বিশ্বনাথত একেদিনাই ১০ টাকৈ পথৰ কামৰ শুভাৰম্ভ কৰিলে বিধায়ক প্ৰমোদ বৰঠাকুৰে

  বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আজি সমষ্টিটোৰ অন্তৰ্গত অতিকৈ গুৰুত্বপূৰ্ণ ১০ টাকৈ পথৰ কামৰ শুভাৰম্ভ কৰে । পুৱাই সমষ্টিটোৰ অন্তৰ্গত চতিয়া উন্নয়ণ খণ্ডৰ অধিনিস্থ ৬ টাকৈ স্থানত পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। প্ৰথমে ১.৩৮ কোটি টকা ব্যয় সাপেক্ষে ফাটেকিৰ পৰা নিজ গড়পাল সংযোগী পথৰ কামৰ শুভাৰম্ভনি কৰাৰ পিচত ১.৯ কোটি টকাৰ চতিয়াৰ পৰা কৰৈয়নি সংযোগী পথৰ, ৯১.৯২ লাখ টকাৰ নলবাৰী বৰালীগাও পথৰ, ৩৮.১৩ লাখ টকা ব্যয় সাপেক্ষে ভকত গাও পথ, ৭৭.৫১ লাখ ব্যয় সাপেক্ষে বৰপামৰ পৰা লক্ষনবস্তী সংযোগী পথৰ আৰু ১.৫ কোটি টকা ব্যয় সাপেক্ষে চতিয়াৰ…

Read More...

শীতকালীন বিনামূলীয়া পাঠদান শিবিৰ শুভাৰম্ভ

    সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু) ৰ বাঘমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত মকবুল হুছেইন হাই মাদ্ৰাছা প্ৰাঙ্গণত বাঘমাৰী আঞ্চলিক সমিতিৰ সভাপতি আলি আহমেদ সভাপতিত্বত দেওবাৰে শীতকালীন বিনামূলীয়া পাঠদান শিবিৰ ৰ শুভাৰম্ভ কৰে সংগঠনটোৱে । শীতকালীন বিনামূলীয়া পাঠদান শিবিৰত নৱম শ্ৰেণীৰ ইংৰাজী বিষয় আৰু দশম শ্ৰেণীৰ ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত বিষয়ৰ ওপৰত আমিন হুছেইন , ওৱাহেদ আলি, জিয়াউল ৰহমান, নুৰ হুছেইন, জুলহাছিয়া আহমেদ, ইৰফান আলি, আতিকুৰ ৰহমান, আবিদুৰ ৰহমান, আব্দুল আলি ধৰি ৯ জন অভিজ্ঞ শিক্ষকে পাঠদান কৰি সেৱা আগবঢ়োৱা কথা প্ৰকাশ কৰে সভাত । শীতকালীন বিনামূলীয়া পাঠদান শিবিৰৰ…

Read More...

বিজনীৰ ৰজাদিনীয়া ১২৭ সংখ্যক শ্ৰীশ্ৰী লক্ষ্মীপূজা

  বিজনীৰ ৰজাদিনীয়া ১২৭ সংখ্যক শ্ৰীশ্ৰী লক্ষ্মীপূজা ও মেলা শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা আনুষ্ঠানিক ভাৱে সামৰণি    চিৰাঙ জিলাৰ বিজনীৰ ঐতিহাসিক প্ৰসিদ্ধ ১২৭ সংখ্যক শ্ৰীশ্ৰী লক্ষ্মীপূজা ও মেলা । ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত যোৱা ২৪ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা ৰজাদিনীয়া শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলাক কেন্দ্ৰ কৰি সমগ্ৰ বিজনী চহৰত এক উখল মাখল পৰিবেশৰ মাজত তাহানিৰ বিজনীৰ ৰজা বিজিত নাৰায়ণে প্ৰতিষ্ঠা কৰা “বিজনী ৰাজ্য”ত তেওঁৰ ৰাজবংশৰ পৰৱৰ্তী ৰজাৰ পৃষ্ঠপোষকতাত বিজনীত এই লক্ষ্মীপূজা আৰু মেলা খন ৪ অক্টোবৰ দিনা আনুষ্ঠানিক ভাবে সন্ধিয়া ৮বজাত বাৰদিনীয়া লক্ষ্মী পূজা আৰু…

Read More...

