মানুহে মানুহৰ বাবে বিশ্বনাথৰ অৰুণাচল সীমান্তত তিনিসুতিত

প্ৰথম সাম্প্ৰদায়িক মন্তব্য দিছিল শাসকীয় দলৰ বিধায়কে । অসমৰ অসমীয়াক অপমান কৰিছে বিধায়কে । এই মন্তব্য আছু উপদেষ্টা ভট্টাচাৰ্য্য যোৱা ৫ নৱেম্বৰ পৰা আৰম্ভ হোৱা সমন্বয় অনুষ্ঠান টো মঙ্গল বাৰে অন্ত পৰে । বিশ্বনাথৰ অৰুণাচল সীমান্তত তিনিসুতিত সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আয়োজন কৰা এই সমন্বয় দিনটোতে অঞ্চলটোত ১০ টাকৈ জনগোষ্টীয় ভাষাত পৰিবেশিত হ’ল “মানুহে মানুহৰ বাবে” গীতটি । অৰুণাচল সীমান্তৰ তিনিসুতিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে । সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য : ভট্টাচাৰ্যক উযাপন সমিতি আৰু আছু কৰ্ম কৰ্তা সকলে…

Read More...

চিৰাঙত ভয়ানক ঘটনা,নিশা ঘৰত শুই থকা লোকক চোকা অস্ত্ৰৰে আক্ৰমন ।

: চিৰাঙত ভয়ানক ঘটনা,নিশা ঘৰত শুই থকা লোকক চোকা অস্ত্ৰৰে আক্ৰমন । চিৰাংৰ পৰা লিটন বসাক অসম খবৰ ৬ নভেম্বৰঃ চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ নাকেদৰাত সংঘটিত হৈছে এই ঘটনা । নাকেদৰা গাঁওৰ নিজ গৃহতে নিশা পত্নিৰ সৈতে শুই আছিল লক্ষ্মিৰাম মুৰ্মু (৩৫) নামৰ এইজন ব্যাক্তি । কথা কব পৰা অৱস্থাত নাই এইজন আহত ব্যাক্তি । তেঁওৰ পত্নিয়ে জনোৱা মতে নিশা ১১.৩০ বজাত শুই থকা অৱস্থাতে হঠাতে দুজন লোক আহে আৰু অতৰ্কিতে চোকা অস্ত্ৰৰে আক্ৰমন কৰে মুৰত । তেওঁ অচেতন হৈ পৰে । পিচত স্থানীয় লোকে পত্নিৰ…

Read More...

বৰগাঙত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

 বিহালী; ৬নৱেম্বৰ = যোৱাকালি বিহালীৰ বৰগাং চেন্টাৰৰ মধ্যমস্থানত বৰগাং শাখা সাহিত্য সভাৰ উদ্দ্যোগত বিয়লি ৪ বজাত সুধাকন্ঠ বিশ্ববৰেন্য বক্তি ড০ ভুপেন হাজৰিকাৰ ৭ম সংখ্যক মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰা হয় | আৰম্ভনিতে বিশিষ্ট শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই সুধাকন্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে | ইয়াৰ পিচতে বৰগাঙৰ চুপহী মইনা পাৰিজাতৰ শিল্পী বৃন্দই  ভুপেন্দ্ৰ সংগীত পৰিবেশন কৰে | বৰগাং শাখা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ বৰা আৰু সহ সম্পাদক তৰুন দাসে আঁত ধৰা অনুষ্ঠানটিত দিলীপ কুমাৰ বৰুৱা আৰু শাখাৰ সভাপতি ড০ দুৰ্গেশ্ব বৰেন্য শিল্পী গৰাকীৰ কৰ্মৰাজীক সোঁৱৰি বক্তব্য প্ৰদান কৰে |…

Read More...

গহপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা

গহপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা অসম খবৰ ৬নবেম্বৰ: গহপুৰৰ বালিজান কটকী চুকৰ চুকাফা ভৱনৰ সমীপত আজি পুৱা ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। পুৱা ৩ মান বজাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে চিমেণ্ট ভৰ্তি ট্ৰাক এখন। 

Read More...