জোনাই সমষ্টিত গাঁৱে গাঁৱে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ◆জোনাই সমষ্টিৰ ৪ নং চিচিবৰগাঁৱৰ জিলা পৰিষদৰ প্ৰাৰ্থী লোকেশ্বৰ চুতীয়া বিশাল মটৰ চাইকেল ৰেলী◆ হাজাৰ হাজাৰ সমৰ্থকে কপালে জোনাই

জোনাই পৰা ত্ৰিদিপ দাসৰ ৰিপৰ্ট অসম খবৰ, ২৭ নৱেম্বৰঃ নিৰ্বাচন লৈ মাথোঁ কেইটামান দিন বাকী থকা সময়তে বিভিন্ন ৰাজনীতি দল সমুহে বিভিন্ন ধৰণৰ কৌশল অবলম্বন জড়িয়তে ভোটাৰক আকৰ্ষণ কৰা উদ্দেশ্য বিভিন্ন কৌশল আৰম্ভ কৰা পৰিলক্ষিত হৈছে ।   কোনোৱে হাতীলৈ ৰাইজৰ কাষলৈ ভোট বিচাৰি গৈছে কোনোৱে আকৌ দামী দামী বিলাসী গাড়ী লৈ প্ৰচাৰ চলাইছে । পিছ পৰি ৰোৱা নাই অসম গণ পৰিষদ দলও ।এই বাৰ শাসকীয় দল বিজেপি বাবে মুৰৰ কামোৰণি হৈ পৰিছে অসম গণ পৰিষদ দল । বিশেষকৈ ধেমাজি জিলাত পুণৰ শক্তিশালী ৰূপত অসম গণ পৰিষদক দেখা গৈছে ।…

Read More...

Man jumps from one terrace to another in Mumbai’s Parel area , later Police Arrested

Courtesy ANI 28th November : : Man jumps from one terrace to another in Mumbai’s Parel area , later Police Arrested In a shocking case of daredevilry, a youth was seen performing stunt in Mumbai’s Parel area. In the video that was going viral, the man can be seen jumping from the terrace of a highrise building to another terrace. The stunt was done atop a building close to Prabhadevi railway

Read More...

গুৱাহাটীৰ মহানগৰৰ বৰবাৰীত উৰিল আলফাৰ পতাকা

গুৱাহাটী ২৮ নৱেম্বৰ : গুৱাহাটীৰ মহানগৰৰ বৰবাৰীত উৰিল আলফাৰ পতাকা ৰাজ্যৰ বিভিন্ন স্থানত লগতে মহানগৰীত দেখা গল এইবাৰ আলফাৰ স্বাধীনৰ পতাকা পুৱাই স্থানীয় লোকে প্ৰত্যক্ষ কৰে পতাকাখন ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নমাই আনে পতাকাখন

Read More...

শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ সংবাদ মেল

  শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এই সংবাদ মেল ৷ সংবাদ মেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পৰ্কত খিলঞ্জীয়া ৰাইজৰ পক্ষত নে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত নতশিৰ হব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হলে অসমৰ ৰাইজ- বুদ্ধিজীৱী, সাংবাদিকক মাতি ৰাজহুৱাভাবে সৰ্বানন্দ সোণোৱালক ” জাতীয় খলনায়ক” উপাধি প্ৰদান কৰিব সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে ৷

Read More...