কুমাৰীকাটাৰ লতিবাৰীত উলহ মালহেৰে লক্ষ্মী পূজা উদ্ যাপন

বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কুমাৰীকাটাৰ লতিবাৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত লতিবাৰী, পাকৰীবাৰী, শিংৰামাৰী, পানবাৰী, ইক্ৰাজুলী আৰু দৈমাবাৰীৰ ভক্তপ্ৰাণ ৰাইজে পঞ্চম বাৰ্ষিক লক্ষ্মী পূজা উলহ-মালহেৰে উদ্ যাপন কৰে। তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈ প্ৰথম দিনা ৰাতিপুৱা ৮ বজাত লাট গাওবুঢ়া ভাষ্কৰ দৈমাৰী আৰু প্ৰসন্ন কুমাৰ বড়োৱে বৃক্ষ ৰোপন কৰে। লতিবাৰী কৃষক সমবায় সমিতিৰ সভাপতি কৰ্ণ নাৰ্জাৰীয়ে ধৰ্মধ্বজা উত্তোলন, বিয়লি ৪ বজাত সমাজকৰ্মী হৰেন বসুমতাৰীয়ে মুখ্যদ্বাৰ উন্মোচন, ৫.৩০ বজাত টিকাৰাম ছেত্ৰীয়ে বন্তি প্ৰজ্বলন কৰে । সন্ধিয়া ৬ বজাৰ লগে লগে লক্ষ্মী দেৱীৰ মূৰ্তি স্থাপন কৰি লতিবাৰী নৱজ্যোতি মহিলা কীৰ্ত্তন দল আৰু…

Read More...

দেৰগাঁৱৰ যুৱক পংকজ প্ৰতিম দত্ত আলফাত যোগদান ।।। আলফাৰ গোপন শিবিৰৰ পৰা ভিডিঅ প্ৰেৰন ।।।

দেৰগাঁৱৰ যুৱক পংকজ প্ৰতিম দত্ত আলফাত যোগদান ।।। আলফাৰ গোপন শিবিৰৰ পৰা ভিডিঅ প্ৰেৰন ।।। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায় ৰিপৰ্ট ।।। ২৪ অক্টোৱৰ ——— দেৰগাঁও নগৰৰ ৯ নং ৱাৰ্ডৰ তৰুণ দত্তৰ পুত্ৰ পংকজ প্ৰতিম দত্তই আলফা (স্বাধীন) ত যোগদান কৰা কথা ভিডিঅ জৰিয়তে জানিবলৈ দিছে । যোৱা ৫ ছেপ্তেম্বেৰত গুৱাহাটীলৈ বুলি উলাই যোৱা পংকজৰ নিৰুদেশ সম্পৰ্কত পৰিয়ালৰ লোকে দেৰগাঁও থানাত এজেহাৰ দাখিল কৰিছিল । দেৰগাঁও আৰক্ষীয়ে ও কোনো শূং সুত্ৰ পোৱা নাছিল । পংকজ প্ৰতিম দত্ত সদৌ অসম ছাত্র সন্থাৰ অন্তৰ্গত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি আছিল । আলফাৰ…

Read More...

বিধায়ক প্ৰমোদ বৰঠাকুৰে স্থাপন কৰিলে ঘিলাধাৰী নদীৰ ওপৰত দলংৰ আধাৰশিলা

    আজি পবিত্ৰ লক্ষ্মী পূৰ্ণিমা আজিৰ এই পবিত্ৰ দিনটোতে শুভ কৰ্মৰ আৰম্ভণি কৰিলে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। সংবাদ মাধ্যমত ধাৰাবাহিক ভাবে প্ৰকাশ পাইছিল কুৰুআটি প্ৰাথমিক বিদ্যালয় লৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ঘিলাধাৰী নদীৰ ওপৰদি টৌ গামলা লৈ বিপদশংকুল ভাবে ঘিলাধাৰী নৈ পাৰ হৈ বিদ্যালয়লৈ অহা যোৱাৰ দৃশ্য সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল । সেই প্ৰকাশিত বাতৰি সন্দৰ্ভত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত পলাশনি আৰু কুৰুআটিৰ মাজত এখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তাৰ ওপৰিও ইতিমধ্যে সদ্যসমাপ্ত বিধানসভা অধিবেশনত উপস্থিত থকা বিধায়ক প্ৰমোদ বৰঠাকুৰে মুখ্য মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কুৰুআতি…

Read More...

