ্থিকভাৱে দুৰ্বল একাংশ লোকৰ মাজত বিলালে কাপোৰ ৷ এই কন কন শিশু সকলৰ কাৰোবাৰ যদি পিতৃ নাই কাৰোবাৰ আকৌ মাতৃ নাই ৷ পুজাৰ…

Read More...

কাতি বিহুৰ কিছু কথা

  কাতি বিহুৰ কিছু কথা কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। আহিনৰ শেষ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে। এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতঈয় কৃষ্টি – সংস্কৃতি। অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰ সমূহে সুকীয়া মৰ্য্যাদা প্ৰদান কৰিছে। কৃষিজীৱী জনতাই কাতি বিহুকো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই মৰম আৰু চেনেহৰ উমেৰে সাৱটি লৈছে। বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড় ভাৱে জড়িত হৈ আছে। জেঠ, আহাৰ, শাওণ মাহ খেতিৰ বতৰ। মূৰৰ ঘাম মাটিত…

Read More...

কাতি বিহুৰ আন্তৰিক শুভেচ্ছা

কাতি বিহুৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন আপোনাৰ লগতে পৰিয়ালৰ সকলো সদস্যলৈকে জ্ঞাপন কৰিলোঁ। আপোনাৰ জীৱনৰ সকলোবোৰ মূহুৰ্ত সুখ-সমৃদ্ধি, হাঁহি-আনন্দৰে যেন ওপচি পৰে তাৰেই কামনাৰে….…    অসম খবৰ পৰিয়ালবৰ্গ

Read More...

বিজিত নাৰায়নৰ ৰজাদিনীয়া পৰম্পৰাৰে  বিজনী ভেটাগাওঁ বুঢ়ী ঠাকুৰনী থানত দূৰ্গাপূজা 

বিজিত নাৰায়নৰ ৰজাদিনীয়া পৰম্পৰাৰে  বিজনী ভেটাগাওঁ বুঢ়ী ঠাকুৰনী থানত দূৰ্গাপূজা      চিৰাংৰ পৰা লিটন বসাক অসম খবৰ ১৮অক্টোবৰ :   চিৰাং  জিলাৰ বিজনীৰ ঐতিহ্যমণ্ডিত বুঢ়ী ঠাকুৰনী থান বংশানুক্ৰমে  থানখনত  ৰজাঘৰীয়া পৰম্পৰাগত ৰীতি নীতিৰে পৰিচলনা কৰি অহা ভক্তপ্ৰাণ ৰাইজৰ মতে বুঢ়ী ঠাকুৰনী থানৰ মাহাত্ম্য প্ৰতিষ্ঠাৰ কাহিনী গাঁথা আছে । ইতিহাস প্ৰসিদ্ধ  বিজনী ৰাজ্যৰ কোচ ৰজা বিজিত নাৰায়ণদেৱৰ ৰাজত্ব কালতে প্ৰতিষ্ঠিত ভেটাগাওঁ   বুঢ়ী ঠাকুৰনী থানত অইন বছৰৰ দৰে এই বেলিওঁ মহা অষ্টমী কল্পাৰম্ভ বিহিত পূজাৰম্ভ হয় । শাৰদীয়  দূৰ্গা দেৱীৰ নৱ পত্ৰিকা প্ৰবেশ স্থাপন কৰি মা বুঢ়ী ঠাকুৰনী থান পৰিচলনা…

Read More...

কলা বেজ পৰিধান

চিৰাং জিলাৰ বিজনী ঘোষ পাৰত আজি অষ্টমি পুজাৰ আনন্দৰ মাজতে কলা বেজ পৰিধান কৰি  প্ৰতিবাদ। চিৰাংৰ পৰা লিটন বসাক অসম খবৰ ১৭অক্টোবৰ  নিৰিহ বাসিন্দা তথা ভাৰতীয় লোকক “ডি” ভোটাৰৰ নামত কৰা হাৰাশাস্থিৰ প্ৰতিবাদ জনাই এইদৰে অষ্টমিৰ আনন্দৰ মাজতে কলা বেজ পৰিধান কৰি প্ৰতিবাদ জনাই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আহব্বান জনায় “ডি” ভোটাৰৰ নামৰ যি সকল লোকক ডিটেনচন কেম্পত বন্দি কৰি ৰখা হৈছে তেওঁলোকক মুকলি কৰাৰ দাবী জনায় এই সকল প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদকাৰী যুৱক সকলে অন্যান্য প্ৰতিবাদ কাৰে   আৰু জনায় যে এই দৰেই  এইবাৰ দুৰ্গাপুজাত কলা বেজ পৰিধান কৰি…

Read More...

Selfi_প্ৰতিযোগী:-অসম খবৰ

  Selfi_প্ৰতিযোগী:-অসম খবৰ ধৰিত্ৰী শ্ৰাৱণ,তেজপুৰ

Read More...