ধলা কাণ্ডৰ নিহত সকলৰ আত্মাৰ সদ্গতি কামনাৰে বিজনীত মৌন সমদল

ধলা কাণ্ডৰ নিহত সকলৰ আত্মাৰ সদ্গতি কামনাৰে বিজনীত মৌন সমদল /বৃহত্তৰ বিজনী বঙালী সমাজৰ বিজনী ৩ নবেম্বৰ : চিৰাঙ ৰ বিজনীতমৌন সমদল বৃহত্তৰ বিজনী বঙালী সমাজে ধলা কাণ্ডৰ নিহত সকলৰ আত্মাৰ সদ্গতি কামনাৰে বিজনীত মৌন সমদল আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰে সন্ধিয়া ৫বজাত । তিনিচুকিয়া ধলাৰ ঘটনাত নিহত হোৱা পাঁচজন লোকৰ নাম সম্বলিত বেনাৰ লৈ বৃহত্তৰ বিজনী বঙালী সমাজৰ শতাধিক লোকসকলে বিজনী জনতা লাইব্ৰেৰীৰ পৰা সমদল আৰম্ভ কৰে হাতে হাতে মম বাতি লৈ উক্ত সমদলত ভাগলয় বিজনী বিশিষ্ট ব্যাক্তি তথা প্ৰাক্তন শিক্ষক শংকৰ চেতাৰজী । উক্ত মৌন সমদল সমাপ্ত হয় বিজনী…

Read More...

বিজনীৰ চৌৰাগুৰী ৩১ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ

বিজনীৰ চৌৰাগুৰী ৩১ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ ৷ সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পথ অৱৰোধ কাৰ্য্যসূচী চিৰাংৰ পৰা লিটন বসাক অসম খবৰ ৩ নভেম্বৰঃ বঙাইগাওঁ জিলাৰ গৰাইমাৰীৰ নিকটৱৰ্তী চৌৰাগুৰীত বন্ধ সমৰ্থকে পুৱা ৮ বজাৰ পৰা অব্যাহত ৰাখিছে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ ৷ গুণোৎসৱ আৰু চিকিৎসালয়লৈ যোৱা যান বাহনক ৰেহাই দিয়ে ৷ যোৱা ১ নভেম্বৰ তিনিচুকীয়াত ৫ জন বঙালীক গুলিয়াই হত্যা কৰাৰ বাবে আজি চৌৰাগুৰীৰ ৩১ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰি অসম চৰকাৰ মূ্ৰ্দাবাদ, অসম পুলিচ হায় হায়, অখিল গগৈ গো বেক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ স্থলি উত্তাল কৰি…

Read More...

বিজনীত মৌন সমদল

  বৃহত্তৰ বিজনী বঙালী সমাজৰ চিৰাঙ ৰ বিজনীতমৌন সমদল বৃহত্তৰ বিজনী বঙালী সমাজে ধলা কাণ্ডৰ নিহত সকলৰ আত্মাৰ সদ্গতি কামনাৰে বিজনীত মৌন সমদল আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰে সন্ধিয়া ৫বজাত । তিনিচুকিয়া ধলাৰ ঘটনাত নিহত হোৱা পাঁচজন লোকৰ নাম সম্বলিত বেনাৰ লৈ বৃহত্তৰ বিজনী বঙালী সমাজৰ শতাধিক লোকসকলে বিজনী জনতা লাইব্ৰেৰীৰ পৰা সমদল আৰম্ভ কৰে হাতে হাতে মম বাতি লৈ উক্ত সমদলত ভাগলয় বিজনী বিশিষ্ট ব্যাক্তি তথা প্ৰাক্তন শিক্ষক শংকৰ চেতাৰজী । উক্ত মৌন সমদল সমাপ্ত হয় বিজনী ১নং ভেটাগাঁও ঘোষপাৰা বিবেকানন্দ ক্লাব প্ৰাঙ্গন । তাৰ পিছতে ধলা কাণ্ডত নিহত সকলৰ…

Read More...

গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তিৰ যো-জা

অসমৰ প্ৰথম গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তিৰ যোজা।।।৩ নৱেম্বৰ: তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায়ৰ ৰিপোৰ্ট: অহা ৫ নৱেম্বৰত ধেমাজি জিলাৰ চিলাপথাৰত অসমৰ প্ৰথম গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তি লাভ কৰিব। এই চলচিত্ৰখন মুম্বাই স্থিত অনহদ ষ্টুডিঅ" প্ৰাইভেট লিমিটেড আৰু বাবা ডাংগ্ৰে ফ্লিম চচাইটিৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। এই চলচিত্ৰ খন কমল ছেত্ৰীয়ে নিৰ্দেশনা কৰিছে। এই চলচিত্ৰ খন বহুতো দুখ কষ্টৰে নিৰ্মাণ কৰা বুলি চলচিত্ৰ খনৰ পৰিচালক কমল ছেত্ৰীয়ে জানিব দিয়ে। এই চলচিত্ৰ খন অৰুণাচল, ছিকিম, পাছীঘাট, গুৱাহাটী, দাৰ্জিলিং আদি ঠাইত দৃশ্য গ্ৰহণ কৰা হৈছে বুলি জানিব দিয়ে। অসমবাসী ৰাইজে "প্ৰতিজ্ঞা মায়াকো"…

Read More...

বিজনীৰ চৌৰাগুৰী ৩১ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ

  বিজনীৰ চৌৰাগুৰী ৩১ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ    বঙাইগাওঁ জিলাৰ গৰাইমাৰীৰ নিকটৱৰ্তী চৌৰাগুৰীত বন্ধ সমৰ্থকে পুৱা ৮ বজাৰ পৰা অব্যাহত ৰাখিছে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ ৷ গুণোৎসৱ আৰু চিকিৎসালয়লৈ যোৱা যান বাহনক ৰেহাই দিয়ে ৷  তিনিচুকীয়াত ৫ জন বঙালীক গুলিয়াই হত্যা কৰাৰ বাবে আজি চৌৰাগুৰীৰ ৩১ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰি অসম চৰকাৰ মূ্ৰ্দাবাদ, অসম পুলিচ হায় হায়, অখিল গগৈ, গো, বেক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰি উত্তাল  তোলে লগতে ৩১ নং ৰাষ্টীয় ঘাইপথহৈ অহা যোৱা কৰা বাহন ঘৰাই দিয়ে ৷ সদৌ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি…

Read More...

বিশ্বনাথৰ চতিয়াত এখন বিদ্যালয়ত আজৱ কাণ্ড

  বিশ্বনাথৰ চতিয়াত এখন বিদ্যালয়ত আজৱ কাণ্ড দুগৰাকী ছাত্ৰীৰ বিপৰীতে তিনিগৰাকী শিক্ষয়িত্ৰী শনিবাৰে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ তৃতীয়টো দিন । বিশ্বনাথ জিলা নদুৱাৰ শিক্ষা খণ্ড অন্তৰ্গত চতিয়াৰ জ্যোতি প্ৰাথমিক বিদ্যালয়ত দুগৰাকী ছাত্ৰীক লৈ শিক্ষা বিভাগে পাতিছে গুণোৎসৱ । ইফালে দুগৰাকী ছাত্ৰীৰ বিপৰীতে বিদ্যালয় খনত আছে তিনিগৰাকী শিক্ষয়িত্ৰী । বিগত বৰ্ষত চাৰিগৰাকী ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে চলিত বৰ্ষত ছাত্ৰ -ছাত্ৰীৰ সংখ্যা অৱনমিত হৈ হ’লগৈ দুজন ৷ গুণোৎসৱ যে এক ভেকোভাওনা যে কৰিছে তাৰ প্ৰমাণ এই বিদ্যালয় খনেই । কাৰণ বিগত বৰ্ষৰ গুণোৎসৱ বিদালায়খনত চাৰিজন ছাত্ৰ- ছাত্ৰীয়ে গুণোৎসৱ পতাৰ তথ্য চৰকাৰৰ হাতত আছিল আৰু…

Read More...

ৰাজ্যত নতুনকৈ ঠন ধৰি উঠিবলৈ আৰম্ভ কৰা থলুৱা লোকৰ অৰ্থনৈতিক আন্দোলনটোক কোনোবাই কলিতে মোহাৰি পেলাবলৈ বিচাৰিছে নেকি?