দেৰগাঁৱৰ  ব্ৰহ্মপুত্ৰ চাপৰিত গড়ঁৰ মুক্ত বিচৰন ।।

দেৰগাঁৱৰ  ব্ৰহ্মপুত্ৰ চাপৰিত গড়ঁৰ মুক্ত বিচৰন ।। চোৰাং চিকাৰীৰ আক্ৰমন সন্দেহ আঞ্চল বাসীৰ ।।। ২৪অক্টোৱৰ ———   দেৰগাঁৱৰ   নিকতৱতী মন্দিৰ চাপৰি লহৰে চাপৰি আৰু কংস চাপৰিত গড়ৰ মুক্ত বিচৰন। আতঙ্কত স্থানীয় ৰাইজ । ২ দিনৰ পুৱে কাজিৰঙা ৰাট্ৰীয় উদ্যানৰ পৰা উলাই আহি উক্ত গাঁও সমূহত মুক্ত বিচৰণ গড়ঁটো । যি কোনো মুহূৰ্তত চোৰাং চিকাৰী আক্ৰমণ বলি হব পাৰে গড়ঁটো । উক্ত অঞ্চল চোৰাং চিকাৰী বিচৰনৰ সন্দেহ অঞ্চল বাসিৰ। দেৰগাঁও বন বিভাগ আৰু নুমলীগড় বন বিভাগৰ লগতে আৰক্ষী সহযোগত গড়ঁটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠাবলৈ চেষ্টা কৰিছে ।    দেৰগাঁৱৰ…

Read More...

চিৰাং জিলা পানী আৰু অনাময় সমিতিৰ ,কদমগুৰি হেল্পেং হেণ্ডচ নামৰ বেচৰকাৰী সংস্থাৰ  উদ্যোগত স্বচ্ছতা সজাগতামূলক প্ৰদৰ্শনী। 

চিৰাং জিলা পানী আৰু অনাময় সমিতিৰ ,কদমগুৰি হেল্পেং হেণ্ডচ নামৰ বেচৰকাৰী সংস্থাৰ  উদ্যোগত স্বচ্ছতা সজাগতামূলক প্ৰদৰ্শনী।     চিৰাঙৰ পৰা লিটন বসাক অসম খবৰ ২৪অক্টোবৰ:  চিৰাং জিলা বিজনীত  পানী আৰু অনাময় সমিতি আৰু হেল্পিং হেণ্ডচ নামৰ বেচৰকাৰী সংস্থা এটাৰ উদ্যোগত বিজনী মেলাত স্বচ্ছ ভাৰত মিছনৰ এক স্বচ্ছতাৰ সজাগতাৰ ওপৰত এক প্ৰদৰ্শনী কৰিব। চিৰাং জিলা পানী আৰু অনাময় সমিতি  আৰু বেচৰকাৰী সংস্থা টোৱে স্বচ্ছতাৰ বিভিন্ন নাটক , নৃত্য -গীত প্ৰদৰ্শন কৰিব লগতে লাদাংগুৰী  গাওঁখনৰ স্বচ্ছ আৰু সেউজ গাঁও হিচাপে চৰকাৰে স্বীকৃতি পোৱা গাও খনকহেল্পেং হেণ্ডচ নামৰ বেচৰকাৰী সংস্থা টোৱে এইবেলি বিজনীত লক্ষ্মী…

Read More...