বিশ্বনাথত ২৮৮ গৰাকী হিতাধিকাৰীৰ মাজত মাটিৰ পট্টা বিতৰণ

  ● ৫৭ গৰাকী হিতাধিকাৰীলৈ মাটি আবণ্টন পত্ৰ অসম চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে আজি ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথতো হিতাধিকাৰীসকলৰ মাজত মাটিৰ পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ কৰা হয়। এই উপলক্ষে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত। তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ আৰ পি শৰ্মা আৰু স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত এই সভাত বিশ্বনাথৰ জিলাৰ গহপুৰ, হেলেম, বিশ্বনাথ আৰু নদুৱাৰ (অংশ) ৰাজহ চক্ৰৰ মুঠ ২৮৮ গৰাকী হিতাধিকাৰীৰ মাজত ভূমিৰ পট্টা আৰু ৫৭ গৰাকী ভূমিহীন হিতাধিকাৰীৰ…

Read More...

বিহালীটো আছে অসমীয়া আৰু বাঙালীৰ মাজত বিভাজন আনিব পৰা বিভেদকামী শক্তি অভিযোগ বিহালী যুৱ কংগ্ৰেছৰ

  ঢলা কাণ্ডক লৈ বিহালী যুৱ কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ৰণচালি :   বিহালী বিধান সভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আজি এখন প্ৰাক পঞ্চায়ত নিৰ্বাচনী কাৰ্যকৰী সভা বিহালী কেটেলাতস্থিত পৰিদৰ্শন বঙলাত অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিহালী বিধান সভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি দ্বীপজ্যোতি বৰাই। এই সভাৰ দ্বাৰা ঢলা খেৰবাৰী কাণ্ডক লৈ বিহালী যুৱ কংগ্ৰেছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ ৰণচালি দিয়া পৰিলক্ষিত হয় ৷ সংগঠনটোৱে আজি অনুষ্ঠিত হোৱা সভাৰ সন্দৰ্ভত সংৱাদমাধ্যমলৈ প্ৰেৰণ কৰা বিবৃত্তিত উল্লেখ যে বিহালীটো আছে অসমীয়া আৰু বাঙালীৰ মাজত বিভাজন আনিব পৰা বিভেদ…

Read More...

একেদিনাই ২১ খন উন্নয়নমুলক আচঁনিৰ আধাৰশিলা মন্ত্ৰী ৰণজিৎ দত্ত : সামগ্ৰিক উন্নয়ন মাজেদি পৰিবৰ্তন সাধিব বিজেপি দলে” মন্ত্ৰী ৰণজিৎ দত্ত

    সামগ্ৰিক উন্নয়ন মাজেদি পৰিবৰ্তন সাধিব বিজেপি দলে” মন্ত্ৰী ৰণজিৎ দত্ত : একেদিনাই ২১ খন উন্নয়নমুলক আচঁনিৰ শিলান্যাস উদ্দোধনেৰে বিহালীত ৰণজিৎ দত্তৰ প্ৰাকপঞ্চায়ত নিৰ্বাচনী চমক : অভিলেখ সংখ্যক আচঁনি উদ্দোধনৰ নাৰিকল ভাঙি হাত বিষাইছে মন্ত্ৰী দত্তৰ* “সামগ্ৰিক উন্নয়নৰ মাজেদি ৰাজ্যবাসীৰ পৰিবৰ্তন সাধিব বিজেপি দলে ৷ চৰকাৰৰ হাতত পৰ্য্যাপ্ত পুঁজি আছে ৰাজ্যবাসীৰ উন্নয়নৰ বাবে খৰছ কৰিবৰ বাবে ৷ ” ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বিহালী মণ্ডলত ২১ টাকৈ উন্নয়নমুলক আঁচনিৰ শুভ উদ্দোধন কৰি এইদৰেই প্ৰকাশ কৰে জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই ৷ ৰাজ্যৰ সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰতিটো…

Read More...

তিনিচুকীয়াত ভূমিহীন হিতাধিকাৰীক পট্টা আৰু অবন্টন পত্ৰ বিতৰণ

অসম চৰকাৰৰ দূৰ্যোগ বৱস্থাপনা বিভাগ আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্দ্যোগত ভূমিহীন হিতাধীকাৰীলৈ ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণৰ অনুষ্ঠানিক ভাৱে অসমৰ মাননীয় সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী বক্ষ্মৰ উপস্থিতিত তিনিচুকীয়া মানৱ কল্যাণ পূজা ভৱনত সমাৰোহ আয়োজন কৰে।

Read More...

ধলা কাণ্ডৰ বুজে লবলৈ ডিব্ৰুগড়ত উপস্থিত পশ্চিমবঙ্গৰ বিশেষ প্ৰতিনিধি দল

ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত TMC ৰ প্ৰতিনিধি। ধলা কাণ্ডৰ পৰিস্থিতি বুজ লবলৈ আহিছে TMC ৰ দ’ল। পশ্চিমবংগৰ পৰা আহিছে চাৰিজনীয়া দ’লটো। দ’লটোৰ নেতৃত্বত আছে ডেৰক অ’ব্ৰাইন।

Read More...