উলুবাৰীত পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন

তামুলপুৰ থানাৰ অন্তৰ্গত ১২৭(ডি)ৰঙিয়া, ৰঙিয়া – ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অতি সম্প্ৰতি পৰিনত হৈছে কিলাৰ হাইওৱেত ৷ এই ঘাইপথচোৱাৰে অনিয়ন্ত্ৰিত ভাৱে চলাচল কৰা ডাম্পাৰ ট্ৰাক আৰু বিভিন্ন সৰু বৰ যানবাহনৰ কাৰনে নিৰাপত্তা নোহোৱা হৈছে সাধাৰন পথাচাৰী ৰাইজৰ । বুধবাৰে নিশা পথচোৱাৰ দ্বাৰকুছিত ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰি দুজন লোক থিতাতে নিহত কৰাৰ পিছত আজি সন্ধিয়া পুনৰ ঘাইপথচোৱাৰ উলুবাৰীৰ পাৰ্বতী চকত এছ ডিচি ২২৪৮ নম্বৰৰ এখন ৰিকভাৰী ভেনে পথাচাৰী শ্ৰমিকক মহতিয়াই নি ৰিকভাৰী ভেন খন পথৰ দাতিত বাগৰি পৰে ৷ দুৰ্ঘটনাটোৰ ফলত এক নং বানগুৰি গাৱঁৰ কল্পৰাম কলিতা (৬৫) আৰু তেৱঁৰ সহায়ক একে…

Read More