নগাঁৱত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 

   টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ বন্ধ সমৰ্থকৰ বন্ধ সমৰ্থকক ব্যৱসায়ীৰ মাৰপি  জাতীয় সংগঠনৰ এজাহাৰ  নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্যখনৰ ৪৬ টাকৈ সংগঠনে আজি আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে নগাঁও জিলাত ৷ জিলাখনৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকে৷ বন্ধ সমৰ্থকসকলে নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত পথৰ ওপৰত টায়াৰ জ্বলাই বন্ধ সফল কৰাৰ চেষ্টা চলায়৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে নতুন বজাৰত টায়াৰ জ্বলাই…

Read More...

গুৱাহাটীৰ মাজ মজিয়াত ৰুম, ফ্লেট ভাড়া দিয়াৰ নামত অসাধু ব্যৱসায়িৰ দপ্ দপনি

গুৱাহাটীৰ মাজ মজিয়াত ৰুম ,ফ্লেট, ভাড়া দিয়াৰ নামত গুৱাহাটীৰ কিছুমান দালালে কৰি আহিছে দুৰ্নীতি । একোটা ৰুম অথবা ফ্লেট দিয়াৰ বাবদ লুটে ৩০০ৰ পৰা ৫০০ টকা পৰ্যন্ত । আজি এইজন অসাধু ব্যক্তিক হাতে-লুটে ধৰি গতাই দিয়া হয় দিশপুৰ থানাত । ব্যক্তি জনৰ হোটেল অথবা গেষ্ট হাউচৰ মালিকৰ লগত কোনো ধৰনৰ সৰ্ম্পক নথকাৰ স্বীকাৰ কৰে দিশপুৰ গেষ্ট হাউচৰ মেনেজাৰে । ব্যক্তি জনে তেওঁৰ পৰিচয়ৰ ভুল তথ্য দিয়ে যদিও সাধাৰণ ৰাইজে মাৰ-পিট নকৰাকৈ আৰক্ষীক গতাই দিয়ে ।

Read More...

মিজিলচ্ আৰু ৰুবেলা (MR) টীকাকৰন অভিযান

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী প্ৰাথমিক বিদ্যালয়ত মিজিলচ্ আৰু ৰুবেলা টীকাকৰনৰ টিকা দিয়া হয়। অসম চৰকাৰৰ নিৰ্দেশত এই বিনামূলীয়া এম আৰ টীকা ৯ মহীয়া শিশুৰ পৰা ১৫ বছৰৰ ছাত্ৰ-ছাত্ৰী অথবা ল’ৰা-ছোৱালীক টীকাকৰন অভিযানত এই টিকা দিয়া হয়। পাকৰীবাৰী উপস্বাস্থ্য কেন্দ্ৰৰ এ এন এম স্বাস্থ্য কৰ্মী প্ৰনীতা মাৰ্ডীয়ে বৰ্তমান লৈকে প্ৰায় ১৩/১৪ খন স্কুলত এই এম আৰ টীকা দিয়া বুলি জানিব দিয়ে।

Read More...

চিৰাঙৰ বিজনীত বাৰদিনীয়া  কাৰ্যসূচীৰে আৰম্ভ হ’ব ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মীপূজা আৰু মেলা ৷ বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হব ১২৭ সংখ্যক পূজা আৰু মেলা ৷

চিৰাঙৰ বিজনীত বাৰদিনীয়া  কাৰ্যসূচীৰে আৰম্ভ হ’ব ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মীপূজা আৰু মেলা ৷ বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হব ১২৭ সংখ্যক পূজা আৰু মেলা ৷  চিৰাংৰ পৰা লিটন বসাক অসম খবৰ ২৩অক্টোবৰ: চিৰাং জিলাৰ ঐতিহাসিক বিজনী চহৰৰ শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱখনি এইবাৰ ২৪ অক্টোবৰৰ পৰা ১২ দিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ বিজনী শ্ৰীশ্ৰী লক্ষ্মী পূজা সমিতিৰ সভাপতি ধনঞ্জয় ৰায়ে এক সংবাদ মেলত মেলা মহোৎসৱৰ বিষয়ে প্ৰকাশ কৰিছে যে এইবেলি ১২৭ সংখ্যক লক্ষ্মী পূজা অাৰু মেলা মহোৎসৱ ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অহা ৪  নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে পূজা…

Read More...

বিশ্বনাথ বিহালীত অনুসুচীত জাতি যুৱ- ছাত্ৰ সন্থা প্ৰতিবাদ

বিহালী চেৰেলীয়ত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটো সদস্য সকলে । ইফালে প্ৰতিবাদী সদস্য সকলক বিহালী আৰক্ষীয়ে আটক কৰি বিহালী আৰক্ষী থানালৈ যায় ।

Read More...

