মৰাণত বিজেপিৰ শেষ হাহি

।।মৰাণত বিজেপিৰ শেষ হাহি।। মৰাণৰ পৰা কুশল ভূঞা,অসম খবৰ। ১১৫নং মৰাণ বিধানসভা সমষ্টিৰ ১৬ খন গাওঁ পঞ্চায়তৰ ভিতৰত ১৪খন গাঁও পঞ্চায়ত বিজেপিয়ে দখল কৰিছে। মাত্ৰ ২খন গাঁও পঞ্চায়ত কংগ্ৰেছ দলে দখল কৰিছে। কংগ্ৰেছ দলে দখল কৰা গাঁও পঞ্চায়ত কেইখন হৈছে ধেমেচি গাঁও পঞ্চায়ত আৰু ৰাংছালি গাঁও পঞ্চায়ত। উল্লেখযোগ্য যে অগপ দলটোৰ ভেটি মৰাণ সমষ্টিত একেবাৰে উচন হোৱা পৰিলক্ষিত হৈছে। আঞ্চলিক পঞ্চায়ত ৰ সদস্য ১৬খনেই বিজেপিয়ে দখল কৰা লগতে জিলা পৰিষদৰ মুঠ ৪খন আসনৰ আটাইকেইখন বিজেপিয়ে দখল কৰিছে।

Read More...

জিমনাষ্টিক ক্লাৱৰ সৌজন্যত  দেহশ্ৰী প্ৰতিযোগিতা” ।

  Dec 13, 2018 জিমনাষ্টিক ক্লাৱৰ সৌজন্যত  দেহশ্ৰী প্ৰতিযোগিতা” । অসম খবৰ, ধেমাজি – :ধেমাজি জিমনাষ্টিক ক্লাৱৰ সৌজন্যত,বৃহস্পতি বাৰে ধেমাজি পাব্লিক অডিটৰিয়ামত অনুষ্ঠিত কৰা হয় দেহশ্ৰী প্ৰাতিযোগিতা । — Shared using https://www.writediary.com/getapp

Read More...

অৱশেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গৃহ জিলাত বিধ্বস্ত কংগ্ৰেছ : ৰিপুন বৰাৰ নাক বছালে দুবাৰকৈ জেলত যোৱা গঁড় চিকাৰত অভিযুক্তই

অৱশেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গৃহ জিলাত বিধ্বস্ত কংগ্ৰেছ : ৰিপুন বৰাৰ নাক বছালে দুবাৰকৈ জেলত যোৱা গঁড় চিকাৰত অভিযুক্তই সদ্যসমাপ্ত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে মুখথেকেছা খাইছে ৷ উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সৰ্বত্ৰ গেৰুৱা দলৰ জয়যাত্ৰা ৷ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নিজ গৃহৰ গাওঁ পঞ্চায়ত সোলেঙীত বিজেপিৰ দখললৈ যোৱাই নহয় গৃহ জিলা বিশ্বনাথতো বিজেপিয়ে উৰুৱালে বিজয়ধ্বজ্জা ৷ ৰিপুণ বৰাৰ গৃহ পঞ্চায়তৰ লগতে গৃহ জিলা বিশ্বনাথতো কংগ্ৰেছে বেয়াকৈ মুখঠেকেছা খোৱাৰ পৰা নাকতো বাছিল ৷ বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ গৃহ জিলাত মান সন্মান ৰক্ষা কৰিলে এগৰাকী বহুচৰ্চিত প্ৰাৰ্থীয়ে…

Read More...

বিশ্বনাথ জিলাত বিজেপিৰ বৃহৎ জয় ১৩ আসন জিলা পৰিষদৰ আসনত জয় বিজেপি মুখ ঠেকেছা প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা

বিশ্বনাথ জিলাত বিজেপিৰ বৃহৎ জয় ১৩ আসন জিলা পৰিষদৰ আসনত জয় বিজেপি মুখ ঠেকেছা প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা ৰাজ্যত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাটো গেৰুৱা দলে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। জিলা খনৰ মুঠ তেৰটা জিলা পৰিষদ সমষ্টিৰ ভিতৰত ২৩ জিলা পৰিষদৰ তে বিজেপি জয় । এই ১৩ জিলা পৰিষদ সমষ্টিৰ ভিতৰত আটাইকেইটাতে বিজেপি দলে বিজয় সাব্যস্ত কৰে। জানিব পৰা মতে জিলা খনৰ নাগশংকৰ জিলা পৰিষদত হিতেশ বৰুৱা, চতিয়া জিলা পৰিষদত ধনদা গগৈ, বৰপথাৰ জিলা পৰিষদত প্ৰবীণ হাঞ্চে, পাভৈ জিলা পৰিষদত গায়ত্ৰী কুর্মী,…

Read More...

