Auto Draft

সপত্নীসহ শিৱদ’লত উপস্থিত হৈ কটকটীয়া নিৰাপত্তাৰ মাজেৰে শিৱদ’লত পূজা অৰ্চনা কৰে ন্যায়াধীশ গৰাকীয়ে ৷ শিৱসাগৰৰ হাঁহচৰাত পিত়ৃ ভিঠা থকা ৰঞ্জন গগৈক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ শিৱদ’লৰ সমীপত ৰাইজে ভীৰ কৰেহি যদিও শিৱদ’লৰ ভিতৰলৈ প্ৰবেশত বাধা আৰোপ কৰে নিৰাপত্তাৰ দায়িত্বত থকা চিআৰপিএফে ৷ইফালে শিৱদ’লত উপস্থিত হোৱা ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰাপত্তাৰ ব্যৱস্থাপনা সম্পূৰ্ণৰূপে চিআৰপিএফে গ্ৰহণ কৰাৰ বিপৰীতে অসম আৰক্ষী আৰু শিৱসাগৰ জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব লাভ নকৰিলে ৷ শিৱদ’ল চৌহদতো জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক গুৰুত্বহীন কৰি ৰখা দেখা গ’ল ৷ শিৱদ’লত প্ৰবেশ দ্বাৰত মুখ্য ন্যায়াধীশ গৰাকীক জিলা প্ৰশাসনৰ পৰিৱৰ্তে আত্মীয়…

Read More