প্ৰেম

প্ৰেম           প্ৰেম, হৃদয়ৰ এটা বস্তু ।           ই  মানুহক ভাল পাবলৈ শিকায়,                  প্ৰেমে প্ৰমক জীয়াই ৰাখে।                 আমাৰ সকলোৰে মনত                         প্ৰেম জীয়াই থাকে।                প্ৰেমে কোনো জাতি ,ধৰ্ম,                  ধনী,  গৰিব নাচায়,           ই কেৱল সঁচা মানৰ প্ৰেম…

Read More...

NEWS@24

■ জনপ্ৰিয় কণ্ঠশিল্পী ছানলৈ দলিওৱা নাছিল শিলগুটি। অসমীয়া গীতৰ অনুৰোধেৰে দলিয়াইছিল কাগজৰ টুকুৰাহে। আৰক্ষীয়ে নিশ্চিত কৰিলে এই কথা। বাংলা গীত গোৱাৰ বাবে শিল দলিওৱা বুলি অভিযোগ উঠিছিল। ফেচবুকৰ জৰিয়তে হৈছিল এই অপপ্ৰচাৰ। ■ বেলতলাৰ ৱায়াৰলেছত নাৰী নিৰ্যাতনৰ ঘটনা। দেওবাৰে সন্ধিয়া গুৱাহাটী হাইক’ৰ্টৰ মহিলা অধিবক্তাক নিৰ্যাতন শ্ৰমিকৰ। সন্ধ্যা ভ্ৰমণৰ বাবে গৈছিল মহিলা অধিবক্তাগৰাকী। মহিলাগৰাকীক পথৰ পৰা টানি নিয়াৰ অপচেষ্টা পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকৰ। মহিলাগৰাকীয়ে চিঞৰাত ৰাইজে উদ্ধাৰ কৰিলে। লম্পট শ্ৰমিকক কৰায়ত্ত কৰি গতালে আৰক্ষীক। সম্প্ৰতি হাতীগাঁও থানাত লম্পট ছাইফুল ইছলাম। ■ আজি যোৰহাটলৈ আহিব কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং। যোৰহাটৰ নৰ্থ…

Read More...

অধ্যক্ষাক বিদ্যালয়ত প্ৰৱেশৰ বাধা খোৱাং আছুৰ

খোৱাং আছুৱে খোৱাং পিথুবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা মীনা দেৱীক বিদ্যালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ জুলাইত অধ্যক্ষা মীনা দেৱীয়ে অসমীয়া জাতি বিৰুদ্ধে বিৰুপ মন্তব্য আগবঢ়ায়ইছিল। বিগত তিনিমাহ ধৰি খোৱাং আছুৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছে যদিও ডিব্ৰুগড় জিলা প্ৰশাসন তথা শিক্ষা বিভাগে অধ্যক্ষা গৰাকী ওপৰত কোনো দৃষ্টান্ত মূলক ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে খোৱাং আছুৱে।

Read More...