SOME COMMON QUESTIONS 

Flow of a few spontaneous questions are knocking my mind after the massacre.According to BJP govt.they always stand with Hindutwa.The purpose of the Citizenship Amendment Bill 2016 by BJP is to secure the lives of foreign Hindus which is the root cause of  violence in Assam.As a result five innocent people had been killed who even don’t know what went wrong by them.How could this bill be turned into a rule which causes the death of poor people.Would the foreigners prefer this nation which can’t even save its own citizens…

Read More...

নগাঁও সদৰ সমষ্টিত একেদিনাই দহটাকৈ উন্নয়নমুলক কামৰ অাঁচনিৰ অাধাৰশিলা ৰূপক শৰ্ম্মাৰ

নগাঁও সদৰ সমষ্টিত একেদিনাই দহটাকৈ উন্নয়নমুলক কামৰ অাঁচনিৰ অাধাৰশিলা ৰূপক শৰ্ম্মাৰ         অসম খবৰ,বেবেজীয়া:::: নগাঁৱত সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ প্ৰসংসনীয় পদক্ষেপ। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তিনিটাকৈ পঞ্চায়তৰ ৰাইজৰ বহুদিনৰ দাবীৰ প্ৰতি সহাৰি জনায় বৃহস্পতিবাৰে প্ৰায় ৫০ লাখ টকাৰ ব্যয় সাপেক্ষে দহটাকৈ কামৰ আধাৰশিলাৰ লগতে শুভ উন্মোচন কৰে। চতুৰ্দশ বিত্ত অায়োগৰ ২০১৫-১৬ অাৰু ২০১৬-১৭ বৰ্ষৰ অধীনত পাখিমৰীয়া মন্ডল ,বেবেজীয়া ডিমৌ বাংথাই পঞ্চায়ত অাৰু খাগৰিজান মন্ডলৰ অৰ্ন্তগত জলাহ, অাৰু শেনছোৱাকে ধৰি সদৰ সমষ্টিৰ কেইবাটাও স্থানত   পানী যোগান অাঁচনি,বৌদ্ধিক চৰ্চা কেন্দ্ৰ, পুথিভঁৰাল,শ্মশানৰ লগতে একশৰন ভাগৱতী সমাজ ,অসমৰ এটি ভোজনালয়ৰ…

Read More...

বিজনীৰ ঠায়ে ঠায়ে বঙালী অধ্যুশিত একেকাত স্বত:স্ফুৰ্ত বন্ধ

চিৰাং জিলাত কোনো বন্ধ নাই যদিও যোৱা নিশাৰ ঘটনাক লৈ চিৰাং জিলাৰ বিজনীৰ ঠায়ে ঠায়ে বঙালী অধ্যুশিত একেকাত স্বত:স্ফুৰ্ত বন্ধ পৰিলক্ষিত হৈছে ।  বন্ধ কৰিছে নিজৰ নিজৰ ব্যসায়িক প্ৰতিষ্ঠান,পথ সমুহ জনসুন্য পৰিলক্ষিত । একেদৰে জিলাখনৰ বাসুগাঁওতো ঠায়ে ঠায়ে বন্ধ পৰিলক্ষিত হৈছে ।  বিজনীৰ পৰা লিটন বাসাক প্ৰতিবেদন,  অসম খবৰ

Read More...

সদৌ অসম ডিজিটেল সাংবাদিক সংস্থাৰ প্ৰাৰম্ভিক সাধাৰণ সভা আহ্বান

অহা ইং ১০ নবেম্বৰৰ শনিবাৰে ২০১৮ , দিনৰ ১১বজাৰ পৰা প্ৰস্তাবিত সদৌ অসম ডিজিটেল সাংবাদিক সংস্থাৰ প্ৰাৰম্ভিক  সাধাৰণ সভা আহ্বান,   প্ৰিয় সতীৰ্থ,   প্ৰস্তাবিত  সদৌ অসম ডিজিটেল সাংবাদিক  সংস্থাৰ এখনি প্ৰাৰম্ভিক  সাধাৰণ সভা গুৱাহাটীৰ দিশপুৰ  প্ৰেছ ক্লাবত দিনৰ ১১বজাত অহা ইং ১১ নবেম্বৰৰ পৰিবৰ্তে অহা ইং ১০ নবেম্বৰৰ ২০১৮ তাৰিখ শনিবাৰে  দিনজোৰা কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে ৷   প্ৰাৰম্ভিক  সাধাৰণ সভাৰ বিশেষ কাৰ্যক্ৰমণিকা, ১) সভাপতি বৰণ আৰু আসন গ্ৰহন ৷ ২)সভাৰ উদেশ্য ব্যাখ্যা-৷ ৩)ডিজিটেল ,ৱেব মেডিয়া,সংবাদ মাধ্যমৰ  লক্ষ্য,উদেশ্য, বৈশিষ্ট্য্,আদৰ্শ, Registration,সাংবাদিক আচৰণ বিধিৰ  সম্পৰ্কত  দৈনন্দিন বাৰ্তা আৰু D.B.Live ৰ সম্পাদক শংকৰ গোঁহাই…

Read More...

