চিৰাঙৰ বিজনীত বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । 

চিৰাঙৰ বিজনীত বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।     চিৰাঙৰ পৰা লিটন বসাক অসম খবৰ৩০ অক্টোবৰ :আজি ভয়াবহ অসম কপাই যোৱা ৩০ অক্টোবৰে দহ বছৰ পাৰ কৰিলে । ২০০৮ চনৰ আজিৰ এই দিনটোতে অসমৰ বিভিন্ন ঠাইত এন ডি এফ বিয়ে বোমা বিস্ফোৰনেৰে  সন্ত্ৰাসৰ সৃষ্টী কৰিছিল । কত জনে হেৰুৱাইছিল নিজৰ নিকটাত্মীয়ক । কিন্তু যোৱা দহটা বছৰে উক্ত বোমা বিস্ফোৰনৰ দোষি সকলৰ কোনো শাস্থি নহল,মুকলি আকাশৰ তলত ঘুৰি ফুৰিছে সমাজত । যিসকল লোক উক্ত দিনা বোমা বিস্ফোৰনত নিহত হৈছিল তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে সৌ সিদিনা উদালগুৰি…

Read More...

অধ্যক্ষাক বিদ্যালয়ত প্ৰৱেশৰ বাধা খোৱাং আছুৰ।।

।।অধ্যক্ষাক বিদ্যালয়ত প্ৰৱেশৰ বাধা খোৱাং আছুৰ।। মৰাণৰ পৰা কুশল ভূঞা,অসম খবৰ ৩০ অক্টোবৰ,২০১৮             যোৱাকালি খোৱাং আছুৱে খোৱাং পিথুবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা মীনা দেৱীক বিদ্যালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ জুলাইত অধ্যক্ষা মীনা দেৱীয়ে অসমীয়া জাতি বিৰুদ্ধে বিৰুপ মন্তব্য আগবঢ়ায়ইছিল গত তিনিমাহ ধৰি খোৱাং আছুৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছে কিন্তু ডিব্ৰুগড় জিলা প্ৰশাসন তথা শিক্ষা বিভাগে অধ্যক্ষা গৰাকী ওপৰত কোনো দৃষ্টান্ত মূলক ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে খোৱাং আছুৱে।

Read More...

আই_মোক_লৈ_যা

আই_মোক_লৈ_যা ————————————-                  (১) বিশাল জনতাৰ কোলাহল মেলাত  সকলোচোন নিজতেই ব্যস্ত মানৱতাৰ অস্তিত্ব নোহোৱা ইয়াত অকনি সুখৰ বাবে টনা-আজোঁৰা, একেটি বস্তুৰ বাবে শতজনৰ খোৱা-কামোৰা, আপোনজনে আপোনজনৰ ওপৰত দমন,হত্যা আৰু হিংসা। কুকুৰৰ কাণ্ড লেখীয়া নাটক চাই প্ৰাণ খুলি হাঁহিছে পৰৰ মানুহবোৰে মাজে মাজে চেগ বুজি বুটলি লৈছে নিজৰ ভাগৰখিনি। উচ্চ-নীচৰ অসমানতাৰে ভৰা কেনেকুৱা যে এই মেলা? কোনোবাই এটুকুৰা ৰুটিৰ বাবে হাঁহাকাৰ কৰিছে যদিও  কোনোবাই নিজৰখিনিয়েই খাই শেষ কৰিব পৰা নাই কোনোবাই দামী কাপোৰৰ সাজেৰে বীৰৰ দৰে আহিছে যদি কোনোবাই উলংগ হৈয়ে জাৰ-জহ সহিছে আৰু…আৰু……….…

Read More...

এটা ইতিহাস

এটা ইতিহাস ।  দহ বছৰ পাৰ।   হ’ল আজি দিনটোতে  ধাৰাবাহিক ভাৱে গুৱাহাটীৰ গণেশ গূৰিত  বিস্ফোৰণত নিহত হৈছিল বহু সাধাৰণ জনতাৰ ।     কিন্তু প্ৰতি বছৰে চৰকাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰি আহিছে কিন্তু হত্যা কাৰীক শাস্তি দিয়া নামত চৰকাৰ নাটক। আজি এই ক’লা দিনটোত নিহত হোৱা সকললৈ শ্ৰদ্ধা ঞ্জলি জনাইছো। 

Read More...