উচ্চ প্ৰাবল্যৰ শব্দবিশিষ্ট আতচবাজী ফুটোৱাত নিষেধাজ্ঞা

  জিলাবাসীলৈ দীপাৱলীৰ শুভকামনা জিলা প্ৰশাসনৰ ● উচ্চ প্ৰাবল্যৰ শব্দবিশিষ্ট আতচবাজী ফুটোৱাত নিষেধাজ্ঞা দীপাৱলীক পোহৰৰ উছৱৰূপেহে পালনৰ আহ্বান বিশ্বনাথৰ উপায়ুক্তৰ বিশ্বনাথ জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই সমূহ জিলাবাসীলৈ পোহৰৰ উছৱ দীপাৱলীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছে। পোহৰৰ এই উছৱে আমাৰ জিলাখনৰ লগতে ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱন পোহৰাই তুলিব বুলি এক শুভেচ্ছা বাৰ্তাযোগে উপায়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে, দীপাৱলীক মাথোঁ পোহৰৰ উছৱৰূপেহে উদযাপন কৰিবলৈ আহ্বান জনাই উপায়ুক্তগৰাকীয়ে উচ্চ প্ৰাবল্যৰ শব্দবিশিষ্ট আতচবাজী ফুটোৱাৰ পৰা বিৰত থাকিবলৈ জিলাবাসীলৈ আহ্বান জনায়। অধিকমাত্ৰাৰ আতচবাজীয়ে সৃষ্টি কৰা শব্দ আৰু বায়ু প্ৰদূষণৰ ভয়াবহতালৈ আঙুলিয়াই উপায়ুক্তগৰাকীয়ে এক…

Read More...

বিশ্বনাথৰ গ্ৰাম্য অঞ্চলৰ ১২ টাকৈ পথৰ কামৰ শুভাৰম্ভ কৰিলে বিধায়ক প্ৰমোদ বৰঠাকুৰে

  সুচল যাতায়ত ব্যৱস্থাৰ জৰিয়তে গ্ৰামাঞ্চলক সংযুক্ত কৰা হব চহৰৰ লগত:   চহৰৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে ৰাজ্যৰ বিজেপি নেতৃতাধীন চৰকাৰখনে বিশেষভাৱে পদক্ষেপ গ্ৰহন কৰিছে ৷ চহৰ অঞ্চলৰ লগত সংযুক্ত কৰিবলৈ গ্ৰামাঞ্চলৰ বাট পথ সমূহৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহন কৰিবলৈ ইতিমধ্য বিধায়ক সকলক চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ গ্ৰামাঞ্চলৰ ৰাইজৰ যাতায়তী ব্যৱস্থা সুচল কৰাৰ মনোভাৱেৰে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আজি সমষ্টিটোৰ অন্তৰ্গত অতিকৈ গুৰুত্বপূৰ্ণ ১২ টাকৈ পথৰ কামৰ শুভাৰম্ভ কৰে । পুৱাই ১.৯৫ কোটি টকা ব্যয় সাপেক্ষে সাধাৰু পানীভৰাল পৰা কদমনি গাও সংযোগী পথৰ কামৰ…

Read More...

মন্ত্ৰী

মন্ত্ৰী   শুই আছিলো এদিনা ৰাতিপুৱা , সপোন দেখিলো মই মন্ত্ৰী হোৱা। সপোন আছিল অহোমৰ ছিলেক্সনৰ, সেয়ে কঢ়িলে মোৰ বহু টেইনচন।   গাঁৱলৈ যাম ভোট বিচাৰি , ৰাইজক কম হাত যোৰ কৰি। সোনৰ অসম গঢ়িম মই , মোৰ জয়েই হব ৰাইজৰ জয়। দুখীয়া ৰাইজক বিলাম ধন , ধন পাই ৰাইজৰো ঘূৰিব মন। ৰাইজেও দিব মোকেই ভোট। ময়েই লম বিজয়ৰ ভোট।   ভোটত জিকি মন্ত্ৰী হম। ৰাইজক মই পাহৰি যাম,আৰু পাহৰিম মোৰ প্ৰতিশ্ৰুতি। এনেদৰে কৰিম মই ৰাজনীতি। দুৰ্নীতিৰে মই ঘটিম টকা, দুখীয়া ৰাইজ লঘন থকা। গুৱাহাটীত ,দিল্লীত বান্ধিম ঘৰ। প্ৰতিবাদ যদি…

Read More...

শুৱালকুচিতো স্মৰণ ভূপেনদাক

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ আজি সপ্তমটো মৃত্যু বাৰ্ষিকী । মৃত্যু বাৰ্ষিকী উপলক্ষে বিশ্ব-বিশ্ৰুত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৰাজ্য লগতে ভাৰত বিভিন্ন স্থানত । আন আন ঠাইৰ লগতে শুৱালকুচি তো আজি ভূপেনদাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা ৰাইজৰ সহযোগত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা দেখা গ’ল ।

Read More...

বিহালী ৰাংছালীত বন্যহস্তী তাণ্ডৱ 

বিহালী ৰাংছালীত বন্যহস্তী তাণ্ডৱ  ২০/২৫ জনীয়া এটা বন্যহস্তী জাকে সন্থাস চলায় ৰাংছালী জুৰীয়া পথাৰত । বিহালী বনাঞ্চল পৰা খাদ্য সন্ধানত উলাই অহা হাতী জাকটো প্ৰৱেশ কৰে 

Read More...

ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল, পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

  পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা ২টা পৰ্যায়ত হ’ব পঞ্চায়ত নিৰ্বাচন ৫ ডিচেম্বৰ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ১২ ডিচেম্বৰত হ’ব ভোট গননা প্ৰথম পৰ্যায়ত হ’ব ১৬খন জিলাত ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ত হ’ব বৰাক-নামনিকে ধৰি ১০খন জিলাত ভোটগ্ৰহণ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ দিন ১৫ নৱেম্বৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ দিন ১৯ নৱেম্বৰ ১ম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ দিন ১৯ নৱেম্বৰ ২য় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ দিন ২২ নৱেম্বৰ সৰ্বমুঠ প’লিং ষ্টেচন – ২৩,৫০৫টা

Read More...