মৃত্যুৰ সৈতে যুজিছে এটা প্ৰকাণ্ড বন্যহস্তীয়ে

বিশ্বনাথৰ বিহালী বনাঞ্চলৰ সমিপত তথা বৰাজুলী চাহ বাগিচাত স্বাস্থ্য অভাৱত ছটফটাইছে এই প্ৰকাণ্ড বন্যহস্তীটোয়ে । জীৱন মৃত্যুৰ সৈতে যুজি যুজি অৱশেষত আজি বন বিভাগে হাতীটো বনাঞ্চল ভিতৰ বাহিৰে গাৱঁৰ আশে পাশে বিচাৰি উলোৱাই অৱশেষত বন্যহস্তী টো পায় বিহালী বনাঞ্চল সমীপত বৰাজুলী চাহবাগিচাত । ইফালে হাতীটো আজি ভিতৰত বন বিভাগে ট্ৰেংকুলাইজ প্ৰদান কৰি সকলো চিকিৎসাৰ সেৱা কৰিবলৈ আগবাঢ়িছে । আজি কেইবাদিনমান ধৰি বিহালী বনাঞ্চলৰ সমীপত অসম অৰুণাচল সিমান্তৰ বাৰাজুলী চাহ বাগিচাৰ জনসাধাৰণৰ বাবৰ সন্ত্ৰাসৰ কাৰন হৈ পৰিছিল এই প্ৰকাণ্ড হাতীটো।বনাঞ্চলৰ পৰা খাদ্য সন্ধানত ওলাই আহি এই হাতীটো জনাঞ্চলত নিশাৰ টোপনি নাইকিয়া…

Read More...

জীৱন্ত ৰাস আৰু মৃণ্ময় মূৰ্ত্তিৰ অনুপম সমাহাৰৰে অনুষ্ঠিত উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসবৰ সফল সামৰণি :

  সৰ্পৰ গৰ্ভত শ্ৰী কৃষ্ণৰ ৰাস লীলাত মন্ত্ৰমুগ্ধ হাজাৰ হাজাৰ দৰ্শক বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসাৱত ৰাধাৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী ফেৰি প্ৰিয়া আৰু কৃষ্ণৰ ৰূপত অভিলাসা দাসৰ নৃত্যই আপ্লুত কৰে হাজাৰ হাজাৰ দৰ্শকৰ মন। বিশ্বনাথৰ ৰেল গেট ৰাস বাকৰিত দুদিনীয়াকৈ আয়োজন কৰা এই ৰাসোৎসাৱত দৈৱকীৰ ৰূপত অভিনেত্ৰী টিনা হাজৰিকা আৰু মোহিনীৰ ৰূপত প্ৰতিভাবান ভাৰত নাট্যমৰ নৃত্য শিল্পী স্ৰোতস্বিনী হাজৰিকা আৰু আন ভাৱৰীয়া সকলৰ অভিনয় দৰ্শকৰ বাবে হৈ পৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দুয়োটা নিশা গুৰু বন্দনা ,অনন্ত শৰ্যা,দৈৱকীৰ বিবাহ পুটনা বধ, নন্দোৎসৱ,কালিয় দমন নাটিকাত অভিনয় শিল্পী সকলৰ অভিনয় আছিল চমকপ্ৰদ। প্ৰথম নিশাৰ…

Read More...