২০২১ চনত বিধানসভা নিৰ্বাচন নেখেলে ড° হিমন্ত বিশ্ব শৰ্মাই

● অগপ-বিজেপি মিত্ৰতা প্ৰসংগতো মন্তব্য আগবঢ়াই শৰ্মাই ৷ ● অগপই ৰাখিব লাগিব মিত্ৰতাৰ মৰ্যাদা শৰ্মাই এই কথা সদৰী সাংবাদিকৰ আগত ৷

Read More...

চিৰাঙ বিজনী বাগেৰ গাঁওত দাউ দউকৈ জ্বলিল খেৰ কঢ়িওৱা গাড়ী ।

চিৰাঙ বিজনী বাগেৰ গাঁওত দাউ দউকৈ জ্বলিল খেৰ কঢ়িওৱা গাড়ী । চিৰাঙৰ পৰা লিটন বসাক অসম খবৰ ১৩ ডিচেম্বৰ চিৰাঙ জিলাৰ বিজনী বাগেৰ গাঁওত । ধানৰ খেৰ কঢ়িয়াই নিয়া বলেৰো পিক আপ ভ্যান এখন দাউ দউকৈ জ্বলিল ।জানিব পৰামতে বাঘেৰ গাঁওৰ বাসিন্দা মহাম্মদ হজৰত আলীৰ এএচ১৯এচি- ১৮৪৪ নম্বৰৰ গাড়ীখনত খেৰ ভৰাই নিজৰ বাহিৰচোতালত গাড়ীখন ৰখাই থৈছিল । ওচৰতে আছিলে ৩৩ হেজাৰ ভল্টৰ এচ টি লাইন । স্থানীয় লোক ৰ কতে মাজে মাজে তাত জুই জ্বলি উঠে ।একে দৰে আজিও দিনৰ ভাগত একেদৰেই আজিও জুই জ্বলি উঠিছিলে তাৰে ফিৰিঙতিৰ পৰা গাড়ীত…

Read More...

গহপুৰৰ সমষ্টি ৰ ৩৪ পঞ্চায়তৰ ৩৩খনত BJP জয়ী

গহপুৰৰ সমষ্টি ৰ ৩৪ পঞ্চায়তৰ ৩৩খনত BJP জয়ী ●এখনত জয়ী BPF দল। ●৪ খন জিলা পৰিষদতে জয়ী BJP । ●হেলেম-(ক)-জোনমণি বসুমতাৰী, ●হেলেম-(খ) -ৰেনু ভৰালী, ●লোহিতমুখত – লক্ষনাথ মিলি, আৰু কলাবাৰীত -লাৱন্য চাৰেঙীয়া জয়ী। ●গহপুৰত মাত্ৰ দুটা ৱাডতে থমকিল AGP দল। ●গহপুৰত বিধ্বস্ত কংগ্ৰেছ। ●২৮ ৱাৰ্ড আৰু এখন বিনা প্ৰতিদ্বন্দীতাৰে জয়ী আঞ্চলিক পঞ্চায়ততে থমকিল কংগ্ৰেছ। ●গহপুৰ BJP–পঞ্চায়ত সভাপতি পদত জয়ী–33 গৰাকী। ●আঞ্চলিক পঞ্চায়ত জয়ী–3২ গৰাকী। ●BPF–এখন পঞ্চায়তত জয়ী। ●গণ শক্তি –এগৰাকী AP Member জয়ী।

Read More...

বিশ্বনাথত BJP ৰ বৃহৎ জয়

বিহালী সমষ্টিৰ মুঠ ১৭ খন গাঁও পঞ্চায়তেই BJP ৰ দখলত । সমষ্টিটোৰ মুঠ ৪ টা জিলা পৰিষদ সমষ্টিয়েই BJP ৰ দখলত । জিনজিয়া জিলা পৰিষদত অজয় দাস, মোনাবাৰীত তৰুণ তাঁতি , বৰগাংত ৰঞ্জনজ্যোতি দাস ,আৰু নিজ বিহালীত জয়ী হৈছে দীপিকা দেৱী ঢাকাল । চতিয়া সমষ্টিৰ নাগশংকৰ জিলা পৰিষদৰ ৫ খন পঞ্চায়তেই BJP ৰ দখলত। নাগশংৰ জিলা পৰিষদত BJP ৰ হিতেশ বৰুৱা জয়ী । # বিশ্বনাথ সমষ্টিৰ ১১ খন পঞ্চায়ত BJPৰ দখলত । এগন কংগ্ৰেছৰ দখললৈ । ৫ খনৰ ফলাফল বাকী । বৰপথাৰ জিলা পৰিষদত BJP প্ৰৰ্থী প্ৰবীন হান্সেৰ জয় । ৩টা…

Read More...

