বিশ্বনাথৰ উদ্দীপ্ত চ’ৰাৰ ব্যতিক্ৰমী প্ৰচেষ্টা

পূজাৰ বতৰত দৰিদ্ৰ লোকৰ মাজত বিলালে কাপোৰ : কাপোৰ লাভ কৰি উৎফল্লিত কন কন শিশু সকল   ৰাজ্যৰ সকলোতে এতিয়া দেখিবলৈ পোৱা গৈছে দূৰ্গা পূজাৰ উচাহ আৰু আনন্দ ৷ কিন্তু সমাজত এনে এচাম লোক আছে যাক স্পৰ্শ কৰিব পৰা নাই পূজাৰ উচাহ আৰু আনন্দই ৷ পূজাৰ বতৰত এনে একাংশ লোকৰ মুখত হালে বিশ্বনাথৰ বেদেতিৰ সামাজিক সংগঠন উদ্দীপ্ত চ’ৰাৰ ৷ আৰ্থিকভাৱে দুৰ্বল একাংশ লোকৰ মাজত বিলালে কাপোৰ ৷ এই কন কন শিশু সকলৰ কাৰোবাৰ যদি পিতৃ নাই কাৰোবাৰ আকৌ মাতৃ নাই ৷ পুজাৰ সময়ত বস্ত্ৰ বিতৰন কৰি এই সকল শিশুক উৎসাহিত কৰাৰ চলালে চেষ্টা ৷ ৰাজপথত যাক…

Read More...