  Manorom Gogoi মৃণাল হাজৰিকাই অস্ত্ৰ এৰি অৰ্থনৈতিক আন্দোলনত নতুন প্ৰজন্মক জড়িত কৰাবলৈ চেষ্টা চলাই আহিছে। সশস্ত্ৰ সংগ্ৰামী হৈ থকা সময়ত তেওঁক এবাৰো লগ পোৱা নাছিলোঁ যদিও যোৱা কিছু বছৰৰ পৰা হাজৰিকাই কৰ্ম-সংস্কৃতিৰ মাজেৰে অসমীয়া যুৱক-যুৱতীয়ে কিদৰে এখন আপোচহীন অৰ্থনৈতিক সংগ্ৰামত জড়িত হোৱা উচিত, সেই সন্দৰ্ভত কাম কৰি অহা দেখিছিলোঁ। অসমৰ বিভিন্ন ঠাইত “থলুৱা সম্পদেৰে থলুৱা অৰ্থনীতি ” শীৰ্ষক আলোচনা-চক্ৰ তথা কৰ্মশালাত তেখেতৰ সৈতে মই নিজেও উপস্থিত আছিলোঁ। একেদৰে জিতেন দত্তইও কিছুদিনৰ পৰা অসমৰ ব্যবসায়-বাণিজ্যত থলুৱা যুৱক-যুৱতীৰ অংশগ্ৰহণৰ সপক্ষে হাতে-কামে লাগি পৰা দেখিছোঁ। কণী, মাছ, মাংস আদিৰ ব্যৱসায়ত অসমীয়া যুৱকক…

Read More...

বিশ্বনাথৰ অৰুণাছল সীমান্তবৰ্তী দাফলাকাটাত বেইলি দলংৰ আধাৰশিলা স্থাপন

    #বিশ্বনাথৰ অৰুণাছল সীমান্তবৰ্তী দাফলাকাটাত বেইলি দলংৰ আধাৰশিলা স্থাপন # দলং লাভ কৰি ফটকা ফুটাই আনন্দ উল্লাস কৰিলে সীমান্তবৰ্তী গঞাই # সীমান্তবৰ্তী গাৱত যাতায়ৰ সুচল ব্যৱস্থা কৰাত সফল হৈছে গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : বিধায়ক প্ৰমোদ বৰঠাকুৰ পৰিবৰ্তনৰ শ্লোগানৰে বিধায়কৰ গুৰু দায়িত্ব লাভ কৰা বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আজি বিভিন্ন চৰকাৰী আঁচনিৰ অধীনৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বিশেষকৈ যাতায়তৰ ক্ষেত্ৰত অতিকৈ দুৰ্বল অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ উনয়নৰ বাবেও বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰিলে বিধায়ক গৰাকীয়ে। অসম অৰুণাচল সীমান্তৱৰ্তী পাভৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ডাফলাকটা পাভৈ…

Read More...

শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান

  উচটনিমূলক মন্তব্য কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰে বিশ্বনাথ জিলা প্ৰশাসনৰ বৈঠক কালি ৰাজ্যত সংঘটিত অমানৱীয় ঘটনাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলাত আইন-শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি ঘটিব নোৱাৰে, সেই উদ্দেশ্যে উপায়ুক্তৰ সভাগৃহত আজি এখন শান্তি সভা অনুষ্ঠিত হয়। উপাযুক্ত ধীৰাজ জ্যোতি কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত বিশ্বনাথ জিলাৰ বিভিন্ন ছাত্ৰ সংগঠন, জাতীয় সংগঠন, সংবাদ মাধ্যম আৰু নাগৰিক সমাজৰ প্ৰতিনিধি উপস্থিত থাকি উগ্ৰপন্থীৰ নাৰকীয় কাৰ্যক একমুখে গৰিহণা দিয়ে। সভাত বক্তব্য প্ৰদান কৰি উপায়ুক্তগৰাকীয়ে কয় যে হিংসাই কোনো সমস্যাৰ সমাধান নকৰে। এই ঘটনাৰ প্ৰতিক্ৰিয়াস্বৰূপে যাতে বিশ্বনাথ জিলাত কোনো অপ্ৰীতিকৰ ঘটনাৰ…

Read More...