বিহালীত লাচিত দিৱসৰ দিনাই লাচিতৰ দৰে যুদ্ধ সংকল্প ললে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাইঃ”কংগ্ৰেছৰ প্ৰতিজন সদস্যই একো একোজন লাচিত”

ডঙুৱা সৰ্বানন্দই বুজি নাপাই সৰু লৰা ছোৱালীৰ মৰম সৰ্বানন্দ সোনোৱাল ডঙুৱা মানুহ ৷ সেয়েহে বৰলা সৰ্বানন্দই বুজি নাপায় সৰু লৰা ছোৱালীৰ মৰম ৷ শনিবাৰে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰি চাহ বাগিছাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । বৰাই নিৰ্বাচনী সভাত প্ৰকাশ কৰে পঞ্চায়ত নিৰ্বাচনত দুটাত কৈ অধিক সন্তান থকা লোকে পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব বুলি চৰকাৰে কৰা নতুন নিয়ম সন্দৰ্ভত কয় বিয়া নপতা সৰ্বানন্দই ল’ৰা ছোৱালীৰ মৰম কি বুজি পাব একো বুলি নাপায় বাবেই এই নতুন নিয়ম বনাইছে ৷ চৰকাৰে পানী যোগান ধৰিব লাগে, চৰকাৰে…

Read More

কংগ্ৰেছৰ প্ৰতিজন সদস্যই একো একোজন লাচিত ৰিপুন বৰা

    কংগ্ৰেছৰ প্ৰতিজন সদস্যই একো একোজন লাচিত” – বিহালী বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰ সভাত ৰিপুন বৰা ডঙুৱা সৰ্বানন্দই বুজি নাপাই সৰু লৰা ছোৱালীৰ মৰম সৰ্বানন্দ সোনোৱাল ডঙুৱা মানুহ ৷ সেয়েহে বৰলা সৰ্বানন্দই বুজি নাপায় সৰু লৰা ছোৱালীৰ মৰম ৷ শনিবাৰে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰি চাহ বাগিছাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । বৰাই নিৰ্বাচনী সভাত প্ৰকাশ কৰে পঞ্চায়ত নিৰ্বাচনত দুটাত কৈ অধিক সন্তান থকা লোকে পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব বুলি চৰকাৰে কৰা নতুন নিয়ম সন্দৰ্ভত কয় বিয়া নপতা সৰ্বানন্দই ল’ৰা ছোৱালীৰ মৰম কি বুজি…

Read More

জামুগুৰিহাটত বৃহৎ পৰিমাণৰ চুলাই-মদ নষ্ট

জামুগুৰিহাটত অবৈধ সুৰাৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান৷যোৱা কিছুমাহ ধৰি অঞ্চলটোৰ বিভিন্ন প্ৰান্তত অৰুণাচলী সুৰা আৰু দেশীয় অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই অঞ্চলটোত বৃহৎ পৰিমাণৰ সুৰা জব্দ আৰু নষ্ট কৰাৰ দৰেই কালি নিশাও জামুগুৰি আৰক্ষীয়ে সুৰাবিৰুধী অভিযান চলাই প্ৰায় হাজাৰোধিক লিটাৰ দেশীয় সুৰা নষ্ট কৰিবলৈ সক্ষম হয়৷ জামুগুৰিহাটৰ দক্ষিণ পশ্চিম প্ৰান্তৰ এৰাবাৰী,আমদৰা,হকমা আদি অঞ্চলসমুহত দীৰ্ঘদিন ধৰি চলি থকা দেশীয় সুৰাৰ বৃহৎ চুলাই ভাটি কালি নিশা জামুগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ মেধিৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অতৰ্কিতে অভিযান চলাই চুলাই ভাটিসমুহ ভাঙি পেলোৱাৰ লগতে ১২শ লিটাৰ চুলাই নষ্ট কৰে৷উল্লেখ্য যে…