আজি পূৱাই দেৰগাঁও লাহতি তেল দিপোত উত্তেজনা

আজি পূৱাই দেৰগাঁও লাহতি তেল দিপোত উত্তেজনা ।।। আজি দেৰগাঁৱ নগৰৰ মাজ মজিয়াৰ লাহটি পেট্ৰল পাম্পত এক উত্তেজনাময় পৰিস্তিতিৰ সৃষ্টি হয় । উল্লেখ যে AS-01BR -3807 নম্বৰৰ এখন EON গাড়ী শিৱসাগৰৰ পৰা যোৰহাট অভিমূখে আহি থকা এটা পৰিয়ালে গাড়ীখনত full tanki তেল ভৰাই কিন্ণ কিছু সময়ৰ পাছত গাড়ীখনৰ গৰাকীয়ে পুনৰ তেল ডিপো টোলৈ ঘুৰি আহি তেলৰ টেংকীত তেল নথকাৰ অভিযোগ ডিপোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে  , আৰু ইয়াকে লৈ যথেষ্ট সময় ডিপোটোত এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি । উল্লেখযোগ্য যে দেৰগাঁও নগৰৰ মাজমজিয়াত থকা পেট্ৰল ডিপোটোয়ে গ্ৰাহকক তেলৰ নামত প্ৰৱঞ্চনা কৰি অহা অভিযোগ…

Read More...

মঙলদৈৰ বনমালী শৰ্মালৈ ভূপেন হাজৰিকা প্ৰেৰণা বটাঁ ২০১৮

 মঙলদৈৰ উদীয়মান সাংস্কৃতিক কৰ্মী, উদ্যামী যুৱ সংগঠক তথা দৰং জিলা পৰিষদৰ তদানীন্তন জিলা আঁচনি বিষয়া ছিপাঝাৰৰ ঐতিয্যমণ্ডিত নাৰিকলি গাঁওৰ বনমালী শৰ্মালৈ সাৰে গামা সুৰ বাহিনী অসমে আগবঢ়াইছে ” ভূপেন হাজৰিকা প্ৰেৰণা বঁটা ২০১৮ ” । সাৰেগামা সুৰ বাহিনীৰ সৈতে জাতীয়তাবাদী গণ সন্মিলন অসমে যৌথভাৱে প্ৰদান কৰিবলগীয়া এই বটাঁটি অহা ৪ নৱেম্বৰত গুৱাহাটীস্থ বি বৰুৱা কেন্সাৰ হস্পিতালৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত সাংস্কৃতিক কৰ্মী বনমালী শৰ্মাক উক্ত বঁটাটি প্ৰদান কৰা হব বুলি সাৰেগামা সুৰ বাহিনীৰ সঞ্চালক সোনমণি দত্ত, জাতিয়তাবাদী গণ সন্মিলনীৰ আহবায়ক পদুম নাথ, খনিন দাস আৰু আকাশ জ্যোতি বৰাই…

Read More...

আলফা নেতা মৃনাল হাজৰিকা আৰু গৌৰীসাগৰ পৰা জিতেন দত্তক আটক

◆ মৃণাল হাজৰিকাক পানবজাৰ আৰক্ষী চকীত সোধা-পোচা কৰিবলৈ অনা হৈছে। ◆ ঘটনাস্থলী পৰা ৩০ টাকৈ খালি কাৰ্টিজ উদ্ধাৰ।

Read More...

খিলঞ্জীয়া সুৰক্ষা বাহিনী অসম’ৰ সম্পাদক দ্বিপেন লাহনৰ প্ৰতিক্ৰিয়া

  প্ৰথমতে নিৰীহৰ তেজেৰে ৰাজনীতি অভিসন্ধি ৰচা সকলক ঘৃণাৰে গৰিহণা দিয়াৰ বাহিৰে অন্য দিশ বিচাৰি পোৱা নাই৷ দ্বিতীয়তে আততায়ীৰ গুলীত নিহত হোৱা লোকসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ লগতে আত্মীয় পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷ শীঘ্ৰে তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে ৷ প্ৰতিবাৰেই ৰাজনৈতিক অভিসন্ধি পাকচক্ৰৰ ফলত জীৱন ক্ষতি নিৰীহৰ৷ #ৰাতিৰ_ভিতৰতে_ইতিহাস_সলোৱা_নেতাৰ_বক্তব্যৰ_পৰিণতিৰ_ফলস্বৰূপ বুলি অভিহিত কৰোঁ #নিৰীহৰ_জীৱনক_পণ_কৰি_ৰাজনীতিৰ_উদ্দেশ্য_ত্যাগ_কৰক_সকলো_পক্ষই #মুখ_আছে_বুলিয়ে_ছাগলীৰ_দৰে_অবাবত_অনাহক_বেবাবলৈ_বন্ধ_নকৰিলে_পৰিস্থিতি_আৰু_অৱনতি_ঘটাৰ_আশংকা_আছে৷ #সংযম_হওঁক_সকলো_শান্তি_শৃংখলা_অটুত_ৰখা_উচিত! দ্বীপেন লাহন, সম্পাদক খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসম (আইফা)

Read More...

তিনিচুকীয়াত আততায়ীৰ গুলীচালনাঃ থিতাতে নিহত ৫, আহত বহুকেইজন

তিনিচুকীয়া জিলাৰ ভূপেন হাজৰিকা সেতুৰ ওচৰত অততায়ীৰ গুলিচালনা।এখন দোকানলৈ লক্ষ্য কৰি সেনাৰ পোছাকত অহা দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছে ৫জন ব্যক্তিক ।ধলা খেৰাবাৰী নামৰ ঠাইত এই ঘটনা সংঘটিত হৈছে।আজি নিশা ৯ বজাত সংঘটিত হয় এই ঘটনা । নিহতসকলৰ নাম সুবল দাস,অনন্ত বিশ্বাস,শ্যামল বিশ্বাস,অবিনাশ বিশ্বাস,ধনঞ্জয় নমঃশূদ্ৰ   তিনিচুকীয়া ধলা ঘটনাৰ ওপৰত অসম খবৰলৈ আপোনাৰ মতামত প্ৰকাশ কৰক । WhatsApp 7399749466/8486269456 লৈ । আমি প্ৰকাশ কৰিম আপোনাৰ মতামত ।

Read More...