অসম ৰাজ্যিক পঞ্চায়ত নিৰ্বাচন আয়োগৰ বিষয়া সকললৈ এটি প্ৰশ্ন

অসম ৰাজ্যিক পঞ্চায়ত নিৰ্বাচন আয়োগৰ বিষয়া সকললৈ এটি প্ৰশ্ন সঞ্জীৱ মলীয়া ,লেঙেৰী/ডিব্ৰুগড় অসম পঞ্চায়ত বিধিৰ ওপৰত ভিত্তি কৰি ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কিছু নিয়মাৱলী আঁত ধৰি:- (ক)প্ৰাৰ্থী গৰাকী ভাৰতীয় নাগৰিক হব লাগিব । (খ)সংশ্লিষ্ট পঞ্চায়তৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হব লাগিব । (গ) প্ৰাৰ্থী গৰাকীৰ বয়স ২১ বছৰতকৈ বেছি হব লাগিব । (ঘ) মহিলাৰ বাবে আছুতীয়াকৈ ৰখা আসন মহিলা প্ৰাৰ্থীয়ে হব লাগিব । (ঙ) অনুসূচিত জাতি জনজাতিৰ বাবে আছুতীয়াকৈ ৰখা আসনৰ প্ৰাৰ্থী গৰাকী চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হব লাগিব । এই খিনিলৈ…

Read More...

জ্যোষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ চিৰবিদায়

  সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক দু-সংবাদ । জ্যোষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামী আৰু নাই। মুম্বাইত চিকিৎসাধীন হৈ থকা গোস্বামীয়ে শুকুৰবাৰে নিশা ১২.৪৫ বজাত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰে। কৰ্ণেল মনোৰঞ্জন গোস্বামী এগৰাকী বিশিষ্ট স্তম্ভ লেখক হিচাপে সকলোৰে মাজত পৰিচিত। লেখা মেলা জগতখনৰ উপৰিও ৰাজনৈতিক,সামাজিক বিশ্লেষক হোৱাৰ লগতে তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতেও জড়িত হৈ আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসীয়ে হওক প্ৰকাশ কৰিছে।

Read More...

◆নগাঁৱত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী দিৱস উদযাপন◆দহ দিনীয়াকৈ সজাগতা শিবিৰৰ আয়োজন

  বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ” ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকাৰী দিৱসটি ” নগাঁও আইন মহাবিদ্যালয়ত উদযাপন কৰা হয় । সেই উপলক্ষে আইন মহাবিদ্যালয়ত এখন সভা অনুষ্ঠিত হয় । সভাখনি সঞ্চালনা কৰে আইন মহাবিদ্যালয়ৰ অধ্যক্ষা সুজাতা ভট্টাচাৰ্যই । সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙ আৰু সমলব্যক্তি হিচাপে উপস্থিত থাকে অধিবক্তাদ্বয় ৰূপালী গোস্বামী আৰু শ্বাহনাজ চুলতানাই উপস্থিত ছাত্র-ছাত্রী সকলক আইনৰ বিভিন্ন ধাৰাৰ লগতে বৰ্তমান সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়াই। সমগ্ৰ দেশৰ লগতে নগাঁৱটো…

Read More...

●জামুগুৰিহাটত পুৱতি নিশা পথ দূৰ্ঘটনা ● গুৰুতৰভাৱে আহত আছুৰ ৫ গৰাকীকৈ সদস্য

জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত গুৱাহাটীৰ দিছপুৰ লাষ্টগেটত ২৮টা সংগঠণে গ্ৰহণ কৰা “সকীয়নি বিক্ষোভ” কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত জামুগুৰিহাটৰ গেৰেকীচুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতিনিশা সংঘটিত হয় এক পথ দূৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ ৫ গৰাকীকৈ বিষয়ববীয়া৷নিজৰ গৃহভুমি বিশ্বনাথ চাৰিআলিলৈ AS12K 6291 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰে উভতি অহাৰ পথতেই পুৱতি নিশা প্ৰায় ৩ বজাত বিপৰীত দিশত থকা AS27 C 2817 নম্বৰৰ এখন বলেৰ’ পিক আপ ভানত খুন্দা মৰাৰ ফলত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ভাষ্কৰ চামুৱা,সম্পাদক কৌস্তভমণি দাধৰা,উপ সভাপতি সুৰজ ভূঞা,সাংগঠণিক সম্পাদক…

Read More...