Read More

বহিঃৰাজ্যত কৰ্মৰত যুৱকৰ অকাল মৃত্যু,ডেংগু ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক আকোৱালী ল’লে জামুগুৰিহাটৰ এগৰাকী যুৱকে

আৰ্থিক অনাতনৰ বাবেই বহিঃৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলা জামুগুৰিহাটৰ ধোবাকটা বামুণ গাঁৱৰ এগৰাকী অমায়িক যুৱকৰ অকাল মৃত্যুয়ে শোঁকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটিত৷ধোবাকটা বামুণ গাঁৱৰ প্ৰয়াত লক্ষণ তাঁতিৰ দ্বিতীয় পুত্ৰ দুলাল তাঁতি(২৮) দুবছৰ পূৰ্বে দৰিদ্ৰ পৰিয়ালটোক কিছু আৰ্থিক সঁকাহ দিয়াৰ উদ্দেশ্যৰেই পুণেস্থিত কোম্পানীত কৰ্মৰত হৈ আছিল৷ কিন্তু কিছুদিন পূৰ্বে ৰোগত আক্ৰান্ত হৈ শাৰীৰিকভাৱে অসুস্থ হৈ পৰা দুলালে পুণেতেই চিকিৎসা গ্ৰহণ কৰিছিল যদিও আৰোগ্য লাভ নকৰাত নিজ গৃহলৈ উভতি আহিছিল৷কিন্তু ক্ৰমাৎ ৰোগ উপশম নোহোৱাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাত ডেংগুৰ উপস্থিতি ধৰা পৰে দুলালৰ দেহত৷তাৰপিছতো চিকিৎসা গ্ৰহণ কৰি আছিল যদিও ৰোগবিধে গুৰুত্বৰ ৰূপ…

Read More

কুমাৰীকাটাৰ বালাহাতীত ৬ তম্ ৰাস মহোৎসৱ আৰম্ভ

তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে কুমাৰীকাটাৰ চেঁচাপানী – বালাহাতীতো বিগত বছৰবোৰৰ দৰে এই বছৰো ৬ তম্ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসযাত্ৰা মহোৎসৱ ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। ২৭ নৱেম্বৰলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চলিব লগীয়া ৰাস মহোৎসৱ কালি আবেলি ৪ বজাত মুখ্যদ্বাৰ মুকলি কৰে বিটিচিৰ দৰঙাজুলি সমষ্টিৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰীয়ে। ৪.১৫ বজাত মন্দিৰৰ দ্বাৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী ৰংজা খুংগুৰ বসুমতাৰীয়ে। অখণ্ড যজ্ঞ মণ্ডপ উদ্ধোধন কৰে ৩ নং ভি চি ডি চিৰ অধ্যক্ষ বিশ্বজিৎ বসুমতাৰীয়ে। ৪.৩০ বজাত ৰমেশ বসুমতাৰীয়ে অখণ্ড যজ্ঞ প্ৰজ্বলন কৰাৰ পিছতে সন্ধিয়া ৫ বজাত মণ্ডপ মুকলি…

Read More

শিৱসাগৰ ডিমৌ চাৰি আলি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা (স্বাধীন)ৰ

*যোৱা ২২নৱেম্বৰ বৃহস্পতি বাৰে সংঘটিতত হৈছিল বোমা বিস্ফোৰণ। * কমল আগৰৱালা ব্যৱসায়িক প্ৰতিষ্ঠানত হৈছিল বোমা বিস্ফোৰণ। *নিহত হৈছিল কমল আগৰৱালা আৰু অনুপ গুপ্তা। *অনুপ গুপ্তা লক্ষ্য নাছিল বুলি আলফা (স্বাধীন)ৰ সংবাদ মাধ্যমলৈ দিয়া প্ৰেছ বিবৃতিত প্ৰকাশ। *লগতে অনুপ গুপ্তা পৰিয়াললৈ সমবেদনা জ্ঞাপন ।

Read More