বিজনীত সদৌ বিটিচি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনৰ শ্ৰদ্ধাঞ্জলী  অনুষ্ঠান 

বিজনীত সদৌ বিটিচি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনৰ শ্ৰদ্ধাঞ্জলী  অনুষ্ঠান     চিৰাংৰ পৰা লিটন বসাক অসম খবৰ ২৩ অক্টোবৰ :যোৱাকালি সন্ধিয়া চিৰাং জিলাৰ বিজনীত সদৌ বিটিচি বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেছন  এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰে । যোৱা ২১ অক্টোবৰ দৰং জিলাৰ খাৰুপেটীয়াত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা আৰু “ডি”ভোটাৰৰ জাননী লাভ কৰি মৃত্য হোৱা অৱসৰ প্ৰাপ্ত শিক্ষক তথা অধিবক্তা নিৰোদ বৰন দাসৰ আত্মহত্যা লগতে দুৰ্গাপুজাৰ দশমীৰ দিনা ৰাৱন বধ কাৰ্য্যসুচীত ৰেল দুৰ্ঘটনাত পঞ্জাবৰ অমৃতসৰত মৃত্যু হোৱা লোকৰ আত্মাৰ সদগতি কামনাৰে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলী জনায়

Read More...

দেৰগাঁৱৰ কংস চাপৰিত গঁড়ৰ মুক্ত বিচৰণঃ আতঙ্কত স্থানীয় ৰাইজ

দেৰগাঁৱৰ নিকটৱৰ্তী মন্দিৰ চাপৰি লহৰে চাপৰি আৰু কংস চাপৰিত গঁড়ৰ মুক্ত বিচৰণ আতঙ্কত স্থানীয় ৰাইজ ২ দিনৰ পূৰ্বে কাজিৰঙা ৰাষ্টীয় উদ্যানৰ পৰা উলাই আহি উক্ত গাঁও সমূহত মুক্ত বিচৰণ গঁড়টোৰ যি কোনো মুহূৰ্তত চোৰাং চিকাৰী আক্ৰমণ বলি হব পাৰে গঁড়টো উক্ত অঞ্চলত চোৰাং চিকাৰী বিচৰণৰ সন্দেহ ৰাইজৰ

Read More...

অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ নগাঁৱত 

জনশূণ্য ৰাজপথ  ৰাজপথতত বন্ধ সমৰ্থনকাৰীৰ জুই জ্বলাই প্ৰতিবাদ  দোকান-বজাৰ বন্ধ থকাৰ লগতে যান-বাহন চলাচলো বন্ধ থাকে ৰাজপথত 

Read More...

মঙলদৈত অসম বন্ধৰ সমৰ্থনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ

মঙলদৈত অসম বন্ধৰ সমৰ্থনত বিভিন্ন দল সংগঠনে ব্লক চকত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ

Read More...

নগাঁৱৰ কঠিয়াতলী, কামপুৰ, কচুৱা অঞ্চলত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 

স্বতঃস্ফূৰ্ত ভাৱে বন্ধ হৈ পৰিছে দোকান-পোহাৰ আৰু যান-বাহনৰ চলাচল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতিদ্ৰোহী আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ ।নগাঁওৰ মাজমজিয়াতো এনেদৰে দেখা গল AJYCP ৰ লগতে বাকী দল সংগঠনে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দাবীত ১৭ নৱেম্বৰত ২৭টাকৈ বাঙালী সংগঠনে খানাপাৰাত বিশাল গণসমাবেশৰ আয়োজন কৰিছে। এই গণ সমাবেশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত আৰু ২৭টাকৈ বাঙালী সংগঠনৰ গণসমাবেশৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ…

Read More...

মৰাণত বন্ধৰ প্ৰভাৱ ৰ্সবাত্মক

আজি ৪৩ টা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত দিয়া ১২ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ ডিব্ৰুগড় জিলাৰ মৰাণ আৰু তিলৈনগৰত ৰ্সবাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। নিৰাপত্তা বাহিনীয়ে বন্ধ সৰ্মথক সকলে যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে। বন্ধৰ সময়ছোৱাত সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত কোনো যান-বাহন দেখিবলৈ পোৱা নাই। বাতৰি সংগ্ৰহ কৰা সময়লৈকে এই অঞ্চলত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই।

Read More...

বিলাসীপাৰাত বন্ধ সৰ্বাত্মক

ছয়গৰাকী কৃষক মুক্তিৰ কৰ্মী আটক আৰক্ষীৰ জাতিধবংসী আইন ২০১৬ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৪৬ টা জাতীয় সংগঠনে ২৩ অক্টোবৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ৰাজ্য খনত বন্ধৰ আহ্বান কৰাত সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। উক্ত বন্ধ সফল কৰাৰ উদ্দেশ্যে ৰাজপথ লৈ ওলাই অহা কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিৰ ছয় গৰাকী কৰ্মীক আৰক্ষী প্ৰশাসনে আটক কৰি বিলাসীপাৰা থানা লৈ আনে। বৰ্তমান কৃষক মুক্তি কৰ্মী কেই গৰাকী থানাত আটকাধীন হৈ আছে। আটকাধীন কৰ্মী সকলৰ ভিতৰত আছে ছফিয়ৰ ৰহমান আহমেদ, ছাদ্দাম…

Read More...

গহপুৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

স্বতস্ফুতভাবে দোকান বন্ধ ৰাখিছে গহপুৰ চহৰৰ ব্যৱসায়ী সকলে সষ্টম আৰক্ষী-প্ৰশাসন শতাধিক সেনাবাহিনী মোতায়ন বৰ্তমান সময়লৈকে কোনো কোনো হিংসাত্মক ঘটনা খবৰ পোৱা নাই শতাধিক দল সংগঠনৰ সমৰ্থক সকলে শান্তিপূৰ্ণ ভাবে সাব্যস্ত কৰিছে প্ৰতিবাদ

Read More...