বঙাইগাঁৱত ৰক্তদান শিবিৰ ইন্দ্ৰ কিশোৰ সংঘৰ

বঙাইগাঁৱত ৰক্তদান শিবিৰ ইন্দ্ৰ কিশোৰ সংঘৰ বঙাইগাঁও: – ইন্দ্ৰ কিশোৰ সংঘৰ উদ্যোগ বঙাইগাঁও চিভিল হস্পিটালৰ ব্লাড বেংকৰ সহযোগত কালি পূজাৰ লগত সংগতি ৰাখি এক ৰক্তদান আৰু বিনামূল্যীয়া চিকিৎসা শিবিৰ আয়োজন কৰে ৰত্নপীঠ জনকল্যাণ সমিতি কাৰ্যালয়ত , T.R ফুকন পথত ৷ এই শিবিৰত 23 জন ব্যক্তিয়ে ৰক্তদান কৰে ৷

Read More...

পুণৰ এবাৰ কপি উঠিল দিশপুৰ

পুণৰ এবাৰ কপি উঠিল দিশপুৰ গুৱাহাটীৰ অনুপ জ্যোতি নাথৰ আজি ১,২ নহয় ৪২টা জাতিয়তাবাদী সংগঠনেৰে কপালে ৰাজধানী ‌। জাতি- মাটি তথা খিলঞ্জীয়াৰ অস্তিত ৰখাৰ বাবে আছুকে ধৰি ৰাজ্যৰ আন বহু কেইটা সংগঠনে আজি উলিয়াই বৃহৎ প্ৰতিবাদী সমদল । জয় আই অসম আৰু বিজেপি মূৰ্দাবাদ ধ্বনিৰ লগতে এই জুই জ্বলিছে জ্বলিবই কন্ঠৰে কপালে ৰাজপথ । প্ৰতিবাদত আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, বহুকেইজন জেষ্ঠ বিষয়াকে ধৰি অংশ লয় বহু কেইখন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ।  

Read More...

আদ্যশ্ৰাদ্ধ উপলক্ষে শ্ৰদ্ধাঞ্জলী

    আদ্যশ্ৰাদ্ধ উপলক্ষে শ্ৰদ্ধাঞ্জলীশ্ৰী শৈলেন্দ্ৰ পাণ্ডে (পুত্ৰ) শ্ৰীমতী হেমাঙ্গী টি. পাণ্ডে (বোৱাৰী) শ্ৰী নিৰোদ পাণ্ডে (পুত্ৰ) শ্ৰীমতী ৰিটিমা কে. পাণ্ডে (বোৱাৰী) পংখী পাণ্ডে, নম্ৰ সূৰ্য পাণ্ডে, সুস্মিতা পাণ্ডে (নাতি-নাতিনী)

Read More...

স্বেচ্ছাসেৱী সংগঠন “সহায় ৰক্তদান

স্বেচ্ছাসেৱী সংগঠন “সহায় ৰক্তদান অসম”ৰ নগাঁও শাখাৰ সদস্য সকলৰ সহযোগত আজি নগাঁও চহৰৰ ৰাস্তাৰ কাষত, মন্দিৰ, মছজিদ আদিত সততে দেখাপোৱা নিঃকিন জন,মগনীয়া, বিকলাংগ সকলৰ মাজত গৰম কাপোৰ, কম্বল, আদি বিতৰণ কৰা হয়। উল্লেখযোগ্য যে “সহায় ৰক্তদান অসমৰ” সদস্য সকলে ৰক্তদানৰ উপৰিও এনে ধৰণৰ কায্যসূচী আগতেও হাতত লৈ আহিছে। দীপান্বিতা উপলক্ষে আজি সকলোৰে সহযোগত এই কাৰ্যসূচীও উৎসাহজনক ভাৱে সমাপন হয়। “সহায় ৰক্তদান অসম” এক স্বেচ্ছাসেৱী সংগঠন, ‘সামাজিক দায়বদ্ধতাৰ’ উদ্দেশ্য আগত লৈয়েই সংগঠনটোয়ে এইদৰে ৰাইজৰ সেৱাত ব্ৰতী হৈছে। নগাঁৱৰ পৰা অনুপ জ্যোতি নাথৰ প্ৰতিবেদন।

Read More...