জোনাই সমষ্টিৰ ৪ নং চিচিবৰগাঁৱৰ জিলা পৰিষদৰ প্ৰাৰ্থী লোকেশ্বৰ চুতীয়া বিশাল মটৰ চাইকেল ৰেলী

  জোনাই সমষ্টিত গাঁৱে গাঁৱে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ / জোনাই সমষ্টিৰ ৪ নং চিচিবৰগাঁৱৰ জিলা পৰিষদৰ প্ৰাৰ্থী লোকেশ্বৰ চুতীয়া বিশাল মটৰ চাইকেল ৰেলী । হাজাৰ সমৰ্থকে কপালে জোনাই । নিৰ্বাচন লৈ মাথোঁ কেইটামান দিন বাকী থকা সময়তে বিভিন্ন ৰাজনীতি দল সমুহে বিভিন্ন ধৰণৰ কৌশল অবলম্বন জড়িয়তে ভোটাৰক আকৰ্ষণ কৰা উদ্দেশ্য বিভিন্ন কৌশল আৰম্ভ কৰা পৰিলক্ষিত হৈছে । কোনোৱে হাতীলৈ ৰাইজৰ কাষলৈ ভোট বিচাৰি গৈছে কোনোৱে আকৌ দামী দামী বিলাসী গাড়ী লৈ প্ৰচাৰ চলাই ছে । পিছ পৰি ৰোৱা নাই অসম গণ পৰিষদ দল ও । এই বাৰ শাসকীয় দল…

Read More