বিশ্বনাথত ১০ টা আদৰ্শ ভোটকেন্দ্ৰত মহিলা কৰ্মচাৰীয়ে লব ভোট

    বিশ্বনাথত ১০ টা আদৰ্শ ভোটকেন্দ্ৰত মহিলা কৰ্মচাৰীয়ে লব ভোট ভোটগ্ৰহণৰ বাবে কেন্দ্ৰসমূহলৈ নিৰ্বাচনী সামগ্ৰীসহ কৰ্মচাৰী ৰাওনা  প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা বিশ্বনাথ জিলাৰ বিশ্বনাথ মহকুমাত ৪৪৪ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰিবৰ বাবে আজি নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল টালি-টোপোলা বান্ধি গন্তব্যস্থললৈ ৰাওনা হৈছে। জিলাখনৰ বিশ্বনাথ মহকুমাৰ অন্তৰ্গত ৯খন জিলা পৰিষদ, ৫খন আঞ্চলিক পঞ্চায়ত, ৪২ খন গাঁও পঞ্চায়ত আৰু ৪২০টা গাওঁ পঞ্চায়ত ৱাৰ্ডত কাইলৈ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ৪৪৪ গৰাকীকৈ প্ৰিজাইডিং বিষয়া, ৪৪৪ গৰাকীকৈ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পুলিং বিষয়া আহি নিৰ্বাচনী সামগ্ৰী সংগ্ৰহ কৰি নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওণা হৈছে।…

Read More...