পঞ্চায়ত নিৰ্বাচন ২০১৮ঃ LIVE UPDATE

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ LIVE UPDATE         www.asomkhobor.com আঞ্চলিক সদস্য মুঠঃ২১৯৯ পঞ্চায়ত সভাপতি মুঠঃ২১৯৯ পঞ্চায়ত  সদস্য মুঠঃ২১৯৯০ জিলা পৰিষদ মুঠঃ ৪২০ কংগ্ৰেছ  ৩০৩ কংগ্ৰেছ  ২৪৫ কংগ্ৰেছ  ৩,৯৪৮ কংগ্ৰেছ ১৩১ বিজেপি ৬৪১ বিজেপি ৫৭৩ বিজেপি ৭,৭৬৮ বিজেপি ২২৩ অগপ ১২২ অগপ ৯২ অগপ ১,৩৩২ অগপ ৩৭ ইউ ডি এফ ৫১ ইউ ডি এফ ৪১ ইউ ডি এফ ৬৪১ ইউ ডি এফ ২৪ অন্যান্য ৩০ অন্যান্য ৪৩ অন্যান্য ৪৩০ অন্যান্য ০৪ আঞ্চলিক সদস্য মুঠ : ২১৯৯ কংগ্ৰেছ – ৩০৩, বিজেপি-৬৪১, অগপ-১২২, ইউ ডি এফ-৫১, অন্যান্য-৩০ পঞ্চায়ত সভাপতি মুঠ : ২১৯৯ কংগ্ৰেছ-২৪৫, বিজেপি-৫৭৩,…

Read More...

প্ৰথম পৰ্যায়ৰ অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ চৰাইদেউ জিলাৰ নিৰ্বাচনী ফলাফল

১০৫ নং মাহমৰা বিধানসভা সমষ্টি  বৰডবা পঞ্চায়ত :-সভাপতি – অতুল গগৈ (বিজেপি)আঞ্চলিক পঞ্চায়ত : সীমান্ত গগৈ (বিজেপি) কাকতিবাৰী পঞ্চায়ত:সভাপতি :- শেৱালী দিহিঙীয়া (বিজেপি)আঞ্চলিক পঞ্চায়ত সদস্য : প্ৰেমকান্ত কৰ্মকাৰ (বিজেপি) চলপথাৰ পঞ্চায়তসভাপতি : অনিমা গগৈ (কংগ্ৰেছ )আঞ্চলিক পঞ্চায়ত : ৰেখামনি গগৈ (কংগ্ৰেছ ) ১০৬ নং সোণাৰি বিধান সভা সমষ্টি আহুখাত পঞ্চায়তসভাপতি : গোলাপ বৰুৱা (বিজেপি)আঞ্চলিক পঞ্চায়ত সদস্য: চিলভিয়াজ তপ্প (বিজেপি) লংপতীয়া পঞ্চায়তসভাপতি : হৰিশ্চন্দ্ৰ গগৈ (বিজেপি )আঞ্চলিক পঞ্চায়ত : ববী বৰা গগৈ (বিজেপি ) ভজো পঞ্চায়তসভাপতি : ৰীনা নেওগ বৰা (বিজেপি)আঞ্চলিক পঞ্চায়ত সদস্য : সঞ্জীৱ বিশ্বাস (বিজেপি) পূৰ্বাঞ্চল পঞ্চায়তসভাপতি : সান্তনা…

Read More...

ধৰাশায়ী হোৱাৰ পথত APCC সভাপতি ৰিপুণ বৰা ৰ গৃহ সমষ্টিত কংগ্ৰেছ

গহপুৰত ৬- ৩০ বজা লৈকে ঘোষণা কৰা পশ্চিম কলাবাৰী, ছত্ৰং, বৰতামুলী, গমিৰি, মিছামাৰী, কৃষ্ণপুৰ, খৰৈপৰীয়া, আৰু সোণাপুৰ আঠো খন পঞ্চায়ত বি জে পি ৰ দখলত। ধৰাশায়ী হোৱাৰ পথত APCC সভাপতি ৰিপুণ বৰা ৰ গৃহ সমষ্টিত কংগ্ৰেছ। চাৰিওখন ZPC ত বি জে পি ৰ অগ্ৰগতি।

Read More...